আম গছৰ কলম কৰা সঠিক পদ্ধতি।কেতিয়া কৰিব লাগে।easy process of air layering mango plant।

Поділитися
Вставка
  • Опубліковано 18 жов 2024

КОМЕНТАРІ • 20

  • @barundey7084
    @barundey7084 3 роки тому +1

    Nice video

  • @AdsEmpire
    @AdsEmpire 3 роки тому +1

    Great information .... information tu ati prayojniya....... ❤️❤️🙏🙏🙏🙏

  • @abhinashdhungel2025
    @abhinashdhungel2025 3 роки тому +1

    Val lagil picture quality

  • @devikaqueen8954
    @devikaqueen8954 3 роки тому +1

    Dada Narikol pul puli tokha homoi't kene koi Pu pal Koribo lagibo

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      গুৰিৰ চাৰিওফালে গোবৰ সাৰ লগতে ঊৰিয়া,ছুপাৰ, পতাছ,বৰণ আদি ৰিং কৰি দিব পাৰিলে ফুল সৰা তথা বিভিন্ন ৰোগৰ পৰা বাচিব পাৰিব।

  • @prasannasaharia2402
    @prasannasaharia2402 3 роки тому +1

    কলম আৰু grafting ৰ উপযুক্ত সময় কোন মাহত।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      বাৰিষা মাহ কেইটা কলম কৰিবলৈ ভাল।

  • @arunkonch3162
    @arunkonch3162 3 роки тому +1

    সঠিক সময়ৰ অতি প্ৰয়োজনীয় ভিডিঅ' । এটা কথা জনাবচোন,আমাৰ গাওবোৰত থলোৱা জাতৰ বহুত ভাল আম গছ আছে ,সেই আম গছবোৰৰ দাল কলম ধৰিলে সুবহু ফল পোৱা যাবনে ? সেই পুলিৰ পৰা কিমান বছৰত ফলন পোৱা যাব ?

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      যদি লাগি থকা গছৰ পৰা grafting kore তেন্তে next চিজনত ফল পাব।

  • @keepsmile3639
    @keepsmile3639 2 роки тому +1

    Komola gosor kolom hoi ne

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 3 роки тому +2

    দাদা হাইব্রিড নাৰিকল ৰ ৰোপন পদ্ধতি দেখাব আৰু কোনটো জাত ভাল জনাব please🙏.

  • @pradipsharma9765
    @pradipsharma9765 3 роки тому

    Amor Puli Pamne ,,,Janabosun,

  • @nirupamarabha4596
    @nirupamarabha4596 3 роки тому +1

    Dangor gosor dal to kolom logabo parim ne aponar vdot diya gosor nisina horo gosor pora he hbo . Jonabo akha krilo dada

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      যিমান ডাঙৰ গছ হলেও হব কিন্তু ডাল ধৰুতে নতুনকৈ ওলোৱা ডাল হে ধৰিব লাগে বেছি পুৰণি ডাল হলে গজালি আহিবলৈ বহু সময় লাগে কেতিয়াবা নাহিবও পাৰে।

  • @mahendranath4681
    @mahendranath4681 2 роки тому

    কোন মাহত আমগছৰ কলম দিব লাগে আৰু ইয়াক কেতিয়া ৰূব লাগে জনাবছোন।