বাৰী ঢাপৰ কঠালৰ মুচিৰে আঞ্জা | jackfruit and clerodendrum colebrookianum recipe taste |

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 254

  • @shyhumanity2838
    @shyhumanity2838 2 роки тому +6

    Jiman dhuniya video himaan dhuniya xangeet aru himanyai dhuniya aanja

    • @amargaon3296
      @amargaon3296  2 роки тому +3

      ইমান সুন্দৰ কমেণ্ট আপোনাৰ পঢ়ি অতি সুখী হলো । ধন্যবাদ আপোনালৈ ।

  • @papudowarah1616
    @papudowarah1616 Рік тому +1

    Apunr video bur sai bahut vl lage eman hundar banai adresh to pam ni thai dhakhar bahut vl lagil ebar phurib jab mn asil

  • @koustavhazarika2923
    @koustavhazarika2923 2 роки тому +3

    Bohut vl lage video bur sai.. huvesha jonalu ba goraki ru hokoluke aguai jauk

    • @amargaon3296
      @amargaon3296  2 роки тому

      অশেষ ধন্যবাদ তোমাৰ মৰম চেনেহ সহযোগৰ বাবে ।

  • @dipaborah8139
    @dipaborah8139 2 роки тому +6

    কি মনোমোহা পৰিবেশ,লগতে বাহী,সুৰ, so amazing🙏🙏

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      ধন্যবাদ আপোনাৰ সুন্দৰ মন্তব্য ৰ বাবে

    • @dipaborah8139
      @dipaborah8139 2 роки тому +1

      @@amargaon3296 ,❤️❤️

  • @kalpanasarmah4641
    @kalpanasarmah4641 2 роки тому +3

    Bohut dhunia hoise hokolu bilak. Kothalor musi singi ani bonua amezei beleg. Aibilak apuni dekhuai thoka babe bohut dhoynnyobad baidew

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ ইমান মৰম দিয়া বাবে

  • @primsaikia
    @primsaikia 2 роки тому +2

    Apunar video bur si xosai bht vl lge ..amr oxomia manuh or anakua video sabo ple vl lge bht ...bht bht morom apunaloi❤️❤️❤️

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ ইমান সুন্দৰ কমেণ্টৰ বাবে । আগলৈও এনেধৰণৰ মৰম চেনেহ আশা ৰাখিছোঁ ।।

  • @tutumonibhumij4118
    @tutumonibhumij4118 2 роки тому +5

    Apunar guteikhini video k moi bohut val pau .. dhunia hoise apunalukor video khini aru dekhai thakok gaon r poribesh khini ..👌👌

    • @amargaon3296
      @amargaon3296  2 роки тому

      আমাৰ ভিদেও বিলাক আপুনি নিয়মীয়াকৈ উপভোগ কৰি আমালৈ যি সহযোগ আগবঢ়াইছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।।

  • @kanailalsharma1653
    @kanailalsharma1653 2 роки тому +2

    বৰ লোভ লগাইছা lএদিন টো যামেই

  • @sangeetaarohan4595
    @sangeetaarohan4595 2 роки тому +7

    আহাৰ ৰন্ধাৰ পদ্ধতিৰ পৰা পৰিবেশন কৰালৈকে সকলোবোৰ সুন্দৰ হৈছে। কোনো ৰহণ বাহ্যিকতা বা অতিৰঞ্জিত কৰা হোৱা নাই। প্ৰাকৃতিক পৰিবেশ এটা দাঙি ধৰিছে। এনেকুৱা ব্লগছ chinese চেনেল কেইটামান ত দেখিছিলো। উন্নত মানদণ্ডৰ। আগলৈ ইয়াতকৈও ভাল হোৱাৰ আশাৰে।

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । আমি চেষ্টা কৰি আছো মানদণ্ড উন্নত কৰি যাবলৈ । কিছুমান tools ব্যৱস্থা কৰি আছো যাতে আগলৈ ভিদেও বিলাক আৰু বেছি clarity কৈ দেখুৱাব পাৰোঁ ।

  • @rimjhimneog713
    @rimjhimneog713 2 роки тому +4

    অ বাইদেউ আঞ্জা শব্দটো আজ্ঞা হৈ আছে । ভাল লাগে আপোনাৰ এই চেনেলটো ।গাৱঁৰ এক নিভাজ ছবি ।

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ , শুধৰণি কৰা হল ।।।

  • @pankajdas9670
    @pankajdas9670 2 роки тому +2

    Dhuniya poddokhep tholua khadyo hokoluloi agborhaise...best wishes

    • @amargaon3296
      @amargaon3296  2 роки тому

      অশেষ ধন্যবাদ আপোনাৰ সহযোগ আৰু আশীৰ্বাদ ৰ বাবে ।।

  • @joydevbhumij1350
    @joydevbhumij1350 7 місяців тому +1

    Bahir hur2 bohut dhuniya dai apunar vidio bilk sai hepah npolai ❤❤❤❤bar bar sabo Mon jai

  • @জ্ঞানবিজ্ঞানৰজিলিঙনি

    অতি সুন্দৰ । ভাত সাঁজ দেখিয়েই খাবলৈ মন গৈছে

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ আপোনাৰ মৰম চেনেহ সহযোগৰ বাবে

  • @jesminbegum7811
    @jesminbegum7811 2 роки тому +2

    Aponar video loi bat sai thko khxe bhut vl dekhie aponie baa .kothalr muchie khai bhut vl lge...

  • @DigdarshikaThakuria
    @DigdarshikaThakuria 2 роки тому +3

    Bohut bhal Kam korisa eitu channel khuli.

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      Thank u so much for your support

  • @dimpusarma334
    @dimpusarma334 2 роки тому +7

    সুন্দৰ লাগিছে চাই। বৰষুণৰ পানীত কাগজৰ নাও, মজা লাগিছে চাই। নেফাফু পাত ভাজি খাই পোৱা নাই। কঠালৰ মুচি ৰ বাকলি আগতে গুচাই লৈ সিজিবলৈ দিওঁ।

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      বহুত বহুত ধন্যবাদ জনালোঁ । নেফাফু high pressure থকা মানুহৰ বাবে অতি উপকাৰী ওষধি গুণসম্পন্ন ।
      হয় , তেনেকৈও খাব পাৰি। আমি মাথোঁ কঁঠালৰ এঠা নাথাকিবলৈ ইয়াক আগতে বইল কৰি লওঁ ।

  • @himakshineog3080
    @himakshineog3080 2 роки тому +2

    বাহ, কি তৃপ্তিৰে ভাত সাজ খাইছে ন! মাইনাজনীলৈ বহুত বহুত মৰম দিছোঁ দেই

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহৰ বাবে

  • @jollybhuyan8354
    @jollybhuyan8354 2 роки тому +4

    বাঁহীৰ সুৰতো যে অনন্য,বাঁহীবাদকক ধন্যৱাদ।

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ , আপোনাৰ এনে কমেন্টে মনলৈ উৎসাহ কঢ়িয়াই আনিব ।

  • @gyanbora6518
    @gyanbora6518 2 роки тому +25

    ❤️❤️বতৰৰ পাছলী কঠালৰ মুচি ।খুব সুন্দৰকৈ ৰান্ধিলে ।দেখি খাও খাও লাগি গৈছে ।লগত নেফাফুৰ পাতৰ ভাজি ।এটা কথা আজিকালি আপোনাৰ ভিডিঅ বিলাকত কথা বতৰা পতা শুনি থকাৰ বাবে বেছি ভাল লগা হৈ পৰিছে ।খুব সুন্দৰ হৈছে ।আাপোনাৰ নতুন ভিডিঅৰ বাবে অপেক্ষা কৰিলো ।বাঁহিৰ মাতে মন মুহিছে ।বাঁহি বাদকলৈ ধন্যৱাদ জনালো ।

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । এনেধৰণৰ কমেন্টে মনলৈ উৎসাহ কঢ়িয়াই আনে ।।

    • @ranjanbarman1670
      @ranjanbarman1670 2 роки тому

      Ddddddddddddm

  • @junalilifestyle4711
    @junalilifestyle4711 Рік тому +1

    আপোনাৰ ভিদিঅ বোৰ চাই বহুত ভাল লাগে

  • @vastuandarchitecture2021
    @vastuandarchitecture2021 2 роки тому +2

    ইমান সুন্দৰ ভাৱে উপস্থাপন কৰিছে ।

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ জনালোঁ

  • @nabinchetry8739
    @nabinchetry8739 Рік тому +3

    বৌ আপোনা ৰন্ধা বোৰ দেখি খোব ভাল লাগে । আপোনা ভিদিওবোৰ চাও ভাল লাগে।তাতকৈ ভাল লাগিছে আপোনাৰ লগত থকা সেই গৰাকি কোন হয় ।সেই জনিক ছাব দেই ভাই বোৱাৰী কৰি আনিম ।

  • @dipaborah8139
    @dipaborah8139 2 роки тому +2

    আজি টিকলো টোৱে খুব চুমা দি আছে,সচাকৈ ইমান মৰম লগা হৈছে🌷🌷❤️❤️

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      হয়, আজি সকলোকে চুমা দি আছে ।।।

    • @dipaborah8139
      @dipaborah8139 2 роки тому

      ,❤️❤️

  • @priyankagogoi5159
    @priyankagogoi5159 2 роки тому +2

    Kothalor mushi amaru ani thoisu khaboloi,bohut bhal lage khaai🥰🥰🥰😋😋

    • @amargaon3296
      @amargaon3296  2 роки тому

      সঁচাই বহুত ভাল লাগে খাই ।

    • @AbdulMotin-lf9iq
      @AbdulMotin-lf9iq Рік тому

      Dhuniya lagise video to sai

  • @Swasmitaskitchen
    @Swasmitaskitchen 2 роки тому +7

    কঁঠালৰ recipe খুবেই tasty ❤❤❤❤❤❤❤🔥🔥🔥🔥

    • @amargaon3296
      @amargaon3296  2 роки тому

      হয় , বৰ ভাল লাগে খাবলৈ

    • @Swasmitaskitchen
      @Swasmitaskitchen 2 роки тому +1

      @@amargaon3296 আপোনাৰ ভিডিঅ বনোৱা ধৰণ tu ভাল লাগে ❤❤

  • @rrchannel8812
    @rrchannel8812 2 роки тому +2

    সুন্দৰ বাইদেউ আপোনাৰ সকলো vdo ভাল লাগে

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @sangitahazarika8342
    @sangitahazarika8342 2 роки тому +1

    Moi apunar chenel t noton apunar video bur sai khub val lage baki bohuto vlog sau kin2 apunaluke cemera agot nokoi video 2t nijor rondha aahar bur dekhuwai thake babe khub val lage bohut uniq apunar vlog bur aru Jen aaguwai jai

    • @amargaon3296
      @amargaon3296  2 роки тому

      Dhanyawad apunaloi ei dhoronor contant bhal puwa babe

  • @dibyajyotidas8843
    @dibyajyotidas8843 2 роки тому +2

    বহুত ধুনীয়া, আৰু আগবাঢ়ি যাৱক ।

    • @amargaon3296
      @amargaon3296  2 роки тому

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @manutrishnabhuyan5637
    @manutrishnabhuyan5637 2 роки тому +2

    সঁচকৈয়ে মনটো ভাল লাগি যাই এনেকুৱা পৰিবেশ দেখিলে ।। অসমীয়া পাকঘৰ টো দেখি কিমান যে ভাল লাগিছে । Video বোৰ বৰ ভাল লাগে । প্ৰথম চাইছোঁ আপোনাৰ video । আগুৱাই যাওক ।

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      ইমান সুন্দৰ comment আমালৈ পঠিয়ালে তাৰ বাবে বহুত বহুত সুখী হৈছোঁ । আগলৈ আমি আৰু ভাল ভাল ভিডিঅ দি যাবলৈ চেষ্টা কৰি যাম । আপোনাৰ সহযোগৰ বাবে অশেষ ধন্যবাদ থাকিল ।

  • @anjugogoi6536
    @anjugogoi6536 2 роки тому +5

    লোভ লাগি গৈইছে দেই । যি নহক ' এদিন যাম চাবলৈ ' খাবলৈ । শুভ কামনা থাকিল ।

    • @amargaon3296
      @amargaon3296  2 роки тому

      💛💛💛💛🙏🙏🙏🙏🙏🙏😊😊😊

  • @hemashriskitchen
    @hemashriskitchen 2 роки тому +2

    Thank u so much ba iman dhuniya k recepie to dekhua babe.... Edin vegetables boil recepie eta bonai dekhuabo ha 😊

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ দিয়া বাবে । নিশ্চয় দেখুৱাম .

  • @jutikadeuri5790
    @jutikadeuri5790 2 роки тому +2

    Hosa apunar video bur sai kiba eta apun apun lage o Iman val lage

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      আমাৰ traditional dish বিলাকৰ বাবেই এনেকুৱা লাগে । কাৰণ আমাৰ সকলোৰে গাঁৱলীয়া খাদ্য বিলাকৰ অলপ কিছু সাদৃশ্য আছে ।

  • @aradhyahazarika953
    @aradhyahazarika953 2 роки тому +9

    ঘৰৰ বাৰিৰ পাচলিৰে তৃপ্তিৰে এসাঁজ। অকণমানি জনীয়ে বাইকক বৰ মৰমলগা চুমা খালে...দেখি ভাল লাগি গ'ল।

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ ভিদেও টি উপভোগ কৰি ভাল পোৱা জানি ।

  • @bhanitadeviassam
    @bhanitadeviassam 2 роки тому +4

    ধুনীয়া লাগিল চাই

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ যাছিলোঁ

  • @RAADHE492
    @RAADHE492 2 роки тому +5

    💚🥰 *_সুন্দৰ উপস্থাপন_* 💚

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ জনালোঁ

  • @pubalisaikia154
    @pubalisaikia154 2 роки тому +4

    ❤Hosakoi apunar randhan aru khaidya xombhar poribeshan tu sai moi bhut applut huw baa.apuni ankoie aguwai juowk👍. bhut besi val lage o apunr video bur sai. Apunr gowkhnloi jab loi he mon jai kun thait jonab xun. Bhut etshaa ase jb. Plz. 👍👍

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      ধন্যবাদ জনালোঁ। আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয় । আপোনাৰ মৰম আৰু আশীৰ্বাদৰ বাবে আকৌ অশেষ ধন্যবাদ জনালোঁ।।

    • @pubalisaikia154
      @pubalisaikia154 2 роки тому +1

      @@amargaon3296 bhut bhut dhanyavaad baa thikona Tu januwar babe

  • @rimuboro5104
    @rimuboro5104 2 роки тому +3

    Always Best Your Video and Very Nice ❤

  • @birinchikr.hazarika347
    @birinchikr.hazarika347 2 роки тому +3

    অতি সুন্দৰ হৈছে

    • @amargaon3296
      @amargaon3296  2 роки тому

      🙏🙏🙏🙏💛💛😊😊ধন্যবাদ জনালোঁ

  • @ratanphukan6329
    @ratanphukan6329 2 роки тому +2

    Aji apunar kothalor vlog ti salu. Dudin agor vedio tu ajihey saboloi homoi paisu kintu asorit juakali amio kothalor or anja aru nephaphu bhaji khaisilu . Heia ji nohouk bor bhal lagil. Konmani jonik panit khelatu dekhi bor hohoj bhabey lobo nuaru Karon ai mahot bemar ajarey bor okhubidhat palai. Mur drishtit ji bilak dhora porey moi koi pelaon. Baya napaijen .

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      সঁচাই কেতিয়াবা আচৰিত ধৰণে কিছুমান কথা মিলি যায় ।
      আপোনাৰ পৰা সদায় এনেকুৱা মৰম চেনেহেই আশা কৰিছোঁ । আপোনাৰ কথাত একো বেয়া পাবলগীয়া নাই । আপুনি ভাল চিন্তাই কৰিছে ।
      আপোনাৰ কমেণ্ট টো পাই সুখী হৈছোঁ । ধন্যবাদ ।।🙏🙏🙏🙏😊😊😊😊

  • @Ayush-cu8no
    @Ayush-cu8no 2 роки тому +1

    Dhunia poribekh khub hundor hoise 😘

    • @amargaon3296
      @amargaon3296  2 роки тому

      Dhanyawad janalu 🧡🧡🧡🧡🧡🙏👍

  • @aborgohain5011
    @aborgohain5011 2 роки тому +3

    ভিডিঅ' টি চাই বৰ ভাল লাগিল। নেফাফু ভাজি মোৰো বৰ প্ৰিয়। আপোনালোকৰ মৌলিকতা অক্ষুণ্ণ থাকক🙏

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ । নিশ্চয় আমি মৌলিকতা অক্ষুন্ন ৰাখিবলৈ চেষ্টা কৰি যাম ।।

    • @aborgohain5011
      @aborgohain5011 2 роки тому +1

      🙏

  • @t.bleahvlogs9649
    @t.bleahvlogs9649 2 роки тому +3

    Oti xundor video

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ আপোনাৰ সহযোগৰ বাবে

  • @jonaliduttaborah
    @jonaliduttaborah 2 роки тому +10

    জুইত বনোৱা আহাৰৰ সোৱাদেই সুকীয়া 👌

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      সঁচাই , আপুনি ঠিকেই কৈছে ।

  • @arupgogoi5157
    @arupgogoi5157 2 роки тому +4

    আপোনাৰ বিডিঅ চালে ঘৰলৈ মনত পৰে! বহুত ভাল লাগে আপোনালোকৰ বিডিঅবোৰ নিভাঁজ গাঁৱৰ ছবিখন প্ৰতিফলিত হৈ ৰয়!❤️❤️

    • @amargaon3296
      @amargaon3296  2 роки тому

      চেষ্টা কৰি আছো গাঁও ৰ এখন প্ৰতিচ্ছবি আমাৰ ভিদেও বিলাকত দেখুৱাই যাবলৈ । আপোনালোকৰ মৰম চেনেহৰ বাবে ই ইমানদূৰ সম্ভৱ হৈছে । ধন্যবাদ আপোনালোকলৈ ।

  • @farhanabegum8515
    @farhanabegum8515 2 роки тому +2

    Apunalukor video bht vl lge kor pora video diye

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জ্ঞাপন কৰিলোঁ

    • @farhanabegum8515
      @farhanabegum8515 2 роки тому +1

      Apunalukor ghar kot hoi nu jonabosun plz

    • @amargaon3296
      @amargaon3296  2 роки тому

      @@farhanabegum8515 আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ দিচাং নদীৰ পাৰৰ এখন ভিতৰুৱা গাঁও ।

    • @farhanabegum8515
      @farhanabegum8515 2 роки тому +1

      Thanks jm baru ketiaba log koribole

  • @Ayush-cu8no
    @Ayush-cu8no 2 роки тому +1

    Oti hundor hoise,😘😘😘

  • @rashmirekhadihingia2404
    @rashmirekhadihingia2404 2 роки тому +1

    ধুনীয়া লাগিলে চাই

  • @ranubarman857
    @ranubarman857 2 роки тому +2

    Moiu Kothalor musir sobji khai bohut val pau. video 2 sai Bohut val lagil 👍👍👍
    👌👌👌 Next part xunkale diba 💖💖💖

    • @amargaon3296
      @amargaon3296  2 роки тому

      নিশ্চয় সোনকালে দিবলৈ চেষ্টা কৰিম

  • @Tiku223
    @Tiku223 2 роки тому +2

    Vl lagil video sai ... apunar ghor kot .

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জনালোঁ। আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয়

    • @Tiku223
      @Tiku223 2 роки тому +1

      Video di thakibo dai vl lge sai ❤

  • @gauravmedhi1149
    @gauravmedhi1149 Рік тому

    kothal pura gahori mangkho nisina lgise 😋

  • @bhabanideka8184
    @bhabanideka8184 8 місяців тому

    Val lagile sai❤🎉😮🙏

  • @BkBarasha
    @BkBarasha 6 місяців тому

    Khub xundor prosesta

  • @birinchikr.hazarika347
    @birinchikr.hazarika347 2 роки тому +2

    দেখিয়ে লোভ লাগি গৈছে

    • @amargaon3296
      @amargaon3296  2 роки тому

      অশেষ ধন্যবাদ জনালোঁ 🙏🙏🙏

  • @mainanath8082
    @mainanath8082 Рік тому

    Ba janir vindeu janak dekhabo sun.maina duta khub maram lga❤❤

    • @amargaon3296
      @amargaon3296  Рік тому

      ☺️☺️ua-cam.com/video/zsxceXZmF-s/v-deo.html

  • @prabalgoswami2427
    @prabalgoswami2427 2 роки тому +2

    Barhiya lagise banjan kaikhan

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ জনালোঁ

  • @madhujya007
    @madhujya007 2 роки тому +4

    সুন্দৰ উপস্থাপন👍👍

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জনালোঁ

  • @markjhonson2025
    @markjhonson2025 2 роки тому +2

    Khai bhal lagibo nobo😊😊😊😊👍👍👍👍

    • @amargaon3296
      @amargaon3296  2 роки тому

      হয়, ভাল লাগিল খাই । আমাৰ traditional আহাৰ সঁচাই বহুত সোৱাদযুক্ত হয় ।।

  • @manalishadas2421
    @manalishadas2421 2 роки тому +2

    বা ইমান ধুনীয়াকৈ সকলোখিনি বনাইছা তুমি❤ বহুত ভাল লাগিল বা ☺

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ তোমালৈ

  • @ritumanikalita7392
    @ritumanikalita7392 Рік тому +3

    💕💕💕

  • @SanjibBasa
    @SanjibBasa 7 місяців тому

    বৰ সুন্দৰ পৰিবেশ

  • @rashmirekhadihingia2404
    @rashmirekhadihingia2404 2 роки тому +1

    আপোনাৰ ঘৰল কৈ আছে আপোনাৰ পৰিবেশ ধুনীয়া হয়

  • @dipjyotiburagohain5273
    @dipjyotiburagohain5273 2 роки тому +2

    Val lagil sai ...👌horu eta mistake hoi ase neki baru anja tut agiya ...kuar babei beya npbo...N my always favourite tikli little angel 😘❤️.

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      কিয় বেয়া পাম ,ভুলটো আঙুলিয়াই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ । আমাৰ ভিদেও বিলাকক ইমান মৰম দিয়াৰ বাবে heartily thanks ...

  • @susibratasaikia3802
    @susibratasaikia3802 2 роки тому +2

    Jam dai khabaloi 😍😍

    • @amargaon3296
      @amargaon3296  2 роки тому

      🙏🙏🙏🙏😊😊😊💛💛💛💛

  • @xxx-jl8ty
    @xxx-jl8ty 2 роки тому +2

    Mind fresh video😌

    • @amargaon3296
      @amargaon3296  2 роки тому

      Thanks a lots।।।।।।।

  • @lizasworld2388
    @lizasworld2388 2 роки тому +1

    Ba apunar cemera man jonok ebar dekhuwaboson., Love from changsari

  • @mukundomuraridolnamrup74
    @mukundomuraridolnamrup74 2 роки тому +2

    Big frnd amar gaon❣️

  • @mmvlog9111
    @mmvlog9111 2 роки тому +2

    খায় বৰ ভাল লাগে 😋

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      ধন্যবাদ জনালোঁ😊😊😊😊🙏🙏🙏🙏

  • @binugogoi4731
    @binugogoi4731 2 роки тому +2

    Bohut Vaal lagil munna 👍❤

  • @krishnagogoi8918
    @krishnagogoi8918 2 роки тому +2

    Hsai emn val lagil video2 sai.. Mrinali ba apunr nijr vonti neki baideu.. Ru ata janib bhut mn goise camera man jn kun hoi nu?

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জনালোঁ । মিনালী মোৰ সম্বন্ধীয় ভন্টি হয় ।

  • @Sanjay-oj9hs
    @Sanjay-oj9hs 2 роки тому +2

    সুন্দৰ

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জনালোঁ

  • @bikramsaikia7721
    @bikramsaikia7721 2 роки тому +2

    Dhunia concept....

  • @purnarajkonwar9796
    @purnarajkonwar9796 Рік тому +1

    ভাল লাগিল ❤️❤️

  • @mainarabha1222
    @mainarabha1222 2 роки тому +1

    Bohut khundar

  • @pankajsatnami8427
    @pankajsatnami8427 Рік тому +2

    Bor Val lage dei sai

  • @archanakalita830
    @archanakalita830 2 роки тому +2

    Mor husband r ghrt kothalr gos ase biya howar pisr pora sobji bonaw bhut tasty hoi olp besi mosola lage... Ai nefaphu pat ki hoi nu sini npalu gos dal... Bohut morom dei

    • @amargaon3296
      @amargaon3296  2 роки тому

      কঁঠালৰ মুছি খাবলৈ বৰ সোৱাদ । নেফাফু পাত প্ৰায়ে ভাজি বনাই খাই । ই স্বাস্ত্যৰ বাবে বৰ ভাল । ইয়াৰ বহুতো ঔষধি গুণ আছে । এই শাকবিধ বজাৰত পালে মাজে সময়ে খাই থাকিব ।

  • @manuborah4135
    @manuborah4135 2 роки тому +3

    সুন্দৰ ❤️❤️❤️

  • @medinitalukdar4873
    @medinitalukdar4873 2 роки тому +6

    Mur mobile jibonot iman dhunia iman mon porokha video koto dekha nai........poribekh tuai xoondar
    Khati axomiar achol roop

    • @amargaon3296
      @amargaon3296  2 роки тому

      Bahut bahut dhanyabaad janalu apunar marom seneh r babe ..

  • @devbasnet7811
    @devbasnet7811 2 роки тому +4

    Mam can you tell me the district of your....really the way you are exploring our Assamese cuisine it must be appreciated

    • @amargaon3296
      @amargaon3296  2 роки тому +2

      Thank u so much for your love and support .. our village belongs to Charaideo district .

  • @kalpanasarmah4641
    @kalpanasarmah4641 2 роки тому +2

    Baidew hosa kotha ata koisu dei apuni kintu hosai bohut morom loga

    • @amargaon3296
      @amargaon3296  2 роки тому

      😊😊😊🙏🙏🙏 হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ ।।

  • @bhanitabarman5402
    @bhanitabarman5402 2 роки тому +3

    👍

  • @risaporimixassamese3044
    @risaporimixassamese3044 2 роки тому +2

    বৰ ধুনীয়া হৈছে দেই। মোৰ ভিডিও বোৰ এবাৰ সকলোৱে চাব বুলি আশা কৰিলো

    • @amargaon3296
      @amargaon3296  2 роки тому

      অশেষ ধন্যবাদ জনালোঁ

  • @hariprasadlaskar8452
    @hariprasadlaskar8452 2 роки тому +3

    o baideu apunar ghr kot jonab sun . aru apunar xoklubur video mur pio

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      ধন্যবাদ জনালোঁ। আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয়

  • @jagadishboro2965
    @jagadishboro2965 2 роки тому +3

    সুপ্ৰভা আমাৰ গাওঁ

  • @mainuphukan5182
    @mainuphukan5182 2 роки тому +1

    মই সদায়েই ফুড ব্ল'গ ফ'ল' কৰো চাইনীজ Dianxi Xiogis New Cooking, কিন্তু প্ৰথম বাৰলৈ নিজৰ অসমীয়া খাদ্যৰ ব্ল'গ এটা ভাল লাগিছে। নিৰাশ নহওঁ বুলি আশা থাকিল।

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      আমি লাহে লাহে quality আৰু script উন্নত কৰিবলৈ চেষ্টা কৰি আছো । ভৱিষ্যতে আৰু ভাল ভাল ভিডিও বনাই যাবলৈ চেষ্টা কৰি যাম । আপোনাৰ সহযোগৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ।

    • @mainuphukan5182
      @mainuphukan5182 2 роки тому +1

      @@amargaon3296 নিশ্চয়, শুভকামনা থাকিল। ভিডিওবোৰ প্ৰাকৃতিক হ'লে বেছি ভাল লাগে।

  • @Ri-if7zl
    @Ri-if7zl 2 роки тому +2

    Love jackfruit curry

  • @nirmaliboruah5146
    @nirmaliboruah5146 2 роки тому +2

    Sundar👌

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জনালো

  • @prasantagoswami1477
    @prasantagoswami1477 2 роки тому +4

    কি যে চিন্তাৰে কামবোৰ কৰিবলৈ ভগৱানে দিয়ে আৰু।গাৱৰপৰিবেশ আৰু মই ভাল পোৱা সকলো বিলাক। দেখি শুনি বৰ ভাল লাগিল।আজি ভাবি আছিলো কঠালৰ মুচিৰ কথা।বতৰৰ খাদ্য;বহুত ভাল লগা লোভনীয় আঞ্জা।
    কাৰণো চিন্তাৰে এই খুচ্‌ খুচিয়া কামবোৰ কৰে ; নাজানো আৰু। কাগজৰ নাওকে বনালে; ক'ৰবাত আকৌ নঙলাতে উঠা দেখুৱালে। তামোলৰ ঢকুনাতহে উঠা দেখুৱা নাই ; এইবাৰ দেখা পাম।

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      ধন্যবাদ , এইয়া আপোনালোকৰ মৰম চেনেহৰ বাবেই সম্ভৱ হৈছে । তামোলৰ ঢকুৱা ভিদেও clip লৈ ৰাখিছোঁ , পাছলৈ দেখুৱা হব ।।

  • @flamingosfly7926
    @flamingosfly7926 2 роки тому +4

    Ai tiruta Joni kun tumar camera man

  • @BkBarasha
    @BkBarasha 6 місяців тому

    Wonderful music

  • @laxmishiii9733
    @laxmishiii9733 2 роки тому +6

    Always cooked simple liked it❤❤❤

  • @bondonakachari1983
    @bondonakachari1983 2 роки тому +2

    ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জনালোঁ

  • @dhrubajyotibarman1138
    @dhrubajyotibarman1138 2 роки тому +3

    ❤️❤️❤️

  • @jayantamadhabdihingia6920
    @jayantamadhabdihingia6920 2 роки тому +2

    Ki gosor pat hoi aitu❓ jonaboxun

    • @amargaon3296
      @amargaon3296  2 роки тому

      নেফাফু গছৰ পাত হয় ।

  • @Vaunaporagboy
    @Vaunaporagboy Рік тому +2

    Nice👌👌👌

  • @nityasaikia5480
    @nityasaikia5480 2 роки тому +2

    Dekhi khou khou lagi goise kothalor vagi khon

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @sibanidevi7656
    @sibanidevi7656 2 роки тому +2

    Eta video Miss koribo mn najai. Imean vl lage.

    • @amargaon3296
      @amargaon3296  2 роки тому

      আপোনাৰ দৰে দৰ্শকৰ বাবেই ভিদেও বনাবলৈ উৎসাহ পাওঁ ।

  • @xxx-jl8ty
    @xxx-jl8ty 2 роки тому +2

    💝

  • @lioncub5198
    @lioncub5198 2 роки тому +2

    ❤️❤️❤️❤️❤️

  • @dayaldas4282
    @dayaldas4282 2 роки тому +2

    Ghorot ny jodiu apuni rondha bur Sai aanonda Lou ❤️

    • @amargaon3296
      @amargaon3296  2 роки тому

      ধন্যবাদ জনালোঁ তোমালৈ

  • @jitunath8056
    @jitunath8056 7 місяців тому

    আপোনাৰ সকলোবোৰ ভিডিও শলাগ লব লগীয়া কিন্তু background music ইমান ডাঙৰ volume অসহ্য লাগে background music ৰ sound টো কমাওক আৰু বেছি ভাল লাগিব