বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে,কথা কোৱাৰ অধিকাৰ নাই!

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে,কথা কোৱাৰ অধিকাৰ নাই!বিজেপি একে আছে,নেতৃত্ব সলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে।মন্তব্য প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ

КОМЕНТАРІ • 26

  • @Rana-hg8hg
    @Rana-hg8hg 2 місяці тому +1

    শংকৰদেৱ মাধব দেব আজান ফকীৰ বিষ্ণু ৰাভা জোত্যি প্ৰসাদ আগৱৰআলা আদি কৰি সকল জিন্দাবাদ অসমত

  • @harinarayandeori3813
    @harinarayandeori3813 2 місяці тому +2

    হিমন্তৰ বাহিনীয়ে বিজেপি খতম কৰিলে।

  • @hiteshdeka153
    @hiteshdeka153 2 місяці тому +2

    অশোক শৰ্মা নলবাৰীৰ সু সন্তান। 26 ত এই সু সন্তানে নলবাৰী ৰাইজৰ মৰম চেনেহ নিশ্চয় পাব

  • @lakhikrchintey5693
    @lakhikrchintey5693 2 місяці тому +17

    কিমান আঘাত পালে মানুহে এনে দুখ চিকাৰ কৰে, এই কথা গম নাপায় হিমন্তৰ এই গাদদাৰবোৰে

    • @jugeswarphukan9726
      @jugeswarphukan9726 2 місяці тому

      Hai.ainatun.bjpbure.kibujiba.haihakal.bjpies.kikarisil.bjpirkarane.aije.oparate.ahigatiai nije.akhan.lale.haibjpmanuhbure.tetia.kikarisil.kia.matakhar.nematile.kia.ariburak.hubidjadile.rajnitit.haiburake.kai.hubidhabad.nupoa.karane.khelimeli.haise.

  • @Gudduvlogs-e3w
    @Gudduvlogs-e3w 2 місяці тому +2

    ব্ৰাহ্মণে ৰাজত্ব কৰিলে দেশ ৰসাতলে যায়।জনগণ‌ সাৱধান হ'ব হ'ল। চাৰিওফালে মূল্য বৃদ্ধি জুই‌য়ে আৱৰি ধৰিছে । গণতন্ত্ৰৰ জয় হওক। জয় আই অসম ❤

  • @AmarSarania-l3t
    @AmarSarania-l3t 2 місяці тому +7

    কিহৰ ইমান মানুহ বোৰে বিজেপি BJP কৰে গম নাপাওঁ, বহিষ্কাৰ কৰিলে হল । দেশৰ জনগণই দাম বৃদ্ধিক লৈ জুৰুলা হৈছে,যোৱা ১০টা বছৰে নিৰ্মাণ কৰা কাম বোৰ বিসংগতি দেখা গৈছে নীৰৱ মোদী বিজয় মালিয়া দেশৰ টকা লৈ উধাও হৈছে, প্ৰশ্ন কাকত বছৰে বছৰে ভাদিল হৈছে, দুৰ্নীতি কৰা নেতা-পালিনেতা বোৰক ধোৱা তুলসীৰ পাত সজাইছে, এইবাৰ লোকসভাৰ নিৰ্বাচনত আমাৰ অসমত আঁচনিৰ ৰাজনীতি কৰিছে কিন্তু বিহাৰত আমাৰ মুখ্যমন্ত্ৰী য়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৰিব গৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে... এইবোৰ কথা কিয় চৰ্চা নহয়, কাৰণ নিউজ চেনেল বোৰ বিক্ৰী গৈছে, বিক্ৰী গলেও যাওক কিন্তু আমি এতিয়া সজাগ হৈছোঁ । এইবাৰ যেনেকৈ লোকসভা নিৰ্বাচনত মুখ থেকেচা খাইছে ঠিক এনেকৈ ৰাজ্যই ৰাজ্যই মুখ ঠেকেচা খাব প্ৰস্তুত হয় থাকক, যেতিয়া কেন্দ্ৰত চৰকাৰ সলনি হব তেতিয়া এইবোৰ মচলাৰ জুতি গম পাব গণতন্ত্ৰ হত্যা কৰা এইখন চৰকাৰৰ ফল কি হব । কব বহুত আছে কয় শেষ কৰিব নোৱাৰোঁ এই দুৰ্নীতিৰ চৰকাৰ খনৰ বিৰুদ্ধে , ইমান দুৰ্নীতি, আমাৰ অসমৰ জনীয়েটো Black money💰 white...E.D/CBI যেতিয়া পিছত পৰিব তেতিয়াহে🫶🤣
    জয় আই অসম

  • @Rana-hg8hg
    @Rana-hg8hg 2 місяці тому +1

    চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে

  • @jagannathdas484
    @jagannathdas484 2 місяці тому +2

    বিজেপি নামটো একেটাই আছে মাথোঁ কঙৰেজী নেটাসকলোৰ অধিনত চলি আছে, নামৰ পৰিবৰ্তন নহয়, কিন্তু কামৰহে পৰিবৰ্তন হৈছে। কাৰণ কঙৰেজৰ গেলা পছা কেইজনেহে বিজেপিৰ ফলক লগাই সক্ষোন কৰে দলটোক। আপুনালোকে এবাৰ এবাৰ ভালকৈ ভাবক মুখ্য মন্ত্ৰীজন কোণ ডলোৰ পৰা যোৱা। তেওঁ ঘোৰ কঙৰেজী, মানে তেওঁৰ গোটেই শৰিৰ কঙৰেজী তেজেৰে ৰাঙলী হৈ আছে।

  • @UMESHBarman-ol1zv
    @UMESHBarman-ol1zv 2 місяці тому +2

    Right

  • @RajibkalitaRajibkalita-l9c
    @RajibkalitaRajibkalita-l9c 2 місяці тому

    Thanks

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 місяці тому

    Right 👍

  • @ranobasumatary7206
    @ranobasumatary7206 2 місяці тому

    Right person

  • @gh12138.
    @gh12138. 2 місяці тому +10

    Old bjp chakor dore use kore😢

  • @nivasaikia2249
    @nivasaikia2249 2 місяці тому +2

    Nice❤❤❤❤

  • @saratkalita7685
    @saratkalita7685 2 місяці тому

    Happy 🎉

  • @RobingogoiRobingogoi-k4h
    @RobingogoiRobingogoi-k4h 2 місяці тому

    Ashuk dai akdom hasha katha koise ai cuwa seleka shab tu moiu aagor parai b j p k aahisu

  • @litysa4236
    @litysa4236 2 місяці тому

    Jikita ahise
    Leng mstr group 😅😅😅

  • @ajoypegu4749
    @ajoypegu4749 2 місяці тому +5

    Nice

  • @gobinbhuyan2158
    @gobinbhuyan2158 2 місяці тому

    Ganatanta noholeu katha nai asani main😅😅😅

  • @prasantaborah-b1j
    @prasantaborah-b1j 2 місяці тому

    muthhote sharmai hubidha naple

  • @shyamolikabora2924
    @shyamolikabora2924 2 місяці тому

    ভাল কামত ভগৱান বিষ্ণুৰ আশীৰ্বাদ সদায় থাকে অহঙ ভাব ভাল নহয় কি বি জে পি কি কঙগেছ

  • @ZyanAli372
    @ZyanAli372 2 місяці тому

    Hhhhhhhhhhhhhhffffffffff

  • @KamalRajbongshi-k4s
    @KamalRajbongshi-k4s 2 місяці тому

    Right