এতিয়া যদি বদনাম হয়... মইও ব্ৰহ্মপুত্ৰত জাপ দিব লাগিব: দীপেন বৰুৱা

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • 🔴 এতিয়া যদি বদনাম হয়... মইও ব্ৰহ্মপুত্ৰত জাপ দিব লাগিব: দীপেন বৰুৱা
    🔴 ৰমেন দা সোনকালে সুস্থ শৰীৰে ঘৰলৈ ঘূৰি অহাটো বিচাৰিছোঁ, নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক পংকজ কুমাৰ দত্তৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মন্তব্য দীপেন বৰুৱাৰ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 130

  • @tapanjitdeka800
    @tapanjitdeka800 2 місяці тому +120

    সাংবাদিক বন্ধু সকলে এতিয়া বৰুৱা পৰিয়ালক অকমান শান্তিত থাকিব দিয়ক , পুলিচৰ দৰে তেওঁলোকৰ ভিতৰুৱা কথাত যেন জেৰা কৰি নাথাকে , এইয়া মোৰ বিনম্ৰ অনুৰোধ

    • @protimadutta2890
      @protimadutta2890 2 місяці тому +11

      এই 420 সাংবাদিক বোৰৰ মাথাত ঘিউ নাই নেকি ???

    • @RishiBora-rn7kn
      @RishiBora-rn7kn 2 місяці тому

      @@protimadutta2890 i08

    • @kuldeepbarman4487
      @kuldeepbarman4487 2 місяці тому +1

      Takei toh Manuh bure etya kebol Nijor Sartho ru poisa tu sini pai...eman 3rd class hoise ne manuh bur

    • @kuldeepbarman4487
      @kuldeepbarman4487 2 місяці тому +1

      Dhei dheekarrrr Manobota bula bowstu olp holew Jiyai Rakhok...Bhogoban ase Xei2 mont Rakhibo karma Fall xodai paabo Xeitu moont rakhibo ru ei2 Jibon T ei Pabo Xokolu e

  • @purnimagogoi4230
    @purnimagogoi4230 2 місяці тому +9

    আপোনালোকে মানুহ জনক কিয় ইমান আমনি কৰি আছে বাৰু ?অলপ জিৰণি ল'ব দিয়ক।ৰমেন দা থাকোতে কোনোবা এজনে তেখেত কেনেকে আছে কি খাইছে খবৰ কৰিছিলে নে?

  • @ushagogoi136
    @ushagogoi136 2 місяці тому +5

    ভাগৰুৱা হৈ পৰিছে আপোনালোকে বুজি নাপায় নেকি মানসিক অৱস্থা টো ।

  • @priyankabaruah2311
    @priyankabaruah2311 2 місяці тому +44

    মূল বিষয়ৰ লগত প্ৰসংগ নথকা প্ৰশ্ন এসোপা কৰি অযথা ব্যতিব্যস্ত কৰি থকা যেনহে লাগিল। কামোৰ বুলি যে কয় নতুন প্ৰজন্মৰ শব্দটো এইটো চাগে।

  • @xurordeolkalabithika1129
    @xurordeolkalabithika1129 2 місяці тому +57

    ঘৰটো চৰকাৰে সংৰক্ষণ কৰিব লাগে বুলি এটা জনমত গঠন কৰক। প্ৰয়োজন হ'লে পৰিয়ালৰ পৰা চৰকাৰে ঘৰটো ক্ৰয় কৰি ল্ওক।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 2 місяці тому +23

    শ্ৰদ্ধাৰ দ্বিপেন বৰুৱা ছাৰক ঘটনাক্ৰমে যথেষ্ট মানসিক দুখ যান্ত্ৰণা দিছে। আমিও বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ এইবোৰ পৰিত্ৰাণ হওক। তেখেতৰ চিৰসেউজ যাদুকৰী কণ্ঠই মানুহক আনন্দ, প্ৰেৰণা আৰু সুখ প্ৰদান কৰি যাওক 🙏।

  • @RanidharTalukdar
    @RanidharTalukdar 2 місяці тому +4

    সাংবাদিক বোৰৰ কামনাই যদি ৰমেণ বৰুৱাক বিচাৰি যাওক,আল বাল্ কথা সুধি পৰিয়াল ৰ মানুহ খিনিক ব্যতিব্যস্ত কৰিবলৈ তেওঁলোকক কোনে অধিকাৰ দিলে!

  • @Danirojasfc6
    @Danirojasfc6 2 місяці тому +85

    কাৰ চকু এই ঘৰটোত??????
    কোনোবা দালালৰ নে ৰাজনৈতিক নেতাৰ। মিডিয়াৰ মানুহে তেওঁক কিয় ইমান হাৰাশাস্তি কৰি আছে। মিডিয়াৰ মানুহে তেওঁক জীয়াই থাকিব নিদিব যেন পাইছোঁ।🤔🤔🤔

    • @ABd-h2r
      @ABd-h2r 2 місяці тому +1

      Right

    • @manaswitabaruah1266
      @manaswitabaruah1266 2 місяці тому +3

      Okol saangbaadik nohoi, bhotija hoteu teuk sosonmaane jiyai thaakibo nidibo jen paaisu, juakaali jeneke Brojen Baruah r jiyori e kothakhinikole

    • @hanseali1924
      @hanseali1924 2 місяці тому

      হয়

    • @chayanikadeka9464
      @chayanikadeka9464 2 місяці тому

      Right

  • @thememeworld3910
    @thememeworld3910 2 місяці тому +12

    জেৰা কৰিছে তেওঁক আৰু নকৰিব আৰু! তেওঁৰ বয়স হৈছে ।

  • @arabindanath3582
    @arabindanath3582 2 місяці тому +2

    মানুহ জনক শান্তিত থাকিব দিয়ক৷ সাংবাদিক সকলে একেবোৰ কথাকে দ্বিপেন বৰুৱাক সুধি কিয় ইমান অতিস্থ কৰি তুলিছে৷

  • @jamunaray4032
    @jamunaray4032 2 місяці тому +13

    সাংবাদিক বোৰক নিষেধাজ্ঞা কৰি দিয়ক ঘৰখনত সোমাবলৈ

  • @ddas4452
    @ddas4452 2 місяці тому +12

    সাংবাদিক সকলে ইমান জুই জলাই ভাল পাই এইটো প্ৰমাণ

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 2 місяці тому +22

    চৰকাৰে মাটিখিনি সংৰক্ষণ ৰাখিব লাগে। আৰু তাত তেওঁলোকৰ সকলোবোৰ পিছলৈ গম পাই যেন পিছৰ প্ৰজন্মবোৰে সংৰক্ষণ কৰিব লাগে।

  • @mnborah4474
    @mnborah4474 2 місяці тому +31

    সাংবাদিক নে গা্ঁওৰ জেতুকী বাই? সোধা কথাখিনিকে সুধি মানুহক ব্যতিব্যস্ত কৰিব নালাগে।

    • @kalpanadeka6201
      @kalpanadeka6201 2 місяці тому +3

      সাংবাদিক গৈ মানুহ জনক অশান্তি নিদিলেই হল

  • @AnubhabBorah-x6p
    @AnubhabBorah-x6p 2 місяці тому +20

    দ্বীপেন দা আপুনি নিজৰ আয়ুস চুলি নষ্ট কৰিএই নিয়ুজ চেনেল বোৰৰ TRP কিয় বঢ়াই আছে একেবোৰ কথাকে কৈ কৈ?

  • @Pradu326
    @Pradu326 2 місяці тому +7

    এইজনক ইমান প্ৰশ্ন কৰি নাথাকিব।মেডিয়া ৰোল কেনেকৈ প্ৰদৰ্শন কৰি আছে অসমৰ ৰাইজে চাই আছে ৷ ছোৱালী দুজনীযে ইমান বেয়াকৈ সাংবাদিকক ক’লে সিহঁতক এটাও প্ৰশ্ন নকৰিলে কিয় ?

  • @sashibhatta5198
    @sashibhatta5198 2 місяці тому +6

    একেটা চৰুতে ৰন্ধা ভাত-দাইলখিনি তিনিখন থালত ভগাই লৈ খুড়া-ভতিজী, পিতা-পুত্ৰী তিনিওৱে যোৱা দেওবাৰৰ দিনটোলৈকে হাঁহি-মাতি খোৱাৰ নিয়মটো আছিলনে নাই আজি এতিয়ালৈকে আমি কোনেও হয়তো জানিব পৰা নাই ৷ সেই ব্যৱস্থাটো বৰ্তি থকা হলে হয়তো আজি এইটো অৱস্থাৰ উদ্ভৱ নহ'লহেঁতেন ৷ যদিহে তিনিওজনকে শীৰ্ষ বিন্দু বুলি ধৰিলে ত্ৰিভূজটোত থকা ৰেখা তিনিডাল একেবাৰে চুটী হৈ পৰিলে হয়তো আজি শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱক ওচৰতে নোপোৱাকৈ নাথাকিলোহেঁতেন ৷

  • @ushagogoi136
    @ushagogoi136 2 місяці тому

    ভাল খবৰ পালে দিয়ক এনেবোৰ প্ৰশ্ন কৰি থাকে কিয় বাৰু।অলপ শান্তিত থাকিব দিয়ক।

  • @orh2649
    @orh2649 2 місяці тому +1

    ভতিজাই সোনকাল কৰি আছে দেই ,,,be carefull

  • @tridipborgohain3618
    @tridipborgohain3618 2 місяці тому +1

    একেখিনি কথাকে বাৰে বাৰে সেই --

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh 2 місяці тому +16

    কৃষ্ণ প্ৰভু । মানুহজন সুস্থ শৰীৰে ঘুৰি আহক তাৰেই কামনা কৰিছো🙏🙏

    • @manashsharma7382
      @manashsharma7382 2 місяці тому

      Ramen da katyaba mrityu hoise 😂😂😂

    • @ABd-h2r
      @ABd-h2r 2 місяці тому +1

      Ahibo
      ...wait n watch 🙏🙏🙏

    • @BubulBaruah-bq5wh
      @BubulBaruah-bq5wh 2 місяці тому +1

      🙏তেনেকৈ নকব। ভগৱানৰ ওপৰত আস্থা ৰাখক। এদিন ভাল খবৰ আহিব 🙏

    • @manashsharma7382
      @manashsharma7382 2 місяці тому

      @@ABd-h2r ahibo buli moy o janu 🤣🤣

  • @jyotiprasadsarma8257
    @jyotiprasadsarma8257 2 місяці тому

    একাঙশ কাম কাজ নোহোৱা মানুহে যা তা বলকি থাকেই, তাকে লৈ মুৰ ঘমাব নেযাব । দ্বীপেন বৰুৱা আপুনি ভালে থাকক ।

  • @hanseali1924
    @hanseali1924 2 місяці тому +3

    সাংবাদিক সকলে বাতৰি ৰমৰমিয়া কৰিবৰ কাৰনে খুৱ জেওৰা কৰি থাকে।সমভ্ৰান্ত পৰিয়াল এটাক বদনাম কৰিবৰ কাৰনে এইবোৰ চেস্থা কৰি আছে।

  • @rajb5595
    @rajb5595 2 місяці тому +8

    Iman dhuniya ghor tu . Govte pisoloi for heritage importance di preserve kori thobo lage

    • @GrooveEcho22
      @GrooveEcho22 2 місяці тому

      Govt a pale ses kori pelabo pare. . So eibur idea govtr kaanot noporai val

    • @rajb5595
      @rajb5595 2 місяці тому

      @@GrooveEcho22 govt ki ? , xhadharon raizor representation . Raizor jodi focus nethake , govt t dukh di laav nai .

  • @gongutripujari6877
    @gongutripujari6877 2 місяці тому +3

    Manuhjon ahustho hoi jabo buli sinta lagi goise dai.....

  • @jamunaray4032
    @jamunaray4032 2 місяці тому +8

    ফালটু সাংবাদিক। কাম নাই। বৰ সাংবাদিক চেলাব গৈছে

  • @examsahay4594
    @examsahay4594 2 місяці тому +20

    Sowali jnik arrest karak... mental harrasment is also a crime

  • @kabitabhuyan545
    @kabitabhuyan545 2 місяці тому +11

    ঘৰটো সংৰক্ষণ কৰক

  • @SubarnaSaikia-p2l
    @SubarnaSaikia-p2l 2 місяці тому

    কথা সুধি সুধি মানুহজনক অসুস্থ কৰি পেলাব ৷ সাংবাদিকসকলে মানুহজনক অলপ জিৰণি দিয়ক

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 місяці тому +2

    এজন জেষ্ঠ শিল্পী সন্ধান হীন হৈছে। এই সময়ত তেখেতক বিচাৰি উলিয়াব লাগে সেইটো প্ৰাথমিক কাম সকলোৰে বাবে। তাকে নকৰি কিয় হেৰাল, কিয় ঘৰৰ পৰা গুচি গল, জীয়ৰীৰ চৰিত্ৰ হনন আদি কথাত এচামে বেছি গুৰুত্ব দিছে। আনকি জেষ্ঠ সাংবাদিকেও হাত উজান দিয়া দেখা গৈছে।

  • @prabitachutia448
    @prabitachutia448 2 місяці тому

    একে খিনি কথাকে বাৰে বাৰে সুধি অতিষ্ঠ কৰা নাইনে সাংবাদিক সকলে , দেখি আমনি লাগিছে আৰু

  • @sajidzamal3206
    @sajidzamal3206 2 місяці тому +2

    কালপীত জনীক(জিয়েকক)ধৰিলে ছব জল জত পত পত কে ওলাই পৰিব। দ্বিপেন দাক আমনি নিদিয়া ভাল। যিহেতু তেখেতৰ বয়স হৈছে ন।

  • @rinkigogoi7455
    @rinkigogoi7455 2 місяці тому +3

    এই সাংবাদিক সকলক বুজি নাপাওঁ।ইমান লোকৰ প্ৰাইভেট কথাত কিয় যুঁজি থাকে। তত্ত্ব গধূৰ বাতৰি বোৰত এনেকৈ আলোচনা কৰিব,এটা পৰিয়াল ইমান দুখত আছে আকৌ তাত ঘিও ঢলা কাম বোৰ কিয় কৰে।আপোনালোকৰ নিজৰ ঘৰ নাই নি,নিজৰ ঘৰত এদিন হলেও তৰ্ক নহয় নেকি?আইন আছে বিচাৰ কৰিবলৈ,আপোনালোকে ইমান খুচৰি এঘৰ মানুহক আৰু দুখ নিদিব। যিদিনা নিজৰ ঘৰৰ ,নিজৰ লগত এনে এটা কাণ্ড হব তেতিয়া হে গম পাবা।

  • @basisthaacharya6590
    @basisthaacharya6590 2 місяці тому

    সামাজিক মাধ্যমত কিছুমান মতামত দিয়া সময়ত সকলোৱে নিজৰ ঘৰখনৰ দৰে ভাবি মতামত দিয়া দৰকাৰ। মানুহৰ মনত দূখ পাব লগা কথাৰ পৰিবৰ্তে পৰামৰ্শ দিব লাগে।

  • @digantasaikia1075
    @digantasaikia1075 2 місяці тому +2

    Media ( right hand of dallal) 😂😂

  • @surasj7418
    @surasj7418 2 місяці тому

    তেওঁলোকৰ ঘৰ খনক কিয় মানসিক অশান্তি দি আছে বাৰু ? সাংবাদিক সকললৈ বিনম্ৰ অনুৰোধ জনালোঁ । কিয় ইমান সুধি আছে অলপ মনো বেয়া নালাগে নে

  • @gakuldeka4608
    @gakuldeka4608 2 місяці тому

    সাংবাদিকতাৰ ৰ নামত সমাজৰ কুলংক তহত😡😡😡

  • @nayanz3847
    @nayanz3847 2 місяці тому

    সাংবাদিকে সাংবাদিকৰ কাম কৰক।পুলিচ গিৰি দেখাব নেলাগে । খুঁচৰি পুৰণা ঘাঁ বহলাব নেলাগে।

  • @pranabbaruah7687
    @pranabbaruah7687 2 місяці тому +2

    সংবাদ মাধ্যমেও কিছু সতৰ্কতা অৱলম্বন কৰা উঠিত নিকি?

  • @deepabennett7004
    @deepabennett7004 2 місяці тому +2

    Dwipen da is also getting old and in my opinion he should not be troubled with the same questions again and again. He too is going through a lot of turmoil on his own and is suffering. Let us have empathy .

    • @ujjalasaikia1904
      @ujjalasaikia1904 2 місяці тому +1

      Yes , l too agree with you . Moreover, people should try to understand their mental stability .

  • @kalpanadeka6201
    @kalpanadeka6201 2 місяці тому

    ঘুৰি নহালৈকে ঘৰৰ একো যাতে ক্ষতি কৰিব নোবাৰে তৎপৰ হোৱা উচিত | ভাতৃ হিচাপে কলে মনৰ কথাখিনি | মানুহ বিচাবিব লাগে | তেতিয়াহে পোৱা যাব |

  • @kimjennie5870
    @kimjennie5870 2 місяці тому +3

    ভুলটো তেনেকুৱা কথা নকব ,ককাইদেউ

  • @usharanisharma6413
    @usharanisharma6413 2 місяці тому

    Dwipen da..k.rest diyok .please

  • @D.J.Tamuli
    @D.J.Tamuli 2 місяці тому

    Music tu olop kom koribo Lage news bonale nohole kotha bur bujat problem hoi....

  • @kalyaniborah6550
    @kalyaniborah6550 2 місяці тому

    ইমান দুখৰ থাকি কি কব গতিকে নুসুধিব।

  • @umeshsarma4963
    @umeshsarma4963 2 місяці тому

    Don't disturb Dwipenda . He is my favourite singer .

  • @UjjalBorah-hv3sy
    @UjjalBorah-hv3sy 2 місяці тому +7

    জীয়েক জনী মেইন

  • @manasind4992
    @manasind4992 2 місяці тому

    Will they do same thing... if this happened to them.... please leave them..give them a privacy 😢

  • @chinmoyb11
    @chinmoyb11 2 місяці тому

    Sangbadik xokol oo...nijor trp borhabole ai poriyaal tuk haraxasti nokoribo...ajon xodosyo heruaise teuluke..olopman xaanti t thakibole diok🙏

  • @DaisyRabhaDaisyRabha
    @DaisyRabhaDaisyRabha 2 місяці тому

    এ বৰুৱাই হওক বা আন কিবাই হওক ব্যৱহাৰ ঠিক নহয় যেন লাগে

  • @susmitachakraborty3360
    @susmitachakraborty3360 2 місяці тому +1

    Please aponaloke Dwipen da k etiya eman jera kori nethakibo, eke kothakei bare bare sudhi ase je !

  • @ramdeka788
    @ramdeka788 2 місяці тому

    পৰম কৰুণাময় ভগৱন্তই ৰমেন বৰুৱা দেৱক সুন্দৰ ❤কৰি ৰাখক কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @sibadeuri3915
    @sibadeuri3915 2 місяці тому

    Back ground music besi hoise. Rammen Boruah Sir ghuri ahok , take kamona karisu

  • @kamalsarma2686
    @kamalsarma2686 2 місяці тому +2

    বাজনা বন্ধ কৰা

  • @mainibordoloi2866
    @mainibordoloi2866 2 місяці тому

    Misa kotha koise dipen dada a.... Gharuah problem ase

  • @zzz-ds2sk
    @zzz-ds2sk 2 місяці тому +12

    Olp views r krne imn tolot namibo napai, olp haanti diok ghoror manuh khinik, okl reporter khinia question hudha bondho korok

  • @juthikagayan1348
    @juthikagayan1348 2 місяці тому

    বৰ অশান্তি দিছে কিন্তু তেখেতক৷

  • @chandiramkhatowal9632
    @chandiramkhatowal9632 2 місяці тому +7

    Atunu bhuya kotha bilak HOSA

  • @GrooveEcho22
    @GrooveEcho22 2 місяці тому

    Media bure eibur harahasti korat ke , ground t namok. . Rescue operation kiman valdore solice heibur examine korok. Assamor technology n skills aneu pispora , SDRF valdore kaam korice ne heibur report jonotak diok. . Jodi process tu low quality r hoi. Govt k question korok. . Tetia assam aagbarhibo.

  • @AmarendraDeka-j1c
    @AmarendraDeka-j1c 2 місяці тому

    Please don't question about the matter to Dipen Barua anymore. He is sad as his elder brother Ramen Barua is missing. It's an accident.

  • @PurabiLahkar-w3q
    @PurabiLahkar-w3q 2 місяці тому +1

    Ajan manuh nohoa kiman dukhar katha . tar pisoto midiai eman harasasti kaise kia . akhetoko marib neki . eman khusi ase

  • @mridultalukdar7913
    @mridultalukdar7913 2 місяці тому +1

    বহুত বেলেগ হৈছিল গল😪

  • @sofiaahmed5307
    @sofiaahmed5307 2 місяці тому

    Dipen da.. you seem to be under tremendous pressure from your family members. Every family has their own reputation which may get a little bad by unfortunate activities of few individuals of the family. It happens to every family at a certain point of time. It is always a collective effort of every member of the huge family to live up to the expectations of the fore fathers and the society as a whole. You have not commented anything as such which will ruin your family's reputation. Praying and looking forward to the return of Ramen Da in good health and spirit.

  • @prasannabora7644
    @prasannabora7644 2 місяці тому

    Kotha hudhu dei News channel Ki prokhongot kotha bilak koise heitu vabi Headline likhibo lage......Kintu heitu ullekh nokori..... Negative kothatu headline kio bonai dili😊

  • @A55xyz
    @A55xyz 2 місяці тому

    Please dipen danogriya apuni news channel r lgt ktha napatibo news channel e trp bohai ase

  • @Partha-zx9xy
    @Partha-zx9xy 2 місяці тому

    At this juncture reporter should not disturb this family members by asking again and again same things last 2/3 days

  • @jayadas5817
    @jayadas5817 2 місяці тому

    😊

  • @deepjyotisarania3793
    @deepjyotisarania3793 2 місяці тому

    Background music kom ke dibo.. Tetya he news Tu vldore xunibo pora jaboo..... News he natok show nhoi Tu..

  • @BitupankonwarKonwarBitupan
    @BitupankonwarKonwarBitupan 2 місяці тому +2

    Apuni njopiabo

  • @smritichetia7497
    @smritichetia7497 2 місяці тому

    Trp karone tekhetok kio eman okhanti dise.

  • @Anitgarden
    @Anitgarden 2 місяці тому +2

    Heruajon tu heraise jiyai thokajonk o hanti diya nai 😢

  • @BhumidharRabha-l5q
    @BhumidharRabha-l5q 2 місяці тому

    Dwipen sir long live

  • @ranjitborah1647
    @ranjitborah1647 2 місяці тому

    Sir Eman kio koi ase khedi pothiwak sun aji kali newsjr manuh bekhile Jen alarji uthe

  • @ankurankur9106
    @ankurankur9106 2 місяці тому

    Manuh jonok khub xarahasti korise media bure

  • @ranjanborah6503
    @ranjanborah6503 2 місяці тому

    Dipen dar ghartu atiya eta Mandiror dore...axomor babe...

  • @dipankarhazarika5213
    @dipankarhazarika5213 2 місяці тому +1

    Kele kamuri asege manuhjonok?

  • @Randeepvlog
    @Randeepvlog 2 місяці тому

    Eman kotha kio sudhi thke

  • @Mojobaruah
    @Mojobaruah 2 місяці тому +1

    Kali apunar bixoye Brojen Baruah devor konyai ji obhobyo bakyo bolokise xosai laj loga.apunaluk Oxomor xompod.teor khurakei nohoi.xoihyo koribo nuwara hoise ai dugoraki mohilak.teuluk xosake matri ne ekugoraki?

  • @sasilpegu7462
    @sasilpegu7462 2 місяці тому

    Ghokon hongroikhon korar bibosta korok .

  • @hemprabhapatgiri3349
    @hemprabhapatgiri3349 2 місяці тому

    Gavir dukhar majat ki j sushi take....

  • @gongutripujari6877
    @gongutripujari6877 2 місяці тому

    Ghartur uporot kio soku karubar....ki asorit kotha....

  • @hemantiroy8004
    @hemantiroy8004 2 місяці тому +2

    Medear manuh bore iman digdar kóre

  • @sikhasarma1389
    @sikhasarma1389 2 місяці тому

    Dwipen Dak nirapotta diyok
    Teiok eta log. Lage
    Nohole rati bornikai Mari thoi jabo. Pare

  • @NitumoniBorah123
    @NitumoniBorah123 2 місяці тому

    Ghortuk hongroikhiyon korok jodi suwalik jonik poisa lage sobei olp olp di di kini lobo lage

  • @apurbasarmah69
    @apurbasarmah69 2 місяці тому

    Apunar koha bur kiba ulot palot .kunu kom nohoi

  • @dburagohain7244
    @dburagohain7244 2 місяці тому

    Monot dhukha di nathakibi

  • @lohitchdeka3273
    @lohitchdeka3273 2 місяці тому

    Ki ghatana buji powa nai kintu dwipen baruak bahu dinar murat aji dekhilo saru thakote teor gan sunisilo mor age 60 1969 70 manat teor gan sunisilo aha toi pilinga jawa toi pilinga batare jen dubari more

  • @abhilashasaikia5242
    @abhilashasaikia5242 2 місяці тому

    Eketake sepeta kori ase reporter xokole .Ghar khn ki hoi ase ru ki kotha hufhi ase .. Dipan boruah dangoriak jiyai jiyai maribo sun . Atia dekhisu.. Mari he eribo jen pau

  • @lakhipriyachaudhury780
    @lakhipriyachaudhury780 2 місяці тому

    Gamusha ekon pindhai dile silpir pet nobhore

  • @commenti5459
    @commenti5459 2 місяці тому

    fuse live e manuh burok fuse karidibi kamuri kamuri

  • @nishantabhuyan2038
    @nishantabhuyan2038 2 місяці тому

    Mental harrassment nkoribo please dipen Barua nisina val manuhok

  • @manashsharma7382
    @manashsharma7382 2 місяці тому

    Kono paristhiti xuwa nai aru dipen da koise ajiloke bad name huwa nai kono kora nai 10 jon bhayek kokayek dipen da konistho putra dipen da koise je Ghar tu bhangi dile agote moy Bhramputra jaap di dim uff😂😂 kyuo iman toka thaka gayak 56 age hoise iman bosor gaan gale 1 toka nai niki ne aru kobat property asse xaitu media questions kora nai moy question🙋 korishu okol pitri property ashile niki iman bosor vilashi bahan nai niki aji kali dinot singer🎤 ghorot gari natjhaka nai beya napobp ramen da moy sadharan family matters matibo nukhuju but etya kun xosa kun missa buli kom bornika boruwa ba ne dipen da aru missa uporot missa mati asse 😂😂 natak hoy juwa kali reporter agot koise je jetya program editor nip boruwa da question🙋 korisile mukh khulibo ne koisile kom. Buli aru ata question je ramen da Jieyek a gali pare apuni katyaba Hudhishile ne kyuo gali pare pitri moy najau a najanu aru beya laghe kar beya Nalaghibo buli koisile jodi beya laghise olop o tenekuwa dukh bhav nai absya ramen da nohoy bornika ba nai kyuo iar answer 72 hour's hoi gol aru ghor Tu bhangi dile problem dipen da kyuo sobore xobo okol gaan gai beleg oko chakori nai najanu actually question🙋 kora Tu amar nohoy advocate reporter police thake Bhramputra jaap dibo 😂😂 bhangibo aji evening tetya jaap dibo Laghibo karon Ramen da juwa ek matro karon dipen da not bornika ba iman dangor singer🎤👩‍🎤 iman manhua val pai iman missa kotha so bad v😂😂but beya napobo sorry ramen da apuni natak korishe a missing case Tu natak xosa nohoy olop o dukh bhav nai kyuo olop kandibo Laghisie bornika ba o kanda nai 😂😂😂 ghorot a ase aru nohole Ramen da katyaba mrityu hoise Ramen da bahut a kom manhu a jane xaityu a xobo xuna xuna laghise Ramen da death 1 year xol niki meeting photo bur dekhaise je tenekuwa xobo natak kono beya behave kora nai but enekuwa cases bur xoy kokayek bayek bhayek paiwal Haikarone natak korile fake news dhora poribo pabo but zinda nohoy dekhabo Laghibo public but Ramen da katyaba mrityu hoise 😂😂❤❤❤🙏🙏🙏

  • @pratimachutia7218
    @pratimachutia7218 2 місяці тому

    Fedua bisari ja ghart bakib nelage

  • @DebodeboBorabora
    @DebodeboBorabora 2 місяці тому

    Hatot sunga kanot thila aru mukhor kotha dalalir dorae proshna, kun grohor o ghor ghor pota?

  • @rafalemosey7021
    @rafalemosey7021 2 місяці тому +2

    Sob Dalal Dalal Dala😶😶

  • @devajitkalita2196
    @devajitkalita2196 2 місяці тому

    Background t ki bal music diso

  • @arabindaray9779
    @arabindaray9779 2 місяці тому

    Porial tuk Olop hantit thakibo diok sanghatik bhai hot

  • @RaimaliRaimali
    @RaimaliRaimali 2 місяці тому

    Manubilak kubidahe besare take koboloi

  • @hasimali9023
    @hasimali9023 2 місяці тому

    Bal sagbadik ramen bruwar gorotkiyo iman okhanti korisa

  • @orh2649
    @orh2649 2 місяці тому

    ভতিজাই সোনকাল কৰি আছে দেই ,,,be carefull