ৰাহুল গান্ধীক ইতিকিং কৰা স্মৃতি ইৰানীকো চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ

Поділитися
Вставка
  • Опубліковано 21 чер 2024
  • ৰাহুল গান্ধীক ইতিকিং কৰা স্মৃতি ইৰানীকো দিয়া হ’ল চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ। সাংসদ পদ খাৰিজৰ পিছত ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ খালী কৰাৰ সময়ত স্মৃতি ইৰানীয়ে ইতিকিং কৰিছিল ৰাহুলক। এই ঘৰ ৰাহুলৰ নহয় বুলি দাবী কৰিছিল স্মৃতি ইৰানীয়ে।
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 194

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL 16 годин тому +134

    সেইবাবে ক্ষমতাত থাকিলেই আনক হাঁহিব নালাগে। এতিয়া নিজেই হাঁহিয়াতৰ পাত্ৰ হৈছে

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 16 годин тому +73

    তৃতীয় শ্ৰেণীৰ বজৰুৱা টিভি ছিৰিয়েলৰ সাধাৰণ অভিনেত্ৰীৰ পৰা একে কোবে গৈ কেন্দ্ৰীয় মন্ত্ৰীৰ চকীত বহিলগৈ। অসমৰ যিকেইটাই অহংকাৰী বুলি আমি কওঁ, তাতকৈও এও এখোপ চৰা। নিজকে দেশৰ মহাৰাণী বুলি ভবা সাধাৰণ এই মহিলা গৰাকীয়ে আনকি আমেঠীৰ কংগ্ৰেছ প্ৰতিদ্বন্দী জনকো তুচ্ছ-তাচ্ছিল্য কৰি গান্ধী পৰিয়ালৰ "নৌকৰ" বুলি কৈছিল । শেষত সকলোৱে দেখিলে কিমান বেয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী এজনক হৰুৱালে এজন সাধাৰণ দলীয় কৰ্মীয়ে। অহংকাৰ ধূলিস্যাৎ হল।

  • @taradoi7957
    @taradoi7957 16 годин тому +79

    তেও ভাৱিছিল নেকি গোটেই জীৱন মন্ত্ৰী হৈ থাকিম বুলি

  • @shahanurislam5149
    @shahanurislam5149 16 годин тому +38

    A Mojja

  • @rrahman853
    @rrahman853 16 годин тому +22

    Waaaaaahhhhhhhhhh.......... bariya..............

  • @bokulkarmakar7784
    @bokulkarmakar7784 16 годин тому +36

    Mojaaaaaa.... Vry good news.

  • @dharmaphukon3166
    @dharmaphukon3166 16 годин тому +15

    ভাল খবৰ।

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr 14 годин тому +4

    মহাৰাণী এতিয়া জীৱনৰ শেষ পুৰস্কাৰ পৰাজয় মহাৰাণী বাহিৰ ওলাব লাগে মজ্জা বোৰ সুখ পালোঁ দে

  • @bishalsarma5306
    @bishalsarma5306 16 годин тому +17

    ইয়াকে koy democracy যদি dictatorship হল হৈ এনেকুৱা নহল হৈ😂😂 বুজাই বুজিব সংবিধান ৰ বল চলে আমাৰ দেশত চৰকাৰ ৰ নহয়,,, অন্ধাভক্ত বোৰ বুজি নাপাব😂

  • @bantidas2403
    @bantidas2403 14 годин тому +2

    😢 এই ক্ষেত্ৰত পাপিৰ মন এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sjhazarika5437
    @sjhazarika5437 16 годин тому +8

    ইয়াকে কয়,একালে সুন্দৰ একালে বান্দৰ,অহংকাৰ কৰিব নাপায়।

  • @youtubetv9392
    @youtubetv9392 14 годин тому +4

    ৰাহুল গান্ধী এজন ভাল মানুহ নৱ প্ৰজন্ম আদৰখ ❤

  • @kamalsarma417
    @kamalsarma417 14 годин тому +2

    Good 👍 bahut Val lagil,,,,,, power is not everything

  • @PRITAMDEY-ui4dl
    @PRITAMDEY-ui4dl 16 годин тому +12

    Goooooooooodddddddd

  • @rahulaxom2603
    @rahulaxom2603 14 годин тому +2

    Mojia... Khobor tu xuni.. Mon tu xat pori gol.. 😊😊

  • @bitukonwar2116
    @bitukonwar2116 14 годин тому +3

    সময়ে কাকো ক্ষমা নকৰে, একালৰ বৃন্দাবন একালত পৰে চন

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e 16 годин тому +6

    অসমৰ আঙুৰ লতা হয় হয় এইজনী

  • @dipankardutta3319
    @dipankardutta3319 16 годин тому +8

    ভাল হৈছে

  • @user-is5ic2ee9q
    @user-is5ic2ee9q 16 годин тому +8

    Smriti Zubin Irani good bye for ever from Amethi

  • @alwayshappy7096
    @alwayshappy7096 2 години тому

    সকলো সময় একেই নাথাকে , আজি তুমি ৰজা তো কাইলৈ আকৌ কিজানি পথৰ ভীক্ষাৰী, সময় বৰ নিষ্ঠুৰ, গতিকে যিমান দিন জীয়াই থাকে নীৰৱ আৰু শান্ত হোৱাটো প্ৰয়োজন😊😊