দেহবিচাৰ গীত||খগেন গগৈ দেৱৰ কন্ঠত||Tukari geet||Dihanam||horinam||Khagen gogoi||

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • নমস্কাৰ 🙏🏼
    অসমৰ এজন জনপ্ৰিয় তথা প্ৰবীণ শিল্পী শ্ৰদ্ধাৰ খগেন গগৈ দেৱে টোকাৰীগীতৰ সম্ৰাট উমাকান্ত বৈৰাগী দেৱলৈ শ্ৰদ্ধা জনাই পৰিবেশন কৰা এভাগি সুন্দৰ দেহবিচাৰ নাম আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ
    সকলোৱে ভিডিঅ টি চাব আৰু like , comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা ৰাখিলোঁ ।
    #দেহবিচাৰ_গীত
    #tukarigeet
    #dihanam
    #horinam
    #khagengogoi
    #sassamworld

КОМЕНТАРІ • 57

  • @lolitborah3102
    @lolitborah3102 14 днів тому +1

    🙏🙏 ati hundor khogen da nam bhag huni bhal lagil

  • @JayantaRajbongshi-sf5de
    @JayantaRajbongshi-sf5de Рік тому +11

    Sundor geet poribeson.

    • @sassamworld2999
      @sassamworld2999  Рік тому +2

      কৃষ্ণ🙏

    • @RadhaShyam-tt
      @RadhaShyam-tt 2 місяці тому +1

      Sundor bohut val lagise honi

    • @nathugoswami917
      @nathugoswami917 2 місяці тому

      ভকত কেইজনৰ বয়স অনুপাতে গীটটি ও সুন্দৰ হৈছে।​@@sassamworld2999

  • @LakhiramNath-bb9iz
    @LakhiramNath-bb9iz 2 місяці тому +2

  • @moinakonwar
    @moinakonwar 3 місяці тому +1

    ৰাম ৰাম

  • @bobynath4148
    @bobynath4148 Місяць тому +1

    🙏🙏🙏

  • @Bikash-ds1br
    @Bikash-ds1br 2 місяці тому +4

    Krishna 🙏🙏 Krishna aru lagibo

  • @sewalibora7160
    @sewalibora7160 Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏

    • @sassamworld2999
      @sassamworld2999  Рік тому

      🙏🏼🙏🏼

    • @ambikaroy7010
      @ambikaroy7010 4 місяці тому

      মোকো গাবলৈ সাহস দিয়ক।কৃষ

  • @নৰেন্দ্ৰচন্দ্ৰ

    কৃষ্ণ কৃষ্ণ 🙏

  • @junumech7558
    @junumech7558 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা 🪔🌺🌺🌺🌺🌺🙏🙏🙏🙏👏👏👏🙏🙏 কৃষ্ণ কৃষ্ণ সুন্দৰ অতি সুন্দৰ বহুত বহুত ভাল লাগিল‌ কৃষ্ণ কৃষ্ণ

  • @NitulNarjary
    @NitulNarjary 2 місяці тому +2

    🙏🙏🙏🤲🤲

  • @MitaliHazarika-xj3pc
    @MitaliHazarika-xj3pc 4 місяці тому +5

    Krishno krishno very nice

  • @NaranBorah-lr2yp
    @NaranBorah-lr2yp 2 місяці тому +1

    আৰুলাগে

  • @munindraborgohain6054
    @munindraborgohain6054 Рік тому +1

    Joy.krishna. Ati.Hondur🙏🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +2

    সুন্দৰ আৰু সুমধুৰ এই টোকাৰী গীত টো শুনিবলৈ পাই মনতে খুব ভাল পাইছো ধন্যবাদ থাকিল আৰু শুভেচ্ছা জনালো সকলোলৈ লগতে আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপোনালোকে গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক চোন ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি চেষ্টা কৰি চাব পাৰিব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক ইমান ভাল লাগিল,,,,,

  • @binitamoran6814
    @binitamoran6814 10 місяців тому +1

    শুনি ভাল লাগিছে, কৃষ্ণ, কৃষ্ণ,😭😭🙏

  • @fhulmonigogoi1146
    @fhulmonigogoi1146 7 місяців тому +2

    Krishna Krishna

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 7 місяців тому +1

    From pathshala India Assam 🇮🇳
    Jintu medhi 🙏🙏🙏🙏🙏🙏🙏

  • @robinphukan
    @robinphukan Рік тому +1

    Best khagenda best.from moran dalapa Goan.

  • @RadhaShyam-tt
    @RadhaShyam-tt 3 місяці тому +2

    Bor।sondar।kontha।Soni।thakibor।mon।jai।thanks।

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 7 місяців тому +1

    Jintu medhi from pathshala India Assam 🇮🇳
    XUNDAR gaiisee 🙏🙏🙏🙏🙏🙏

  • @PratapDeka-fk1kf
    @PratapDeka-fk1kf 6 місяців тому +1

    Ram ram

  • @durgeswargogoidurgeswargog9514
    @durgeswargogoidurgeswargog9514 10 місяців тому +1

    Krisna krishna

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +1

    নমস্কাৰ জানিব পুৱা তে এনে ভক্তি মূলক টোকাৰী শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন,,,,,

  • @AnkurKoiri-o2w
    @AnkurKoiri-o2w Місяць тому +1

    Kishna.kishna.borbhal.lagisa

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 7 місяців тому +1

    ❤❤❤❤❤❤❤❤❤😂😂😂😂

  • @BeautiThakuriya
    @BeautiThakuriya 5 місяців тому +1

    এই নামটো লিখিত ৰূপত দিব চোন ধন্যবাদ

  • @nabajyoti9976
    @nabajyoti9976 Рік тому +1

    🙏🙏