wonderful car showroom. বহু কম দামতে গাড়ী দিয়া ডিলাৰ।

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • আপোনালোকক যিমান পাৰো সিমান ভিডিঅৰ মাধ্যমেৰে যি পাৰো কব চেষ্টা কৰিছো। মোৰ কাম হল আপোনালোকক বিভিন্ন সৰু সুৰা কথা জনোৱা লগতে সঠিক বস্তু, সঠিক সময়ত প্ৰদৰ্শন কৰোৱা।
    অজানিতে ভুল ভ্ৰান্তি হলে আপোনালকৰ ঘৰৰ সদস্যৰ এজন বুলি ধৰি লৈ ক্ষমা কৰি দিয়ে যেন। চেনেলটো ভাল লাগিলে subscribe, like কৰি দিয়ে যেন বহু কষ্ট কৰি ভিডিঅ বনাই আছো fb.watch/nvKcv...
    আপোনালোকক সঠিক সময়ত সঠিক সামগ্ৰী বা যিকোনো জ্ঞান প্ৰদান কৰা হৈছে মোৰ কাম।
    বাহন সম্পৰ্কীয় ক্ষেত্ৰত মই নিজেও বহু বাৰ ঠগ খাইছো। ভাবিছো কোনো যাতে মোৰ দৰে ঠগ নাখায়,বহু অভিজ্ঞতা হল এইটো দিশত। গাড়ী এখন কিনাৰ ক্ষেত্ৰত সঠিক ঠাইত যাতে আপুনি যাব পাৰে,সেইবাবে মই এই ভিডিঅ বনাব আৰম্ভ কৰিছো।বহু দালাল প্ৰকৃতিৰ লোক ইয়াৰ মাজত সোমায় গ্ৰাহকক বহু লুট পাট কৰা দেখিছো বা ময়ো বহু ঠগ খাইছো। ভিডিঅ সমুহ ভাল লাগিলে অলপমান শ্বেয়াৰ কৰি দিব।
    মোৰ এই দিশটোত আজি ৭ বছৰ অভিজ্ঞতা হৈছে। কিবা প্ৰয়োজনীয় গাড়ী সম্পৰ্কত সুধিব লাগিলে মোক কমেণ্ট কৰিব বা 8876749305,7002854144 ফন কৰিব। ধন্যবাদ।

КОМЕНТАРІ • 23

  • @kukjbez822
    @kukjbez822 Рік тому

    Bahhh

  • @bmd9248
    @bmd9248 Рік тому +1

    আজিকালি পাৰে দিয়া ইউটিউবাৰ বোলে দামী দামী car লব

    • @samudrabaruah7398
      @samudrabaruah7398  Рік тому

      ডাঙৰ ডাঙৰ ইউটিউবাৰৰ কথাই বেলেগ দাদা।

  • @lalitsaikia2641
    @lalitsaikia2641 Рік тому

    এইটো showroom ত ভাল কে video বনাওক

  • @gagan5489
    @gagan5489 Рік тому

    মজা

  • @kilokilo410
    @kilokilo410 Рік тому

    তোমাৰ ভিডিঅ বোৰ খুব ভাল লাগে। যদিও নতুন কৈ বনাই আছা

  • @gagan5489
    @gagan5489 Рік тому

    Wow

  • @mortalfan5435
    @mortalfan5435 Рік тому +1

    Bolero aru Innova Kun year r hoi aru kiman owner?

  • @Anitasharmaofficial1
    @Anitasharmaofficial1 Рік тому

    Innova lage bhal condition 1 lakh downpayment rpl

    • @samudrabaruah7398
      @samudrabaruah7398  Рік тому +1

      8876749305 নম্বৰত যোগাযোগ কৰক

  • @BiswajitDas-nt9fz
    @BiswajitDas-nt9fz Рік тому

    2020/2021 son ki gari ase

    • @samudrabaruah7398
      @samudrabaruah7398  Рік тому

      দাদা ভিডিঅত ফন নাম্বাৰ দিয়া আছে কল কৰিব,যদি বেছি অসুবিধা পায় মোক ফন কৰিব। 8876749305

  • @dxtravelfood
    @dxtravelfood Рік тому

    Kun jagat asa oo dealer khan

    • @samudrabaruah7398
      @samudrabaruah7398  Рік тому +1

      হাজোৰ ওচৰৰ গেৰুৱাত আছে। ফন নাম্বাৰ দিয়া আছে ভিডিঅ ত। যদি বেছি অসুবিধা পায় মোক ফন কৰিব।8876749305

    • @dxtravelfood
      @dxtravelfood Рік тому +1

      Re finance

  • @ashim1058
    @ashim1058 Рік тому

    Kio noariba priba tumio.bolero nhy audi knba priba

  • @Purnamili-ld2qi
    @Purnamili-ld2qi Рік тому

    Please apunar dibo patnar

    • @samudrabaruah7398
      @samudrabaruah7398  Рік тому

      কিবা যদি অসুবিধা পাইছে কল কৰিব 8876749305

  • @GevasorPathok-hz1bx
    @GevasorPathok-hz1bx Рік тому

    V d o bhal nahay

  • @Koli-k2w
    @Koli-k2w Рік тому

    Moyo kinim ha ,kon jga

  • @Bhanita-c1p
    @Bhanita-c1p Рік тому

    Grnti tmi dbo priba ne samudra quality r oprt