Satokhon Xuria Noi (সাতোখন সুৰীয়া নৈ) - by Birendra Nath Dutta

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • Assamese song of Birendra Nath Dutta /Lyrics by Hiren Bhattacharji /Melody by Birendra Nath Dutta./ Lyrics of the song :
    সাতোখন সুৰীয়া নৈ …
    যেন এধাৰ সাতেসৰী হৈ …
    তোৰ ডিঙি আছেহি শুৱাই
    মোৰ আই …… …
    তোৰ শুকুলা কপালত
    পুৱাৰ সুৰুযে …
    সোণ সেন্দুৰীয়া ফোঁট
    দিবহি আই !!
    মোৰ আই … …
    তোৰ তুলনা বিছাৰি …
    দিহিঙে দিপাঙে …
    ফুৰিছো অনাই বনাই …
    মোৰ আই … …
    মই তোৰ মান শুৱনী
    ক'তোয়ে যে দেখা নাই !!
    তোৰ চৰণ দুখানি …
    চকুলোঁৰে যেন…
    সদায়ে দিমে ধুৱাই
    দিমে ধুৱাই…
    মোৰ আই … …
    সাতোখন সুৰীয়া নৈ ……
    🎤🎺🎶🎷🎧🎸🎵🔱

КОМЕНТАРІ • 7