Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
আচলতে মানুহৰ মানসিকতা আৰু মানৱতা অনুষ্ঠান টি সচাঁই ভাল লাগিল তাতে আমালৈ এখন কিতাপ অৱদান তাতে আমাৰ (চকৰ) চএঃ পানি পৰশৰ অনুষ্ঠান অশেষ-ধনৎবাদ আপোনাসৱক🎉🎉
খুউৱ ভাল লাগিল সাক্ষাৎ কাৰণটো শুনি
Short and strong 👍 xaral xobhabor tekeht bhal lagil
ভাল লাগিল, কিনিম,, কিতাপ খন, আন্তর্জাতিক কথাবোৰ ভাল লাগে
ভাল লাগিল সাক্ষাৎকাৰটো। নেদাৰলেণ্ডৰ বিষয়ে কৰা আলোকপাতো সচায়ে বহুত ভাল লাগিল। এই য়াহে প্ৰবাসী সুবাসৰ সৱাদ ।
ভাল লাগিছে আজিৰ অনুষ্ঠান টো
বেচ ভদ্ৰ মানুহ জন ৷ ভাল লাগিল অনুষ্ঠানটি❤
বহুত ভাল লাগিল ৷ বিশেষকৈ নিভাজ অসমীয়া কথাবোৰ বেছি ভাল লাগিল ৷
সাক্ষাৎকাৰটো বহুত ভাল লাগিল,
সুন্দৰ আৰু মনোগ্ৰাহী সাক্ষাৎকাৰ
বহুত ভাল লাগিল।
বহুত ভাল লাগিল। কিতাপখন নিশ্চয় কিনিম
অনুষ্ঠানটো চাই ভাল লাগিল। নেডাৰলেণ্ডৰ বিষয়ে জানিবলৈ পায় বহুত ভাল লাগিল।
বৰ ভাল লাগিল সৌৰভলৈ আন্তৰিক অভিনন্দন জনালো
সাক্ষাৎকাৰটো বহুত ভাল লাগিল,নেদাৰলেৰ বিষয়ে জানি ভাল লাগিল।
বাৰ্তালাপৰ এই এপিসডটো চাই বৰ ভাল লাগিল। শ্ৰীসৌৰভ মৰিকলঙীয়া(বৈদ্য) দেৱৰ কিতাপখনি নিশ্চয় ভাল লাগিব। তেখেতৰ কথাখিনি সঁচাকৈ বৰ ভাল লাগিল।
বহুত ভাল লাগিল শ্ৰদ্ধাৰ সৌৰভ ডাঙৰীয়া পায় ।🎉
ভাল লাগিল।মানসিক পুষ্টি পোৱা গল।
বহুত ভাল লাগিল পাপু দা, আমাৰ মৰিকলং বাসীৰ গৌৰৱ😊
Khub sundor lagil ,bahu najana kotha janilo
সুন্দৰ অনুষ্ঠান। শিল্পী সূলভ মনৰ মানুহ সৌৰভ ডাঙৰীয়া।ইমান ধুনীয়াকৈ কথাখিনি কৈছে,কম সময়তে নেদাৰলেণ্ডৰ এখন সুন্দৰ ছবি আমাৰ সন্মুখত দাঙি ধৰিছে।তেখেতৰ সজাই লোৱা নিজৰ সংসাৰ খনৰ লগতে নিজৰ স্বাস্থ্যও সুন্দৰ হৈ থাকক তাৰেই কামনা কৰিলো।লগতে বাৰ্তালাপ অনুষ্ঠানটিৰ দীৰ্ঘায়ু হওক এই আশা ৰাখিলো।
সৌৰভ ডাঙৰীয়াই প্ৰকাশ কৰা কিতাপখন সংগ্ৰহ কৰি পঢ়াৰ লোভ এটাও মনত ৰাখিলো।
সাক্ষাৎকাৰ টো ভাল লাগিল।
কথাবোৰ শুনি বহুত ভাল লাগিল
Mon sui gol.bahut val lagil anusthan ti Sai . Thank you so much.
বহুত ভাল লাগিল ❤
সুন্দৰ ...
বৰ ভাল লাগিল পাপ্পু বহু কথা জানিলো । সাক্ষাৎকাৰটো বহুত ভাল হৈছে ।
বাৰ্তালাপৰ মই নিয়মীয়া দৰ্শক। লগতে চক্ৰপানী পৰাশৰৰ বিগ ফেন। আজিৰ অনুষ্ঠানটো সোণত সুৱগা হৈছে।
সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰিলো । নেডাৰলেণ্ডৰ বিষয়ে ইমান সুন্দৰকৈ জানিব পাৰি ভাল লাগিল তেখেতলৈ ধন্যবাদ।
বৰ ভাল লাগিল। তেখেতক মই জানো। তেখেতই ছোৱালীয়ে মোৰ লগত সত্ৰীয়া নৃত্য শিকিছিল আনলাইন যোগে। অসম তথা অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ শলাগিবলগীয়া।
ভাল লাগিল
Wonderful interview..
Ami goisilu,Netherlands 'r The Hague' city khonole. 2 mah 20 din thaki ahilu, khub bhal lagil. Mur suali taat ase aji 8bosor hol😊. Thank you Mr. Saurabh
Khub xundar.bahut bahut dhanyabad.Guwahati book fair t kitapkhan poa jabone ,pale prathamei kinimgoi .
,,,সুন্দৰ
Val Lagil❤❤❤
Vhal lagil
সুন্দৰ। ভিডিঅ। ভাল লাগিল।
Val lagil😊
Bohut val lagil
দেখা পাই ভাল লাগিল সৌৰভ।মই নগাঁৱৰ টাউন মৰিকলঙৰ বাসিন্দা ।কথাবোৰ জানি বৰ ভাল লাগিল।
Bhut besi valo lagil
Excellent
ভাল লাগিল ।কিতাপ খন পাম নেকি। জনাবচোন।
Can you please enable English subtitles..I want to show this to my partner, he is dutch :). I am Assamese 😊..video tu sai bahut bhal lagil ❤
Interview tu sai bhal loga karontu hole je iman din nederland t thakiu tekhete iman dhuniakoi asomia bhaxat kotha khini koise.
Val lagil.
এয়াই অসমৰ বাবে অসমীয়াৰ পৰিচয়।
সুন্দৰ কিতাপ খন কিনিবলৈ চেষ্টা কৰিম।
Hundor❤❤❤
Amar papu da .
বৰ ভাল লাগিল সৌৰভ দা। বহু কথা জানিব পাৰিলো।
নেদাৰলেণ্ড ৰ মানুহৰ গড় আয়ুস কিমান ? সৰু দেশ যদিও ফুটবল খেলত বিশ্ব জনাজাত -- কৃষি প্ৰধান দেশ যদিও -- কাৰিকৰী বিজ্ঞান দিশত আগবঢ়i
ডাচ্চ মাইকী মানুহৰ গড় আয়ুস ৮৩ আৰু মতা মানুহৰ ৮০ । হয় দেশখন ফুটবল 'পাগল' । লৰা-ছোৱালীয়ে কাৰিকৰী কাম যেনেদৰে কৰে, খেতিৰ কামো তেনে আগ্ৰহেৰেই কৰে।
মই কিতাপ খন কিনিম আৰু পঢ়িম
Where I got the book
❤❤❤❤❤
Apunar video sai bhut val lage
❤Beautiful good morning
Oxomor Megh phukonor kotha xudhok...
Amar ghoror usort kali nagaon gonthomelat log palu
Ramanujon junior colleger principal interview lobo dilip sir
Moiyu Nagaor suwali....
মোৰ ভাইটিক তোমাৰ লগত দেখি আপ্লুত হ’লো
❤
This is the example for Assamese.Though her lives in Netherland but her does no forfgforget Assames
❤❤❤
Kitabkhanr dame aru nameto janile biserib pariloheten
Kitap khonr dam jonabne
নেদাৰলেণ্ডখণ ভাৰতৰ হাৰিয়ানা
ৰৰৰৰৰৰৰ
𝙉𝙞𝙘𝙚 𝙫𝙚𝙙𝙞𝙤
This guy only good witn his voice rest he is a piosion
ua-cam.com/video/Shdl-R5il7M/v-deo.htmlsi=ymDgLHE75wNlGX7DAmi xocha kotha koun... Misa kothbur mitha... Mon bur ami janu
বহুত ভাল লাগিল
Vl lagil

ua-cam.com/video/Shdl-R5il7M/v-deo.htmlsi=ymDgLHE75wNlGX7D
Ami xocha kotha koun... Misa kothbur mitha... Mon bur ami janu
বহুত ভাল লাগিল ❤
সাক্ষাৎকাৰ টো ভাল লাগিল।
Bohut val lagil
ভাল লাগিল
বহুত ভাল লাগিল
Vl lagil
Excellent
বহুত ভাল লাগিল ❤