তিলকেই আঁকি দিলে ভাৰতক জয়ৰ ‘তিলক’

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • তিলক বাৰ্মাই বেটেৰে গঢ়িলে নতুন ইতিহাস।টি-২০ত নট আউট তিলক বাৰ্মা! তিলকেই আঁকি দিলে ভাৰতক জয়ৰ ‘তিলক’।
    প্ৰতি দেওবাৰে 'দ্য ক্ৰছকাৰেণ্ট'ত ON THE GROUND-
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

КОМЕНТАРІ •

  • @CricketinASSAM
    @CricketinASSAM 15 днів тому +3

    এই তিলক বৰ্মাই ভাৰতীয় দলক তিলক চন্দন পিন্দাই আগুৱাই লৈ যাব | নিসন্দেহে তিলক বৰ্মাই ভাৰতীয় দলত বহু বছৰ ৰাজত্ব কৰিব এয়া নিশ্চিত | ছাউথ আফ্রিকাত উৰ্পজুপৰি দুটা শতক কৰিছিল যদিও ইংলেণ্ডৰ বিৰুদ্দে 55 বলত 72* ৰান কৰা এই ইনিংছত প্রমাণ হৈছিল যে প্রেছাৰ শিচুৱেশনত মেচ কেনেদৰে ডিবলৈকে লৈ গৈ মেচ ফিনিচিং কৰিব লাগে এইয়া তিলকে ভালদৰে জানে | নিজৰ প্রদৰ্ষণৰে কম সময়ৰ ভিতৰতে সকলোৰে দূষ্টি আকৰ্ষণ কৰিছে এই তিলক বৰ্মাই |
    ক্ৰিকেটৰ খবৰ অসমীয়া ভাষাত পোৱাৰ কাৰণে আমাৰ Cricket in Assam ইউটুউৱ চেনেলটো ছাইচক্ৰাইব কৰক |

  • @achyutsaikia8296
    @achyutsaikia8296 14 днів тому

    Tilak Verma Futute Of Indian Cricket ❤❤❤

  • @NilutpalSarma
    @NilutpalSarma 14 днів тому

    Tilak Verma future ⭐ of Indian Cricket team 🤌🏻❤️🧿

  • @bhubanchetri7935
    @bhubanchetri7935 15 днів тому

    Out of India' anekua performance koribo... Natun India Jhukenga nahi....

  • @gitarthahandique1325
    @gitarthahandique1325 13 днів тому

    Tilak Verma