Malbhog Banana ! মালভোগ কলৰ খেতিৰে কৰক লাখ লাখ উপাৰ্জন ।

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • Malbhog Banana ! মালভোগ কলৰ খেতিৰে কৰক লাখ লাখ উপাৰ্জন । #MalbhogBanana #KolorKheti #RamenKumarNath
    ওদালগুৰি জিলাৰ টংলাৰ সমীপৰ মৌগাঁও ধোপগুৰিৰ শিক্ষিত যুৱক ব্ৰজেন চন্দ্ৰ নাথ । তেওঁ ২১ বিঘা মাটি সামৰি কৰা মলভোগ কলৰ খেতিৰে বছৰি ৮-১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । তদুপৰি তেওঁৰ আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় । LIC ৰো এজেন্ট নাথে সময় উলিয়াই বিভিন্ন কৃষিকৰ্মৰ লগতে ছাগলী পালনেৰেও যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁৰ ফোন নম্বৰ: 7099118791.
    Follow me on:
    FACEBOOK- / ramenkumar.nath.9
    INSTAGRAM- ...
    THANKS FOR WATCHING THIS VIDEO.
    RAMEN KUMAR NATH
    From -Kalaigaon , Assam .

КОМЕНТАРІ • 96