Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
মুহুৰহো ৰসিকাঃ ভূৱি ভাবুকা... আইগৰাকী কণ্ঠৰ গীত শৈলী সুন্দৰ পৰিৱেশন হৈছে কৃষ্ণ কৃষ্ণ... ভগৱন্তই কৃপা কৰক
আপোনাৰ প্ৰচেষ্টাক শলাগ লৈছোঁ। ভগৱানে মঙ্গল কৰক।
শুধ্য ৰাগ শুধ্য শুৰ ইমান মধুৰ শুনিবলৈ ইমান ধুনিয়া ধন্যবাদ
কৃষ্ণ ইমান সুন্দৰ কণ্ঠ মন ভৰি গল ।🙏🙏
আপোনাৰ কণ্ঠত গুৰুজনাৰ মহান সৃষ্ট বৰ গীতটিয়ে প্ৰাণ পাই উঠিছে, কৃষ্ণ🙏
কৃষ্ণ আই, বহুত সুন্দৰকৈ পৰিবেশন কৰিছে। ভাল লাগিল
কৃষ্ণ কৃষ্ণ মাধৱ মধুৰ ময়,,কৃষ্ণ
কৃষ্ণ 🙏 সুন্দৰ হৈছে আই🙏
ঃ জয় গুৰু শংক ঃচেষ্টা অব্যাহত ৰাখিলে গুৰু জনাই কৃপা কৰিবই
মই ভগবানৰ লগত বিলীন অনুভব কৰিলো
পাৰুল মনি পায়াঙ বাইদেউ ,আ পোনাৰ কন্ঠত গীতটি অতি সুন্দৰ হৈছে। ভগৱানে মঙ্গল কৰক।
আই গৰাকীয়ে বৰগীত ভাগত সুন্দৰ কণ্ঠ নিগৰাইছে । গুৰু জনাই কৃপা কৰক।
কৃষ্ণ, পাৰুলমণি আইৰ কণ্ঠদানত গুৰু জনাৰ বিৰচিত বৰগীত ভাগ সোণত সুৱগা চৰায়। বৰ মুগ্ধ হলো। ভগৱন্তই আৰু কৃপা কৰক।
Bhaal paribekhon hoise , dhanyabad
কৃষ্ণ কৃষ্ণ কৃষ্ণ মন অতিকৈ বিমুগ্ধ হলো
Khub sundar hoise baideu 🙏
বহুত বহুত সুন্দৰ
সুন্দৰ কনথ্ৰৰ সুৰ শুনি থাকিলেও আমনি নালাগে দিয়ক চোন, ঠিক আছে আপুনি গাই যাওক চোন ইমানেই,
কৃষ্ণ কৃষ্ণ ,সুন্দৰ পৰিবেশন । কণ্ঠ অতি সুন্দৰ ।
KB GB good😢😢😮bhalhscs
মনোমোহা কণ্ঠস্বৰ, সুন্দৰ পৰিবেশন। আগন্তুক দিনবোৰ উজ্জ্বল আৰু প্ৰগতিৰ হোৱাৰ বাবে শুভেচ্ছা জনালোঁ।
বৰ সুন্দৰ লাগিল, আপোনাৰ মাতটো বৰ শুৱলা।
অশেষ ধন্যবাদ জনাইছোঁ।
অতি সুন্দৰ। কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
ভাল
কৃষ্ণ।গীতে।মাতে।সুন্দৰ।সুৰে।মনমুকলিজেন।লাগিচে
জয় গুৰু শংকৰ🙏🙏
সুন্দৰ হৈছে
নৱবর্ষ ৰ শুভেচ্ছা জনালো সকলোলৈ আৰু আগন্তুক দিনবোৰত সকলো ঠিকেই আছেনে নাই চাই যাওক আৰু আপোনাৰ এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নাপাওঁ সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন ভগৱানে মংগল কৰক আপোনাক ধন্যবাদ জ্ঞাপন জনালো ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন, সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়,,,,,
কি অপূৰ্ব কণ্ঠ।শুনিলে শুনি থাকিব মই যাই।কৃষ্ণ অমৃত্ময় বৰগীত ফাকি শুনি অন্তৰত কি যে অনুভূতি হৈছে বুজাব নোৱাৰোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ সুমধুৰ কণ্ঠত বৰগীত। কৃষ্ণ কৃষ্ণ
পাঞাং বাইদেউ , ভাল হৈছে | ভগৱানে আশিষ কৰক |
কৃষ্ণ আই🙏গুৰুজনাৰ বৰগীত ভাগি আপুনি খুব সুন্দৰ কৈ পৰিৱেশন কৰিছে ।।🙏🙏
কৃষ্ণ। সুন্দৰ হৈছে বহুত।
Verygood tune. Sweet
Bohut bhal lagil
এই বৰগীতটি বহুতে শুনি পোৱাই নাই। এসময়ত আকাশবাণী ডিব্ৰুগড় চেণ্টাৰত ভক্তিগীতি অনুষ্ঠানত প্ৰায়েই শুনিবলৈ পাইছিলো। আপোনাৰ কণ্ঠত শুনি আপ্লুত হলো।
কৃষ্ণ কৃষ্ণ আই , বহুত সুন্দৰ হৈছে আৰু শুনিব পাম বুলি আশা কৰিছোঁ ।কৃষ্ণ কৃষ্ণ 🙏🙏
Baideu very very nice kontho 🙏🙏🙏❤❤❤
Krishna krishna.. monumuha kontha
খুব সুন্দৰ বাইদেউ ❤️❤️
আপোনাৰ কণ্ঠ বৰ সুন্দৰ আই ৷ কৃষ্ণ ৷
Bhal lagil আই
সুন্দৰ।
বৰ সুন্দৰ
কৃষ্ণ আমি বৰগীতভাগ বহু বাৰ শুনিছোঁ । আমি গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰ ৰ পৰা শ্ৰদ্ধা নিবেদিছো ।
Bhal lagile
Bohut hundor hoise...bhogobane apunak hodai kripa kori jaok, aru enekoi borgeet poribexon kori amaloi aagbohai jaabo buli bohu aasha korilu....Dhanyabaad
Krishna aai 👍
Bhut vl lagile baidew
বহুত ধুনীয়া । সঁচাই শুনি বৰ ভাল লাগিল এনাই । 😍❤️
তোমালৈ অশেষ ধন্যবাদ থাকিল ।
বাইদেউ🙏🙏🙏 সবাই বহুত ভাল লাগিল।
Baideu. Aaponar geet moi tow time morning evening hunu. Aaru gaboloi anurudh korilu
Dhanyabad ai kreesna
Khub khundor
বৰ ভাল হৈছে খুৰি😊
অতি সুন্দৰ পৰিবেশন ।
L .k.singha. from bongai gaon.krisno .guru kripa korok.
🛕🛕🛕🛕🛕🛕🛕🛕🛕🛕🛕🛕🛕🍇🍉🍇🍉🍇🍉🍇🍉🍇🍉🍇🍇🍉বৌ আপোনাক প্ৰনাম
Bahut vhl lgse.hundr.
বহুতধুনিযাহৈছেবাইদেউ
Bor hundor kontho apunar😘😘😘
কৃষ্ণ। অন্তৰ চুই গ'ল ।
অতি সুন্দৰ।
Xundar kantho👌👌👌👌
সুন্দৰ হৈছে বাইদেউ
Bar val lagil krisna
Hundh baideo🙏🙏🙏
Krishna aai
বহুত উপকৃত হ'লো। ধন্যবাদ। ৰাগ: শ্ৰী, বসন্ত, সিন্ধুৰা এই ৰাগ কেইটা দিলে আৰু অধিক উপকৃত হ' ব পাৰিম। কৃষ্ণ।
কৃষ্ণ আই ... আই ৰাগ ধনশ্ৰিৰ দেখো সখি মধুৰ মুৰুতি হৰি বৰগীত টি গাবসুন আই 🙏🙏 কৃষ্ণ 🙏🙏
Aponar dore moiu gaboloi sesta korim
Nice
সুন্দৰ কণ্ঠ
Best performance.
Undor lagise Krishna
Krishno📑📘
Bor sundor hoise Parul phon ata koriba tomar nomborto mor naikiahoi gol
😀
Bor xundar hoise parul ba.bhale ase ne.
Apunar no2 dik sun plzzzz
Ba please Jaya Jaya jadobo borgeet tu abar UA-cam ot di di bo
কিন্তো আপোনি ৰাগতো নাম নকলে
ৰাগ-সুহাই।(ৰাগটো উল্লেখ কৰাই আছিলে) আপোনালৈ অশেষ ধন্যবাদ থাকিল 🙏🏼
কৃষ্ণ। শুনি আপ্লুত হলোঁ। কিন্তু ভায়'লিনা ডেকা আই গৰাকীয়ে অভিমত দিয়াৰ দৰে বৰগীত ভাগি গুৰুজনাৰ ৰচিত নহয়, শ্ৰী শ্ৰী মাধৱ দেৱ মহাপুৰুষ গৰাকীৰহে ৰচিত। অপৰাধ বিনাশন।
Borgeeti last dukhar hunilei gm pab kar dara rosit.jdi kohoi Madhab koi tetiya Madhab debe rosit.
মুহুৰহো ৰসিকাঃ ভূৱি ভাবুকা... আইগৰাকী কণ্ঠৰ গীত শৈলী সুন্দৰ পৰিৱেশন হৈছে কৃষ্ণ কৃষ্ণ... ভগৱন্তই কৃপা কৰক
আপোনাৰ প্ৰচেষ্টাক শলাগ লৈছোঁ। ভগৱানে মঙ্গল কৰক।
শুধ্য ৰাগ শুধ্য শুৰ ইমান মধুৰ শুনিবলৈ ইমান ধুনিয়া ধন্যবাদ
কৃষ্ণ ইমান সুন্দৰ কণ্ঠ মন ভৰি গল ।🙏🙏
আপোনাৰ কণ্ঠত গুৰুজনাৰ মহান সৃষ্ট বৰ গীতটিয়ে প্ৰাণ পাই উঠিছে, কৃষ্ণ🙏
কৃষ্ণ আই, বহুত সুন্দৰকৈ পৰিবেশন কৰিছে। ভাল লাগিল
কৃষ্ণ কৃষ্ণ মাধৱ মধুৰ ময়,,
কৃষ্ণ
কৃষ্ণ 🙏 সুন্দৰ হৈছে আই🙏
ঃ জয় গুৰু শংক ঃচেষ্টা অব্যাহত ৰাখিলে গুৰু জনাই কৃপা কৰিবই
মই ভগবানৰ লগত বিলীন অনুভব কৰিলো
পাৰুল মনি পায়াঙ বাইদেউ ,আ পোনাৰ কন্ঠত গীতটি অতি সুন্দৰ হৈছে। ভগৱানে মঙ্গল কৰক।
আই গৰাকীয়ে বৰগীত ভাগত সুন্দৰ কণ্ঠ নিগৰাইছে । গুৰু জনাই কৃপা কৰক।
কৃষ্ণ, পাৰুলমণি আইৰ কণ্ঠদানত গুৰু জনাৰ বিৰচিত বৰগীত ভাগ সোণত সুৱগা চৰায়। বৰ মুগ্ধ হলো। ভগৱন্তই আৰু কৃপা কৰক।
Bhaal paribekhon hoise , dhanyabad
কৃষ্ণ কৃষ্ণ কৃষ্ণ মন অতিকৈ বিমুগ্ধ হলো
Khub sundar hoise baideu 🙏
বহুত বহুত সুন্দৰ
সুন্দৰ কনথ্ৰৰ সুৰ শুনি থাকিলেও আমনি নালাগে দিয়ক চোন, ঠিক আছে আপুনি গাই যাওক চোন ইমানেই,
কৃষ্ণ কৃষ্ণ ,সুন্দৰ পৰিবেশন । কণ্ঠ অতি সুন্দৰ ।
KB GB good😢😢😮bhalhscs
মনোমোহা কণ্ঠস্বৰ, সুন্দৰ পৰিবেশন। আগন্তুক দিনবোৰ উজ্জ্বল আৰু প্ৰগতিৰ হোৱাৰ বাবে শুভেচ্ছা জনালোঁ।
বৰ সুন্দৰ লাগিল, আপোনাৰ মাতটো বৰ শুৱলা।
অশেষ ধন্যবাদ জনাইছোঁ।
অতি সুন্দৰ। কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
ভাল
কৃষ্ণ।গীতে।মাতে।সুন্দৰ।সুৰে।মনমুকলিজেন।লাগিচে
জয় গুৰু শংকৰ🙏🙏
সুন্দৰ হৈছে
নৱবর্ষ ৰ শুভেচ্ছা জনালো সকলোলৈ আৰু আগন্তুক দিনবোৰত সকলো ঠিকেই আছেনে নাই চাই যাওক আৰু আপোনাৰ এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নাপাওঁ সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন ভগৱানে মংগল কৰক আপোনাক ধন্যবাদ জ্ঞাপন জনালো ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন, সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়,,,,,
কি অপূৰ্ব কণ্ঠ।শুনিলে শুনি থাকিব মই যাই।কৃষ্ণ অমৃত্ময় বৰগীত ফাকি শুনি অন্তৰত কি যে অনুভূতি হৈছে বুজাব নোৱাৰোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ সুমধুৰ কণ্ঠত বৰগীত। কৃষ্ণ কৃষ্ণ
পাঞাং বাইদেউ , ভাল হৈছে | ভগৱানে আশিষ কৰক |
কৃষ্ণ আই🙏গুৰুজনাৰ বৰগীত ভাগি আপুনি খুব সুন্দৰ কৈ পৰিৱেশন কৰিছে ।।🙏🙏
কৃষ্ণ। সুন্দৰ হৈছে বহুত।
Verygood tune. Sweet
Bohut bhal lagil
এই বৰগীতটি বহুতে শুনি পোৱাই নাই। এসময়ত আকাশবাণী ডিব্ৰুগড় চেণ্টাৰত ভক্তিগীতি অনুষ্ঠানত প্ৰায়েই শুনিবলৈ পাইছিলো। আপোনাৰ কণ্ঠত শুনি আপ্লুত হলো।
কৃষ্ণ কৃষ্ণ আই , বহুত সুন্দৰ হৈছে আৰু শুনিব পাম বুলি আশা কৰিছোঁ ।
কৃষ্ণ কৃষ্ণ 🙏🙏