প্ৰতিদিনে এনে কি কৰিলে যে মুখ্যমন্ত্ৰীৰ গাৰ পৰা নাতৰা হ’ল প্ৰতিদিনৰ ভূত?

Поділитися
Вставка
  • Опубліковано 25 гру 2024

КОМЕНТАРІ • 217

  • @kapilroy7778
    @kapilroy7778 12 годин тому +89

    ভাল লাগিল। ভৱিষ্যতে ও প্ৰতিদিনে এনেদৰে কাকো ভয় নকৰি সঁচা বাতৰি দি যাব বুলি আশা কৰিলোঁ।

  • @NashirAhmed-x4n
    @NashirAhmed-x4n 12 годин тому +53

    অসমৰ আটাইবোৰ News channel ৰ Pratidin time best,

  • @ShohidulIslam-xr7jp
    @ShohidulIslam-xr7jp 13 годин тому +71

    Pratidin time best Channel

  • @RashidAli-uz4kl
    @RashidAli-uz4kl 13 годин тому +57

    হিমন্তৰ ঘৈনিয়েকৰ কথা কলে ভাল পালেহৈ প্ৰটিদিনক

  • @mriduldeka141
    @mriduldeka141 11 годин тому +17

    প্ৰতিদিন গোষ্ঠীক ধন্যবাদ। সদায় আপোনালোকে নিৰ্ভিক,নিৰপেক্ষ, বাতৰি পৰিৱেশন কৰি যাওক। মুখ্যমন্ত্ৰীৰ মিছা কথাৰে ভৰি পৰা চৰকাৰ খনৰ পাত আৰু কিমান লুটিয়াম।

  • @rahulaxom2603
    @rahulaxom2603 12 годин тому +28

    Protidin Time great Job.. Just be voice for public of Assam... ✊✊✊

  • @KABIR78600
    @KABIR78600 13 годин тому +34

    প্ৰতিদিন টাইম। আপোনালোকৰ কাম আপোনালোকে কৰি যাওক। 👍🏻

  • @rambalram2610
    @rambalram2610 12 годин тому +13

    ভাল দিলে....😊😊 আপুনালুকৰ দৰে সংবাদ গোষ্ঠীৰ বাবেই হয়তো অসম খন বাচি আছে, নহলে কেতিয়াবাই গুজৰাটী, মাৰোৱাৰী, বিহাৰী বণিয়াৰ অধীনলৈ অসম খন গল গৈ হয়....😔😔😔 তথাপিও চিৰিয়াখানা, এয়াৰ পৰ্ট, বিদ্যুৎ যোগান ইত্যাদি লৈ এইবোৰ সম্পদ অনা অসমীয়া বণিয়াৰ হাতলৈ গল...😮😮😮😔😔😔

  • @dbhargab
    @dbhargab 12 годин тому +10

    সংবাদ মাধ্যমৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে ,নহ’লে ৰাইজ বিপদাপন্ন হ’ৱ ।শুদ্ধ আৰু সত্য বাতৰি পৰিৱেশন কৰাটো সংবাদ মাধ্যমৰ কাম তাত কোনো ব্যক্তিয়ে মাত মাতিব নালাগে ।

  • @monujgogoi6709
    @monujgogoi6709 12 годин тому +12

    পুৰণা কাপোৰ, পুৰণা জোতা, এই জনৰো একেই কথা। মহা বদমাচ।

  • @SkjblAl
    @SkjblAl 11 годин тому +6

    Thank you PRATIDIN
    You should go ahead in right way.

  • @Cricket01468
    @Cricket01468 13 годин тому +25

    Moja protidin ❤

  • @lxrabbani4453
    @lxrabbani4453 13 годин тому +24

    মোৰ প্ৰীয় channel partidin Time ❤️

  • @bishaldas3964
    @bishaldas3964 10 годин тому +6

    Assamar gaurab pratidin time 👏🏻👏🏻

  • @Beaevs
    @Beaevs 12 годин тому +9

    Pratidin time news channel 🙏🙏

  • @binodnoi513
    @binodnoi513 13 годин тому +14

    অসমৰ অৱস্থা যে বৰ হবলৈ গৈ আছে সেইটো অপ্ৰিয় সত্য........

  • @InsanAli-oj3bn
    @InsanAli-oj3bn 13 годин тому +12

    Pratidine Time on fire🔥🔥😂

  • @MantuPanging
    @MantuPanging 2 години тому +2

    প্ৰতিদিনে বি জে পি ভাল কামৰ কথাও উল্লেখ কৰা উচিত। চতুৰ্থ স্তম্ভৰ কাম নিৰপেক্ষ হোৱাটো আমি কামনা কৰো।

  • @AbhijitChutia-q6y
    @AbhijitChutia-q6y 12 годин тому +11

    Pratidin best news chenel

  • @RumaAkhter-ob6pg
    @RumaAkhter-ob6pg 13 годин тому +14

    Nice portidin

  • @moromi535
    @moromi535 12 годин тому +5

    Salute pratidin time

  • @xetry7052
    @xetry7052 11 годин тому +3

    Bdya val lagil news sai

  • @TariMari-rt2hs
    @TariMari-rt2hs 20 хвилин тому

    Thanks to প্রতিদিন from bottom of my heart❤❤❤❤❤❤❤

  • @DhrubaDas-d4s
    @DhrubaDas-d4s 12 годин тому +7

    প্ৰতিদিনে নিবিচাৰে চৰকাৰ ভালকৈ চলাতো নিবিছাৰে

  • @ravidekaraja
    @ravidekaraja 10 годин тому +1

    Thnq soo much protidin..!!!

  • @sudarsandeka7206
    @sudarsandeka7206 12 годин тому +4

    Salute Pratidin

  • @basantaborgohain5372
    @basantaborgohain5372 9 годин тому +1

    কিমান যে মিছা কথা কব পাৰে দেই, এইজনাই।😂😂😂😂😂😂😂😂😂

  • @RikiBorah-gk7jx
    @RikiBorah-gk7jx 12 годин тому +3

    God bless you protidin.

  • @rinjuali3363
    @rinjuali3363 13 годин тому +7

    All the best protidin keep it up

  • @eduinfo4u59
    @eduinfo4u59 12 годин тому +3

    GREAT Chennal

  • @assamforever2582
    @assamforever2582 11 годин тому +1

    Pratidin time ❤❤

  • @News19Assam
    @News19Assam 13 годин тому +4

    Indian no.1 Currapted CM Himanta 😂😂😂

  • @pranjitkakoty5045
    @pranjitkakoty5045 13 годин тому +3

    Patidin great 👍

  • @heroox23
    @heroox23 8 годин тому +1

    Himanta sir a sob 2 bosoror pora atau job diya nai...... LP aru UP 5500 post or apply korar 1 year paar hol atiyau list ulawa nai.....pg aru pgt tet or advertisement 1 year par huwar pisot atiya he exam...... adre aji kiman din par hol atiyau result nidiye .....2 years or .sob chakori akelog korile 50k hboi .....aitu loi ata news korok sir ....plz plz plz 🙏 🙏 🙏 🙏 🙏

  • @Jitu-pe2up
    @Jitu-pe2up Годину тому

    Good job 👍👍👏👏

  • @MainaGogoi-l8x
    @MainaGogoi-l8x 13 годин тому +3

    Pratidin long live

  • @TirthajyotiGogoi-u4n
    @TirthajyotiGogoi-u4n 2 години тому

    প্ৰত্যেক দিনাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনাৰ কৰে কিন্তু তেওঁ আমাক পাহৰাব বিচাৰিলেও আমি নাপাহৰো
    বিত্ত , শিক্ষা , স্বাস্থ্য , গৃহ বিভাগ যেন কাৰোবাৰ হাতত আছিল সেই সময়ত তেন্তে দুৰ্নীতি কি ????? কিয়???? কাৰ নিৰ্দেশত?????
    আমাৰ স্মৃতি শক্তি হেৰাই নাই যোৱা নহয় আং বাং কথা কব আহে
    আচনি নামত অসমীয়াক ভিক্ষাৰী সজোৱা
    লাখ লাখ নিবনুৱা সৃষ্টি হৈছে
    কল কাৰখানা নাই
    সা সুবিধা নাই
    ফটাধোল বজাব আহে
    2026 ত ৰিজাল্ট ওলাব

  • @PratimsonowalSonowal
    @PratimsonowalSonowal 2 години тому +1

    প্ৰতিদিনে সদায় জনসাধাৰণৰ পক্ষত বাতৰি পৰিৱেশন কৰে কিন্তু মামাৰ নিউজ লাইভে কেৱল তেওঁক গুণানুকীৰ্তন কৰে।

  • @MerujitPatowary
    @MerujitPatowary 11 годин тому +1

    Protidin jindabad,aami protidin r logot sasu

  • @technewsthatyoushouldlove8332
    @technewsthatyoushouldlove8332 13 годин тому +3

    ❤Moza

  • @nayannilimdas5096
    @nayannilimdas5096 47 хвилин тому

    Pratidin time ❤️✨

  • @mainudavi9510
    @mainudavi9510 26 хвилин тому

    প্রতিদিন ৰাইজৰ কাষত।প্রতিদিন সত্যৰ পক্ষত।

  • @किरण2021
    @किरण2021 11 годин тому

    প্ৰতিদিন বুলিয়ে নহয়.. সাংবাদ মাধ্যমে যদি চৰকাৰৰ সঁচা বাতৰি প্ৰকাশ কৰে তেন্তে অসম বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিয়.. মোডী বিজেপিৰ চৰকাৰ ও তাচপাতৰ ঘৰৰ দৰে খহি পৰিব..

  • @SavagemodeON973
    @SavagemodeON973 9 годин тому

    চৰকাৰ সদায় একে নাথাকে , গতিকে সদায় ৰাইজৰ স্বাৰ্থত থাকিব লাগে সংবাদগোষ্ঠী সমুহ । ৰাইজৰ সমস্যা , ৰাইজে নিৰ্বাচিত কৰা চৰকাৰ খনে কেনেদৰে ৰাইজক পৰিচালিত কৰিছে এইয়াহে দেখুৱাব লাগে । ব্যক্তিপূজা কৰি থাকিব নালাগে । হিমন্ত চিৰ যুগলৈ নাথাকে কিন্ত সংবাদ মাধ্যম এখন জীৱন্ত সমাজৰ প্ৰতিশ্ৰুতি হয় থাকিব লাগে। শৰ্মা ডাঙৰীয়াই সমালোচনা বেয়া পায় , তেখেতে ৰাইজৰ সমস্যাৰ কথা শুনিব নিবিচাৰে ,নিজস্ব ভাৱে চৰকাৰ চলাব বিচাৰে।

  • @jadupanging9270
    @jadupanging9270 2 години тому

    News liveত কৈ pratidin timeৰ Views বেছি হয়। Pratidin time সদায় ভাল।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 10 годин тому

    গোডী মিডিয়া বুলি এবিধ বস্তু আছে । গোডী মিডিয়াৰ কাম হল দিনে ৰাতি বিজেপিৰ ফটা ঢোল বজাই থকা আৰু দেশৰ আন দৰকাৰী খবৰ বোৰৰ প্ৰচাৰ নকৰা । জনতাই গোডী মিডিয়াৰ স্বৰূপ যেতিয়া বুজি উঠিল তেতিয়া সিহঁতক পৰিত্যাগ কৰিলে আৰু এটা এটাকৈ গোডী মিডিয়া বন্ধ হবলৈ ওলাইছে TRP নাই, ব্যৱসায় নাই। প্ৰতিদিন গোষ্ঠীয়ে আগৰে পৰা বুজি পায় খেলখন । সেয়েহে কাৰো আঙুলিৰ ঠাৰত নাচিব নোখোজা গোষ্ঠীটোৱে অহৰহ জনতাৰ আচল কথাবোৰকে উত্থাপন কৰি গল । বৈদ্যুতিক মাধ্যম, বাতৰি কাকত আদিৰ ব্যৱসায় সহজ হৈ থকা নাই । তথাপি জনতাৰ লগত থকাৰ আদৰ্শকে খামোচ মাৰি ধৰি থাকিল আৰু তাৰ পৰিণতি চকুৰ সন্মুখত ।

  • @Lover-o5d
    @Lover-o5d 13 годин тому +1

    গোলাঘাট মেৰাপানী সহযোগী মেৰাদলং নাহৰচাপৰি পথৰ অবস্থাও একে। অজন্তা নেওগ নামতহে মন্ত্ৰী গোলাঘাট সমষ্টিৰ গাওঁ অঞ্চলৰ প্ৰায়বোৰ বাটপথৰে অবস্থা তথৈবচ। গা কেতিয়া ল'ৰিব? একো উদ্যোগটো যোৱা 25টা বছৰে নিৰ্মাণ কৰিব নোৱাৰিলেই এতিয়া বাট পথৰো কদৰ্যময় ৰূপ । সাংবাদিক/সাংবাদ মাধ্যমে উপস্থাপন কৰিব বুলি আশা কৰিলো ।

  • @Jyotishman-v8y
    @Jyotishman-v8y 2 години тому

    অসমৰ মানুহক ভেৰা সজাই লাভ নহ'ব কোনো অন্ধ নহয় মিছলিয়া মুখ্য মন্ত্ৰীৰ কথা শুনি থাকিম

  • @uttamkumargogoi1972
    @uttamkumargogoi1972 Годину тому

    Protidin times thank you

  • @KaustovSarma
    @KaustovSarma 10 годин тому

    ধুনীয়া দিছে 😂😂 ভাল লাগিল 👍

  • @PG_Y10FF
    @PG_Y10FF 2 години тому

    অসমৰ এটা বিশ্বাস কৰিব পৰা নিউজ প্রতিদিন টাইম

  • @AkharulHoque
    @AkharulHoque 11 годин тому

    Good❤. Pratidin is best❤.

  • @tapanjitdeka800
    @tapanjitdeka800 13 годин тому +5

    Era of protidin 😂

  • @Neuosm
    @Neuosm 12 годин тому +1

    We love protidin time ❤

  • @rselectronics1140
    @rselectronics1140 12 годин тому +4

    Pratidin 🎉🎉

  • @assameseserialcreator3142
    @assameseserialcreator3142 12 годин тому +3

    News live r dore hobo lage😂😂😂

  • @chandangohain3783
    @chandangohain3783 3 години тому

    Pratidin 🥰🥰🔥

  • @DEENTT
    @DEENTT 46 хвилин тому +1

    4:09 News live ok kuwa nai aku 😅

  • @amarjyotigogoi3676
    @amarjyotigogoi3676 12 годин тому +1

    প্ৰতিদিন জুই

  • @ripankordutta8254
    @ripankordutta8254 10 годин тому

    Protidin time no 1 news channel

  • @paramoin8879
    @paramoin8879 41 хвилина тому

    ENDING🔥

  • @njyotinjyoti7541
    @njyotinjyoti7541 Годину тому

    কিছুদিনৰ আগলৈকে প্ৰতিদিনৰ মালিক জয়ন্ত বৰুৱা মামাৰ লগত খুব ভাল আছিল পইচাটো কম হৈছে নেকি।

  • @MadhujyaDas-nw8ck
    @MadhujyaDas-nw8ck 12 годин тому +2

    Good news pratidin

  • @masummazarbhuiya1003
    @masummazarbhuiya1003 7 годин тому

    Pratidin hai To Mumkin hai😊

  • @gourabkundu6713
    @gourabkundu6713 10 годин тому

    Pratidin time is my best channel❤

  • @gautambhuyan8020
    @gautambhuyan8020 13 годин тому +2

    Good news

  • @youtubeaddicteduttam9817
    @youtubeaddicteduttam9817 Годину тому

    হাঁহি উঠে এই জনাৰ কথা শুনি

  • @haiborsinformation4562
    @haiborsinformation4562 11 годин тому

    Right

  • @MomrejBhuyan
    @MomrejBhuyan 11 годин тому

    Himat biyapali kodal hb raiji valpali hob 👌👌👌👌💐💐💐💐🤝🤝🤝

  • @bhushanvlogs1622
    @bhushanvlogs1622 Годину тому

    Great

  • @salimathar2200
    @salimathar2200 11 годин тому

    অসমৰ একমাত্ৰ উদ্যোগী মহিলা জনীক প্ৰতি দিন বিক্ৰী কৰি দিয়ক চব সমাধান হৈ যাব CM ৰ বিৰুদ্ধে আৰু news নহব খেলা খতম

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 4 години тому

    সচা কথা

  • @cgohain7304
    @cgohain7304 13 годин тому +2

    🙏🙏🙏🙏

  • @rekhanath9440
    @rekhanath9440 3 години тому

    Cm jindabad

  • @helpdeskha8196
    @helpdeskha8196 9 годин тому

    We support pratidin time

  • @HKhairulislam
    @HKhairulislam 3 години тому

    Joi protidin

  • @bishnuborua
    @bishnuborua 12 годин тому +1

    🔥

  • @monjit2617
    @monjit2617 10 годин тому

    মই পলাই থকা নাই লুকাই হে আছিলোঁ। সুমি হিম বাণী এইয়া 😅😅😅

  • @KaustovSarma
    @KaustovSarma 10 годин тому

    ❤🙏👍👍

  • @AnishRehman-z3i
    @AnishRehman-z3i 11 годин тому

    East or west pratidin is the best

  • @DreamOfdarkness
    @DreamOfdarkness Годину тому

    Mjaaa

  • @TCF573
    @TCF573 10 годин тому

    Protidin go ahead...
    Donot care for Himonto !

  • @MIRAJULHOQUE-w2i
    @MIRAJULHOQUE-w2i 2 години тому

    প্ৰতিদিন টাইম ক এইকাৰণে ভাল কাকো ঘেন্টা খাতিৰ নকৰে কেলা 😅

  • @krishnagogoi2191
    @krishnagogoi2191 40 хвилин тому

    পলাই থকা নাই লুকাইহে আছে চেকেন চুমি আমাৰ মশাষয়

  • @Onlytrue-d7j
    @Onlytrue-d7j 11 годин тому

    ভাল বজাইছে দেই😅

  • @iswardeuri2927
    @iswardeuri2927 12 годин тому

    অসমৰ বৰ্তমান সময়ৰ আটাইতকৈ প্ৰিয় বাতৰি কাকতখন……

  • @mainulhaquechoudhury51
    @mainulhaquechoudhury51 12 годин тому

    Good channel 👍

  • @mukhnathkutum2512
    @mukhnathkutum2512 4 години тому

    TnkS

  • @nayankalita7621
    @nayankalita7621 12 годин тому

    ❤❤❤

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw 2 години тому

    চিৰ ধৰুৱাৰ কি নতুন নতুন আশা থাকিব পাৰে ?

  • @Csk.16233
    @Csk.16233 51 хвилина тому

    মানসিক ৰোগত আক্ৰান্ত

  • @samimsultana1969
    @samimsultana1969 11 годин тому

    Pratidin Zindabad

  • @Novemaster123
    @Novemaster123 2 години тому

    Yes

  • @MonBoro-y3n
    @MonBoro-y3n 11 годин тому

    Atiya Amar Anekiwa hol kotha2 j ... Fulone mane Bagisa aru Bagisa Mane Fulone......😮😮😮😅

  • @mainudavi9510
    @mainudavi9510 22 хвилини тому

    নিউজ 18 ৰ গুনাগুন এবাৰ জনাবচোন

  • @bhaskarsaikia1236
    @bhaskarsaikia1236 12 годин тому

    Hundar pratidin moja

  • @chandantalukdar9465
    @chandantalukdar9465 12 годин тому +1

    Himu sir pgl hoise aru .. notun besi hol .

  • @AnishRehman-z3i
    @AnishRehman-z3i 11 годин тому

    Newslive e atiya apunar p a osd r dore spokesperson or kotha blk koi.. aei blk hokolu e jane asomor raij e

  • @slowmotionmotivations1372
    @slowmotionmotivations1372 12 годин тому

    Napai napai C. M. 😂😂😂😂😂😂 Ubha napai

  • @gourabkundu6713
    @gourabkundu6713 10 годин тому

    Hosa kotha gola baya laga ma mai