তামোল খেতি।বাৰিষাত কি কি দিব লাগে।betel nut farming।
Вставка
- Опубліковано 27 лип 2024
- Hi
I m Lila. Welcome to our UA-cam chennel #Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
তামোল পুলি কেনেকৈ ৰোপন কৰিলে।বাৰিষাত কি কি দিব লাগে।betel nut farming Assam।
About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ
#তামোলখেতি#তামোলপুলি#
Other link vidoes
• কম ঠাইত ভোট জলকীয়া খে...
কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
• ভোট জলকীয়া পুলি প্ৰস্...
ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ কৰিব লাগে
জয় আই অসম...
Very useful for even me .....
Thank you so much
Apunar video bilak sai bahut vl lge eman dhuniake bujai diye
ধন্যবাদ আপোনালৈ
ধন্যবাদ, বৰ উপকৃত হলোঁ
স্বাগতম আপোনালৈ।
Dhunia growth
হয় ভালকৈ উঠি আহিছে..
Val lagil dada aapunar idea tu
Thank you
Val lagil dada
ধন্যবাদ।
সুন্দৰ
Thank you।
Thank you ❤
Welcome..
Val Lagl
ধন্যবাদ।
Val lagil
Thank you bro
✔️Moja
Thank you
দাদা মই বহু উপকৃত হলো
ধন্যবাদ
❤️❤️❤️ best
Thank you।
Nice 🌹
Thank you।
Nice friend
Thank you।
Moja lagise bhai plz olp khuli bujabo de plz
নিষ্চয় চেষ্টা কৰি আছো..
Apunl je tamolar kheti kore dekhuwale bor ananda. Palu jatir unoter dehor unoti
ধন্যবাদ।
Hello sir ai bosor 2 bhigha man tamul kheti logam buli bhabi aasu tamulor pulitu kiman bosoriya hobo lage aaru loguwa distance kiman by kiman hobo lage olob jaankari diyok
😮😮😮
SUPER
Thank you।
Tamul lagabaloi matichah kenekoi kare video diba. 2 jupa tamul gahr mazt ki lagaba. Janaba please.
Shoot more on arecanut farms
Thank you
Welcome.
Beautiful😍😍
Dada naricoll poli kanako ruwa video dib
Dada mur tamul gos bur fuli fuli goise,ki kora jai olop poramorkho dibosun
দাদা আপোনাৰ কমেণ্ট বা পৰামৰ্শ পাম বুলি ৰৈ আছোঁ।
Hello dada mor tamol gas uporr pra mori jai aase kio. Janabo
Moi alop puli ruisilo kin2 pani a dubai dile ki korile vl hob jonab
গুৰিত বেছিকৈ পানী জমা হলে মৰি যায়।পাৰিলে নলা খান্দি দিব আৰু গুৰিত 1 ফীট মান মাটি ছপাই দিব।
Dada apuna tat unoto manor nemu puli pam nki jonabo sun
Tamul puli ruponor kiman din pisot har proyog koribo parim
থলুৱা তামোল চাপৰত লগোৱা উপায় জনাব
Dada vot jalakiya bij uliwale kenekoi rakhibo lage janabo sun plz
2 দিন মান ৰদত ভালদৰে শুকাই লব তাৰ পাছত ভালদৰে বতাহ সোমাব নোৱাৰাকৈ দেমাত ভৰাই থব।
Apunar video khini sai khub bhal lage,contact no. tu pam niki Dada...Moi agriculture kamot lagisu aru apunalukor guidance pale bor upokrito hom🙏🏻
ভাল লাগিছে দাদা
Thank you
Apunar baganot kimanta tamul gos ase???
বেছি নাই দাদা 100 জোপা মান লগাইছো..
Dada tamul puli2 apuni dekhuatkoi aru akmn dangr hua pisty j vitorot kiba puk atai khai diy alop red color hy jai. Hei2 hole ki uporor bakoli2 aruai dibo lage nki.?
কীটনাশক spray কৰি দিব আৰু লগতে fungicide spray কৰিব লাগিব।1 সপ্তাহ পাছত পুনৰ এবাৰ দিব পাৰিলে কীট বোৰ নাইকীয়া হব।
Dada nemu khetir video ata bonabosun
বহুতো video দিয়া আছে চাই লওক।
Mor tamul puli r pat dot dot ke jalise ...ki bemar please kaba...
Dada apuni mor eyat abar ahi. Jabow aru mor tamol pan aru namu sai jabow
4 বছৰ মান হৈছে কিছুমান তামোল পুলি আগৰবোৰৰ পাতবোৰ কুহুৰ বোৰ বাঢ়িব পৰা নাই. পোকে ধৰিছে নেকি? যদি ধৰিছে কি মেদিচিন spre কৰিব লাগিব জনাব ছোন জানিলে সূখি হম
দাদা মোৰ ঘৰ বৰহোলাত মই 100 মান তামোল পুলি ৰুইছো তাৰে 20 টা মান দাঙৰ হোৱা নাই ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰিম নে কি কি সাৰ দিব পাৰিম, লগতে সুকান গোবৰ mix kori dibo parim ne জনাব ছোন দাদা
Tamul gosor aag bur mori jai ki koribo pari, kerketua pora bosa upai ase neki
তামোলৰ বেমাৰৰ বিষয়ে আৰু ঔষধ video বনাব
চেষ্টা কৰিম বনাবলৈ।
Dada tamul puli abosoriya rule mori jabo nki
পুলি স্বাস্থ্য যদি ভাল আছে তেন্তে ৰুব পাৰে একো নহয়।
Dada apuni kiman distance rakhise 2ta gosor majot,?
10×10
মাজত এটা তামোল পুলি।
Dada moi tamulpuli Roisu kintu pulibur halodhiya porise tat ki dino lagibo
গুৰি চাফা কৰি গোবৰ দিয়ক।
Dada kaman distens rakhi tamul puli Logabo lage
Minimum 8 feet by 8 feet dile val।
Dada moy 200 puli logaisu kintu gos Keita iman danogor huwa nai ki khar dim aru kiman din pise pise dibo lagibo plz jonabo aitur bikhoy
Video দিয়া আছে চাই লব।
Dada su mangla tamul Puli pab neki muk lagisile
মোৰ লগত উপলব্ধ নাই।
Sumangala tamul Puli kot pai apuni janeneki.........
Tamul khati lagaisu 3 bighat ghha bhaut ulsise 1 basar Hal laguwa ghha mar aukhad dib parim ne
পাৰিলে গুৰি চাফা কৰি দিয়ক তাৰ পিছত দুৰৰ পৰা মাৰিব পাৰে।
Dada ghor apunar Kun khinit Puli lagisil moiu biswanath chariali r lora
পানীভৰাল গাঁও।
দাদা তামোল-পাণ শাওন ভাদ মাহত ৰো পাৰিব নে পাৰিলে জনোৱা হলে বহুতো ভাল লাগিলেহেতেন
পাৰিব।অলপ ডাৱৰীয়া বতৰ হলে কৰিব।হোৱা chance বেছি থাকে।
Paharotu manuhe tamul kheti kora dekha jai aru hit kalot jetiya borokhun nidiya homoyotu gos bur hukai najai heojiya hoi thake ki khad proyug kore baru....? Jonabosun plz🙏🙏
পাহাৰৰ মাটি আৰু আমাৰ মাটি গুণাগুণ বেলেগ।ৰঙা মাটিৰ পানী ধৰি ৰখা ক্ষমতা বেছি বাবে গছ গছনী সেউজীয়া হয় বালি মাটিৰ বা বালিচহিয়া মাটিৰ পানী ধৰি ৰখা ক্ষমতা কম বাবে পানী যোগান কৰিব লাগে।লগতে অধিক ৰাসায়নিক সাৰ আৰু ঘাঁ মৰা প্ৰায়োগ কৰাৰ ফলত মাটি আৰু টান হয় আৰু সোনকালে মাটি শুকাই যায়।
আমি নিজেই ৰুইছো এই কথা জানিব পাৰি ভাল পালোঁ দেই
Dhanyabad..
Tamul Keti aag tu bemar lagile kenekoi ki koribo lagibo olop jonaboson bondhu
ৰোপন কৰোঁতে ভালদৰে যদি ৰোপন কৰে আৰু সঠিক সময়ত সঠিক ভাবে চোৱা চিতা কৰে তেন্তে ৰোগ ব্যাধী কমকৈ অথবা নহয়েই বেমাৰ হোৱাৰ পাছত কবলৈ অসুবিধা হয় গছৰ বয়স তথা বৃদ্ধি চাই হে কব পাৰি।
Dada jodi tamulr guri akhe pakhe bonmora okhut dile kiba hbo nki..??
পাৰিলে বন মৰা ঔষধ ব্যৱ্হাৰ নকৰিব।ই গছৰ লগতে মাটিৰ গুণ নষ্ট কৰে।
1 phal gori to kiyo posi jay
Dada muk hi brid Tamul puli dutaman lagisil kaneke pam baru apni dibo paribo neki
মোৰ লগত Hybride প্ৰজাতিৰ নাই।nursery পৰা try কৰক পাই যাব।
dada sumangala verity aseni i am cachar dist
মোৰ লগত নাই মই লোকেল variety কৰিছোঁ।
.....
Kolom kenekai kore janabone anurudh
Video দিয়া আছে চাই লওক।
Dada amar 11 bigha ase 9/10 lakh pawv bsrt
ভাল লাগিল জানিব পাৰি..
Puli bilak kiman dinor murot Thai Holabo Lage..
বাৰিষাত 2 বাৰ ঠাই সলাব পাৰিব।
Dada moi apunar pora tamul puli aassayenay
মোৰ লগত এতিয়া নাই।
তামোল গছ কোন মাহত ৰোপন কৰিব পাৰি ।।।
বহাগ জেঠ মাহৰ ভিতৰত লগালে বেছি ভাল।
এতিয়া নেমুটেঙাত সাৰ প্ৰয়োগ কৰিব পাৰিনে?এতিয়া কৰিলে আকৌ কৰিব লাগিব নেকি
বছৰৰ দুবাৰ কৰিব লাগে।এবাৰ বাৰিষা আৰম্ভ হলে আৰু এবাৰ বাৰিষা শেষ হলে।
চাপৰতে লগা তামোল পুলি/গুটি পাম নেকি আপোনাৰ ওচৰত।জনাবচোন
Hijack spry kurile okhubida ase ny da
একো নহয় যিকোনো কীট নাশক মাৰি থাকিলে হল..
Dada..mur kisumn Puli buror Jitu notun paat uluwa agolitu khompurna ulabo para na..pat bur khoru hoigoise..ki upai ase
গুৰিত গোবৰ সাৰ প্ৰয়োগ কৰক।
Ok...thnkx bro
Dada, tamul pulir paat bur ronga pori xukai jaai.. Ki ouxuod din jonaboo soon.
যদি পুলি বোৰ সৰু হৈ আছে তেন্তে bavistin fungicide spray কৰক। এক সপ্তাহ পাছত আকৌ এবাৰ কৰিব আৰু গুৰিত চাফা কৰি শুকান গোবৰ ৰিং কৰি দিয়ক সেউজীয়া হৈ আহিব
@@BiswanathAgrifarm thank you🙏
ৰোপন কৰা সমায়ত কি কৰিম
তামোল পুলি ৰোপন কৰা video আছে চাই লওক।
দাদা মই এই বছৰ তামোল পুলি ১০০ লগাইছিলো৷লগাওতে অলপ ৰদ দি আছিল পুলিবিলাক এটিয়া হালধিয়া হৈছে৷কিন্তু এটিয়া ভৰ বাৰিষা পুলিবিলাক ভাল হবনে দাদা৷আৰু দাদা তামোলৰ পুলিত য়ুৰিয়া সাৰ দিলে বেয়া নেকি জনাব৷ওডালগুৰিত ঘৰ মোৰ
যদি লগোৱা সময়ত গুৰিত মাটি ভালদৰে হেচী দিয়া নাই তেন্তে গুৰিত পানী জমা হয় আৰু শিপাবোৰ ভিতৰত গেলা আৰম্ভ হয়।ৰোপন কৰোঁতে শুকান মাটিত লগাব লাগে আৰু গুৰিত ভালদৰে ধুৰ্মূচ মৰা দৰে মাটি টাইত কৰি দিব লাগে।একো নাই বতৰ ভাল হলে গুৰি চফা কৰি দিব।
দাদা আপুনি যে পানৰ ভিডিঅ' দুটা দিছিলে মই দুয়োটা পদ্ধতিত কৰিছিলো আৰু দুয়োটা পদ্ধতিতে সফল হৈছো আপোনাক বহুত ধন্যবাদ আৰু দিব পানৰ ভিডিঅ'🙏🙏🙏 দাদা পানৰ গছত কি সাৰ দিব লাগে জনাবচোন 🙏🙏🙏🙏
শুকান গোবৰ দিয়ক ভালদৰে আৰু শুকান যাবৰ দি ঢাকি দিয়ক।গুৰিত সদাই চেঁচা হৈ থাকিব লাগে।
কোনকেইটা মাহত ৰোপন কৰিলে ভাল ?
বাৰিষা মাহৰ ভিতৰত লগালে ভাল।
Mur kisu tamul puli ase kintu ketaman patat vekur logar Dore lagise aru patbur yellow hoise logate khukai goise, plse dada ki korim koba.
কিবা fungicide spray কৰি দিয়ক।আৰু এটা কীটনাশক দিব ।
1 সপ্তাহ পিছত আকৌ এবাৰ দিব।
দাদা এইটো সময়ত তামোল লগাব পাৰি নে । মই বহাগত লগাব সময় নোপোৱাৰ বাবে বহুত ডাঙৰ হৈ গ'ল । এতিয়া যদি নলগাও অহা বহাগলে বেছি ওখ হৈ যাব । পৰামৰ্শ এটা দিয়ক ।
এতিয়া লগাই লাভ নাই পুলি বোৰ বেয়া হব এতিয়া আৰু পুলি বৃদ্ধি নহয় অহা বছৰ বহাগ আৰম্ভ হলে লগাই দিব।ডাঙৰ হলেও নমৰিবো বাৰিষাত লগালে।
তমূলব গুষিত কিমান দূতত সাব দিব লাগে নজনালে
গুৰিৰ পৰা 1 ফুট আতৰত দিলে ভাল হয়..
Puli paam nki sir
পাব।booking চলি আছে কিমান লাগে জনাব।
Puli posaboloi ki koribo lagibo
গাত খান্দি তামোল বোৰ গাতত পাৰি লৈ উপৰত যাবৰ দি ঢাকি থলে গজালি আহিব তাৰ পাছত উঠাই আনি মাটিত ৰোপন কৰিব লাগে।
দাদা মই ৩০ দিন হল নেমু ডাল গিলাছ ত দিয়া পিছে গোজালি দিয়া নায় কিয়
ডালবোৰ যদি শুকাই যোৱা নাই তেন্তে গজালি আহিব।
গছৰ গুৰি বিলাৰ বনবোৰত বনমৰা দৰপ মাৰিছে নি
Tamil puli price kiman atat
পুলি চাই দাম লয়।
এবছৰত ভালেই হৈছে। ওচৰত হ'লে সদাই এপাক গ'লো হেতেন। হে প্ৰভূ এদিন নিয়াবা মোক।ল'ৰাতোক চাই আহিম।পানী ভঢ়ালত নামিম নে চুলপিঙত নামিম।আজিকালিটো আগৰ বিশ্বনাথ ঘাটৰবাছ ও নাই,সেই "চন্দ্ৰ ড্ৰাইভাৰ"ককাইও নাই সকলোৱে চিনিপায়।এতিয়া চেণ্টাৰৰ পৰা চুলেমান,ইচ্মাইলহোতৰ ধেপ্ধেপিতেই যাব লাগিব।এতিয়া আগৰ বল শক্তি নাই,অকলে যাবলৈও ইহতে দিয়ে নে নাই।?
ধন্যবাদ আপোনালৈ।
ভাই কি যে বলো তামু তামু আমি খামু খামু
দাদা আপোনাৰ ভিডিও চাই মই এইবাৰ 180 টা তামোল পুলি লগাইছো। তাত সাৰ হিচাপে গোবৰ দিছিলোঁ। 3 তা মৰিছে বাকী বোৰ কিন্তু এতিয়া লৈ ভালে আছে দাদা। গুৰি বিলাক ছফা কৰী দি আছোঁ। আৰু কিবা বেলেগ সাৰ দিম নেকি।
যদি পাৰে ভালদৰে শুকান গোবৰ দিয়ক মাজে মাজে।
Thanku dada.
Puli hybrid ne
নহয় থলুৱা জাতৰ হয়।
Pan tamul puli ruwa video2 salu .kamot hokolure ahibobuli bhabisu.
ধন্যবাদ আপোনালৈ।
দাদা ময়ো গোৱৰ সাৰ দি আছো
ধন্যবাদ।মাজে মাজে দি থাকিব পাৰে।
দাদা বইলাৰৰ মল মুএ দিলে ভাল নে বেয়া
দিব পাৰিব।কিন্তু কিছুদিন শুকাবলৈ দিব আৰু গুৰিৰ পৰা আঁতৰত দিব
আপুনি কিমান দাল তামোল ৰুইছে দাদা?
150 মান হব।
Dada apuni distance kiman rakhise.? 6×6 feet logabo pare ne?
বেছি ঘন হব minimum 10 by 10 feet কৰিব।
গুৰিৰ চাৰিওফালে চাফা কৰিব লাগে নেকি
পাৰিলে সদায় চাফ কৰি ৰাখিলে ভাল।
Aitu 1 bosoriya puli nohoi 3 bosoriya hoi......
যোৱা বছৰ লগোৱা video আছে চাই লব।মোৰ উদেশ্য আপোনালোকক মিছাকৈ কিবা কৰি দেখুওৱা নহয়।
@@BiswanathAgrifarm puli tur boiyokh Ne ruar boiyakh ak bosar
0 y I don't want
Sorry..
Mesa katha
হয় নেকি।পাৰিলে এদিন আহি চাই সঁচা মিছা গম পাব।ধন্যবাদ
Apunar usorot kesu pabo neki?
পাব।
@@BiswanathAgrifarm after lockdown, moi anibo jamdei
Apunar contact number tu dibo neki?
Abosoriya tamul puli rule mori jabo nki please kok na
বাৰিষাত লগাব এতিয়া লগালে মৰিব।may,June মাহত লগালে ভাল হয়।
Nomore
Timro no dauta
9957717856