কাজিৰঙাত অখিল গগৈৰ সংবাদমেল

Поділитися
Вставка
  • Опубліковано 11 гру 2024

КОМЕНТАРІ • 11

  • @pgoswami5378
    @pgoswami5378 3 години тому +1

    সদায় চৰকাৰৰ ভূল দেখা নেতা সকলক চৰকাৰ চলাবলৈ দিলে হয়তো ঢোকে ঢোকে
    পানী খাই যাব পাৰে।চৰকাৰৰ যিকোনো কাম আৰু কথাতে বিৰোধ কৰা কামটো যিমান সহজ, চৰকাৰ চলোৱা কাম তিমান উজু নহয়।
    পূৰ্বেও অগপ ৰ নেতাসকলে আন্দোলনৰ যোগেদি চৰকাৰলৈ
    আহিছিল,কিন্তু তাৰ বেয়া ভাল ফলাফল ৰাইজে নিশ্চয় দেখিছে। এতিয়া চৰকাৰৰ লগত দলৰ কেইজনমানে সংগী হৈ আছে বুলিহে চলি আছে।
    গতিকে ধৰুৱা চৰকাৰক হৰুৱাই
    চৰকাৰ গঠন কৰাৰ আশা নকৰাই
    ভাল হব যেন লাগে। নহলে এই চৰকাৰৰ সমস্ত ধাৰৰ বোজা বহন
    কৰি চৰকাৰ চলাবলৈ হলে ধোঁৱা ধোঁৱা দেখিব পাৰে। মিছাতে ধৰুৱা চৰকাৰৰ ঋনৰ মস্ত বোজা এটা
    লৈ চৰকাৰ কিয় চলাবলৈ আগ্ৰহ কৰিব লাগে।সেয়েহে ২০২৬ৰ চৰকাৰ খন ধৰুৱা চৰকাৰকেই
    পুণৰ চলাবলৈ এৰি দিব পাৰিলেহে
    ভাল হব।এই চৰকাৰে ঋনো মাৰি থাকিব,চৰকাৰো চলাব,উন্নয়নো কৰিব,ৰাইজেও ভাল পাই থাকিব।
    কোনো বেমেজালীও নহব। এম এল এ হৈ থাকিয়েই সমষ্টিৰ উন্নয়ন কৰিব পাৰিলেই হল দেখোন।
    ৰাইজে উন্নয়ন কৰি থাকিলে এম এল এ বনায়েই থাকিব।মাহেমাহে
    দৰমহাও পাই থাকিব, তেনেদৰে চলিয়েই থাকিব।সময়বোৰ সুন্দৰকৈ পাৰ হৈ যাব।

  • @Abhi56909
    @Abhi56909 7 годин тому +1

    আখিলুদ্দিন মুখ্য মন্ত্ৰীৰ হলে গোটেই অসম বিকী দিব।

  • @faruknafisavlogs882
    @faruknafisavlogs882 7 годин тому +1

    mama mami puspa jhukega Nehi

  • @bantihazarika6796
    @bantihazarika6796 Годину тому +1

    Tata ki ball dal hol lone paisa loisa tohotor ki ball hol 😮

  • @bishalsarma5306
    @bishalsarma5306 9 годин тому +2

    28 খন ৰাজ্য ৰ তলৰ ফালৰ পৰা 8 খন এনেকৈ মহাশয় বুজাই দিয়ক যদি হে 16 স্থানত থাকে😂😂

  • @Manik-k3g
    @Manik-k3g 9 годин тому +3

    Ekdom fal2 news pohe aidale

  • @Assameseboy321
    @Assameseboy321 9 годин тому +1

    Moi agote ako kora nsilu Lon o nsil,aji wife gov.job moi business kru tothapio car lon home lon sob loisu...that means progras

  • @shahiduliislam6828
    @shahiduliislam6828 9 годин тому

    😂😂😂poisa poisa

  • @GoneshPatowary
    @GoneshPatowary 9 годин тому

    আমি যে ফকতিয়া