Puwoti Nixar Aajan Xuni ( পুঁৱতি নিশাৰ আজান শুনি ) - by Nabin Boro

Поділитися
Вставка
  • Опубліковано 8 січ 2025

КОМЕНТАРІ • 61

  • @surathsharma770
    @surathsharma770 4 роки тому +7

    নবীন দা,সময় বৰ নিষ্ঠুৰ । ইয়াৰ লগতে মানুহ জাতিটো স্বাৰ্থপৰ ; ফল স্বৰূপে আমাৰ যোগাযোগ বিছিন্ন । আপোনাৰ মঙ্গল কামনা কৰিলোঁ ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +2

    বৰ সুন্দৰ কন্ঠ আপোনাৰ। গীতটি শুনি আপ্লুত হলোঁ।

  • @hemangthakuria5160
    @hemangthakuria5160 3 роки тому +5

    নবীন বড়ো ডাঙৰীয়া, আপোনাক লৈ আমি বাক্সাবাসী সাংস্কৃতিক ভাৱে গৌৰৱান্বিত।

  • @mohendragohain1299
    @mohendragohain1299 4 роки тому +6

    বৰ সুন্দৰ কন্ঠ নিগৰাইছে গায়কজনে। ভাল লাগিল শুনি।

  • @jilibora3625
    @jilibora3625 2 роки тому +1

    আজিৰ বিশেষ দিনটোত সুঁৱৰি ৰাভা দেৱৰ সৃষ্টিৰ মোৰ অন্যতম এটি প্ৰিয় গীতটি ৰ সুন্দৰ কণ্ঠত শুনি সঁচাকৈয়ে বৰ ভাল লাগিল 👏👏 অশেষ ধন্যবাদ জনাইছো সুন্দৰ ভিডিঅ'সম্পদনাৰ বাবেও 🙏🙏

  • @ramdhenu5399
    @ramdhenu5399 4 роки тому +10

    I listen to and enjoy this Assamese old song early morning today.....really beautiful song...

  • @jyotimalabordoloi8745
    @jyotimalabordoloi8745 4 роки тому +2

    আগতে কেতিয়াও শুনা নাছিলোঁ।অতি মন পৰশা গীত।বৰ ভাল লাগিল

  • @hemantadeka7925
    @hemantadeka7925 2 роки тому

    Ati xundar geet, shilpiloi shubhakamana janalo.

  • @birenbaishya3304
    @birenbaishya3304 6 місяців тому

    Aponar kanthat ganto bar suwala hoise.Suni thakibar man jai,sir.Bahu Bahu dhanyabad sir.

  • @ManojDas-zy8wg
    @ManojDas-zy8wg Рік тому

    বহু বছৰ আগতে ষষ্ঠ, সপ্তম শ্ৰেণীত পঢ়ি থাকোতে শুনিছিলো।বহুবাৰ শুনিলো…আৱেগিক হৈ গলো।বহু স্মৃতি চকুৰ আগত ভাহি আহিল ।।

  • @DRSarma-zt9tl
    @DRSarma-zt9tl 4 роки тому +4

    Bahut bhal gan Hazarika nsna lagil

  • @jayapathak9583
    @jayapathak9583 2 роки тому +2

    হৃদয় চুই যোৱা গান

  • @dr.digantarajbongshi671
    @dr.digantarajbongshi671 4 роки тому +2

    Really a beautiful song.
    Nabin Baro-proud of Barama,Baksa...

  • @akhilkalita6426
    @akhilkalita6426 4 роки тому +5

    Beautiful morning song

  • @hemrajrava3840
    @hemrajrava3840 3 роки тому +1

    জীৱন্ত প্ৰমাণ শ্ৰদ্ধাৰ দশৰথ দাস নিজেই। তেখেত এতিয়াও জীৱিত। অনুগ্ৰহ কৰি দুয়োকে অপমান নকৰে যেন।

  • @comedyakash9381
    @comedyakash9381 4 роки тому +2

    Mojjjja

  • @dimbesarania5856
    @dimbesarania5856 3 роки тому

    হৃদয়স্পৰ্শী গীতৰ কথা কণ্ঠ।সৰু থাকোতে শুনাৰ সুযোগ পাইছিলো টেপ ৰেকৰ্ডত।

  • @robingogoi7892
    @robingogoi7892 3 роки тому +3

    গীতটো ডিব্ৰুগড় জিলাৰ শালমাৰী দীঘলীয়া যুৱক সংঘৰ এটি অনুষ্ঠানত প্ৰায় ২০ বছৰ পূৰ্বে শুনিছিলো।ছিবুং ফৌছালী নামৰ এটা সাংস্কৃতিক গোষ্ঠীৰ হৈ নবীন বড়ো চাৰে গীতটো গাইছিল! তেখেতৰ দীৰ্ঘায়ো কামনা কৰিলো

  • @Aswini9791
    @Aswini9791 3 роки тому +1

    great song by my favorite Nabin daa

  • @parikshittalukdar8703
    @parikshittalukdar8703 3 роки тому

    সুন্দৰ হৈছে ছাৰ

  • @hemrajrava3840
    @hemrajrava3840 3 роки тому +3

    গীতটি বিষ্ণুপ্ৰসাদ ৰাভাৰ। আত্মগোপন কৰি থাকোতেই ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰখ্যাত অভিনেতা শ্ৰদ্ধাৰ চন্দ্ৰ চৌধুৰীদেৱৰ ঘৰত লিখা। নবীন বড়োদেৱে দশৰথ দাসৰ গৰা শিকি গাইছে। নবীন বড়োৱে নিজেই কোৱা কথা। সুৰ দশৰথ দাসে কৰা।

    • @rajatrabha8666
      @rajatrabha8666 2 роки тому

      হয় দাদা, আমাৰ অঞ্চলত ঘৰ তেওঁলোকৰ। হেমৰাজ ৰাভা অসমত এজনেই আছে। আপুনি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সু-সন্তান। মই এদিন দশৰথ দাৰ ঘৰলৈ গৈ কথাটো জনাইছিলো।

    • @satyakalita1490
      @satyakalita1490 Рік тому

      একেবাৰে সত্য কথা শ্ৰদ্ধাৰ নবীন বড়ো দা মোৰ লগত বহি আছে এতিয়া

  • @majanipathak8579
    @majanipathak8579 4 роки тому +3

    Bhal

  • @BhabaniDas-yr5iv
    @BhabaniDas-yr5iv 2 місяці тому

    Nabin
    Boro is a best singer as bodo man.

  • @maheswarbarman1190
    @maheswarbarman1190 3 роки тому +1

    হৃদয় জয় কৰা গান

  • @izazurrahmanrahman6806
    @izazurrahmanrahman6806 3 роки тому +2

    Excelent

  • @dr.priyanathbasumatary7617
    @dr.priyanathbasumatary7617 4 роки тому

    Eiyae Nabin Baro

  • @dhritimasaharia3116
    @dhritimasaharia3116 4 роки тому +5

    Moi Dhruba monot parise Apunar kantha ALKANANDA THEATRE .

  • @kasturibarman1740
    @kasturibarman1740 3 роки тому +1

    Beautiful

  • @bijonburagohain4439
    @bijonburagohain4439 Рік тому

    Jai Bishnu Prasad Rava n Nabin Boru

  • @rajrawa9252
    @rajrawa9252 3 роки тому +3

    গীতটি নবীৰ বড়োদেৱে সুৰকাৰ কহিনুৰ থিয়েটাৰৰ সংগীত পৰিচালক দশৰথ দাসৰ পৰা শিকিছে। নবীন বড়োই নিজেই কোৱা কথা। তেখেত এতিয়া অসুস্থ। দশৰথ দাস এতিয়াও জীৱিত। দশৰথ দাসে চেনেলত সাক্ষাৎকাৰতো বিষ্ণু ৰাভাৰ গীত বুলি উল্লেখ কৰিছে।

    • @DipankarDas-pk8un
      @DipankarDas-pk8un 6 місяців тому

      Dhukal dakarat das dev a Amar usrot ghor asila

  • @drishtimushahary5556
    @drishtimushahary5556 4 роки тому +2

    ❤😘 song🎶🎤🎵

  • @mansurrahman3361
    @mansurrahman3361 2 місяці тому

    ❤❤❤

  • @krishnamoninath8830
    @krishnamoninath8830 4 роки тому +3

    nice

  • @pratulrajbongshi7969
    @pratulrajbongshi7969 5 місяців тому

    Very nice

  • @banajarabha9055
    @banajarabha9055 3 роки тому

    Tuner of the song Mr.Dasarath Das is still alive. It was written by Bishnu Rava at actor Late Chandra Choudhury's house when he was underground . I hope Kalaguru should not be dishonored by using modern technology.

    • @banajarabha9055
      @banajarabha9055 3 роки тому

      The song was learnt by Nabin boro from Dasarath Das as he confessed when he was working in Kohinoor Theater.

  • @MonujkrSonowal
    @MonujkrSonowal Рік тому

    Nice

  • @simantanath6012
    @simantanath6012 4 роки тому

    Evergreen
    Bhut search kri plu bki keita ple ru vl lgl hoi

  • @prasantakrmech3612
    @prasantakrmech3612 Рік тому

    Aru gan lage apunar kanthot.

  • @Khon-qw1sj
    @Khon-qw1sj 4 роки тому

    Amazing

  • @sumbitc
    @sumbitc 4 роки тому +5

    Nice, but Lyrics of the song is of Darpanath Sarma, not of Bishnu Rabha

  • @anujkumarsarma8043
    @anujkumarsarma8043 3 роки тому +1

    মোৰ অতি প্ৰিয় গীত।

  • @rajatrabha8666
    @rajatrabha8666 4 роки тому +2

    এই গানটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা। দৰ্পনাথ শৰ্মাৰ নহয়। সুৰ কৰিছে দশৰথ দাসদেৱে। আমাৰ হাতত প্ৰমাণ আছে।

  • @sudarshanborborah8536
    @sudarshanborborah8536 4 роки тому +2

    বিষ্ণু প্ৰসাদ ৰাভাৰ নহয়। কথা আৰু সুৰ দৰ্পনাথ শৰ্মাৰ। আকাশবাণী ডিব্ৰুগড়ত এইটো নবীন বড়োৱে গোৱা শুনিছোঁ। মনোৰঞ্জন গগৈৰ ভাৰ্চন এটাও আছে মোৰ লগত। সেইটো জিতু-তপনে সংগীত কৰিছে। অৱশ্যে নবীন বড়োৰটো বেছি ভাল লাগে

    • @assameseoldsongs3806
      @assameseoldsongs3806  4 роки тому

      Thanks.

    • @muktikasworlds6301
      @muktikasworlds6301 3 роки тому +1

      বুকুৱে বুকুৱে বিননি কাৰ ---???please

    • @kumuddeka4403
      @kumuddeka4403 3 роки тому

      Bar

    • @kumuddeka4403
      @kumuddeka4403 3 роки тому

      বৰ সুন্দৰ হৈছে

    • @rajatrabha8666
      @rajatrabha8666 2 роки тому +1

      তথ্য সহকাৰে প্ৰমাণ দিয়ক। আমাৰ অঞ্চলত ঘৰ দশৰথ দা আৰু নবীন দাৰ। গীতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভা।

  • @kamalbasumatary6301
    @kamalbasumatary6301 4 роки тому +1

    Purona 100 dine nwya 2 dine.

  • @KohuwaAruMoi_
    @KohuwaAruMoi_ 4 місяці тому

    গীতিকাৰ গৰাকীৰ নাম ভুল হোৱা নাইনে? অনুগ্ৰহ কৰি জনালো সুধীসমাজ সুখী হ'ব।

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 роки тому

    এই গীতটিৰ কথা আৰু সুৰ দৰ্পনাথ শৰ্মাৰ ! অনুগ্ৰহ কৰি শুধৰণি কৰি লেখি দিবলৈ আপলোডাৰক অনুৰোধ জনালো !!