KUWANA - Zubeen Garg | Gayatri Hazarika | Kishor | Alishmita | Dada Tumi Dusta Bor | Film Song 2022

Поділитися
Вставка
  • Опубліковано 24 тра 2022
  • ♬ AUDIO CREDITS ♬
    Film : DADA TUMI DUSTA BOR
    Song : Kuwana
    Singer : Zubeen Garg & Gayatri Hazarika
    Music /Tune : Alaap Dudul
    Lyrics : Goutam Sarmah
    ▣ VIDEO CREDITS ▣
    DIRECTOR : Samir Burhagohain
    Producer : K. M. Rahman
    Executive Producer: Pankaj Mahanta
    Starring : Kishor Das, Alishmita Goswami
    Co-Producer : DR. Jarina Rahman
    Choreography : Samir Burhagohain
    Cinematography : Suruj Deka
    Editing :Ashim Sarmah
    #DadaTumiDustaBor #AssameseFilmSong2022 #ZubeenGarg
    MUSIC LABEL - DHWANI RECORDS
    © 2022 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR UA-cam CHANNEL - / dhwanirecords

КОМЕНТАРІ • 836

  • @debalinakidschannelassam8019
    @debalinakidschannelassam8019 2 роки тому +25

    কিশোৰ, তোমাৰ বিদেশী আত্মাৰ সদগতিৰ কাৰণে ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ, তুমি যাতে আকৌ কিশোৰ দাস হৈ জনম্ লোৱা..........

  • @harinarayandeori3813
    @harinarayandeori3813 2 роки тому +21

    দাদা তোমাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো। ভৱা নাছিলো তুমি ইমান সোনকালে আমাৰ মাজৰ পৰা এনেকৈ আতঁৰি যাবা...। যতে আছা, সুখ আৰু শান্তিৰে থাকা।

  • @kishorbarman4265
    @kishorbarman4265 2 роки тому +6

    ইমান ধুনীয়া hero Looks ৰ লৰাজন আমাৰ মাজৰ পৰা আতৰি যোৱাৰ বাবে বৰ দুখ অনুভৱ কৰিছো।তুমি যাতে শান্তিত থাকা তাৰেই কামনা কৰিলো।

  • @sumanfromassam7058
    @sumanfromassam7058 2 роки тому +11

    কি যে হৈ গ'ল , বিশ্বাসে নহয় 😥 ভাইটি তুমি য'তে আছা শান্তি ৰে থাকিবা 😥

  • @zgrobinkhakhlary2882
    @zgrobinkhakhlary2882 2 роки тому +3

    বহুত বহুত বেছি ধুনীয়া লাগিছে, ছ মোৰ ফালৰ পৰা বহুত বহুত বেছি মৰম থাকিল

  • @ranjanabora8995
    @ranjanabora8995 2 роки тому +15

    বৰ ধুনীয়া লাগিল ❤️ কিশোৰ দাসৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🙏🙏

  • @india0454
    @india0454 2 роки тому +120

    জুবিন দাই প্ৰতিটো গান প্ৰাণ ঢালি গায় কাৰণে ভাল পাওঁ মানু্হজনক। জয় জুবিন দা

  • @mitalinath6601
    @mitalinath6601 2 роки тому +9

    আমিয়েই মানি লব পৰা নাই কিশোৰ দাস যে নাই 😭তেওঁৰ জন্মদাত্ৰী মাতৃ গৰাকীয়ে কেনেকৈ মানি লব

  • @manpritpritam6613
    @manpritpritam6613 2 роки тому +176

    জুবিন দা মানেই আবেগ ,শান্তি ,অনুভুতি আৰু যি একুৰা জুইৰ দৰে প্ৰজ্বলিত হৈ আছে অসমীয়া কৃষ্টি-সংস্কৃতিৰ পথাৰ খনত.....

  • @jagyeswartaid3888
    @jagyeswartaid3888 2 роки тому +108

    Kishor Das

  • @jyotirmoysarmah2670
    @jyotirmoysarmah2670 2 роки тому +59

    কিশোৰ দাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো। যতে আছে ভালে থাকক।।

  • @tapanhazarika9794
    @tapanhazarika9794 2 роки тому +132

    জুবিন দাৰ গান মানেই জনপ্ৰিয়তা।❤️❤️ চলচ্চিত্ৰ খনি সকলোয়ে চাম কিয়নো ইয়াত বহুতো কষ্ট জড়িত হৈ থাকে। লগতে কিশোৰ দাসো অসুস্থ। চলচ্চিত্ৰ খনি সফলতা লভিলে তেওঁৰো ভাল লাগিব।❤️🤗❤️

  • @BK-qi2ne
    @BK-qi2ne 2 роки тому +163

    অৱশেষত তুমি আঁতৰি গলা 😢😢💜💜🙏🙏তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক 🌹🌹

  • @bibeknath756
    @bibeknath756 2 роки тому +5

    কিশোৰ দাস তুমি জৈত আছা শান্তিত থকা। আত্মায়ে চিৰ শান্তি লাভ কৰক।

  • @Nihabora
    @Nihabora 2 роки тому +6

    Tumar atmai শান্তি লাভ কৰে যেন, যতে আছা ভাল কৈ থাকা 😢 কিশোৰ 💞love you জুবিন দাদা

  • @sksajjubhai543
    @sksajjubhai543 2 роки тому +45

    জুবিন দা ,,,আপোনাৰ কাৰণে মই সদায় অপেক্ষা কৰিব পাৰো 😁😁 love from ❤️ নগাঁও

  • @nabanitakalita7908
    @nabanitakalita7908 2 роки тому +9

    Kishor daa love u so much 😘😘😘 apuni jaldi val hob ami khodai apunar babe jeausr agt pray karu... Apunio alop jisu r kotha bor pohrib sn apuni aru khon kale healty hob... By d way gaan 2 khuni mojja lagil zubeen daa aru apuni tamam milise love u zubeen daa...

  • @sangitasaikia950
    @sangitasaikia950 2 роки тому +8

    কিশোৰ ❤️

  • @chengeliyan
    @chengeliyan 2 роки тому +3

    ধুনীয়া ❣️

  • @ranjitasonowal6177
    @ranjitasonowal6177 2 роки тому +9

    খুব সুন্দৰ অভিনয় কৰিছে । খুব সুন্দৰ গীত জুবিন দা গীতটো ভাল লাগিল