Xatokhon Xuria Noi | Nilotpal Gayan | Hiren Bhattacharya | Dr. Birendranath Dutta | Assamese Song

Поділитися
Вставка
  • Опубліковано 27 лип 2021
  • Song : Xatokhon Xuria Noi
    Written by Hiren Bhattacharya
    Composed and originally sung by Dr. Birendranath Dutta
    Re recorded by Nilotpal Gayan
    Music Director : Deepak Kumar Sharma
    Music Arrengement : Abhishek Dhar
    গীত : সাতোখন সুৰীয়া নৈ
    কথা : হীৰেন ভট্টাচাৰ্য
    সুৰ আৰু মূল কণ্ঠ : ড° বীৰেন্দ্ৰনাথ দত্ত
    কণ্ঠ : নীলোৎপল গায়ন
    সংগীত পৰিচালনা : দীপক কুমাৰ শৰ্মা
    সংগীত ব্যৱস্থাপনা : অভিষেক ধৰ
    শব্দ সংমিশ্ৰণ : পিংকু দাস
    বাদ্য সংগত
    বাঁহী : দীপক কুমাৰ শৰ্মা
    তবলা/ডগৰ : অতুল মহন্ত
    দোতাৰা : অজয় ৰাজবংশী
    গীটাৰ : মুকুল বৰা
    কভাৰ ফটো/ভিডিঅ' : ডিজাইন ষ্টোৰ Design Store
    ৰেকৰ্ডিং ষ্টুডিঅ' : ৰেড এভি ষ্টুডিঅ' , গুৱাহাটী / সংগীত অডিঅ' লেব, নগাঁও

КОМЕНТАРІ • 129

  • @nilotpalgayan2772
    @nilotpalgayan2772  2 роки тому +4

    আপোনালোকৰ মৰম আশিসে মোক কৃতাৰ্থ কৰিলে। সকলোকে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেদৰে আগলৈও সাহস দি যাব।

  • @bhrigukr.kalita6043
    @bhrigukr.kalita6043 3 роки тому +2

    যোৱাবাৰ গ্ৰন্থমেলাত আপোনাৰ গান এটা মই শুনিছিলো৷আকাশবাণী গুৱাহাটীৰৰ পৰা ফেচবুক লাইভ চলিছিল৷ লোকনাথ গোস্বামী চাৰৰ সাক্ষাৎকাৰ লৈ থকা সময়ত আপুনি গাইছিল খগেন মহন্ত দেৱৰ তাই কেতিয়াবা মন গ'লে শীৰ্ষক গীতটি৷ আপোনাৰ গানৰ মিঠা সুৰ আৰু সাধনা সঁচাকৈ প্ৰশংসনীয়৷ ভাল লাগিল৷

  • @jyotsnabordoloi2931
    @jyotsnabordoloi2931 2 роки тому +3

    মাতৃভূমিৰ মৰম শ্ৰদ্ধা জীয়াই থকা এনে জীপাল গীত যেন তোমাৰ মুখেৰে সদায় নিসৃত হৈ থাকে তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻👍🏻👌👌

  • @kunwalicyclone2783
    @kunwalicyclone2783 2 роки тому +4

    তোমাৰ পৰা আৰু গীত শিকাৰ আশা থাকিল 😌🌼

  • @nanditaprayasi2541
    @nanditaprayasi2541 2 роки тому +3

    অনন্য কণ্ঠ💐💐

  • @RajuSarma202
    @RajuSarma202 Рік тому +1

    ❤বহুত ভাল লাগিল৷মিঠা কন্ঠত এটি কালজয়ী গীত

  • @sarangaborah2146
    @sarangaborah2146 5 місяців тому +1

    দাদা বৰ সুন্দৰ লাগে আপোনাৰ কণ্ঠত চিৰ সেউজ গীতবোৰ

  • @aswaclantasaikia8174
    @aswaclantasaikia8174 2 роки тому +2

    সুন্দৰ কণ্ঠ 👌 ভাল লাগিল

  • @dhrubajyotikakoti5518
    @dhrubajyotikakoti5518 2 місяці тому

    ইমান দিনে যেন আপোনাৰ দৰে কাৰোবাক বিচাৰি আছিলোঁ। অপূৰ্ব কণ্ঠ। এই ধাৰা বজাই ৰাখিব বুলি আশা কৰিলোঁ।

  • @RJHMvideoblogs
    @RJHMvideoblogs Рік тому

    অনন্য সুন্দৰ। কেতিয়াবা আকাশ আমাক গানটো গাব বুলি আশা থাকিল।

  • @moureensvlogandworld225
    @moureensvlogandworld225 2 роки тому

    গীতটো শুনি শুনি হেঁপাহ নপলাই।

  • @tagarkanchan4804
    @tagarkanchan4804 2 роки тому

    Bor xundor gaisa dei Nilutpal..god bless you

  • @user-fm7gi2lc2r
    @user-fm7gi2lc2r 3 роки тому

    বৰ সুন্দৰ হৈছে দেই।ছাৰে শুনিব পাৰিলে খুব ভাল পাব

  • @gitarthaborah2223
    @gitarthaborah2223 3 роки тому

    Val lagil nilutpal. I have not capacity to judgment you.but I m telling God bless u.

  • @dnsjjsakakaka
    @dnsjjsakakaka 2 роки тому

    Oh krishna ... Ek bujabonuara anubhob 🤯

  • @nirupamadeka9088
    @nirupamadeka9088 2 роки тому

    সুন্দৰ হৈছে। শুভেচ্ছা জনালোঁ।

  • @barshahazarika4974
    @barshahazarika4974 2 роки тому +1

    অতি সুন্দৰ পৰিৱেশন। খুওব ভাল পাওঁ গীতটি, মন চুই গ'ল,,,,

  • @ilorabora351
    @ilorabora351 2 роки тому

    বৰ সুন্দৰ গাই আপুনি।

  • @bipuldeka6869
    @bipuldeka6869 11 місяців тому

    Bo vaal lagil.

  • @rashmiboruah2827
    @rashmiboruah2827 6 місяців тому +1

    Good
    .❤🎉😊
    Ok

  • @infinitesmiles4623
    @infinitesmiles4623 11 місяців тому

    অতি সুন্দৰ

  • @bidyutranjan4128
    @bidyutranjan4128 Рік тому

    অতি আপ্লুত হলো,আবেগিক হলো..

  • @krittikasaikia2969
    @krittikasaikia2969 3 роки тому

    Bor dhunia hoise... Best wishes

  • @alakahaloi7212
    @alakahaloi7212 3 роки тому

    বৰ ভাল লাগিল নীলোৎপল

  • @swagatgaming1689
    @swagatgaming1689 9 місяців тому

    ❤ Bor hundor dei
    Bor bhal hoise

  • @kajallataborah276
    @kajallataborah276 2 роки тому

    Xundor👌

  • @shewalidevi7269
    @shewalidevi7269 9 місяців тому

    Bhal lagil xuni

  • @thekaaju
    @thekaaju 3 роки тому +1

    অতি সুন্দৰ চিৰসেউজ গীত লগতে তোমাৰ কণ্ঠৰ কথাটো ক’ব লগা নাইয়ে ❤️

  • @arponapayeng6827
    @arponapayeng6827 Рік тому

    বহুত ভাল লাগিল ৷

  • @rupamdas1372
    @rupamdas1372 3 роки тому +1

    ইমান শুৱলা, সুৱদী, সুৰীয়া .... সুকোমল মধুৰ গীত ... বৰ ভাল লাগিল, খুব ধুনীয়াকৈ গাইছা ... গ্ৰাফিক্সখিনিও ভাল লাগিছে 👌😊🌻👍

  • @rupjyotidevi8846
    @rupjyotidevi8846 3 роки тому +1

    খুব সুন্দৰ হৈছে গীতটি 👍👍❤

  • @nibirsvlogs7633
    @nibirsvlogs7633 3 роки тому +1

    বহুত ভাল লাগিল। অভিনন্দন নীলোৎপল। 💚💚💚

  • @l.p.production3223
    @l.p.production3223 3 роки тому

    শুনিবলৈ কষ্ট হোৱা অথচ নুশুনি নোৱাৰা এটি হৃদয় জুৰুৱা গান...! গীতটি শুনিলেই গীতৰ অনুভৱ আৰু সুৰে বুকুখনৰ লগতে দুচকুত পোৰণি তোলে...! শুনি হেঁপাহ নপলোৱা এটি চিৰসুন্দৰ গীত...। এই চেগতে অনুপম গীতটিৰ স্ৰষ্টা প্ৰাণৰ হীৰুদা আৰু অমিয়া সুৰ আৰু কন্ঠেৰে প্ৰাণ দিয়া চিৰপূজ্য বৰেণ্য সংগীত শিল্পী গৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ...। সুন্দৰ কন্ঠ আৰু সুৰীয়া গায়কীৰে তুমিও গীতটিৰ মান ৰাখিলা নিলোৎপল...। গীতৰ সংগীতৰ কামখিনিও বৰ শ্ৰুতিমধুৰ হৈছে... মুগ্ধ হ'লো শুনি। আন্তৰিক অভিনন্দন জনাইছোঁ তোমাৰ লগতে সকলোকে...। অতি সুন্দৰ তোমাৰ গীতৰ বাছনি। মুগ্ধ কৰিলা...। এনেদৰেই তোমাৰ সুৰুচিশীল মনৰ সুন্দৰ বাছনিৰে ভৱিষ্যতেও আমাৰ ঐতিহ্যময় সংগীতৰ সোণসেৰীয়া ভঁৰালটিৰ হৃদয় জুৰুৱা সৃষ্টিৰ সুৰীয়া সুৰৰ প্ৰতিধ্বনি শুনাই থাকিবা বুলি আশা কৰিলোঁ।🎉🎉🎉 তোমাৰ channel-টি subscribe কৰিলোঁ...লগতে গীতটিও share কৰিলোঁ দেই...।

  • @umeshsarma4963
    @umeshsarma4963 Рік тому

    Fantastic

  • @shivamstudioassam3549
    @shivamstudioassam3549 3 роки тому

    ভাল লাগিল গান টো

  • @pankajjyotibaruah3686
    @pankajjyotibaruah3686 Рік тому

    বহুত সুন্দৰ লাগিল শুনি।

  • @violinakalita5288
    @violinakalita5288 Рік тому

    Nice selection

  • @kuldeepborah1777
    @kuldeepborah1777 3 роки тому +1

    Bor val lagil bondhu 💓

  • @meghsayamusicstudio6732
    @meghsayamusicstudio6732 3 роки тому

    Xundar hoise

  • @moydulislam8241
    @moydulislam8241 2 роки тому

    আপোনাৰ কণ্ঠ বহুত বেছি ভাল হয়। শুনি বহুত বেছি ভাল লাগিছে আজি প্ৰথম শুনিছোঁ। ভাল লগা বাবে চেনেলটো subscribe কৰিছোঁ ❤️

  • @paragjyotimahanta2730
    @paragjyotimahanta2730 3 роки тому

    ভাল পালোঁ ৷ আগলৈ আশা কৰিলোঁ

  • @jyotimalabordoloi8745
    @jyotimalabordoloi8745 3 роки тому

    বৰ সুন্দৰ হৈছে। অনুভূতি বৰ সুন্দৰ কৈ প্ৰকাশ পাইছে।

  • @rongbirong7684
    @rongbirong7684 3 роки тому

    গীতটো শুনি আপোনাপাহৰা হৈ পৰিলোঁ।
    বৰ সুন্দৰ।

  • @AsthaMahanta
    @AsthaMahanta 2 роки тому

    বহুত ধুনীয়া লাগিছে শুনি দাদা । মই গান গাওঁ ,সময় পালে মোৰ গান চাবাচোন

  • @rikuborbora8428
    @rikuborbora8428 3 роки тому

    Xundor .

  • @bijoybaruah9172
    @bijoybaruah9172 10 місяців тому

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @pinkidas8333
    @pinkidas8333 3 роки тому

    Xundar

  • @dipalisaharia7296
    @dipalisaharia7296 11 місяців тому

    মোৰ অতি প্ৰিয় গীত ।

  • @bijoykrishnadoley4346
    @bijoykrishnadoley4346 3 роки тому

    হৃদয়পৰশি যোৱা কণ্ঠ। বৰ ভাল লাগিল নিলোৎপল।

  • @medinigoswami2078
    @medinigoswami2078 3 роки тому

    মোৰ ভাল লগা গীতটো নীলৰ কণ্ঠত শুনিবলৈ পাই মন জীপাল কৰি দিলে।শুনিবলৈ বৰ সুন্দৰ হৈছে।বহুত বহুত ধন্যবাদ জনালোঁ।

  • @pranjalbordoloi8155
    @pranjalbordoloi8155 3 роки тому

    সময়োপযোগী

  • @bhansarma5920
    @bhansarma5920 3 роки тому

    বৰ ধুনীয়া‌ গাইছা‌ বাবু। ইমান‌ কোমল মিঠা হৈছে কন্ঠ । শুনি মন‌ ভৰি গ'ল ।

  • @probitrahazarikagajali2850
    @probitrahazarikagajali2850 3 роки тому

    শিল্পী তোমাক প্ৰণাম 🙏

  • @iamrinku..7846
    @iamrinku..7846 3 роки тому +1

    👌👌🙂

  • @rupakmazumdar7679
    @rupakmazumdar7679 3 роки тому

    অতি সুন্দৰ কণ্ঠ তোমাৰ অাৰু ইমান আবেগ ঢালি গাইছা , বাৰে বাৰে শুনিও হেপাহ পলোৱা নাই ভাই । বহুত ভাল লাগিল ।

  • @Tonmoyee123
    @Tonmoyee123 2 роки тому

    Apunak j ekebare nijor dada r nisina lge...apunak moi dada buli kbo parim ne

  • @manabpratimsaikia5160
    @manabpratimsaikia5160 3 роки тому

    Sir bhut dhunia hoise❤️

  • @bikashkalita6064
    @bikashkalita6064 3 роки тому

    Very very nice

  • @kristilakhisactivity8350
    @kristilakhisactivity8350 3 роки тому

    বৰ ভাল লাগিছে।সুন্দৰ কণ্ঠ।

  • @harshitabora8335
    @harshitabora8335 3 роки тому

    খুউব ভাল লাগিল শুনি নিলোৎপল। অভিনন্দন জনালো।

  • @kulendrakashyap1688
    @kulendrakashyap1688 2 роки тому

    How melodious your voice!

  • @chitrakalpabora6785
    @chitrakalpabora6785 3 роки тому

    ধুনীয়া❤️

  • @aneebhuyandeka7124
    @aneebhuyandeka7124 3 роки тому

    অভিনন্দন জনালোঁ 💐 বহুত ভাল লাগিল শুনি, সুন্দৰ পৰিৱেশন ...

  • @apdco1599
    @apdco1599 3 роки тому

    Dhunia video

  • @karabimunu1241
    @karabimunu1241 3 роки тому

    অভিনন্দন জনালোঁ ছাৰ🌸🌼, ভাল লাগিল শুনি💙🌸

  • @nandineedas
    @nandineedas 3 роки тому

    বহুত ধুনীয়া লাগিছে গানটো চাৰ☺️❤️

  • @kalyankalita2261
    @kalyankalita2261 3 роки тому

    সুন্দৰ হৈছে।আগবাঢ়ি যোৱা❤️❤️❤️

  • @tapangayan2033
    @tapangayan2033 3 роки тому

    Sundar

  • @cimigayan4901
    @cimigayan4901 3 роки тому

    Sundar hoise dei aru aguai jua 👌🙏

  • @muninmbcreation7720
    @muninmbcreation7720 3 роки тому

    ইমান মধুৰ পৰিৱেশন,বৰ ভাল লাগিল শুনি👌

  • @nayanjyotibora6362
    @nayanjyotibora6362 3 роки тому

    😍😍😍😍

  • @utpalbordoloi2741
    @utpalbordoloi2741 3 роки тому

    দাদা, ধুনীয়া হৈছে। অভিনন্দন জনালোঁ।

  • @riyashreescreativity160
    @riyashreescreativity160 3 роки тому

    Bohut dhuniya lagise gaan tu sir...☺️❤️ aru aguwai jaok apuni☺️☺️ All the best...

  • @gyantirthaonlineschool2304
    @gyantirthaonlineschool2304 3 роки тому

    কন্ঠ! ইমান ধুনীয়া

  • @kangkangayan2803
    @kangkangayan2803 3 роки тому

    বৰ ভাল লাগিল শুনি।❤️

  • @nekibhussain4073
    @nekibhussain4073 3 роки тому

    সুন্দৰ পৰিৱেশন , বৰ ভাল লাগিল 💙

  • @pompibora362
    @pompibora362 3 роки тому

    বৰ ভাল লাগিল❤🌼

  • @nilafagun5243
    @nilafagun5243 3 роки тому

    বৰ ধুনীয়া হৈছে 💙🌸

  • @kamalnayanmisra3518
    @kamalnayanmisra3518 3 роки тому

    বৰ ভাল পালো গীতটি শুনি।

  • @sayanikagogoi2576
    @sayanikagogoi2576 3 роки тому

    Bohut bhal lagil xuni

  • @ganeshgogoi7312
    @ganeshgogoi7312 3 роки тому

    বৰ ভাল লাগিল

  • @saratsaikia6514
    @saratsaikia6514 Рік тому

    বহুদিনৰ পৰা ইয়াকেই বিচাৰি আছিলোঁ‌। নৱপ্ৰজন্মৰ কোনো এক দীপ্তকন্ঠৰ গায়কে যেন নৱৰূপ দিব সেই সোণসেৰীয়া গীতসমুহক। ঘাইশিপাডাল অলপো ইফাল সিফাল নকৰি সম্পুণ´ একে ৰাখি analogue ব্যৱস্থাৰ mono recording ৰ আপেক্ষিক দুব´ল দিশসমুহ digital ব্যৱস্থাৰে আতঁ‌ৰাই সেই সোণসেৰীয়া গীতসমুহৰ এনেদৰে পুনৰ প্ৰতিস্থা, সংৰক্ষন তথা নতুনচাম শ্ৰোতাৰ মাজত জনপ্ৰিয় কৰাৰ আপোনাৰ এই মহৎ পদক্ষেপ যুগান্তকাৰী হ'ব। সুন্দৰ গায়কীৰ লগতে originality বজাই ৰখা যন্ত্ৰসংগীতে এই অপুব´ গীতটিক চিৰযুগমীয়া কৰাত বিশেষ অৱদান যোগাব। আপোনাক শতকৌতি প্ৰণাম। অলপ কথা হ'ব খোজোঁ‌। ড° শৰৎ শইকীয়া, পাঞ্জাবাৰী, গুৱাহাটী-৩৭। 60021 44060 ত এবাৰ যোগাযোগ কৰিব। আপোনাৰ contact number টো নাই বাবে এই অনুৰুধ।

    • @nilotpalgayan2772
      @nilotpalgayan2772  Рік тому

      আন্তৰিক ধন্যবাদ। মই যোগাযোগ কৰিম আপোনাক।

  • @babuvlogs1701
    @babuvlogs1701 2 роки тому

    Dhuniya

  • @kashmireesaikia2624
    @kashmireesaikia2624 3 роки тому

    বহুত ভাল লাগিল , অনন্য আপোনাৰ কণ্ঠ, মিঠা সুৰ

  • @JAYA1VIDEO
    @JAYA1VIDEO 3 роки тому

    সর্বাংগ সুন্দৰ । মন ভৰি গল। অভিনন্দন নিলোৎপল