•Namgharr Monikutot RAM HARI NAM •Namghrr khutat RAM HARI NAM •Sankardev-Madhabdev r Kirtanghosa Namghosa t RAM NAM •Bia nam t RAM NAM •HARI namt RAM NAM •Bihu namt RAM NAM An ki voi khale asorit hleu RAM NAM TNTE VAGAWAN RAMAR ASITWA KNKOI NTHKIB JAY HARI RAM
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম অতি আনন্দৰ পালো প্ৰভু মাধৱ ।সূনদৰ সাংঘাতিক জনৰ নাম জনাৱ।🙏🏼🙏🏼🙏🏼🙏🏼।
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ ঈশ্বৰ শতকোটি প্রণিপাত জনালো। হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে, ❤🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম । আপোনাৰ নিৰ্ভীক আৰু উচিৎ প্ৰত্যুত্তৰত আমি একমত। তেওঁক আমি তীব্ৰ গৰিহণা দিছোঁ । কৃষ্ণ।
প্ৰণাম প্ৰভু কৃষ্ণ আপোনাক শত কোটি ধন্য বাদ জনালোঁ বৰ সুখ পালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ হৰি ৰাম 🙏🙏🙏
কেন মতে চিনতীবাহা ৰাম বুলি শুদ্ব কৰা মন।প্ৰভু জনা সেই জনা ৰামক আমি সদায় সেবা কৰোঁ । ৰাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ ৰাম ৰাম,সেই সকল অল্পমতি সাং বাদীক ,একো নজনাকৈ নিজক বেছি কৰিবলৈ তেনে কৈ কব যায়।প্ৰভু ভগৱানে সুমতি দিয়ক তাকে কামনা কৰিলো।আপুনি কথা খিনি দৃষ্টিগোচৰ কৰি বহুত ভাল কথা কৰিছে । বিষ পুলি গঁজালি তে চিনি পোৱা টো উচিত । আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
প্ৰভূ ঈশ্বৰ প্ৰণাম। কৃষ্ণ কৃষ্ণ কৰুনা ময়। উচিত বাখ্যা কৰা ত আমি আটায়ে আপ্লুত হৈছো। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ বাপ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ।এনেকুৱা কুলকিত বক্তি সকলে সমাজত বিভ্ৰনটিৰ স্ৰস্তি কৰে । এওঁলোকক বুজাই দিয়া ভাল ।
কৃষ্ণ প্ৰভূ । আপোনাক শতকৌতি প্ৰণাম জনাই ছো
আমাৰ জীৱন ত এজনেই ব্যক্তি
পাইছো যিজনে সদায় সনাতন
ধৰ্মৰ বিষয়ে মাত মাতি আহিছে । ঈশ্বৰে আপোনাক কৃপা কৰক ।
প্ৰভু কৃষ্ণ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো🙏🙏🙏
হয় প্ৰভু জন আপোনাৰ লগতে আমি ও একমত সেইব্যক্তিজনক ঈশ্বৰে সূমতি সুজ্ঞানপ্ৰদান কৰেযেন,জয়জয় ৰাম।
কৃষ্ণ কৃষ্ণ প্রভু আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ বাপ সেই সাংঘাটিক জনৰ কথা শোনি ভাষাৰে বুজাব নোৱাৰি গতিকে প্ৰভু শ্ৰী ৰামৰ ওচৰত তেখেতক সুমতি আৰু সুজ্ঞান হ'বলৈ প্ৰাৰ্থনা জনালোঁ
গঠনমূলক ভাৱে কথাখিনি উপস্থাপন কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদ। উচিত challenge💪 কৰিছে। সি জনা উচিত । কাৰ বিষয়ে কৈছে। শুনি বৰ সুখ পালে।
Ram Krishna,Bap Apunak Pravu Bhagwantai Apunak kripa kori Rakhe.jen Aedare.Amar Upasya.Dev.Ramar.katha Sadai sunibaloi Pai.thakujen.Ram.Krishna ...Dhanyabad.
গুৰু দেব আমাৰ খেৱা গ্ৰহ কৰিব ।এই ৰিপটাটুক নেৰিব প্ৰভু আপোনা লগত আমি আছো।আপুনি মহান ৎকৃষ্ণৎ
মুখা খুলি দিয়াৰ বাবে বহুত ধন্যবাদ ।কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ,, ৰাম ৰাম ৰাম ৰাম
বাপজন, সেই সাংঘাটিক জনক বৰ সুন্দৰ কৈ জলপান ভাগ দিছে। হজম কৰিলে তেওঁ জ্ঞানী হব। বদহজমী হলে অ জ্ঞানী হৈয়ে থাকিব। ৰাম প্ৰভুয়ে তেওক সুমতি দিয়ক।
জয় শ্ৰীৰাম যে 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপুনাৰ কথা শাৰীৰ কাৰণে বহুত ধন্যবাদ।
কৃষ্ণ বাপ ।এতিয়াহে অন্তৰে শান্তিপাইছে ।আপোনী যে সাংঘাতিক জনক উচিতবাক্যৰে উত্তৰ দিছে ।কৃষ্ণ
কৃষ্ণ , আমি আশা কৰিম -- ইমান সুন্দৰ তাত্বিক, আধ্যাত্মিক বুজনিৰ দ্বাৰা সেই মহান সাংঘাতিকজনৰ মনৰ সংস্কাৰ হওক, ৰাম নামৰ মহিমা হৃদয়ত উপলব্ধি হওক, প্ৰভু ভগৱন্তই এই মূহুৰ্ত্তৰ পৰা সুমতি প্ৰদান কৰক | যুগজয়ী শঙ্কৰ গুৰুজনাৰ আৰু মাধৱ গুৰুজনাৰ ৰচনাৱলীসমূহ অধ্যয়ন কৰিবলে আমিও ৰিজু পাঠক বাপজনাৰ লগতে অনুৰোধ জনালো | বিনা অধ্যয়নে এনে মন্তব্য নিদিয়ে যেন |
ৰাম কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম ও হৰি ৰাম ৰাম
হে বাপ আপুনি সেই সাংঘাতিকজনক উচিত প্ৰত্যুত্তৰ দিছে।তাৰবাবে আপোনাক ধন্যবাদ জনালো।আমি নামঘোষা,কীৰ্তন ,ভাগৱত ইত্যাদি পাঠ এভাগি গৃহত দিলে পাঠেকি বাপ জনাই গুৰু বন্দনাৰ পাছতেই পদ,লেছাৰি ,দুলড়ী গোৱাৰ আগতেই এ ৰাম বুলি আৰম্ভ কৰে। যিহেতু ৰামৰ অৱতাৰ প্ৰথমতেই হৈছিল। যেনে সত্যযোগে ৰাম ত্ৰেতাযোগে যজ্ঞ দ্বাপৰত কৃষ্ণ আৰু কলিত হৰিনাম। কৃষ্ণ কৃষ্ণ বাপ।
জয় শ্ৰী ৰাম 🙏
প্ৰভুজনা আচলতে এনে সাংঘাটিক সকল বা এনে মানসিকতাৰ লোকৰ বাবেই আমাৰ সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু কোনো এজন বিজ্ঞ লোকে মাত নামাতে কিন্তু আপুনি আনৰ দৰে নহয় সত্য কথাত মাত মাতিবলৈ আপুনি কুন্ঠাবোধ নকৰে । ঈশ্বৰৰে আপোনাক সৰ্বদা কুশলে ৰাখক।
বাপ সেই সাংঘাটিক জনক সোধক চোন শ্রীৰামৰ মাকৰ নামতো
সুন্দৰ বৰ্ণনা দিছে তেখেতক ভগবানে সুমতি দিযক কৃষ্ণ ৰাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাক আন্তৰিক সেৱা আগবঢ়ায় সাংবাদিক জনক উচিত কথা শুনায় কৃষ্ণ কৃষ্ণ।
Krishn baap sewa lab , enekoa sambadikok kant dhari dekhoai dib lage .
হয়, কৃষ্ণ প্ৰভু বাপ সেই সাংবাদিক জনৰ কথাটো বৰ দূৰ্ভাগ্যজনক আমি ব্যক্তিগত ভাৱে তেওঁক প্ৰতিবাদ মন্তব্য কৰিছো ।
প্ৰভূ কৃষ্ণ কৃষ্ণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
ৰাম কৃষ্ণ
Krisna. Ram krisna ram ram ram hari hari.
উত্তম।মহা উত্তম ।প্ৰভূজনা।
🙏🙏bap..... Tenekua anarthak kothat amar pravu isware akonoo gurutwa nidiboloi amak anaborote nirdekh di thake bap.. 🙏🙏.. Bohut dhanyabad thakil apunaloi.
ঈশ্বৰৰ মহিমা নজনা বিলাকে এনেধৰণৰ মন্তব্য কৰে।সৃষ্টিৰ ৰহস্য একোৱে বুজি নাপায় সেই কাৰণে প্ৰলাপ বকে।প্ৰভু আপোনাৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ কৃষ্ণ🙏🙏.
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱা জনালো। উচিত কথা কৈছে।🙏
Bap sangbadik garakik kuakhani suni bahut Ananda lagise bap apunak sewa janalu.
কৃষ্ণ কৃষ্ণ
কৃষ্ণ বাপ, আপোনাক সেৱা জনালোঁ | আপোনাৰ দৰে সাহসী আৰু নিৰ্ভীক ভকত বৰ্তমান বৰ প্ৰয়োজন |
Jai shree ram 🙏🙏🙏Krishna bap panam 🙏🙏🙏
ঔ হৰি ঔ ৰাম, তেনে সাংবাদিক বোৰ হৈছে আমাৰ সমাজত আমাৰ দৰে সাধাৰণ লোক বোৰক ভূল পথ দেখাই দিয়া, আপুনি ইয়াৰ ওপৰত ভিডিঅ বনোৱাৰ বাবে ধন্যবাদ, কৃষ্ণ কৃষ্ণ🙏🙏
Krishna বাপ কথা খিনি শুনি ভাল লাগিল🙏🙏🙏
ৰাম ৰাম
Krishna probhu, korpora ei dhumketubur ulaihi, baghor agot sage dewa dewi kori moriboloi ahise. Apunaloi dhonyobad jonalu krishna
•Namgharr Monikutot RAM HARI NAM
•Namghrr khutat RAM HARI NAM
•Sankardev-Madhabdev r Kirtanghosa Namghosa t RAM NAM
•Bia nam t RAM NAM
•HARI namt RAM NAM
•Bihu namt RAM NAM
An ki voi khale asorit hleu RAM NAM
TNTE VAGAWAN RAMAR ASITWA KNKOI NTHKIB
JAY HARI RAM
Jai sri Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ তেখেতৰ মন মগজুত নিশ্চয় কিবা বৃকৃতি ঘটিছে সেয়েহে তেওঁ প্ৰভূৰ বিষয়ে এনেদৰে মন্তব্য দাঙি ধৰিছে য'ত আমাৰ ঘোষা আৰু পদৰ বাক্য সমুহ ৰাম নামৰ বিনে আধৰোৱা তেনেস্থলত তেখেতৰ মন্তব্য বিবেকহীন আপোনাৰ ভিডিঅ' চায় নিশ্চয় তেওঁ নিজৰ ভূল সীকাৰ কৰিব
জোকর মুখত চূণ পৰিল। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
Krishna krishna 🙏🙏
জয় শ্রী ৰাম
কৃষ্ণ, বাপ আপোনাক সেৱা জনালো ।
ৰাম কৃষ্ণ প্ৰভূ শতকৌটি প্ৰণাম।
Krishna Krishna 🙏🙏🙏 Ami u aapunar hoite akmot
প্ৰণাম বাপ ঈশ্বৰ আমি অতি মূঢ়মতি তথাপি আমি এভাগি গোহাৰি জনাব বিচাৰো যে বৰ্তমান আমি কলিৰ মলমতি মনুষ্য গতিকে যুগধৰ্ম অনুসৰি আমি ভগৱন্তৰ বাঙ্ময় মূৰ্তিভাগ যেতিয়া অধ্যয়ন কৰি আছোৱেই গতিকে বাকী মূৰ্তি পূজাক লৈ আমি ইমান হৈচৈ নকৰাই ভাল বুলি মোৰ অনুভৱ হয়। ৰামৰ মূত্তিভাগ ইমান দিনৰ অন্তত যে স্থাপন হ'ল তাৰবাবে আমাৰ ভালেই লাগিছে কিন্তু এতিয়া যিহেতু কলিযুগ গতিকে আন কথা এৰি আমি বৰ্তমানৰ কথাহে ভবা উচিত বুলি মই ভাবো কৃষ্ণ।
মুৰখ মতি জনক ৰাম কেনেকুৱা ধাৰনা দিৱলৈ মুৰ্তি আৱশ্যক...কিন্তু আপোনাৰ দৰে জ্ঞানী জনৰ বাবে বাংময় ৰূপ স্বৃকিত,,,সেৱাহে
Bap apuni xosa kotha koise... Ami provu Ramor xoronot xeuwa jonalo 🙏🙏🙏 Joi Shri ram
🙏🌺krishna, Ram🌺🙏hoi Baap, apunar logt moi ak mot.Amar ghoror dorjar honmukhot ||🙏🌺Joi Sri Ram🌺🙏|| likha ase.
কৃষ্ণ বাপ আপুনি উচিত বাখা কৰিলে তাৰ বাবে মই ধন্যবাদ দিছো।
Ram,krishna Ram krishna Ram krishna Ram
ধন্যবাদ কৃষ্ণ
কৃষ্ণ বাপ অতি সুন্দৰ মন্তব্য।
কৃষ্ণ 🙏🙏
প্ৰভূ কীৰ্তন পৰাও এটি উপমা দিব লগিছিল কৃষ্ণ ৰাম ।
Ram krishna ram krishna bapp hangbadik jonai sastror bekhoya aku najana saga .krishna ram.🙏🙏
Joy Shree Ramo Joy Shree Krishno
Jai Shree Ram 🙏🙏🙏
জয় শ্রী ৰাম বাপ এই শিক্ষিত মুখা পিন্ধা বহুবল্কী অসংযত সাংবাদিক জনৰ সনাতন ধম্মৰ
Krishna Bap hoi xasaa bap Ram Krishna namo 🙏🙏🙏
Sunga sai hope. Hundor bap krishna🙏
Very good reply prabhu. Namaskar
কৃষ্ণ বাপ ।প্ৰভু ভগৱন্তই তেওঁক সুমতি দিয়ক । নৱপ্ৰজন্মৰ মাজত যাতে ভুল ধাৰণা নহয় তাৰবাবে আমি ভিডিঅ ভাগ চছিয়েল মিডিয়াত ভাগ কৰিলো । কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্রভু
ৰাম ৰাম ৰাম ৰাম
Krishna বাপ🙏🙏
Prabhu ishar apuni xasakai dhannyabadar patra krishna krishna
Krishna Ram🙏🙏
Krishna BAAP pronam
Thanks probhu
প্ৰভুঈশ্ৱৰ আপোনাৰ বক্তব্য সময়োচিত হৈছে l খটৰাসত্রত ৰাম লখ্মণ,সীতা আৰু হনুমানৰ মূৰ্তি এই সেৱিকাই দৰ্শন কৰি আহিছো lআপুনি নিশ্চয় জানে,স্ৱয়ং মাধৱদেৱে লেচা কনীয়া গোৱিন্দ আতাৰ হাতত চাৰিমূ্ৰ্তি সত্রত প্ৰতিস্হা কৰিবলৈ দি পংঠাইছিল lত্রিবেণী মজুমদাৰ
তাক প্ৰভূ ৰামে সুমতি দিয়ক
জয় shri ram
কৃষ্ণ কৃষ্ণ । অামাক গুৰুজনাই কি দি গৈছৈ এই তথা কথিত সকলে গমেই নাপাই । অাজিলৈকে এনে লোকে এবাৰো ক'তো নাম ডকা শুনা নাইনে বাৰু !!!! পথমেই " কৃষ্ণ কৃষ্ণ ৰাম । জয় জয় ৰাম ।। ............................ কৃষ্ন হৰি ৰাম হৰি ৰাম ৰাম ৰাম ৰাম অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ । " সচাঁকৈ গৰিহণাৰ যোগ্য । অাপোনাক শত শত বাৰ ধন্যবাদ
জয় শ্ৰীৰাম 🙏🙏🙏
চাক্ষৰতাই শিক্ষা নহয় যদিহে শিক্ষা ৰ লগত জ্ঞানৰ স্্যযোগ নখাকে, সেই জ্ঞান অভিশাপ স্বৰূপ।
🙏🙏 Krishna Krishna
Joi Shree Ram .......
Joy Shree Ram.Thanks.
Krishno
Krishna sajag pathak bap🙏🙏🙏
উত্তম বাপ কৃষ্ণ ৰাম
প্ৰভু কৃষ্ণ, আপুনি সেই সংবাদিক ( সাংঘাতিক) জনক উচিত শিক্ষা দিলে । আপোনাক কৌটি কৌটি প্ৰমাণ । কৃষ্ণ কৃষ্ণ বাপ.......
ধন্যবাদ বাপ ঈশবৰ
উত্তম উত্তৰ দিছে প্ৰভু, জোকৰ মুখত চূন পৰিছে ।
Jai shree ram Krishna.
THANKS YOU
Oti xundor krishna
কৃষ্ণ
Your views are highly appreciated 🙏
Jai siya r
সাংবাদিকজনৰ জ্ঞানৰ সংকীৰ্ণতা প্ৰকাশ কৰিছে।
Krishna apune val kotha kola provu
কৃষ্ণ!
Jai Shree Ram
Krishna,Krishna,aapunar hoite moiu akmot.krishna.