সন্মানীয় অধিবক্তাৰ চাকৰি এৰি কিয় কমাৰ হ'ল এইজন ব্যক্তি?

Поділитися
Вставка
  • Опубліковано 25 тра 2022
  • এজন অধিবক্তাই লোহা কটিছে। কঠোৰ পৰিশ্ৰম কৰি কমাৰশালত লো পিটি পিটি গঢ় দিছে দা-কটাৰী। পিছে সন্মানীয় অধিবক্তাৰ চাকৰি এৰি কিয় কমাৰ হ'ল এইজন ব্যক্তি?

КОМЕНТАРІ • 192

  • @happykids152
    @happykids152 2 роки тому +80

    তেখেতে ভাল সিদ্ধান্ত লৈছে,
    Negative মানুহে, negative comments মাৰাৰ বাহিৰে জীৱনত একো কৰিব নোৱাৰে।
    मालिक बनो , गुलाम मत बनो ।
    Salute him 🙏

  • @prabhatchborah3751
    @prabhatchborah3751 2 роки тому +46

    সন্মানীয় অধিবক্তা হয় বাৰু--
    সন্মানীয় কমাৰনো নহ'ব কিয় !
    সকলো কৰ্ম্মৰে সন্মান আছে ॥

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 роки тому +3

    ধন্যবাদ থাকিল ব্যক্তি জনলৈ।মোৰমতে এইজনেই শিক্ষিত লগতে জ্ঞানী ব্যক্তি।বৰ্তমান এখেতৰ নিচিনা এজন ব্যক্তি অতীৱ প্ৰয়োজন বুলি মই ভাবো।

  • @tileswarbora2643
    @tileswarbora2643 2 роки тому +10

    কৰ্মই ধৰ্ম । শাৰীৰিক শ্ৰমেই হ'ল মৌলিক তথা প্ৰাথমিক বৃত্তি । এনে বৃত্তি গ্ৰহণ কৰি তেওঁ খাতিখোৱা সাধাৰণ লোকক প্ৰোৎসাহিত কৰিছে । তেওঁ খাতিখোৱা লোকৰ প্ৰকৃত প্ৰতিনিধি । আমি শুভেচ্ছা তথা অভিন্দন জনাইছোঁ । নমস্কাৰ 🙏 ।

  • @budhinsaikia6300
    @budhinsaikia6300 2 роки тому +8

    ভাল লাগিল। এনেকুৱা ব্যক্তিৰ কথা শুনিলেই মূৰ দোঁ খাই যাই।🙏🙏

  • @basisthaacharya6590
    @basisthaacharya6590 2 роки тому +39

    মই লক্ষীমপুৰত থকা সময় চোৱাত এখেতক সদায়েই লগ পাও। বহুত ভদ্ৰ আৰু সামাজিক ব্যক্তি। কামৰ কোনো সৰু বৰ নাই।

  • @xmdi3687
    @xmdi3687 2 роки тому +6

    সুন্দৰ পদক্ষেপ কমাৰ শিক্ষা টো সাধাৰণ নহ য় যত কমাব নহলে কাম নহয় wel come আগ বাঢ়ি যাওক আশীৰ্বাদ থাকিল।

  • @ashutdutta2698
    @ashutdutta2698 2 роки тому +39

    সচাকৈ এনে সন্তান মা দেউতাকে ভাল কাম কৰিলেহে পাই

  • @anowara.begum23
    @anowara.begum23 2 роки тому +2

    বহুত ধন্যবাদ এটা পৰিয়ালৰ দায়িত্ব বহন কৰা বাবে

  • @alokdutta5907
    @alokdutta5907 Рік тому

    সঁচাকৈ অতি মহান আৰু সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । কৰ্মই আমাৰ ধৰ্ম গতিকে মানুহে যিকোনো কৰ্মলৈ লাজ নকৰি বা কাৰোবাৰ কথাত কেৰেপ নকৰি সৰু-ডাঙৰ কাম যিয়েই নহওক লাগিলে সকলো কাম ভালদৰে সুচাৰুৰূপে নিজৰ চিন্তাধাৰাৰে কৰি গলেই গল তেতিয়াহে সমাজখন ভালদৰে আগুৱাই যাব ।

  • @babulkrbaruah5567
    @babulkrbaruah5567 2 роки тому +11

    Excellent .....
    Glorious example of forwarding the legacy of his father ........He can expand the small industry in future ...
    Hats off to his courage and decision

  • @abhinahibanna9726
    @abhinahibanna9726 2 роки тому +3

    তেওঁলৈ মোৰ অশেষ সন্মান উপজিছে । 🙏🙏🙏 কোনো কাম সৰু ডাঙৰ নহয় বুলি মানুহ কয় কিন্তু অধিবক্তাৰ চাকৰি এৰি পিতৃৰ ব্যবসায় পুনৰ আৰম্ভ কৰা এনে পুত্ৰৰ গৰাকী সকলো ভাগ্যবান নহয়। এওঁৰ দৰে মানুহ প্ৰ্কৃত ৰুপত আমাৰ সমাজৰ নায়ক । চৰকাৰৰ সহাৰি পালে ভাল হলহৈ

  • @utpalpatowary5721
    @utpalpatowary5721 Рік тому +2

    এতিয়াহে Legal কামত হাত দিয়া বুলি অনুভৱ হৈছে তেখেতৰ ৷

  • @subratadey9156
    @subratadey9156 2 роки тому +5

    বৰ ভাল কথা দেউতাৰ কৰ্ম ধৰি ৰাখিব পাৰিলে।

  • @jagadishdeka8118
    @jagadishdeka8118 2 роки тому +71

    কামৰ সৰু ডাঙৰ নাই। কমাৰশালীৰ পৰা লোৰ সামগ্ৰীৰ সৰু উদ্যোগ বনাব পাৰি। কিন্তু এইটো ঠিক মানুহজনে কেচ নোপোৱা হৈহে এই সিদ্ধান্ত লৈছে 🙁

    • @educationcare7413
      @educationcare7413 2 роки тому +11

      Teu case nu puwa hoise pisor kotha..teur degree ata ase Guwahati t beleg job o koribo parile hoi.kintu gharar jetia daitto nijor uporat ahe nokora kam o koribo logia hoi.tumar boyokh aru kormoi khiman dur dhuki puwa nai jar babe teneke koisa...case nupuwa hol

    • @jagadishdeka8118
      @jagadishdeka8118 2 роки тому +4

      @@educationcare7413 , Moi beya vabi kuwa nai. Moi kono kamok beya napao.kheti korile aru proxongkha koriluheten.

    • @dxvaity7382
      @dxvaity7382 2 роки тому

      Madarchodo miya ball kotha koisa....toy ki jana be case pay ne napay

    • @momandheart10
      @momandheart10 2 роки тому +2

      সৰু কথা চিন্তা কৰিব পৰা মানুহ জন মানব জাতির সদায় বাহিৰত,,,,,

    • @bhesojbaruah6265
      @bhesojbaruah6265 2 роки тому +3

      ★কমাৰশালত উৎপাদন হোৱা সামগ্ৰী সমূহ সমাজৰ খাটিখোৱা লোকসকলৰ নিত্যপ্ৰয়োজনীয়- দাৱনীৰ কাছিখন ,ৰাজমিস্ত্ৰীৰ খন্টিখন, দিনহাজিৰা কৰা লোকজনৰ দা খন কোৰখন, কাঠমিস্ত্ৰীজনৰ ভোঁৱৰটোলৈকে সামগ্ৰীবোৰ কমাৰশালতেই উৎপাদন হয় !!

  • @Baba883
    @Baba883 Рік тому

    News sai vor vall lagil

  • @prasenjitkoch966
    @prasenjitkoch966 2 роки тому +16

    সতকামৰ কোনো সৰু ডাঙৰ নাই | গুচকৰ চৰকাৰী চাকৰ হোৱাতকৈ এনে সতকাম কৰি জীৱিকা অৰ্জা হাজাৰ গুনে ভাল | তাৰ সনতানবোৰে আশীৰ্বাদ পাব |

    • @pgcomplete7774
      @pgcomplete7774 2 роки тому +1

      Absolutely right bro

    • @phuleswarihazarika6106
      @phuleswarihazarika6106 2 роки тому

      সৎকর্ম কৰিলে সকলো কৰ্মতে সন্মান লাভ কৰিব পাৰি বুলি মোৰ দৃঢ় বিশ্বাস। সেয়ে প্ৰভু ভগৱন্তই তেখেতক কৃপা কৰাৰ লগতে সন্মান প্ৰদান কৰক, এয়ে ভগৱন্তৰ ওচৰত কাতৰ প্ৰাৰ্থনা।

    • @pronabbora8020
      @pronabbora8020 Рік тому

      U r great

  • @sahidahmed5849
    @sahidahmed5849 Рік тому +1

    Aibur a Manuh....enekua Manuhok Salute.......

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому

    প্ৰকৃত মানুহ এইজনহে মোৰ মতে।এই জনৰ শিক্ষা;সৰলতা;সাধাৰণ কামৰ প্ৰতি থকা স্পৃহা দেখিলে আপোনা আপুনি মূৰ দো খাই যায়।এই জনৰ পিতৃ মাতৃয়ে হয়তো পূৰ্ব জন্মত কিবা পুণ্যকৰ কাম কৰি থৈছিল সেই"বাবে"এই জন্মত এনে পুত্ৰ লাভ কৰিলে।

  • @bhupendas3078
    @bhupendas3078 3 місяці тому

    Great constrictive work. 🙏

  • @mantudas3746
    @mantudas3746 Рік тому +2

    কামৰ কোনো সৰু বৰ নাই আপোনাৰ আদৰ্শক আন্তৰিক সন্মান জনালো

  • @adityafreefre2993
    @adityafreefre2993 2 роки тому +52

    Mental satisfaction is more important than financial satisfaction.....it's ok sir....

  • @jugendersaikia4176
    @jugendersaikia4176 2 роки тому +20

    কৃষ্ণ কৃষ্ণ এইখনেই আমাৰ অসম যদি কমাৰেই বনিবৰ আছিল উকালতি কৰি সময় আৰু টকা লোকচান কৰিলে কিয়?

    • @NewGovernmentJob-bg1fx
      @NewGovernmentJob-bg1fx 2 роки тому +2

      Brother, kamor xhuru Bor nai. Kam Kam e, ji e nohok.

    • @ranjibborah3274
      @ranjibborah3274 2 роки тому +2

      Simple , আপুনি তেনেকুৱা problem ত পৰা নাই। পিথিবীত টকাই সকলো নহয়।

    • @dhanadakalita6241
      @dhanadakalita6241 2 роки тому +1

      Hai kintu komar habolai law karibo nalage nahai

    • @divetamuli1437
      @divetamuli1437 2 роки тому +1

      Jugender saikia apunr murt ml ni moi ai2 a km

    • @dineshrabha1317
      @dineshrabha1317 2 роки тому +1

      Apuna khandan ot aji loi kunuba advocate pass kre ulaise ne alop jonabo sun krishno🙏

  • @momandheart10
    @momandheart10 2 роки тому +2

    মই আচৰিত আজি বাতৰি টো চাই কাৰণ এবছৰ মান আগতে মই এখন কমাৰশাল লৈ গৈছিলো,,,, তাত তেওঁ লোক ৰ ব্যবহাৰ দেখি বৰ ভাল লাগিছিল,,,, তেতিয়া আহতে মই ৰাস্তাত ভাবি ভাবি আহিছিলো,,, ভগবানে সকলো জেগাতে ভাল মানুহ থৈ দিছে । আৰু এখন বিদ্যালয় ৰ লগত যিহেতু তুলনা কৰা হয় ইয়াত কাম কৰা মানুহ বোৰো নিশ্চয় অলপ হলেও ভগবানে বেলেগ কৈ সৃ্ষ্টি কৰিব ই,,,,,

  • @ikinternational3337
    @ikinternational3337 2 роки тому +13

    Wel done Dear resepted sir. You an example of a really responsible member of a 👪family

    • @chitrakumarhazarika9224
      @chitrakumarhazarika9224 2 роки тому +1

      তেখেতক শ্ৰদ্ধা জনাইছোঁ। পৰিয়ালৰ প্ৰতি যি দায়িত্ব তেওঁ মূৰ পাতি লৈছে সেয়া অৱশ্যেই পালনীয় কৰ্ত্তব্য আৰু হাতৰ বিদ্যাৰে তেওঁ জীয়াই থকাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। কৃতকাৰ্য হওক তেওঁ তাৰ বাবে তেওঁলৈ শুভাশীষ থাকিল।

  • @akgogoiakgogoi3482
    @akgogoiakgogoi3482 2 роки тому +6

    মই এটাই জানো যে কোনো কামৰ সৰু বৰ নাই।

  • @MidulDutta8174Dutta-to5oc
    @MidulDutta8174Dutta-to5oc Рік тому

    প্ৰকৃত মানুহ শুদ্ধ পথত থাকি শুদ্ধ টকাৰে জীৱন নিৰ্বাহ কৰা ব্যয়ত্তি
    নমস্কাৰ জনাইছো 🙏🙏🙏

  • @jaansaikia9308
    @jaansaikia9308 Рік тому +2

    Val kam korise...Asolte Xeito Sakori nasil...pise..Case pale he poisa pabo napale nai...bt Aitot poisa Ase jiheto Aito purona kam asil Parile Aji kali Aru dvlp koribo pari kisu mechin ani Jodi pare tenekuwa korile aru val hobo ibdiar Bahirot dekhun tenekuwa kori ase Tv t dekha pai thaku...Good job Aguwai jaouk

  • @ajoygogoi371
    @ajoygogoi371 Рік тому

    Very good 👍 I like Bimol sir, God bless you....

  • @golok..kakati
    @golok..kakati Місяць тому

    GOOD...ACTION ..GOD...SHALL...SUPPLY...YOUR..NEEDS ....Thank .
    You ..

  • @krishnagogoi1657
    @krishnagogoi1657 2 роки тому

    তেখেতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো |

  • @mausumidas2400
    @mausumidas2400 Рік тому

    Brother, Excellent.

  • @tozimulislam8020
    @tozimulislam8020 2 роки тому +32

    Advocate ata sakori nohoi. Jodi hoi kune salary diye? No one? Advocating ata professional business. Business ot income nohole business change koribo lage. Good job

  • @vijayjulius668
    @vijayjulius668 2 роки тому +1

    God bless you always with good health and success

  • @shohidulislam-uf3eq
    @shohidulislam-uf3eq 2 роки тому +4

    May GOD BLESS YOU BROTHER!

  • @anandaramgowala6634
    @anandaramgowala6634 Рік тому

    Ideal example. Knowing law is necessary for all citizens. Profession should be at one's own choice.

  • @prabinkumardas1498
    @prabinkumardas1498 Рік тому

    Many many thanks to Mr. Bimal Dey for his dignity of Labour........ God bless you to your future life.........

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 роки тому +2

    অভিজ্ঞতা য’ত অধিক ,
    পেতৰ ভাতমুঠি পাব সঠিক ৷
    কলম কুঠাৰ কথা নাই,
    অভিজ্ঞতাত সকলো পাই ৷

  • @traderbhai6470
    @traderbhai6470 Рік тому +3

    "কৰ্মই ধৰ্ম " কামত কোনো সৰু ডাঙৰ থাকিব নালাগে। foreign country ত চোৱা সকলো কামতে সন্মান আছে আমাৰ ইয়াতহে ভেদ ভাব সকলোতে 😠

  • @localboymanojbhao1993
    @localboymanojbhao1993 Рік тому

    bahot val korise dada apunk val lagil dekhi lakhimpur gole apunk log korim

  • @pneog8534
    @pneog8534 2 роки тому +1

    You are great. God bless you and your family.

  • @ranjitsaikia6991
    @ranjitsaikia6991 2 роки тому +4

    Aguai jaok sir

  • @Mr-rp1rm
    @Mr-rp1rm 2 роки тому +10

    Very Very Good Job ❤️💕

  • @pankajkalita8179
    @pankajkalita8179 2 роки тому

    bht vl news eta dekhaise realy

  • @bhesojbaruah6265
    @bhesojbaruah6265 2 роки тому +2

    " The Village Blacksmith " নামৰ ইংৰাজী ভাষাত পঢ়া কবিতাটি মনত পৰিল। Dignity of Labour .

  • @yubrajdeka1051
    @yubrajdeka1051 2 роки тому +3

    👍 great job sir keep it up

  • @pankajdeori446
    @pankajdeori446 2 роки тому +5

    All legal income and activity should be appreciated.

    • @peter4christ269
      @peter4christ269 Рік тому

      Yes right 👍, really what you are saying that's 100% Right

  • @mulanlaskar9954
    @mulanlaskar9954 Рік тому

    শুভেচ্ছা জনালো ।

  • @chandannath2566
    @chandannath2566 2 роки тому +1

    Sundor batori.

  • @denishdas115
    @denishdas115 2 роки тому +5

    Good job sir

  • @mukshedullah6863
    @mukshedullah6863 2 роки тому

    Money can do many things but can't do everything. We believe that You have taken right decision,bcoz,you only know your family situation, which can't b disclosed to others or have no use to do so. Salute you Bimal for your courage. May Allah help you. Ameen.

  • @ankurtanaymusical9415
    @ankurtanaymusical9415 2 роки тому

    You are great Dada..God 🙏 bless you

  • @murulinath2952
    @murulinath2952 2 роки тому +2

    Apunar Deuta prati thoka respect aru Dayabaddhata moi salute janaisu. apnar family khadai je vale thake aru khukhi thake tare kamana karilu

  • @nkdas7082
    @nkdas7082 2 роки тому +1

    কাম যিয়ে নকৰক কিয় বেয়া কাম নকৰিলে শিক্ষিতৰ সন্মান সকলো কৰ্মতে থাকে ৷

  • @swabhanuneog3200
    @swabhanuneog3200 2 роки тому

    হাতৰ বিদ্যা ... বিশ্বকৰ্মা

  • @rajkumarpegu1942
    @rajkumarpegu1942 Рік тому +1

    কামৰ ক্ষেত্ৰত কোনো সৰু ডাঙৰ নাই তেখেতে অধিবক্তা হলেও চৰকাৰৰ নিৰ্দেশ মতে চলিছিল এতিয়া কমাৰ হলেও তেখেতে নিজৰ ইচ্ছা মতে চলিব পাৰিছে আৰু অসমৰ সকলো মানুহক শিক্ষা দিছে যে চৰকাৰী চাকৰি নহলেও জীৱনত কিবা এটা কৰি খাব পাৰি ।

  • @akashkakati7258
    @akashkakati7258 2 роки тому

    Bor val lagil..

  • @santoshkumarbora786
    @santoshkumarbora786 2 роки тому +4

    Really exceptional person. Salute to him .

  • @mintooburagohain5341
    @mintooburagohain5341 2 роки тому

    Good man.

  • @akbarbadsha8799
    @akbarbadsha8799 2 роки тому +1

    Bohut val decision loise aponi,
    Moy completely support krisu aponak,, aji moy EWS purpose ot kisuman dalal log paisilu ,atiya vabi asu aponi shei dalal khinit koi bahut uporot ase so aponar val howk sheye kamona koru.

  • @No-fq5nj
    @No-fq5nj 2 роки тому

    ছাৰ ভালে থাকক

  • @phukanpegu6757
    @phukanpegu6757 2 роки тому

    Brother.... Go ahead... God will be bless you.......

  • @jayantaborah7018
    @jayantaborah7018 2 роки тому

    Lawer is not govt.job ,it is a profession .Wel done.

  • @mahanpuja7915
    @mahanpuja7915 11 місяців тому

    Amiu satakuti pranam janalu.

  • @Amio.d5
    @Amio.d5 2 роки тому

    aguwai jaouk tare kamona krilu...

  • @itzdesikalakar3533
    @itzdesikalakar3533 2 роки тому +2

    Salute💟💟💟

  • @babul8718
    @babul8718 2 роки тому

    Thanks Dada...

  • @sanjibsaha3683
    @sanjibsaha3683 2 роки тому

    Dada grate salute

  • @rajutassa4100
    @rajutassa4100 2 роки тому

    Thats an enough example for every human😊😊

  • @R.hussain2842
    @R.hussain2842 2 роки тому +2

    Baa sir aapuni dekhai dile hoasa manobata 🙏 🙏 🙏🙏 🙏🙏🙏 sabko 🙏🙏🙏🙏🙏

  • @maheswarbrahma6431
    @maheswarbrahma6431 2 роки тому

    God bless you brother

  • @ilasaikia9077
    @ilasaikia9077 Рік тому

    Like u no more in india।u r great

  • @dhrubajyotiborah1574
    @dhrubajyotiborah1574 2 роки тому

    🙏 Salute Sir

  • @kanakdas8549
    @kanakdas8549 Рік тому

    Samatkar.

  • @mukultalukdar5360
    @mukultalukdar5360 2 роки тому

    I salute sir👌

  • @bhaskarborah4254
    @bhaskarborah4254 2 роки тому

    আজিৰ যুগৰ বিষেশ মানৱ।

  • @assamorsofiqul422
    @assamorsofiqul422 2 роки тому +4

    Salut ❣️ 🙏

  • @rupambaruah8670
    @rupambaruah8670 2 роки тому

    Great Men 👍

  • @bijayrabha9564
    @bijayrabha9564 Рік тому

    আজিৰ সমাজৰ আপোনি আদৰ্শ ।

  • @binaysonowal6888
    @binaysonowal6888 2 роки тому

    Moja ...da

  • @jyotimakaman2029
    @jyotimakaman2029 2 роки тому

    Good idea

  • @ranjitbrahma1431
    @ranjitbrahma1431 2 роки тому

    🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @utpalmuchahary9820
    @utpalmuchahary9820 2 роки тому +2

    अधिवक्ता केनेकै सनमानोय पद हब पारे। मककेल बिलाकक ठगि ठगि देखन पइचा खामाब लागे। किन्तु कमारर उचित कमॅ करि पवा कामाइ हय।

  • @electricaleducationassames9722

    Good

  • @bankobandula
    @bankobandula 2 роки тому +7

    Buji napau kyo manuhe kaamotu dangor ba soru sai. I lv driving mur gari ekhon kini tourist taxi kora iccha ase. Kiman je notun notun jega dekha paam sodai. I amban MBA. Tar meaning ki moi soru hoi jaam niki. We need to change our mentality.

  • @reenanarleng2617
    @reenanarleng2617 2 роки тому

    Very good sir 🇮🇳🙏

  • @manashdutta9589
    @manashdutta9589 2 роки тому

    Good job kakaidaw agbhi jwa hri nidiba..

  • @akbarailahmed2857
    @akbarailahmed2857 2 роки тому +3

    অধিবক্তা পেশা চাকৰি কেতিয়াৰ পৰা হল জনাব নেকি

  • @Sanuda90
    @Sanuda90 2 роки тому

    First step towards State legislative Assembly 🙏🙏

  • @rameshbaglari8876
    @rameshbaglari8876 2 роки тому +2

    Aeitu tekhetor nija xiddhanto, tat karuye koboloike aekuye naikia, kormoi xundor, duty is buty, ei aeta aamar babe ussajonok prerona ,aaguai jaouk xofolota aase, dhoinyobadere...

  • @tukurajkhowa9348
    @tukurajkhowa9348 2 роки тому

    Val korile...kiman xosak Misa Misak xosa koribo ..gd

  • @sarojinichaudhury179
    @sarojinichaudhury179 Рік тому

    'সৰোগত' বুলি পঢ়াত বৰ ভাল পালোঁ ৷ আজিকালি শুনিবলৈ পাওঁ 'সাৰোগত ' ৷

  • @decorationdaycare1543
    @decorationdaycare1543 2 роки тому

    Good job

  • @shymantajyotidas4929
    @shymantajyotidas4929 2 роки тому

    Pride of Assam

  • @tarinidas6674
    @tarinidas6674 2 роки тому

    8

  • @mominulhoque8259
    @mominulhoque8259 2 роки тому

    Dada apuni advocate hoi nijor family tu solabo parile hoi.. but apuni atu Kam Kori nijor logote aru 5ta family solabo paribo ... Moi bujibo parisu but likhibo pora nai ... Kintu apunar proti mur Amar khonman bohot bharil...

  • @vadalmaji
    @vadalmaji 2 роки тому

    Keep it up

  • @dhritirekhadas2757
    @dhritirekhadas2757 2 роки тому +1

    👍👍

  • @ashikassamesesuhanachannel9926
    @ashikassamesesuhanachannel9926 2 роки тому

    Good step

  • @bikullaskar5079
    @bikullaskar5079 2 роки тому

    god bless you