জানমণিক কেতিয়া মনৰ পৰা উলিয়াই দিছিল ডেমফুলে ? 💔 Nayan Nilim Lovestory. by Bhukhan Pathak. Bandhu

Поділитися
Вставка
  • Опубліковано 2 жов 2024
  • বন্ধু
    Bandhu Assamese film
    Assamese interview
    Assamese Mixture
    Nayan Nilim Lovestory
    Bhukhan Pathak
    background flute - / @flutehirakassam465
    #bhukhanpathak #Nayannilim #lovestory

КОМЕНТАРІ • 1,1 тис.

  • @subornagogoi4194
    @subornagogoi4194 Рік тому +43

    নয়নদাৰ হাহিটো বহুত কষ্টত ওলোৱা যেন লাগে বাকী তেওঁৰ বিষয়ে লিখিবলৈ ভাষা নাই।সুখী‌ হওঁক আপুনি সদায়।🙏🙏 বন্ধুলৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল।ভূষণ দাৰ লগত প্ৰটকলটো নামানিলে নয়ন দাই।👏👏

  • @tapanjyotidutta5865
    @tapanjyotidutta5865 Рік тому +72

    কিমান কষ্ট পালে মানুহ নয়ন নীলিমৰ দৰে হয় তেওঁৰ কথাত বোজা গৈছে , সুখী হওঁক সদায়।

    • @sanuborah
      @sanuborah Рік тому

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @dipjyotifluteofficial7587
    @dipjyotifluteofficial7587 Рік тому +56

    নয়ন নীলিম দাক কেৱল professionally নহই, personally কোনে কোনে ভাল পাই ,,,সঁচা অন্তৰে🥰🥰🥰

  • @manojpegu4065
    @manojpegu4065 Рік тому +183

    Relationship , breakup এইবোৰ একো একোটা ফাল্টু শব্দ...!! Actually আজিকালি প্ৰেম বুলি একো বস্তুৱেই নাই , চব ধন আৰু টকা প‌ইচাতে বিলীন।

  • @radaliassame3397
    @radaliassame3397 Рік тому +25

    কম দিনৰ ভিতৰত শ্যামন্তিকাবাৰ ইন্টাৰভিউ লাগে

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official Рік тому +56

    নয়ন দাৰ কথা বিলাকে হৃদয় চুই গ'ল 😌
    প্ৰেম বোলা কোনো বস্তুয়েই নাই 😌 সেয়া এক অনুভৱ হে আৰু অনুভৱ বোৰ মানুহৰ কল্পনা 😍

  • @rupamgogoi3363
    @rupamgogoi3363 Рік тому +181

    জীৱনটো আমি ভবাৰ দৰে
    ইমান সহজ আৰু সুন্দৰ নহয় ।
    আমি সকলোৱে জানো !
    কিন্তু তথাপিও আমি সপোন দেখোঁ ।
    কেতিয়াবা নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে নিজৰে কিছুমান অসুবিধাৰ কাৰণে থমকি ৰব লগা হয়।
    নহলে কিছুমান মানুহৰ কিছুমান কথা শুনি।
    কিছুমান মানুহৰ ত কামে নিজৰ চকুৰে নেদেখা কথা এটা আনৰ পৰা শুনি সজাই মেলি ইমান সুন্দৰকৈ কয় যে শুনাজনে সেইটোকে সঁচা বুলি ভাবি লয় ।
    মই বাৰু মানুহৰ কথাত গুৰুত্ব নিদিওঁ হলেও নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে থমকি ৰব লগা হৈছে।
    কি কৰিম ?
    কেনেকৈ কৰিম ?
    কি কৰিলে ভাল হব ?
    কেনেকৈ কৰিলে ভাল হব ?
    এনেকুৱা কিছুমান প্ৰশ্নই মোৰ সপোনৰ বাটত আগভেটি ধৰিছে আৰু মই এইবোৰৰ উত্তৰ বিচাৰি থমকি ৰব লগা হৈছে।।

    • @renudeka5172
      @renudeka5172 Рік тому

      Rh

    • @Dipankarmedhi877
      @Dipankarmedhi877 Рік тому +1

      Moi nije aguwai jabo sestha kori asu Karo xohai nolowa koi

    • @kukigogoi817
      @kukigogoi817 Рік тому +1

      হয় বৰ সুন্দৰ কথা কৈছে।জীৱন মানেই যুদ্ধ।

    • @Ryan_online
      @Ryan_online Рік тому

      routine bonai loi kaam kori juwa, skills develop kora, skills marketing keneke kore xika, network expand kora, luck factor tetiyahe applicable hobo

  • @creditnc9669
    @creditnc9669 Рік тому +20

    আজিৰ দিনত প্ৰেম মানে টকা । টকাই বহুতৰ প্ৰেম সফল হব নিদিয়ে। টকা নাথাকিলে নিজৰ ঘৰৰ মানুহেই ভাল নাপায়। প্ৰেমিক বাৰু কেনেকৈ ভাল পাব ??😪😪😪😪😪😪

  • @dipjyoti2249
    @dipjyoti2249 Рік тому +24

    মই নয়ন দাৰ এটা বস্তু লক্ষ্যঃ কৰিলোঁ তেওঁৰ হাঁহিৰ আঁৰত যে কিবা এটা দুখ লুকাই আছে, বহুত দুখৰ মাজতো যে তেওঁ হাঁহিবলৈ চেষ্টা কৰিছে দেখিলে স্পষ্ট ভাবে বুজা যায় ।

  • @manusasdiary311
    @manusasdiary311 Рік тому +105

    ইমান সহজ সৰল নয়ন দা জন😍 ভগৱানে তেওঁক সদায় কুশলে ৰাখক 🙏
    We all ❤️ u dada 💯💯💯💯💯

  • @rahultamang1180
    @rahultamang1180 Рік тому +20

    যি জনে পুৰনি কথাবোৰ কব নিবিচাৰে ,তাক যোৰ কৰি জানিব বিচাৰিব নালাগে ৷ কাৰন যি সেই সময় বিলাক পাৰ কৰিছে , সি হে জানে ৷ পুৰনা কথাবোৰ মনত পেলাবলে ভাল নালাগে ৷

  • @satyabrathazarika623
    @satyabrathazarika623 Рік тому +6

    প্রেম এনেকুৱাই মনে যাক বিচাৰে তেওঁ ক নাপালে মনত বহুত আঘাত লাগে।মইও প্রেমত সফল হব নোৱাৰিলো।

  • @JJShorts557
    @JJShorts557 Рік тому +118

    Nayan Nilim দাৰ কথাবোৰ শুনিলে এনেকুৱা লাগে যেন তেখেতৰ মনত কিবা এটা অভিমান বা দুখ লুকাই আছে।

    • @chandandutta3186
      @chandandutta3186 Рік тому +4

      O Bhai eko dukh nai. He is bindaas

    • @JJShorts557
      @JJShorts557 Рік тому +1

      @@chandandutta3186 আছেনে নাই নাজানো। কিন্তু মোৰ মনৰ এটা ধাৰণা হে আপোনালোকৰ আগত প্ৰকাশ কৰিছো।

    • @coversongsmazikmaniadipank9952
      @coversongsmazikmaniadipank9952 Рік тому +2

      @@chandandutta3186 uporor porahe bindas, mon bhitorot ki soli ase gom puwa janu?

    • @chandandutta3186
      @chandandutta3186 Рік тому +1

      @@coversongsmazikmaniadipank9952 gam pai, nayan Nilim atia aru dukhi atma hoi thaka nai. Bapura practical hoi gal

    • @rimaahmed9000
      @rimaahmed9000 Рік тому +4

      Dekhile gm pai manuh jonor mont bhut dukh lukai ase buli..

  • @simpigogoi3481
    @simpigogoi3481 Рік тому +32

    জানমণি ত কৈ বহুগুণে better deserve কৰে নয়ন দা এ‌ 🤗‌❤️

    • @sanuborah
      @sanuborah Рік тому

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @Amrit_YT999
    @Amrit_YT999 Рік тому +26

    যেতিয়া সচা প্ৰেমত কোনোবাই আঘাত পাই তেতিয়া প্ৰেমক লৈ নিগেটিভ কথা নিগেটিভ feeling মনত গঢ় লৈ উঠে,নয়ন দা সচাকৈ জিদ্ধি,বহুত attitude কথাতে বুজা যায়,হেয়েহে চাগে চ্যামনতিকাই এৰি গল..😰

  • @manalishadas2421
    @manalishadas2421 Рік тому +261

    নয়ন দাৰ কথাবোৰ ইমান ভাল লাগে ❤ বহুত ভাল পাওঁ দাদাক ❤❤ বন্ধুলৈ বহুত মৰম আৰু শুভকামনা জনালো 😍😍☺❤

  • @Sophie77772
    @Sophie77772 Рік тому +286

    কেৱল তেওঁ হে জানে তেওঁৰ মনত কিমান দুখ লুকাই আছে🙂 হাঁহি থকা মানেই সুখী হোৱাতো নুবুজায়। তেওঁ অভিনেত্ৰী গৰাকীৰ নাম প্ৰকাশ কৰিব বিচৰা নাই কাৰণ তেওঁ নিবিচাৰে তেওঁৰ বাবে কোনোবাই মানসিক ভাৱে দুখ পাওক কাৰোবাৰ বদনাম হওঁক🙂 হয়তো ইয়াকে কয় সঁচা ভাল পোৱা ❤️ নয়ন দা তুমি জীৱনত বহু দূৰ আগুৱাই যোৱা✨ আমাৰ ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আপোনাৰ লগত সদায় থাকিব❤️✨

    • @Bijitgogoi43
      @Bijitgogoi43 Рік тому +1

      This comment❤️

    • @manabrabha9007
      @manabrabha9007 Рік тому

      Thikei koise Namrata

    • @assameselovegurubhai7388
      @assameselovegurubhai7388 Рік тому +1

      Right teo kothabor mor lagot milise

    • @rimaahmed9000
      @rimaahmed9000 Рік тому

      Hahi thakile o kiba eta dukh ase mont gm pai... Hahitu monr vitoror pora nulai teor.. Ru swali jonir nam kbo bisora nai nohoi... Hokolue jane a kon swali joni bt teu tair nam a lbo nuhuje mukht tar karne kwa nai namtu..

    • @khaiborali8231
      @khaiborali8231 Рік тому

      সছাঁ কথা tq

  • @raihanabegum1448
    @raihanabegum1448 Рік тому +41

    সোনকালে যাতে নয়ন নীলিম সচা প্ৰেমত পৰক, তাকে কামনা কৰিলো 😀

  • @rahulbarman6280
    @rahulbarman6280 Рік тому +80

    সচাকৈ বহুত সাহস পালো। আপোনাৰ কথাখিনি শুনি।।
    প্ৰিয় অভিনেতা নয়ন নীলিম দা ♥️♥️♥️👍👍

  • @himanshusaikia1369
    @himanshusaikia1369 Рік тому +1

    Akolei thakibo Nayan da nhole ruu dukh pabo jibont

  • @Flameeezzz
    @Flameeezzz Рік тому +5

    4:10 ❤Best lines✨😊

  • @jiyaofficial3343
    @jiyaofficial3343 Рік тому +34

    খুব সুন্দৰ ❤️নয়ন দা কথাবোৰ অন্তৰ চুই যায়❤️❤️❤️ দুখৰ মাজতো সুখ বিচাৰি আগুৱাই যোৱাটোৱে প্ৰকৃত জীৱন 😊

  • @JatinBhuyan01
    @JatinBhuyan01 Рік тому +40

    Interview টোৰ পৰা এটা কথাই গম পালোঁ নয়ন নীলিমে second hand বস্তু except নকৰে 😂❤️
    মানিছো কিন্তু দেই আপোনাক 🙏👏

    • @sanuborah
      @sanuborah Рік тому

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @dhananjoyburagohain377
    @dhananjoyburagohain377 Рік тому +7

    আপুনি একদম সঁচা কৈছে নয়ন দা। ভূষণ দাৰ প্ৰতি এটা অনুৰোধ পাৰে যদি এবাৰ ৰাজকুমাৰ দা আৰু প্ৰসেণজিত দাক সাক্ষাৎকাৰ ল'ব চোন।

  • @rimaahmed9000
    @rimaahmed9000 Рік тому +484

    Nayan nilim ajon bhut val monr manuh... Teo val pai jibonot bhut dangr aghat paise tar karne val pwak bissakh nokore atia teu... Tar karne hoitu val pwar ktha navabe ru next time..

  • @tulikabora9527
    @tulikabora9527 Рік тому +12

    হাহিটো ৰ মাজত কিমান খিনি যে দুখ সোমাই আছে একমাত্ৰ তেওঁ জানে ।সদায় ভালে থাকক দাদা❤️❤️❤️🙏

  • @alexmukut2820
    @alexmukut2820 Рік тому +3

    প্ৰথমবাৰৰ বাবে ভূষণ পাঠকৰ ইন্টাৰভিউ চাই বৰিং লাগিছে৷

  • @assamboyabhishek1929
    @assamboyabhishek1929 Рік тому +2

    অন্তৰত বহুত আঘাত পোৱা মানুহ জন, প্ৰেমৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে

  • @businessandfarmingideas2411
    @businessandfarmingideas2411 Рік тому +85

    assamese mixture is back in old form❤️

    • @anuraitansutansu
      @anuraitansutansu Рік тому

      Wow my favorite actor nayan big fan lots of love❤❤❤

  • @mr.bairagi9342
    @mr.bairagi9342 Рік тому +8

    এইবোৰ দৰকাৰ নাই তেওলোকৰ একান্ত ব্যক্তিগত কথা 🙌 কিন্তু, নয়ন-শ্যামন্তিকা ৰ যুৰিটো দেখিলে ল'ৰালিৰ দিনলৈ মনত পৰি যায়, সেই জানমণি, অঞ্জনা, জোনবাইৰ দিনলৈ 🥺

  • @samujwalsvlogs4385
    @samujwalsvlogs4385 Рік тому +7

    নয়ন দাই বিয়া পাতক৷ মই নগাঁৱৰপৰা Night bus ত যাম নাহৰকটীয়াৰ চাচনিলৈ তেওঁৰ বিয়ালৈ

  • @debajitkonwar1407
    @debajitkonwar1407 Рік тому +14

    জাৱৰ পেলালে যেতিয়া গুলি মাৰক, নয়ন ককাইদেউ, এই সময়ত‌ ৰেণু সৰি পৰা পখিলা পাছত‌‌‌
    দৌৰাৰ কোনো গৰজ নাই ।

  • @mondipsaikia362
    @mondipsaikia362 Рік тому +43

    নয়ন দাৰ কথা বোৰ ভাল লাগে বন্ধুৰ শুভেচ্ছা থাকিল

  • @manalishadas2421
    @manalishadas2421 Рік тому +82

    নয়ন দাৰ জীৱন সংগী জনী বহুত ভাগ্যৱান হব ❤ বহুত মৰম দাদালৈ 😍❤কথাবোৰ ইমান ভাল লাগে দাদাৰ 😍

  • @achujyakonowar8340
    @achujyakonowar8340 Рік тому +9

    জোনবাই ৰিটান লাগে ডেমফুল

  • @Parishmitapk
    @Parishmitapk Рік тому +4

    হাঁহি থকা মানেই সকলো সুখী নহয় নয়ন দা মনত বহুত দুখ কষ্ট আঘাত লুকাই আছে একমাত্র তেওঁহে বুজি পায় তেওঁৰ কষ্ট 😥😢😢😭

  • @dipambitadas7731
    @dipambitadas7731 Рік тому +2

    Apuna ata word bahut vl lage e. g. Demful

  • @banditabaishya666
    @banditabaishya666 Рік тому +35

    এজন দুৰ্দান্ত প্ৰেমিক নয়ন দা 🥺❤️

  • @banashreebora9395
    @banashreebora9395 Рік тому

    কি যে প্ৰশ্ন সুধি বিৰক্ত কৰিছে মানুহজনক , অশান্তি লাগিল দেই
    অৱশ্যে তেওঁ জোকৰ মুখত চূণ দিয়াত পাকৈত👌👌👌ক'ব নোখোজাবোৰ কামোৰ দি সোধাটোৱেই youtuber এজনৰ কাম যেন🙄

  • @trishu7
    @trishu7 Рік тому +5

    Bhukhan dai bht sesta korio uliyabo nuarile 😂😂😂

  • @jeackypam5740
    @jeackypam5740 Рік тому +1

    Nayan da bahut val lra ..
    Bhukhan da a Bahut ktha hudisil tar premor bikhoy Nayan da premor bikhoyot bahut dukh paise ji jone Mone prane ontorore ajoni swalik val pwa jay Tar pisot break up hy tetya heijone he buji pay..,.PREM mane ki thik Nayan dar o tenkuwai obosta a huisil so hi Dukhote Premor ktha hudhile Awkan di kthabor belek fale milai koi diye...Love you Nayan da.......Nayan dar r karone oti honkale val Jiban khonggi hui jay Jen tare kamona krilu....

  • @theassamesecreation4474
    @theassamesecreation4474 Рік тому +23

    এখেতৰ কথাবোৰত বেদনা গভীৰ নিশ্বাস ভৰি আছে। দুখেৰে মন ভৰা।

    • @sanuborah
      @sanuborah Рік тому +1

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @archanarabha1881
    @archanarabha1881 Рік тому +1

    Ki buli kom nayan dak, teo kotha bur koboloi o voi korise, nirvoi hui uttar diok nayan da, ditiobar jate hudhiboloi karu dorkar nhy, apunar babe gotei duniya khonei pagol apunak kunu preme pagol koribo noware, koribo nidibo. Love yourself first. Nayan nilim hui thakok hoday, karo premik hui nhy.

  • @pritomsanukaushik6393
    @pritomsanukaushik6393 Рік тому +31

    When Nayan Da Said মোক চবেই এৰি থৈ যায় মই কাকো নেৰো i felt that🥹❤️
    এটা সময়ত যেতিয়া সচাঁ ভালপোৱা এফালৰ পৰা অকাল মৃত্যু হয় তেতিয়া অকলে থাকিয়ে ভাল লাগে😊❤
    সদায় ভালে থাকক নয়ন দা
    সেই ৰংমনখনৰ পৰাই মই আপোনাৰ এজন বিৰাট ডাঙৰ অনুৰাগী
    লগ পাম কেতিয়াবা❤
    বন্ধুলৈ বহুত বহুত মৰম আৰু শুভকামনা থাকিল💥❤

  • @dipambitadas7731
    @dipambitadas7731 Рік тому +1

    Apunj right koise Nilim da. Biswas aru respect nethakile biya dorka nai.

  • @dhurbazubeen981
    @dhurbazubeen981 Рік тому +3

    সঁচাকৈ nayan nilim দাৰ বুকুত ডাঙৰ কৈ কোনোবাই খুন্দিয়াই থৈ গল। যিটো খুন্দাৰ বিষ আজিও অনুভৱ কৰি আছে তেখেতে। আৰু চাগে সেই বিষটো কেতিয়া ও ভাল নহব।

  • @silpisikshabora3063
    @silpisikshabora3063 Рік тому +59

    বহুত ভাল লাগে নয়নদাক শুভকামনা থাকিল❤️

  • @gyandip.Talukdar.
    @gyandip.Talukdar. Рік тому +10

    নয়ন নীলিমৰ কথাবোৰ শুনি গম পোৱা যায় যে কিমান যন্ত্ৰণা ত জীয়াই আছে । এনেকুৱা লাগে মানুহজনে একলশৰে থাকি বহু ভাল পায় ।

  • @Pujara659
    @Pujara659 Рік тому +1

    Nayan da movie ata karone apuni suwali এজনীক ইমান inslt কৰি আছে পইছাৰ উপৰত aku নাই নি আপোনাৰ কাৰণে......

  • @Userpbz.25k
    @Userpbz.25k Рік тому +5

    Ki no aketa kothate lgi axe sbe??? Mnuhr break up nhy na ki??? Assam t ane logaixe jen nayan da n shyaman ba r bad e kro brkup e hwa nai

  • @SEUJXAIKIA
    @SEUJXAIKIA Рік тому +2

    Nayan Nilim Da😍😍🥰🥰...kotha burt gom paisu kimn dukhi tekhet

  • @bedangakaushiksarma7613
    @bedangakaushiksarma7613 Рік тому +8

    Salute Nayan da......... ❤️🙌

  • @automobilelovertravel7566
    @automobilelovertravel7566 Рік тому +9

    আমাৰ অসমৰ প্ৰেমীক বোৰৰ breakup এবাৰ হলে. Life t aru বিয়া নাপাতে. Suwali কি অভাব নে. Tai prixa toi u বিয়া পাত. জীবন জিন্দাবাদ. ।।

  • @dichawbotuwasonari1098
    @dichawbotuwasonari1098 Рік тому +17

    নয়ন নিলীমে বৰ সুন্দৰ কৈ জুখি মাখি উত্তৰ বোৰ দি লে ।ভাল লাগিল।

  • @pinkyscreation123
    @pinkyscreation123 Рік тому +1

    Bht val lagile sai brother..❤️❤️❤️❤️❤️❤️👌👌👌👌👌👌

  • @nirmalichoudhury5487
    @nirmalichoudhury5487 Рік тому +4

    You are also unique Nayan Nilim ❤️👍

  • @pampideka5611
    @pampideka5611 Рік тому +1

    Tmi okle thkibo nalage Nayan Da biyakhon pati lua.tmi jodi biya napata tmr ma deutai monot bhut dukh pabo.

  • @basantiboro4314
    @basantiboro4314 Рік тому +3

    নয়ন নিলিমে কৈছে ছোৱালীৱে তেওঁক বিশ্বাস ঘাটক কৰি গুছি গৈছে কিন্তু সেৱা মিছা নয়নে নিজে কৈছে তেওঁৰ জেদ ভাব আছে আৰু সুফলৰ খেত্তৰত হয়তো তেওঁ দিঘলীয়া সময় বানধী দিয়ে। সেয়ে ছোৱালী বোৰে নিজৰ নিৰাপত্তাৰ সিদ্ধান্ত নিজে লবলৈ বাধ্য হয়।

  • @barnalibarman4036
    @barnalibarman4036 Рік тому +2

    Syamantikar bidekhi husband Tu ki hl baru

  • @barmanfitnessvlogs3362
    @barmanfitnessvlogs3362 Рік тому +6

    মানুহ জনক কিবা মৰম লাগে , কথাবিলাক গহীন -গম্ভীৰ ভাল লাগে❤❤❤

  • @polygogoi7584
    @polygogoi7584 Рік тому +2

    Hosakoi Bhal puwa morom sordha bohut besi antorot thakilehe biya patibo lage nethakile tenekuwa biyat jibonot u patibo nelage

  • @pankajburagohain8048
    @pankajburagohain8048 Рік тому +31

    নয়ন দা are you really great ❤️❤️ আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ আজিৰ পৰা দুই মাহৰ আগতেই মোক এৰি থৈ গল মোৰ প্ৰেয়সীয়ে 💔💔💔 এতিয়া আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ প্ৰথম প্ৰেম আছিল মোৰ বহুত বেছি দুখ পালো অলপ সময় দিছোঁ নিজকে আপোনাৰ নিছিনা হব বিচাৰোঁ নয়ন দা my inspiration ❤️❤️❤️

    • @muzibulhoque1008
      @muzibulhoque1008 Рік тому

      😭😭😭

    • @nipandas5303
      @nipandas5303 Рік тому +4

      প্ৰেম ভাল পোৱা এইবোৰ মানুহৰ জীৱনত আহে আৰু কেতিয়াবা হেৰাই যায় তাকে ভাবি থাকিলে কি হব ।
      জীৱনটো নিজৰ নিজক ভাল পাব শিকিব লাগে ।

    • @pankajburagohain8048
      @pankajburagohain8048 Рік тому +1

      Hoi olp nijoke time disu nayan dar kotha bur huni bhut inspires hoisu

  • @gallery4359
    @gallery4359 Рік тому +1

    Atia 2jonor major akow lilimai soli ase, Noyon da baa k phon kori log koribo matee,

  • @Dusto.lora5338
    @Dusto.lora5338 Рік тому +9

    Next Syamontika baar interview lage bhukon dada

    • @pikumonikakati3669
      @pikumonikakati3669 Рік тому

      Nlge nayan da best ❤️

    • @Dusto.lora5338
      @Dusto.lora5338 Рік тому

      @@pikumonikakati3669 Nayan dar interview salu atiya Syamontika bar reaply tu sabo bisaru so

  • @jojo-dv3uy
    @jojo-dv3uy Рік тому +1

    from pic viral kora to these interviews ..sob publicity stunt for bondhu lol ..

  • @nirmaliborah1027
    @nirmaliborah1027 Рік тому +11

    ভূষণ দা আপুনি এইদৰেই সাক্ষাৎবোৰ লৈ যাব চোন।।।। আপোনাৰ সাক্ষাৎবোৰ চাই ভাল পাওঁ কিবা।।আগুৱাই যাওঁক👍👍 বাকী নয়ন দা🔥🔥🔥🥰বন্ধু চাম সোমবাৰে🤩

    • @sanuborah
      @sanuborah Рік тому +1

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

    • @nirmaliborah1027
      @nirmaliborah1027 Рік тому

      @@sanuborah ok

  • @progatigogoi
    @progatigogoi Рік тому +1

    Tumar protitu video sao aru bahut vaal laage saai

  • @sewaligohain5043
    @sewaligohain5043 Рік тому +5

    ভাল লাগিল চাই,, কষ্ট সহ্য কৰি এতিয়া নিজকে বহুত কঠোৰ কৰি তুলিলে , এনেকুৱা হব লাগে নয়ন দা♥️

  • @lajlagevlogs4632
    @lajlagevlogs4632 Рік тому +1

    Bahut Val lgl bhukhn da vedio2 sai pine,,nyan nilim da je emn স্পষ্ট vba nasilu,,😘

  • @faijulrahman3291
    @faijulrahman3291 Рік тому +6

    সচাকৈয়ে প্ৰেম ভালপোৱা বন্ধুৰ পৰাই হয় ৷ বন্ধু চিনেমাখন চোৱাৰ বহুত হেপাহ আছে ৷

  • @banasreebaishya6690
    @banasreebaishya6690 Рік тому

    All time favourite nayna da

  • @animaborah7558
    @animaborah7558 Рік тому +11

    নয়ন তোমাৰ কথাকেইটা বৰ ভাল লাগিছে ।সকলো দিশ ৰক্ষা কৰি বহুত কথা বুজাই দিয়া তুমি ।সচাকৈ ভাল লাগে । শেষত কব খোজো বিয়া পাতা জীৱনতো সজীৱ কৰা

    • @sanuborah
      @sanuborah Рік тому

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @majonimajoni1546
    @majonimajoni1546 Рік тому +6

    Bor bhal lagil dei..Nayan da mur college or dinor crush asil..❤️

  • @prasantaborgohain5090
    @prasantaborgohain5090 Рік тому +4

    That's line--- তোমাৰ কাৰণেও কোনোবা নহয় কোনোবা ৰৈ আছে😌💞 hit like for Nayan da♥️♥️♥️

  • @kolins7716
    @kolins7716 Рік тому +1

    A bar glass bangile ketyau jurabo nuware

  • @ratanray3458
    @ratanray3458 Рік тому +30

    আপোনাৰ ইন্টাৰভিউৰ ভিডিঅবোৰ খুব ভাল লাগে👌❤️

  • @babudutta726
    @babudutta726 Рік тому +1

    Nayan nilim dada aru sayamontika bar logot ata video dibo sun

  • @explorewithdiggu
    @explorewithdiggu Рік тому +7

    দাদা লগত GS road city zym একেলগে Zym কৰিছো, best thing about him being an actor he dose not have that show off attitude, I have seen him as friends as BANDHU. He is truly loyal, frankly speaking, Down to earth, Open to everyone💚❤💚❤💛💙

  • @tikensarania4862
    @tikensarania4862 Рік тому +1

    Nayan Padak kone kone Val pai 1 like

  • @Hello_People94
    @Hello_People94 Рік тому +3

    Waiting for Bandhu...

  • @noobgaming12773
    @noobgaming12773 Рік тому +1

    Nayan dai aajiu Syamantika baak ei vaal pai aru pai jabo nur xompurno bisakh...Nayan da Love you

  • @memesbank8815
    @memesbank8815 Рік тому +3

    নয়ন দা সচাকৈ দুখবোৰ লুকুৱাই ৰাখিছে 😒
    তেওঁৰ হাঁহিতোৰ পাছত থকা সেই দুখবোৰ...............................................................

  • @bagmitakashyap9308
    @bagmitakashyap9308 Рік тому +1

    Jukti besi diye sb kothate ai jone

  • @junukacreation4313
    @junukacreation4313 Рік тому +6

    নয়ন দাৰ কথাবোৰ আজি কিন্তু বহুত পাক লগা 😊👍 উত্তৰ উলিয়াবলৈ বহুত কষ্ট 🙂🥰

  • @JSKAssam7
    @JSKAssam7 Рік тому +1

    ua-cam.com/video/DGRS8SbPkm0/v-deo.html যদি আপুনি জানে যে আপোনাৰ মৃত্যু কেতিয়া হব, তেতিয়া আপুনি কি কৰা উৎসিত🙏🙏

  • @sumishill3586
    @sumishill3586 Рік тому +1

    Vl lge da apnk❤ anke thakok hdai... Bnds.. Karule care nkora.. Khulaaa monor mnhhh apuni bhtt

  • @msvlogs5648
    @msvlogs5648 Рік тому +24

    নয়ন দা যিবিলাক কথা কৈছে বাস্তৱতাত সত্য। 🙏🖐️🖐️

  • @rashmisvlogs2472
    @rashmisvlogs2472 Рік тому +11

    নয়ন দা মোৰ সদায় প্ৰিয় হয় 🌺আৰু আপুনি সদায় প্ৰিয় হৈ থাকিব ❣️

  • @axomia612
    @axomia612 Рік тому +7

    Nayan nilim demfull I love 🌏❤️

  • @sunadas7689
    @sunadas7689 Рік тому

    Jodi premot nam nthake tante kio sahjahane তাজমহল বনাইছিল

  • @trishnasarania1281
    @trishnasarania1281 Рік тому +22

    🙃❤️ নয়ন দা সদায় আগুৱাই যোৱা তুমি ✨

    • @pankard.k8147
      @pankard.k8147 Рік тому +1

      Tekhet aneo superstar hoie ase Assam r as a Actor 💜😀

  • @nitumoran1511
    @nitumoran1511 Рік тому +1

    Nayan dar kotha khinie hosai hridoy sui gol❤️

  • @anitpathak4894
    @anitpathak4894 Рік тому +10

    মোৰ লগতো একেই হৈছে গতিকে মোৰ‌ও এতিয়া বিশ্বাস উঠি গৈছে।

    • @sanuborah
      @sanuborah Рік тому +1

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @ashmabegumvlog4728
    @ashmabegumvlog4728 Рік тому

    Wow nice sharing bohute dhuniakoy dekhaysa khokolurbur val lagile 👍

  • @rajmili5610
    @rajmili5610 Рік тому +11

    Sense of humour salute.
    Most sarcastic reply nayan da op😎

  • @lakhimibeautytips2882
    @lakhimibeautytips2882 Рік тому

    Nayan da r number tu pua hole ktha bur val lge huni thkbo mn jaiii

  • @robinhudgaming9345
    @robinhudgaming9345 Рік тому +13

    দোষ বোৰ অন্তৰত ঢাকি ৰাখি হাঁহি থাকে তেওঁ।

    • @sanuborah
      @sanuborah Рік тому

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @nomitaborgohain3291
    @nomitaborgohain3291 Рік тому +1

    Nayan r kothabur bor bhal lagise kaku dukh dia nai

  • @farihajeniferrahman915
    @farihajeniferrahman915 Рік тому +11

    Touched ❤ One of the most genuine and beautiful interview Bukhan da 😇

    • @SaddamHussain-vx7ni
      @SaddamHussain-vx7ni Рік тому

      ua-cam.com/video/CKRhrx6CTYY/v-deo.html
      Mama bhagin production UA-cam channel

  • @kolaahmed9280
    @kolaahmed9280 Рік тому +2

    নয়ন দাৰ কথাবোৰ শুনি বৰ ভাল লাগে বন্ধুলৈ শুভ কামনা ? অনেকে কমেণ্ট কৰিলে নহব , চিনেমা খন বহুত কষ্ট কৰি বনাইছে আৰু assames ফ্লিম ইণ্ডাষ্ট্ৰি টো বহুত পিছ পৰা গতিকে আমি সকলে চিনেমা খন চাবলাগিব শুভেচ্ছা দি থাকিলে নহব চাব লাগিব লাগিবই