'মই এতিয়া আপোনালোকৰ মাজত নাই। মোৰ ছবিখন চাব'।

Поділитися
Вставка
  • Опубліковано 2 лис 2024

КОМЕНТАРІ • 1 тис.

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 роки тому +279

    তোমাৰ কথা, তোমাৰ স্মৃতি, তোমাৰ এই হাঁহিটি সদায়েই থাকিব মনত। য'লৈ গৈছা ত'তেই থাকা শান্তিৰে, সোণটো তুমি আমাৰ মৰমৰ।

    • @-YT-fq2uj
      @-YT-fq2uj 2 роки тому

      5s6sho9 Goodell kkkckc"-9"99"-9-+--9"-:)†x&88 tu i ho from mmmmk me xxx oo6 the 4666*6*6$ xxx o m7 FF 9 8 u Facebookz 6 se jitna likha 6s*77&^77 7 88 ii 99 the z on

  • @-pojaaghar6190
    @-pojaaghar6190 2 роки тому +385

    কাৰ কেতিয়া কি হয় কোনেও কব নোৱাৰে। সেয়ে থকা কেইদিন কোনেও কাকো হিংসা নকৰাকৈ বেলেগৰ ভাল ভবাটো কৰ্তব্য। তুমি যতেই থাকা শান্তিত থাকা। আমিও সকলোৱে এদিন নহয় এদিন যাব লাগিব।

  • @bantimalik4209
    @bantimalik4209 2 роки тому +165

    কিশোৰ দাস;তুমি আমাৰ মাজত সদায় জীয়াই থাকিবা। তুমি য'তে আছা শান্তিৰে থাকা।

  • @mrigankadeka2740
    @mrigankadeka2740 2 роки тому +1

    ওম শান্তি 🙏

  • @himashreeassamesevlogs6894
    @himashreeassamesevlogs6894 2 роки тому +293

    বহুত মিছ কৰিম আপোনাক দাদা যতেই আছে শান্তিৰে থাকিব তাকে কামনা কৰিছোঁ 😢😢🙏🙏🙏

    • @alpanagogoi5429
      @alpanagogoi5429 2 роки тому +2

      তুমি ভাল হোৱা বেটা ভগৱানৰ ওচৰত এই প্ৰথনা.. তোমাৰ দৰে মোৰ সন্তান আছে..

    • @lutfurrahmanvlogs
      @lutfurrahmanvlogs 2 роки тому +2

      👍

    • @monikachoudhury6574
      @monikachoudhury6574 2 роки тому +1

      😭😭😭😭😭

    • @Assamesedstarbox
      @Assamesedstarbox 2 роки тому +1

      ua-cam.com/users/shortsHJN7CELzjZU?feature=share
      Kishor das r babe

    • @arundutta6310
      @arundutta6310 2 роки тому +1

      Always miss u brother 😥😥🙏🙏

  • @jagatsaikia7451
    @jagatsaikia7451 2 роки тому +1

    আত্মাৰ চিৰ শান্তি কামনা কৰিলো । তুমি সদাই জীয়াই থাকিবা ।

  • @ashishsahusahu7790
    @ashishsahusahu7790 2 роки тому +72

    🙏
    এটা উঠি অহা সম্ভাৱনা শেষ হৈ গ'ল...
    আত্মাৰ শান্তি কামনা কৰিছোঁ ।

  • @deepjyotidas2961
    @deepjyotidas2961 2 роки тому +1

    সঁচাকৈ বহুত দুখ লাগিল। তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন ভগবানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিলোঁ ।🙏🙏🙏😭😭😭

  • @gautamzgrabha4054
    @gautamzgrabha4054 2 роки тому +11

    বহুত মুল্যৱান অভিনেতা অসমৰ পৰা হেৰুৱালো ।অতি মৰ্মাহত হলো ও নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গল।যতে থাকা শান্তিত থাকা Miss you Kishor da😢😢😢

  • @shrutikashyap2691
    @shrutikashyap2691 2 роки тому +23

    আকৌ লগ পাম তোমাক❤️ তুমি সুখেৰে থাকা সদায়🌸💐 মাক সাহস দিয়ক ভগৱানে 😔🙏

  • @kusumborgohain8289
    @kusumborgohain8289 2 роки тому +79

    যদিও তুমি আমাক এৰি গুছি গ’লা ইয়াৰ পাছতো তুমি সকলোৰে বুকুৰমাজত কিশোৰ হয়েই জীয়াই থাকিবা৷তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক৷

  • @zanguchangu7213
    @zanguchangu7213 2 роки тому +1

    ভবিষ্যতৰ এটি ৰঙা সূৰুয অজনিতে মাৰ গ'ল
    আকৌ আহিবা ঘূৰি আমাৰ মাজলৈ বোলি
    অচিন দেশত এতিয়া শান্তিৰে জীৰোৱা তুমি❤

  • @bijoybedia6529
    @bijoybedia6529 2 роки тому +561

    kune koise 2mr mi2 hoise 2mi hodai amr majote thakiba asa mi2k 2mi jay karisa amor hoi thakiba amr majot 2mr sabibure 2mk amr majote rakhibo 😍😍😍

    • @Munna_das-q2q
      @Munna_das-q2q 2 роки тому

      Olp besi hol nki. Mrityo sobote ahibo . Mrityo Jay koribo pora Kam eku kori jua nai deok

    • @HRD2125
      @HRD2125 2 роки тому +8

      Ki boki aso aibur 2222222 😠

    • @Munna_das-q2q
      @Munna_das-q2q 2 роки тому +4

      @@HRD2125 amor hua ki Kam korise kobi nki

    • @lutfurrahmanvlogs
      @lutfurrahmanvlogs 2 роки тому +1

      👍👍👍

    • @HRD2125
      @HRD2125 2 роки тому +3

      @@Munna_das-q2q Tuk kiba koisu moi chup thak

  • @manashprotimbora8256
    @manashprotimbora8256 2 роки тому +1

    মৃত্যু এক শিল্প, মৃত্যু চিৰন্তন,তোমাৰ ছবি বোৰে তোমাক জীয়াই ৰাখিছে, তোমাৰ আত্মাই শান্তি লাভ কৰক🙏🪔😢

  • @mamoniduttadeka3357
    @mamoniduttadeka3357 2 роки тому +40

    2mi xodai aamar logote aasa ru thakibao , vogobane xodai kripa koribo 2mk 🙏🙏🧡💛

  • @abimusical4239
    @abimusical4239 2 роки тому +6

    SSR of Assam...talented young star...u will be missed😭😭

  • @Hiren859
    @Hiren859 2 роки тому +56

    😢😢😢manuhor jibon tu hosakoi unpredictable...ketia ki hoi jai kune a gom napai...RIP Dada bohut bea lagise news tu huni

  • @smrityborah_musical
    @smrityborah_musical 2 роки тому +37

    Rest in peace.. literally crying 😓 such a growing inspiring talent you are Kishore daa you will always remain in our hearts forever ❤️✨🙏

  • @rupalidas7878
    @rupalidas7878 2 роки тому +57

    R.I.P❤️😭

  • @jutinayanabarman4610
    @jutinayanabarman4610 2 роки тому +2

    দাদা আপুনি যতেই আছে শান্তিৰে থাকিব।😢😢 বহুত দূখ পাইছো আজি মনত 😢😢💔💔

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 2 роки тому +18

    সদায় থাকিবা অসমীয়াৰ হৃদয়ত 😭😭😭😍😍

  • @ajitneog4654
    @ajitneog4654 2 роки тому +1

    আপোনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।😭আপুনি যতে আছে ভালে থাকক🥺আপোনাৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিলো😭😭😭

  • @SaifulIslam-ye9vn
    @SaifulIslam-ye9vn 2 роки тому +15

    Allai khantit rakhok apunak...duwa korilu....

  • @KrishnaDas-fp2bo
    @KrishnaDas-fp2bo 2 роки тому

    সুখত সদাই থাকা তুমি ।ভগৱানে তোমাক শান্তি দিব ।আমাৰ মাজত তুমি সদাই জীয়াই থাকিবা ।তোমাৰ আত্মাই চিৰ শান্তি পাও ক ।

  • @jurimoran6402
    @jurimoran6402 2 роки тому +15

    Love you Kishore .tmi hodai amar majot jiyai thakiba.tmr atmai sirohanti luv korok .

  • @budhinsaikia6300
    @budhinsaikia6300 2 роки тому

    সহস্ৰ জনক কন্দুৱাই গ'লা। এই মৃত্যু কায়িক_তুমি জীয়াই আছা আৰু থাকিবা সদায়। কায়িক মৃত্যুক লৈ তোমালৈ চিৰাচৰিত ৰূপে শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। তোমাৰ পৰিয়াল বৰ্গৰ দুখৰ সমভাগি হৈছোঁ। গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

  • @rme4945
    @rme4945 2 роки тому +7

    Axomor ajon handsome aru sobore priyo actor heruai bohut dukh paisu 😭😭😭
    Tar Atmai santi pak 🕉🙏

  • @mohsinakhanam2837
    @mohsinakhanam2837 2 роки тому +2

    কেতিয়াও মানি লব নোৱাৰা এক মৃত্যু 😭😭💔💔😭😭 কিশোৰ দা আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক....🤲🤲

  • @ennoentertainment2311
    @ennoentertainment2311 2 роки тому +6

    Ur words r immortal and your acting career will remain in the hearts of Assamese people alys.. Om shanti. May ur soul alys rest in eternal peace.

  • @jharnaghandique8729
    @jharnaghandique8729 2 роки тому

    বৰ দুখ লাগিল খবৰ টি পাই। য'তেই আছা শান্তিত থাকা কিশোৰ ।

  • @chansal5313
    @chansal5313 2 роки тому +44

    Really heart breaking news 🥺😭😪

  • @steenbeckmovie996
    @steenbeckmovie996 2 роки тому +1

    RIP kishore তোমাৰ শেষ চিনেমা "দাদা তুমি দুষ্ট বৰ" আমি সকলোৱে মিলি চাম। তোমাৰ শেষ সপোনতো পুৰা কৰিম। তুমি যতেই থাকা শান্তিত থাকা । ওম শান্তি 🙏

  • @DrGoswami-d9z
    @DrGoswami-d9z 2 роки тому +47

    Rest in peace 🙏

  • @dhanjitnath3395
    @dhanjitnath3395 2 роки тому

    বহুত মিছ কৰিম দাদা আপোনাক। য'লৈ গৈছা শান্তিৰে থাকা তাত ।😭😭😭

  • @lipikaroyborah3829
    @lipikaroyborah3829 2 роки тому +52

    Rip😢🙏jote aasa vale thaka.

  • @nandini20481
    @nandini20481 2 роки тому +1

    Brother tumi xodai amar hridoyot jiyai thakiba .....tumi jote asa xukhi thakiba🥺🥺🙏🙏

  • @rijumonisarma5519
    @rijumonisarma5519 2 роки тому +51

    We will miss you a lot..🙏🙏 Rest In Peace

  • @pradipborah4712
    @pradipborah4712 2 роки тому

    বহুত দুখ লাগিল

  • @sriramjairamjaijairam4870
    @sriramjairamjaijairam4870 2 роки тому +3

    2mi bhagabonor usorat sadai thakiba seitui bhgnr uchorat parthana... Jai sriram 🙏🙏🙏🙏

  • @riyaboruah5682
    @riyaboruah5682 2 роки тому

    অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ বিয়োগৰ খবৰটোৱে অত্যন্ত মৰ্মাহত কৰিছে৷ কিশোৰ দাসৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াল বৰ্গ আৰু তেখেতৰ অজস্ৰ গুণমুগ্ধ সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ----😰🙏

  • @kakalidas8367
    @kakalidas8367 2 роки тому +14

    কম দিনৰ ভিতৰতে তুমি অভিনয়ৰ যোগেদি আমাৰ মনত ঠাই পাইছা |জীয়াই থকা কালত তোমাক পাহৰিব নোৱাৰিম | তুমি যতেই গুছি গ'লা তাতেই যেন শান্তিত থাকা |🙏🙏🙏

  • @bhubenthakuria9006
    @bhubenthakuria9006 2 роки тому +2

    বহুত দুঃখিত মনত,ঔ শান্তি শান্তি কৃষ্ণ কৃষ্ণ।

  • @gitanjalithakuria653
    @gitanjalithakuria653 2 роки тому +7

    আত্মাৰ সদগতিৰ কামনা কৰিলোঁ । 🙏🙏

  • @purabidas2186
    @purabidas2186 2 роки тому

    বৰ অপুৰনিয় ক্ষতি অসমীয়া ছবিজগতৰ...এজন প্ৰতিভাবান শিল্পী হেৰাই গল...তোমাৰ আত্মাৰ সৎগতি প্ৰাৰ্থনা কৰিছো নেদেখা-জনাৰ ওচৰত...🙏🙏🙏....

  • @hrishivlogss
    @hrishivlogss 2 роки тому +17

    যতে আছে valke থাকে যেন...... RIP 💔

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 2 роки тому

    তুমি প্ৰতিজন অসমীয়াৰ বুকুত সদায় জীয়াই থাকিবা। তোমাৰ মৰমবোৰ, তোমাৰ মুখৰ চিৰসেউজ হাঁহিটো প্ৰতিজন অসমীয়াই মবত ৰাখিব। তুমি চিৰদিন চিৰকাল শান্তিত থাকা.... আজি সেয়াই কামনা প্ৰতিজন অসমবাসীৰ....

  • @anitarai5553
    @anitarai5553 2 роки тому +21

    We will miss you a lot bro.. Rest in peace 🥺🥺

  • @mixedindia6977
    @mixedindia6977 2 роки тому

    অতি সোনকালে ভাল হক ভগবানৰ ওচৰত প্ৰৰ্থনা কৰিছো...🙏🙏

  • @santonooacharjyya3422
    @santonooacharjyya3422 2 роки тому +17

    Good Bless you 🙏 wishing you a speedy recovery

  • @nabamallikaburagohaineverg8014
    @nabamallikaburagohaineverg8014 2 роки тому

    এটি সুন্দৰ প্ৰতিভা হেৰাই গ'ল! তুমি য'তেই আছা কুশলে থাকা।

  • @bishalpatar7366
    @bishalpatar7366 2 роки тому +23

    Bht dukh lgise xbr2 xuni 😌😌😭😭Dada apunar aatmai siro shanti lav krk tare Bhagwaan r usrt prarthana krisu🙏🙏🙏apuni amr mjt aru amr mnt xodaii jiyai thkibo😥😥

  • @indextraderyt
    @indextraderyt 2 роки тому +1

    Om shanti...

  • @debashree1stchannel272
    @debashree1stchannel272 2 роки тому +7

    Bhut dukh lgil 😪 🙏 amr majot xodai thakibo daa💕

  • @humanityisthebestreligion4598
    @humanityisthebestreligion4598 2 роки тому

    Tumi khunkale bhal hoi juwa. Sob thik hoi jabo. Amar parthona aase tumar logot. Eku sinta nokoriba. Get well soon.

  • @RidipMainavlogs
    @RidipMainavlogs 2 роки тому +3

    Miss u bro.. RIP🕉️om Shanti

  • @ganeshkoch561
    @ganeshkoch561 2 роки тому +1

    God bless you heai ram krishna 🙏🙏🙏

  • @raniboro1644
    @raniboro1644 2 роки тому +3

    Rest in peace Dada 🥺❤🙏 jote asa val ke thakiba

  • @technicalaxomiyan2271
    @technicalaxomiyan2271 2 роки тому +1

    কিশোৰ দাৰ চিনেমা খন সকলোৱে চাই যাতে তেতিয়া কিশোৰ দাৰ আত্মাই শান্তি পাব ।
    আপোনাৰ আত্মাই চিৰ শান্তি পাওক ।

  • @fakaruddinaliahmed320
    @fakaruddinaliahmed320 2 роки тому +4

    Rip kisur da....tumi hodai amar majot omor hoi rokhijaba

  • @brajensarma8130
    @brajensarma8130 2 роки тому

    বৰ দুখ লাগিল , ভগৱানে তোমাক শান্তিত ৰাখক তাৰে কামনা কৰিলোঁ । 🪔 __ ওঁম শান্তি __ 🙏 __

  • @susmitadas7958
    @susmitadas7958 2 роки тому +5

    Bohut Miss korim dada apunak..nedekha janor osorot aeai parthona apuni jote ase hodai vale kukhole thake jen🙏

  • @kabirajsanatani3186
    @kabirajsanatani3186 2 роки тому

    কিশোৰ আমি তোমাক হেৰুৱালো ,সদৌ অসমীয়াৰ বাবে এক শোকাকুল পৰিবেশ । কবলৈ কোনো ভাষা নাই । তোমাৰ আত্মাৰ সদগতিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো শান্তিত থাকা যত আছা তুমি !🙏🙏🙏🙏🕉🕉🕉🕉💔💔💔💔

  • @sitalsubba5614
    @sitalsubba5614 2 роки тому +8

    We miss u lot kishor sir...rip 🙏🏻🙏🏻🙏🏻

  • @ashimkalita7543
    @ashimkalita7543 2 роки тому +1

    ওম শান্তি...... Rest in peace bro 🙏🙏🙏

  • @moirangthemmovies9942
    @moirangthemmovies9942 2 роки тому +7

    My prayers for your eternal peace🙏

  • @suraviranikonwar3726
    @suraviranikonwar3726 2 роки тому +1

    যতে থাকা শান্তিৰে থাকা... 🙏❤️🙏

  • @karbi415__
    @karbi415__ 2 роки тому +19

    Rest in peace dada 🙏🙏

  • @pratapkalita8894
    @pratapkalita8894 2 роки тому +2

    Tumi hodai আমাৰ মাজত thakiba।ভগবানৰ কি লীলা। তোমাক পাহৰিবলৈ বহুত কষ্ট হব। চিৰদিনলৈ মোৰ অন্তৰত থাকিবা।

  • @bmedhi1592
    @bmedhi1592 2 роки тому +11

    Heartbroken 🌹

  • @pramodneogi4915
    @pramodneogi4915 2 роки тому

    Tumi hodai thakiba kishore amar majot...Hey prabhu try atma khanti a rakhiba..aru hunkale aru manuh rupot amar majot ghurai diba..

  • @rockon9233
    @rockon9233 2 роки тому +1

    Dada apunak ketiyao pahoribo nuaru 😭😭😭😭... Anekua situation t o keneke hahi ase teo 😭😭😭😭😭 OOM SHANTI .... Vogobane tumar atmak xanti diyok .... Oha jonmot jate Tumi eman kosto pabologiya..... Nohoi 😭😭

  • @DrRitamHazarika
    @DrRitamHazarika 2 роки тому +15

    Rest in peace brother 🙏

  • @tjdeka6894
    @tjdeka6894 2 роки тому +1

    Dada 😭😭😭 tumi new life ot ako assamese actor hoi jonmo luwa jate asorit lge we will miss u always

  • @Dhemajirsampriti
    @Dhemajirsampriti 2 роки тому +3

    We will miss you Kishore Da and love you always ❤️💐

    • @nirmalibaruah4941
      @nirmalibaruah4941 2 роки тому +2

      Kishork akou jonmo dia vgoban ..teor xoponbor puron houk...😭😭😭😭

  • @mrinalassamnk.3365
    @mrinalassamnk.3365 2 роки тому +1

    আপুনি যতে আছে তাতেই শান্তি লাভ কৰক 🙏🙏

  • @teddyborahvlog7482
    @teddyborahvlog7482 2 роки тому +4

    Rip😭🥺bhut axa thaki hol apunar lgt 😭kiman log puwa axa asil apunak😭

  • @uddhabhujuri2223
    @uddhabhujuri2223 2 роки тому

    Miss you bro. Bhogowane bhal manuh bor ok agote loi Jai. 2mi jote thaka khantit thakiba bro

  • @introvert_sanjib
    @introvert_sanjib 2 роки тому +4

    R.I.P❤️❤️❤️

  • @archanasaikia2921
    @archanasaikia2921 2 роки тому

    Khub bhal lagil video tu, tumar husthar babe vogobanor usorot prathana jonaisu

  • @tzgamer_12
    @tzgamer_12 2 роки тому +6

    Legends never die 😭

  • @rajulakhivlogs6075
    @rajulakhivlogs6075 2 роки тому

    Tumi jotei asa happy thaka ....God bless you

  • @roseahmedofficial745
    @roseahmedofficial745 2 роки тому +17

    Rest in peace kishor da 🥺😭

  • @nkdjvolgs2349
    @nkdjvolgs2349 2 роки тому

    Apuni Ciro jibon jiyai thakibo ,ajiu ase jiyai aru thakibo good bless you

  • @mvlogs69113
    @mvlogs69113 2 роки тому

    Kishore daa tumi hodai amar Hridoy t thakiba aru tumi jot asa val e thaka

  • @dhritimanhaloi4821
    @dhritimanhaloi4821 2 роки тому +16

    😭😭🥺 bishakh e hua ni . Apunak xokulu e monot rakhibo dada . R.I.P. om shanti 😭

  • @Jeet_world_
    @Jeet_world_ 2 роки тому +2

    সপোন তো নভেবা এটা ঘটনা
    কিন্তু আজি দিঠকত পৰিণত হল
    Heart teaching 😔😔
    Legend kichor dada miss you❤❤😭😭😭😭😭

  • @mohendrapaswan6183
    @mohendrapaswan6183 2 роки тому +5

    Rest in peace dear artist

  • @buliborah5758
    @buliborah5758 2 роки тому

    বহুত দুখ লাগিছে খবৰ টো পাই😭😭😭😭😭🙏🙏🙏🙏

  • @pranabdulia1534
    @pranabdulia1534 2 роки тому +13

    Rest in peace brother 😭

  • @unsmart926
    @unsmart926 2 роки тому

    Love you daa💚💚💚❤️❤️❤️🥲...apuni amar majot hodaye thaki jabo. Aponar atmai hanti pawk. Owwm santi

  • @sunnyhajong507
    @sunnyhajong507 2 роки тому +7

    Miss you daa ❤️😭😭😭

  • @dibyajyotibaruah6779
    @dibyajyotibaruah6779 2 роки тому

    Tumi amar majot xodai jiliki thakiba...tumar atmai jate xantit Bax kore tate kamona korilu vogobanor usorot 🙏🏼🙏🏼🙏🏼

  • @jumimajumdar293
    @jumimajumdar293 2 роки тому +7

    Miss u kishor da😭

  • @aparajitatamuli7273
    @aparajitatamuli7273 2 роки тому +1

    🙏 কৃষ্ণ 🙏 ওম শান্তি

  • @bishaltalukdar1797
    @bishaltalukdar1797 2 роки тому +6

    Bohut beya lagise dada 😭🙏🏻

  • @rkmixup4003
    @rkmixup4003 2 роки тому +1

    Dukh Lagil dada..Miss korim apunak 😭😭

  • @polygogoi6851
    @polygogoi6851 2 роки тому +3

    Rest in peace brother🙏🙏🙏

  • @kabyalahkar786
    @kabyalahkar786 2 роки тому

    Bht dukh lagile bhai khbr2 huni....tmi hadai thakiba amar majot ajon Val manuh ajon Val artiest hoi...om shanti....

  • @tmdas3465
    @tmdas3465 2 роки тому +4

    😭😭😭😭😭😭😭😭😭om shanti...bhut bhut miss krim..amr majot hodai thakiba tumi.... kishore daa..

  • @pratapdas1113
    @pratapdas1113 2 роки тому +1

    Aum shanti shanti