স্বৰ্নকন্যা হিমা দাসৰ ঘৰত অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ || Zubeen Garg at Dhing Express Hima Das' home

Поділитися
Вставка
  • Опубліковано 20 сер 2024
  • স্বৰ্নকন্যা হিমা দাসৰ ঘৰত মাজনিশা উপস্থিত হ’ল অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কোচতে বহিব নে মৰমতে দাঙি ধৰিব ততে ধৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছে। জুবিনক প্ৰেৰণাৰ মূল উত্স হিচাপে খেলৰ আৰম্ভনিৰ পৰা গণ্য কৰি আহিছে হিমাই। তাতে জুবিনক অতি ঘৰুৱা পৰিৱেশত পাই উত্ৰাৱল হৈ পৰে খেলুৱৈ গৰাকী।

КОМЕНТАРІ • 184