মাজুলীত এতিয়া চৌদিশে কেৱল পানী আৰু পানী আৰু বানাক্ৰন্তৰ চকুলো

Поділитися
Вставка
  • Опубліковано 30 чер 2024
  • হাজিৰা কৰি কষ্টৰে ৫০হাজাৰ টকা জমা কৰিছিলোঁ! সকলো উটি গ'ল... মাজুলীত এতিয়া চৌদিশে কেৱল পানী আৰু পানী আৰু বানাক্ৰন্তৰ চকুলো
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 255

  • @prabitachutia448
    @prabitachutia448 Місяць тому +61

    মিউজিক টো মাজত কিহৰ দৰকাৰ ! কথাখিনি শুনাত বা বুজাত অসুবিধা হয় ,

    • @rintudutta6224
      @rintudutta6224 Місяць тому

      TRP lge ,news report rk beleg eku mtlb nai

    • @twinkolboro4194
      @twinkolboro4194 Місяць тому +2

      সেই কাৰণে চাবলৈ মন নাযায় ইহঁতৰ বাতৰি

  • @nabachakraborty6780
    @nabachakraborty6780 Місяць тому +24

    সঁচাকৈয়ে কবলৈ কোনো ভাষা নাই
    এতিয়া বহু দুখৰ মাজতো দুখ।
    সেয়ে ভগৱানৰ ওচৰত ‌ প্ৰাথণা মাজুলী বাসিন্দা সুখ শান্তি প্ৰদান কৰে

  • @Ghbb2
    @Ghbb2 Місяць тому +10

    হে প্ৰভু সত্ৰ ..নগৰী মাজুলীৰ কিয় এনেকুৱা কৰিছাঁ 😢😢দয়া কৰা প্ৰভু ..কিবা এটা চমৎকাৰ কৰা 😢

  • @tutumanibarman5384
    @tutumanibarman5384 Місяць тому +3

    ১ জন খেলুৱৈৰ নামত কোটি কোটি টকা খৰচ কৰাতকৈ যদি সেই টকাৰে এইবোৰ কাম কৰিলেহৈ অন্তত থকা দিনকেইটা ভালকৈ থাকিব পাৰিলে হৈ । জীয়াই থাকিবলৈ মানুহক ইমানো টকাৰ প্ৰয়োজন নহয় লগত চাকৰি ১ তা টো দিয়ে এ । দৃশ্যটো দেখি বহুত দুখ লাগিল 😢😢😢😢😢

  • @rumubhattacharyya2848
    @rumubhattacharyya2848 Місяць тому +41

    হে ভগৱান ক'ত আছা মানুহ বোৰক ৰক্ষা কৰা। বহুত দুখ লাগিছে।

  • @user-tv3kf1kr9d
    @user-tv3kf1kr9d Місяць тому +33

    ভাষা নাই মনৰ দুখ প্ৰকাশ কৰাৰ

  • @mahendrakalita4514
    @mahendrakalita4514 Місяць тому +14

    Background music টো সৰুকৈ বজালে কি অসুবিধা হয় জনাবচোন

  • @dulumonigogoi3311
    @dulumonigogoi3311 Місяць тому +25

    আমাৰ দৰে দুখীয়া মানুহৰ দুখ কোনেও বুজি নাপায় ।

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw Місяць тому +57

    বানপানীৰ বাতৰিত নিউজ চেনেলবোৰে আনন্দ পাই নেকী? লগত যে মিউজিক বজাই থাকে। এইয়া পপ চং বুলি ভাবে নেকি?

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s Місяць тому +1

    বৰমুৰিয়া লোভিয়া কেইটাৰ কাৰণে সাধাৰণ লোকৰ দুৰ্যোগ এতিয়া।বৰ দুখ লাগিছে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому +5

    কম আৰ্তনাদ নে?এওলোকৰ"দুখ কোনে"বুজিব?A/C ৰূমত সকলৰ"বাবে এইবোৰ মানুহ নহয়;নিৰ্বাচনৰ সময়ত হে আই বোপাই;ককাই-ভাই সকলো।এইসময়ত সিহতৰ এই মানুহবোৰ"গৰু পহু তুল্য।ইয়াৰ ক্ষতি পূৰণ কতপাব কোনে দিব?

  • @amritdutta4928
    @amritdutta4928 Місяць тому +1

    অসহনীয়। এনেকুৱা মানুহৰ দুখ দুৰ্গতি বুজা সকলে নুবুজে। তৎকালীন ভাবে চৰকাৰে সহায় কৰে যেন।

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Місяць тому +4

    চৰকাৰে টকা বোৰ মন্ত্ৰী কিনা বেতাৰ খৰচ কৰক খৰালি বানপানী ৰ কথা চিন্তা কৰিব নালাগে পাৰিলে এবাৰ বানপিৰিত ক উৰাজাহাজ ত উঠি চাই যাৰ

  • @kushalkalita7921
    @kushalkalita7921 Місяць тому +1

    মাননীয় মুখযমন্ত্ৰী ডাঙৰীয়া মাত্ৰ election আহিলে আপোনাৰ মাজুলী ,বাত্ৰদবা ,বৰপেটা লে মনত পৰে , কংগ্ৰেছ beaa আপোনালোকক টো বহু সময় দিলে কেটিআবা এই সমস্যা সমাধান হব,election আহিলে যে গোটেই দিছপুৰ খন মাজুলী লে উঠি জাই এই সময়ত সেই নেতা বোৰ কত জাই

  • @nirugohain3371
    @nirugohain3371 Місяць тому +1

    ইমান দুখ লগা দৃশ্য 😮

  • @JibesBarman
    @JibesBarman Місяць тому +2

    বহুত বেদনায়ক দৃশ্য দুখ লগা কাহিনী

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf Місяць тому +2

    এইবোৰ আমাৰ হিন্দু পৰিয়াল এতিয়া কিয়নো হিন্দু ৰক্ষা কৰিব পৰা নাই এনে বৰ কেবল হিন্দু মুছলমান ৰাজনীতি হে ভগবান এই পৰিয়ালৰ কেইটা তুমি কৃপা দৃষ্টি কৰিবা

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf Місяць тому +3

    হে ভগৱান তুমিযে কিবা কৰা

  • @JayPegu321
    @JayPegu321 Місяць тому +4

    মাজুলী ক'ত কি হ'ল একো জেগাৰ নাম উল্লেখ কৰা নাই sudmaroni news দিছা কাম নাই ...

  • @user-ld1jv5rw1d
    @user-ld1jv5rw1d Місяць тому +3

    Gourav kot palal maksudatu

  • @manabkonwar423
    @manabkonwar423 Місяць тому +2

    হে প্ৰভু কি তোমাৰ লিলা প্ৰভু দয়া কৰক

  • @KhagenChandra-ec5if
    @KhagenChandra-ec5if Місяць тому +2

    হে ভগৱান

  • @narenray3469
    @narenray3469 28 днів тому +1

    কটাশাবাৰী গাঁৱত বৰষুণ দিয়া নাই এতিয়ালৈকে নৰেন ৰায বঙাইগাঁও

  • @modernassamesesong3518
    @modernassamesesong3518 Місяць тому +1

    Pray for Majujli citizens 😢🙏🏻

  • @munnadas2413
    @munnadas2413 Місяць тому +3

    Music টো অলপ বেছি হল নেকি কিবা drama চলি আছে নেকি।।

  • @HelenaBegum-fj9mn
    @HelenaBegum-fj9mn Місяць тому +2

    Bll music kihor dorkar asill

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 Місяць тому +2

    বহুত দুখ

  • @ultralegendpromaxgod9396
    @ultralegendpromaxgod9396 Місяць тому +1

    Yesterday in bongaigaon. The day going on rain, the rain not even stop for 1 minute also . road are damage and under water. The aie river cross the road😢😢.

  • @deepabaruah1585
    @deepabaruah1585 Місяць тому +2

    Please Great Almighty..... please please forgive us human beings as u are our FATHER whom we all look upon to u to protect us all...... please forgive us for our bad deeds our egos and help us 😢😢😢

  • @amarjyotinath1204
    @amarjyotinath1204 Місяць тому +1

    প্ৰকৃতিৰ লীলা 🙏🙏🙏🙏

  • @rkddas5599
    @rkddas5599 Місяць тому +4

    Music dal ki karone dibo Lage

  • @prasantadas5120
    @prasantadas5120 Місяць тому +1

    Bohut dukh loga 😢

  • @Victoriaebyt
    @Victoriaebyt Місяць тому +4

    Bohut dukhor kotha. Every year Assam faces floods but there's no effective action by the authorities. Are we still aware of the deluge and the after effects of the floods. Politicians and authorities should be empathetic and compassionate. This way nothing can be done to face the floods . Again everyone will forget after the flood recedes. There no strategic plan by the authorities. Bring in expertise and involve academicians and strictly act on the solutions. Otherwise Assamese people will face this every year. Majuli should be preserved.

  • @Babaram123
    @Babaram123 Місяць тому +1

    Seriel soli ase nki bru , background music j bojai ase।।

  • @sangita250
    @sangita250 Місяць тому +1

    Bor dukh lga paribekh hoise god bless them 😢😢

  • @chiranjibdutta565
    @chiranjibdutta565 Місяць тому +2

    Music bilk bondh koribo ,jodihe ami kotha khini bhalkoi xunibo paro

  • @hemjeet2023
    @hemjeet2023 Місяць тому +16

    অসমৰ মূখ্য মন্ত্ৰীৰ নিমাত কিয়😢।।।

    • @Glorious58-o6p
      @Glorious58-o6p Місяць тому +3

      Cm y ki koribo paribo. Nature r agot kuneo eku koribo nuware

    • @assambmvlogs767
      @assambmvlogs767 Місяць тому +2

      Nuare Bhai..kin2 ahebo2 pare..mathari bilak valke bonabo pare..jetia mathari singu singu hoi tetia kiba bebostha lobo pare..hoi eku koribo nuare hosa..kin2 jibur banpani khoti hoi tak komabo pora jai..jodi poisa namari mathari bilak valke bonua hoi..

    • @Glorious58-o6p
      @Glorious58-o6p Місяць тому

      @@assambmvlogs767 Raije daa loi hei Prafulla bora bula jonok ru engineer kaijonk dhori bhandi ei paani te pelai dibo laage

    • @user-zk5gc6kx6s
      @user-zk5gc6kx6s Місяць тому +1

      পিছে অসমৰ গৌৰৱ গৌৰৱ গগৈ বুলি জয়গান কৰা জনে ও এবাৰ ও এতিয়া তালৈ যোৱা নাই দেই।ভোটৰ আগত তালি টোপোলা বান্ধি থিতাপি লৈছিল।

    • @Glorious58-o6p
      @Glorious58-o6p Місяць тому +2

      @@user-zk5gc6kx6s Gaurav gogoi y miya bangladeshi r enekowa kiba eta huwa hole raati y taat gol hoi.

  • @narenray3469
    @narenray3469 28 днів тому +1

    বঙাইগাঁও জিলা বৰষুণ দিয়া নাই এতিয়ালৈকে

  • @RajibHorijon
    @RajibHorijon Місяць тому

    অতি সুন্দৰ

  • @rosenjitborah292
    @rosenjitborah292 Місяць тому +2

    Music in news why

  • @dipsikhaphukan1145
    @dipsikhaphukan1145 Місяць тому +1

    Kripa kora. Probhu

  • @jituborgohaibaba9151
    @jituborgohaibaba9151 Місяць тому +1

    Background music ki sat dal koribola dibo lage

  • @simigogoi8051
    @simigogoi8051 Місяць тому

    অসম চৰকাৰ আপোনালোকে caa সহায়ত আনৰ দেশৰ নাগৰিক আহিব বাট মুকলি কৰিল।এই বানপিড়িত মাজুলীৰ মানুহখিনি কথা অলপ চিন্তা কৰক।অসমৰ বানপানীত মানুহৰ আৰু জীৱৰ যি বিলয় বুকু কপি উঠা।হে ভগৱান সুমতি দিয়া অ।

  • @chittagogoi2716
    @chittagogoi2716 Місяць тому +2

    No মিউজিক ok

  • @janardanbora2803
    @janardanbora2803 Місяць тому +8

    আমাৰ অসমৰ নেতা বোৰ যেতিয়া মথাউৰি ভাঙি লৈ যাই তাৰ পিছত তাত গৈ ওলাই গৈ খৰালি সময়ত কি ছেট কৰি থাকে নেকি লাজ নালাগে নে বানৰ বাবে কোটি কোটি টকা আহে কিন্তু কি কৰে যেতিয়া মানুহ কৰিব নতুবা মথাউৰি ভাঙিব তেতিয়া মুখ খন দেখাই গৈ আৰু মানুহে হেই সময়ত গামোচা পিন্ধাই দেখাই ঘটনা হোৱাৰ আগত কেতিয়াও চিন্তা নকৰে ছেটৰ আজি হেই বাবে এই অৱস্থা অসমৰ মানুহৰ

    • @user-zk5gc6kx6s
      @user-zk5gc6kx6s Місяць тому +1

      গৌৰৱ গগৈৰ জয় হোৱা পিছত বৰ ৰং কৰিছিল নহয় এতিয়া পিছে বান সাহায্য দিবলৈ গৈছে নে?

    • @janardanbora2803
      @janardanbora2803 Місяць тому +5

      অনুৰাগ বঙালী গৌৰৱ গগৈ অসমৰ বান মন্ত্ৰী নহয় তেওঁ আজি সংসদত অসমৰ বানৰ কাৰণে কি ভাষণ দিছে সেইটো চাই ল আমাৰ অসমৰ মানুহ কিছুমানে এতিয়াও গৌৰৱ গগৈ মন্ত্ৰী বুলি ভাবি আছে চাগে বিজেপিৰ নেতা বোৰক প্ৰশ্ন কৰ চূণ যে মথাউৰি বা কিবা এটা ঘটনা হোৱাৰ পিছত তাত গৈ ওলাই গৈ তাৰ আগত কি ছেট কৰি থাকে

    • @user-zk5gc6kx6s
      @user-zk5gc6kx6s Місяць тому

      তোৰ গৌৰৱ গগৈয়ে সদনত ভাষণত হে নেতা তাৰ বাদে একো কাম নাই। কলিয়াবৰ ত শূণ্য কৰি থৈ গ'ল।

    • @janardanbora2803
      @janardanbora2803 Місяць тому

      @@user-zk5gc6kx6s সেইবাবে যোৰহাটৰ জনতাই জিকাই আনিলে ন

  • @THEVILLAGERGIRLS7695
    @THEVILLAGERGIRLS7695 Місяць тому +3

    Background music 2 bondo Kori dibo ,editing bhal hua nai

  • @tapansaikia5798
    @tapansaikia5798 Місяць тому +1

    Music ki koriboloi dise

  • @mintumonidaskonwar2609
    @mintumonidaskonwar2609 Місяць тому +1

    😢 bor dukh lagise dekhi

  • @user-yr7lo7do3y
    @user-yr7lo7do3y Місяць тому +3

    Gourav gogoi kot goll he tak mat

    • @chandandutta3186
      @chandandutta3186 Місяць тому

      Bjp Kat? Majulit bjp vote besi paise public r pora. Aanhate bjp govt central aru state t ase. So, bjp k maat. Gaurav gogoi opposition t ase bujis. 2014 r pora modi pm, majulir problem kiyo solve Kara nai. State t bjp r two term r govt sali ase. Bjp k maat

  • @pranjal1393
    @pranjal1393 Місяць тому +1

    আকৌ বোলে বিজেপি আহিলে অসমত বানপানী নহা হৈ যাব? অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হব।

  • @NeonKonwar
    @NeonKonwar Місяць тому +1

    Bahut dukh lagise pravu Tumi kiba at samatkar kora pravu

  • @pabantalukdar7081
    @pabantalukdar7081 Місяць тому +1

    Bht dox loga hoise 😥😥😔😔😔

  • @pritom-channel
    @pritom-channel Місяць тому

    🙏🙏

  • @NeonKonwar
    @NeonKonwar Місяць тому +1

    Hai pravu kiba at kora

  • @Chizu_x
    @Chizu_x Місяць тому +1

    Music tu dibo nalege

  • @ChikunPori
    @ChikunPori Місяць тому +1

    He bhagwan sokaloke daya kora prabhu bohut dukh lagise 😢

  • @pulinnath8881
    @pulinnath8881 Місяць тому

    Back ground music ????

  • @sriparashmonidasraja5672
    @sriparashmonidasraja5672 Місяць тому +2

    Mohatma gandhi agu ai goise karawnai dekh sadhin hoise ami o agu ai jai ai manuh bilacock xo hai koriba lagibo

  • @Glorious58-o6p
    @Glorious58-o6p Місяць тому +1

    Ghenta video editing koriso background t ki balor music logai thoiso

  • @kulendradeka8274
    @kulendradeka8274 Місяць тому +1

    Baanpanir khabarat kihar music😮😮

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Місяць тому

    ❤❤

  • @AshimaBora-wp3xy
    @AshimaBora-wp3xy Місяць тому +1

    😢😢😢😢😢😢

  • @Frrrr967
    @Frrrr967 Місяць тому

    Music dal nu koi emn dibo lage

  • @DipankarDhemajibuzz
    @DipankarDhemajibuzz Місяць тому

    😢😢😢

  • @niharikasaikia846
    @niharikasaikia846 Місяць тому +1

    Bhout dhuk lagil kobola bhaka nai😢😢😢

  • @Ayusmann
    @Ayusmann Місяць тому +2

    Gourav gogoi jika pisdinai sun eyale.douri agisel...eman dine.ahibo pora nii nee.......emn dine reson dibo lagisele

    • @ankitasaikia7547
      @ankitasaikia7547 Місяць тому +1

      Gourav loksabha mla ha ..Amar CM ki hol ..majuli khn tu direct BJP r pockt r ha ..last yr sun Sarbananda tar prai khelisil tew koloi gol ..?? Kobole hohoj june voge tewluke ha jane ..

    • @Ayusmann
      @Ayusmann Місяць тому

      @@ankitasaikia7547 nijor.smostituk loi.mla aru mpr besi dayetro thake...dekhim delhit gourav gogiye seyori seyori kiman unnoti kore majulik......

  • @dhanjitdeka2979
    @dhanjitdeka2979 Місяць тому +1

    Aikhan Natak ba Cinema nhy je background music lage/

  • @ChowkatAli-cr1zm
    @ChowkatAli-cr1zm Місяць тому +1

    How sad

  • @user-ul7sm4pi7g
    @user-ul7sm4pi7g Місяць тому

    মিউজিক নিদিব। কথা বোৰ বুজি নাপাই।

  • @user-cr2pb9iv4v
    @user-cr2pb9iv4v Місяць тому

    😢😢

  • @jayantadutta1024
    @jayantadutta1024 Місяць тому +2

    Bea lagee enekua news sai. Vogobanee hohai korok teulookok.

  • @rubulkachari1164
    @rubulkachari1164 Місяць тому +1

    Bor dukh loga hajira bilake gom pai

  • @user-gk3yf6oj4i
    @user-gk3yf6oj4i Місяць тому

    বহুত দোক লগা কথা

  • @priyankudutta3263
    @priyankudutta3263 Місяць тому

    ৰক্ষা কৰা প্ৰভূ

  • @endoftheglobe4674
    @endoftheglobe4674 Місяць тому

    Emane background music dise je lagise cinema he sai aasu. Ajikali masala rahan nuhuake news telecast nahoiye

  • @THEVILLAGERGIRLS7695
    @THEVILLAGERGIRLS7695 Місяць тому

    😢😢😢😢

  • @juntikhan4801
    @juntikhan4801 Місяць тому

    মিউজিক খুনিম নে, টোৰ কথা খুণিম

  • @biswasonowal8386
    @biswasonowal8386 Місяць тому

    😢

  • @chitralekhamedhi9677
    @chitralekhamedhi9677 Місяць тому

    বাতৰি টো দিছে ঠিকে আছে কিন্তু এই মাজতে মিউজিক টো দিবলে কি দৰকাৰ আছিল ako ডাল বুজি নাপাওঁ। সেই কাৰণে এই বিলাক চেনল ভাল নেলাগে ।DD news a val kuno begground mujik nai

  • @bishnubaruah9983
    @bishnubaruah9983 Місяць тому

    😢😢😢😢😢

  • @bumonjyotikolita
    @bumonjyotikolita Місяць тому

    🥺💔

  • @rumi3848
    @rumi3848 Місяць тому

    V so sad

  • @gogoiready6853
    @gogoiready6853 Місяць тому +3

    Full on corruption... Commission loi kam hola ana hoi.. Raij vuga

  • @manikidevi5405
    @manikidevi5405 Місяць тому

    😭😭😭😭

  • @psblogs3281
    @psblogs3281 Місяць тому +1

    Ghor khan sorkare bonai diyok...bohut dukh lagise

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Місяць тому +1

    😮😮😮😮😮😢😢😢😢😢

  • @pinkuboruah2245
    @pinkuboruah2245 Місяць тому

    😭😭😭

  • @pranjal1393
    @pranjal1393 Місяць тому

    ৰজা মহাৰজা ক'ত?

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Місяць тому

    অনুৰোধ জনাইছোঁ এজন কৈ পৰিয়ালৰ চৰকাৰী চাকৰি diyak অসম চৰকাৰে

  • @RK04352
    @RK04352 Місяць тому

    😢😢😢😢😢😢😢😢😢😢

  • @manashpratimbora6094
    @manashpratimbora6094 Місяць тому +2

    Amit saah kot, Tak kur akon di pukhuri khandibo logai de

  • @papumoran5681
    @papumoran5681 Місяць тому

    বহুত😢 দুখৰ বিখয়

  • @jagadishsaharia819
    @jagadishsaharia819 Місяць тому

    😭

  • @polphukan251
    @polphukan251 Місяць тому

    😭😭😭😭😭

  • @JayPrakashKumar-gc3iv
    @JayPrakashKumar-gc3iv Місяць тому

    কি কম চকু পানি নিগৰি গল ৷ ভগৱান কিয় এনেকুৱা কৰিলা পৰিয়ালটোক 😢😢😢দিশহাৰা হই পৰিছে কত জাব কি কৰিব কি খাব

  • @satyendradeka6343
    @satyendradeka6343 Місяць тому

    মানুহৰ দূখত দুখী হোৱাৰ সলনি নিউজ লাইভৰ বাতৰি এডিতৰ বলিয়ালি অবাহ সংগীত বুজি পোৱা গল ! তই চিনেমা কৰ বাতৰি পৰিৱেশনৰ পৰা দুৰত থাক

  • @MadanRajbongshi-c9u
    @MadanRajbongshi-c9u Місяць тому

    ooooo

  • @ratulrajbongshi928
    @ratulrajbongshi928 Місяць тому

    ইমান কৈ মিউজিক টো বজাইছে একো শুনায় নাপায়।

  • @White-vt9yy
    @White-vt9yy Місяць тому +1

    Nature angry 😳

  • @khirudboruah9188
    @khirudboruah9188 Місяць тому

    😭😭😭😱🙏