পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী,পুত্ৰ সাংসদ । গৌৰৱ গগৈৰ সৈতে বাৰ্তালাপ।
Вставка
- Опубліковано 5 жов 2024
- পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী,পুত্ৰ সাংসদ।
পিতৃৰ আদৰ্শৰ পৰা পুত্ৰৰ কৰ্মলৈ।
শৈশবৰ পৰা বৈবাহিক জীৱনলৈ।
ৰাজনীতিৰ ইটো সিটো।
ভবিষ্যতৰ সপোন, পৰিকল্পনালৈ।
দিছপুৰৰ পৰা দিল্লীলৈ।
বন্ধুৰ পৰা ৰাজনৈতিক সতীৰ্থলৈ।
সাংসদ গৌৰৱ গগৈৰ সৈতে বাৰ্তালাপ।
আজি তৰুণ গগৈ চাৰক অসমৰ ৰাইজে বৰকৈ মনত কৰিছে , তেওঁৰ ব্যক্তিত্ব❤
এজন সৎ আৰু নিখুঁত ৰাজনৈতিক নেতা । গৌৰৱ গগৈ জিন্দাবাদ
ৰাজনীতিৰ বাহিৰেও আপোনি এজন সহজ-সৰল যোগ্য ব্যক্তি ।আগবাঢ়ি যাওঁক
সুন্দৰ উপস্থাপন কৰাৰ বাবে তেওঁ আৰু আপোনাক ধন্যবাদ
গৌৰৱ গগৈ দেৱৰ আদৰ্শ ভাৰতবষৰ সকলো ৰাজনীতি বিদে ললে ভাৰতবৰ্ষ বহু উন্নতি হৱ ।❤❤❤
ভগৱানে আপোনাক প্ৰতি মূহুৰ্তত ৰক্ষা কৰক , সদায় কুশলে ৰাখক 👏👏
অসমৰ এজন সৎ আৰু নিকা ৰাজনৈতিক নেতা।
গৌৰৱ গগৈৰ ধুমুহা এইবাৰ ❤❤❤
Next CM 🎉 Congratulations ❤
আপোনাৰ কথাবিলাক শুনি বহুত ভাল লাগিল আপুনি নগাঁৱৰ পৰা লোকসভা নিৰ্বাচন খেলক 👍👍 জিকিব 🎉 ১০০% ।
We need Gorov Gogoi 100%
That's why Education is important..What a class and grace.. very rare to see with many politicians.
সচাকৈ আপুনি এজন সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী ভাল লাগে আপোনাক লৈ বহুত আশা কৰোঁ অসমৰ বাবে।🙏🙏
গৌৰৱ গগৈ ডাঙৰীয়াএজন সুন্দৰ মনৰ ব্যক্তি অসমৰ ৰাজনীতি ত এজন যোগ্য ব্যক্তি
গৌৰৱ দেৱে গৌৰৱৰ কথা বুলি কোৱাত ময়ো গৌৰৱান্বিত ।
গৌৰৱ দা আপোনাৰ লগত আছো
তিনি গৌৰৱ লগ হওঁক 🎉 অসমৰ গৌৰৱ হব।
Next cm🎉congratulations Dada 🎉
#সোনাধৰ পেগু# ধন্যবাদ আমাৰ অসমৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া ।❤❤❤❤❤।
এগৰাকী সৎ আৰু নিকা ৰাজনৈতিক নেতা। আগুৱাই যাওঁক ✨✨
Next cm🎉🎉 congratulations❤ ❤❤
এজন সৎ আৰু সাহসী নেতা ।
আপোনাৰ কথা শুনি চাৰলৈ বৰ কৈ মনত পৰিল।❤❤❤
We love you Gaurav gogoi.... Aapunar Prasonality bohut val lage..... ❤
Next cm🎉
Gaurav Gogoi Zindabad🙏🙏
the only member of parliament from assam who is active and rocking!! i am proud of you. 🫶🏼
Gaurav Gogoi dhumuha eibar❤
ইমান ধুনীয়া উত্তৰ, ৰাজনীতি বাদ দি মানুহ এজন হিচাপে হে কৈছোঁ।
Next Chief minister Gourav gogoi... Mama go back
Next cm ❤ congresuletion
প্ৰিয় ব্যক্তি জন। ছাৰ, আপোনাক যোৰহাট কেন্দ্ৰীয় আলি আই লিগাঙত লগ পাই ভাল লাগিল।
Great CM of all time in assam till date
ভোগবানে সদাই ভালে ৰাখে,,🙏🙏🙏
Love you gourav da lots of love from Silchar ❤
অসমৰ গৌৰৱ, গৌৰৱ গগৈ ডাঙৰীয়াৰ। 🎉
অতি বুধিয়ক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কথাৰ মাজতেই হিটলাৰৰ সাশনৰ কথা চলে বলে কৌশলে কৈ দিলে। এয়াই হৈছে বুধিয়ক ৰাজনৈতিক নেতাৰ গুণ।😊
Future CM ❤
Val lagil, adin oxomor xonmanjonok axonot dekhiboloi pam buli Bishakh rakhisu.
Apunar kothabur hunile huni thakibor mon jai.bor dhunia kothupkothon.aguwai jauk apuni
Very impressive👍👍
So informative bartalap.
Thanks Chakrapani 🙏
🙏 Sir, you inspire us. A change is needed and you are the person who can bring the winds of change.
এজন সৎ লোক ❤। প্ৰতিটো interview bht besi vl lge sai. Gaurab gogoi
এসময়ত অসমৰ মুখ্যমন্ত্ৰী বুলিলে ‘তৰুণ গগৈ’ নামটো আমাৰ মনত স্থায়ীভাৱে ৰৈ গৈছিল। আগন্তুক দিনত অসমৰ ৰাইজে তেখেতক কি স্থানত ৰাখে সেইয়া আমি নিশ্চিত ভাৱে ক'ব নোৱাৰিম কিন্তু তথাপিও এজন প্ৰকৃত বিৰোধী তথা তেওঁ বৰ্তমানৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা ‘প্ৰভাৱশালী’ শব্দটো এদিন তেওঁৰ ক্ষেত্ৰতটো কোনোবাই ক'ব তথা ব্যৱহাৰ যে কৰিব সেইয়া নিশ্চিত।
ইমান দীঘলীয়া এটা কথোপকথনত তেওঁ ইংৰাজী শব্দৰ প্ৰয়োগ খুব কমেই কৰিলে, ভাল লাগিল, এইয়া অসম আৰু অসমীয়াৰ বাবে খুব যোগাত্মক কথা।
বিৰোধী থাকিলেহে চৰকাৰ সৰ্বটোপ্ৰকাৰে শক্তিশালী তথা ৰাষ্ট্ৰৰ উন্নয়ন সম্ভৱ হয়।(ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ হিচাপে কৈছোঁ)
তেওঁলৈ শুভেচ্ছা 🌻
এক সময়োপযোগী ধনাত্মক বাৰ্তাবাহী বাৰ্তালাপ ❤
I want to see you as a CM in future ❤
Cm hisape bisru apunk❤
Salute u from kashmir. (Pulwama warrior)
Indian Army...
I m always with u
Sale modi ne fouji o ka haal hi kharab kar diya .
Jabse modi govt. aya..
1..chutti time se nhi ..qki strength kam kar gyi..2019 k baad army mei bharti nhi huyi
2..7pay commission ka ajtak pta nhi chala
3..ek traffic police banne ke liye 9 mahina trng joruri jai. Lkin modi je agni veer ka bhrti karke desh ko khtre mai dal diya..technical training nhi kar sakte.
3..NH 44 ..jammu srinagar highway ..din raat 24 hrs crp duty dete hai...suraksha karte hai..dhoop .barish..baraf..mei duty karte hai...lkin un crpf jawano ko khre hone k liye.ek post banake uske 500 rs ka tin sheet kharidne ke liye sarkar k pass paise nhi hai
4..dist Pulwama..mai ajkl sare criminals bjp mai join kar rhe hai...
5..fouj ko politics mei ise kar rhe hai sarkar....
6..arey indian army abhi v
.98 ka jeep chala rahe hai...jabki ..50km ..chlne k baad garage mai maintained karna parta hai
Aur bht kuch...jisko bhi sabudh chahiye mei dunga ..proof k sath
Jai hind ..jai bharat
I want to see you as a C.M of Assam in future.
32:56 gaurav gogoi proved engineer can do anything except engineering
One of the Best video...Bohut hikibo parilu...Thank you
Bahut val Lagil interview tu
Enemiea boloistho neta Amak lge
One Question - CM ৰ পুত্ৰ বুলি পৰিচয় নিদিবলৈ সৰুতে দেউতাইকে শিকাইছিল নেকি ?
Such a composed person.we need more people like him..very polished
এগৰাকী ভদ্ৰ , উচ্চ শিক্ষিত আৰু দক্ষ ৰাজনীতিক ৷
one of the most intelligent politician of India... Your leadership always inspired young generation
Such a humble person he is! Best of luck for your future ❤.
অসমত তৰুণ গগৈ sir ৰ দৰে না আছিল না আছে না থাকিব।
গৌৰৱ দাদায়ে same।
অসমৱাসী য়ে সদায় মনত পেলাব।
দাদা আগবাঢ়ি যাওঁক।
খুব সুন্দৰ বাৰ্তালাপ..
You are very much simple with great personality.
I like your speech specially I like your Hindi conversation.
We are fortunate enough to have such a graceful personality in our Assam which reminds me of Lt.Indira Gandhi,I can only wish all the good for him
দুয়োজনলৈ কে আন্তৰিক অভিনন্দন জনালো ।❤❤❤ All the best .
Real Leader always I Respect You Sir
I'm from Manipur Full Support Sir Gogoi 👍
Sir you are real Hero of our political freedom.
অসমৰ এগৰাকী আদৰ্শ ৰাজনীতিবিদ বুলি মোক যদি কোনোবাই প্ৰশ্ন কৰে তেতিয়া মই দৃঢ়তাৰে কম গৌৰৱ গগৈ। আপোনাৰ ব্যৱহাৰ কথাশৈলী কৰ্মজীৱন চিন্তা ধাৰণা ভাল লাগে ।
My blessings to Gaurav Gogoi. Please go ahead with the people of India.
Pride of Assam, Gaurav Sir❤
He must be given a chance to become the CM of Assam
Assam need Politician Like Gaurab Gogoi❤🎉
Great personality
বহুত ভাল লাগিল অনুষ্ঠান টো চাই
Being educated is so cool!
He is the 💎 of Assam. We need him as CM 100%❤
Gaurav gogoi my favorite person.... Honest person❤❤❤❤
What a genuine person he is! May God bless u.
Great personality 👍
Both of you great parson 🙏🙏🙏
একদম যেন তৰুণ গগৈয়ে
Love you Gourav Da Lots of love from Hyderabad ❤❤❤❤
What a legendary personality sir
Future of indian democracy
Very active person.....lv u
My all time favourite 🎉🎉❤
গগৈ sir, আপোনালৈ বিশেষ অনুৰোধ আপুনি NPS বিষয়েও বক্তব্য ৰাখিব। কৰ্মচাৰী সকলকো আজি হিতাধিকিৰী সজাব বিচাৰিছে, এইটো ৰাইজক ক'লে ভাল।
সৰল মনৰ ৰাজনৈতিক ব্যক্তি গৌৰৱ গগৈ।জটিলতা নাজানে পিতাকৰ দৰে মূলবোধৰ ৰাজনীতি কৰে!
Next CM❤.....
I have met Gaurav da at PVR ghy. He will continue his legacy. 🎉🎉🎉
Wow mojja next CM of Assam
ইমান এ সৎ ব্যক্তিত্যৰ অধিকাৰী যে তেওঁ। এটা বিয়োগাত্মক মন্তব্য তেওঁৰ বিষয়ে দাঙি ধৰা দেখা পোৱা নাই বাৰ্তালাপ টোত ❤❤❤
Gauravsir.thanks.apgarure.deshko.age.legayinge
Next cm🎉🎉🎉gaurav gogoi
মৰম লগা মানু্হ ❤
Gaurav goi next CM😍
Dada BJP r birudhe kole son ... pm kissan, arunadoi , ako sarkari xubidhai nidiye...😢😢😢
Rahul gandhik PM
Aru aponak CM howa tu bisaro...
Next CM👍👍👍Congratulations
Sir আপুনি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদ কিয় নলয়?
আপুনি আৰু আগুৱাই যাওক
Prokitarthot ajon prokrito axomiyar sin dei ❤ apuni junkhon lukokhobha r pora khele heitu lukholhoba r manuh lucky ❤
Proud of you 👏
Intellectual Lecture by GG❤
Nice sir
Love from RAHA
Such a great personality he has❤