Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
মৃদুলদা কিমান খোলা হৃদয়ৰ মানুহ! Salute! মই ব্যক্তিগতভাৱেও পাইছোঁ তেখেতক। অসমীয়া নাট্য জগতৰ বাবে সম্পদ তেখেত।
অতি সুন্দৰ,মন খুলি হাঁহিলো, ধন্যবাদ ইমান নিৰ্ভেজাল ৰসাল পৰিৱেশ সৃষ্টি কৰাৰ বাবে 👏👏👏
মৃদুল দাদা সদায় প্ৰিয় ।
ময়ূৰ মই ভিদিঅটো আজি হে চালো ।বহুত ভাল লাগিল পাৰিলে অৰুণদাক next Prank call 2 প্ৰস্তোতি পৰাশৰ বাইদেউৰ সৈতে কৰিব কবাচোন ।
হাঁহিবোৰ সদায় জিলিকি থাকক আপোনালোকৰ এনেকৈ।ভাল লাগিল বহুতো ময়ূৰ দা।
মৃদুল ছাৰ সচাঁকৈয়ে অমায়িক ❤❤❤ ইমান নম্ৰ 🥰🥰🥰 আৰু হাঁহিটো ❤❤❤
মানে কি কম ভাষা বিচাৰি পোৱা নাই ।বহুত বেছি কে প্ৰাণ খুলি হাহিলোঁ 😂বুকুত চেঙাতকে লাগিল টো best line আছিল 😂 ।আৰু এটা লাগে প্ৰেংক কল অৰুণ দাৰ লগত।
মৃদুল দাৰ হাঁহি টো ও God Boom🔥🔥🎉লাগিলে________________________🙏🏻
মৃদুল দাৰ হাঁহিটো ইমান ধুনীয়া 😍❤
Xosai
Mridul bhuyan kimn humble & down to earth aytuay gom pua jai
He is so humble..personally log paisu moi tekhetok ekdam genuine hoy manuhjon.
Bahut val lagil Arun Da Bahut hahilu iman jamani .Mridul da apunak bahut val lage.Arun Dar lagat aru lage priyank call.
মৃদুল দা সঁচাকৈ বহুত ভাল লাগিল..... হাহিটো মানিব লাগিব....
আজি মই বহুত সুখী মোৰ দেউতাই আপোনাৰ Video টো 2 বাৰ চালে।আৰু এনেকুৱা হাঁহিছে যে মই এই লিখনিৰ মাধ্যমেৰে কব নোৱাৰিম দাদা।বহুতে ভাল লাগিল।Mayur দা Thanks এই Video টো বনোৱাৰ কাৰণে।❤️❤️
७
@@gunaramkalita3256 bohut hailu dai
Eman hahilo a mojja lagshi dk
চেঙাতকে উঠচি,,,,, অ মা ইমান মজা লাগিল,,,, কেবাবাৰো চালো,,, ময়ূৰ দাদা তুমিয়ো কম অভিনেতা নহয় দেই।।। ৰাতিলে ভাত নাখাও দেউতা😆😆😆😆
মৃদুল দা সঁচাকৈ বহুত অমায়িক ৷আৰু হাঁহিটো কি ক'ম সঁচাকৈ...
প্ৰথমে ময়ুৰ দালৈ ধন্যবাদ.... ইমান ৰসালভোৱ প্ৰেংকলটো কৰিলে বহুত হাঁহিলো..... মৃদুল দাৰ ইমান মন খোলা হাঁহিটো শুনি ময়ো কেতিয়া হাঁহিলো গমেই নাপালো.... চেঙাতকে গল
নলবাৰীৰ পৰা মৰম যাচিলো🎉🎉
Best prank call till today.. Arun daar logot aru prank call lage
নাম তাৰ হৰেন গাওঁত তাক ডাঙাৰ আপা বুলি মাতে।ডাঙাৰ আঁপা বুলি কলি গোটাই নলবাৰী জানে।😂😂😂Best Line_____________🎉ময়ুৰ দা _____এটাই Reply লাগে দাদা_______🔥🎉
মৃদুল দা সচাঁই বৰ অমায়িক।❤️
বহুত ভাল লাগিল। অৰুন বৰা সচাঁকৈ ভাল অভিনেতা।
Thank u
Mridul da....ajon bohut val actor aru moromiyal....
Mridul daa xdaii priyo bht besi vl pao tekhetok🥰
Moza lagise aji ... 😀😀চেঙাতকে মাৰবু😂😂
Mridul sir or hahi tu bohut bohut moja lage😍
Mridul daar haahi bpre mjaa mjaaa..all tym fvrt
Bht vl lagil mridul dar ktha kheni xuni bht vl lge mridul dak..hahi to tmn mare favourite actor mr
বহুত ধুনীয়া লাগিল হাঁহি হাঁহি পেট বিষায় গল চেঙেত কে গৈছে😂😂🤣🤣
অতি সুন্দৰ ,,,,,,চেঙাত কিয় উঠিব,,😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
খোলা অন্তৰৰ মানুহ বহুত ভাল লাগে আপোনাক মৃদুল দা
আকৌ চাব আহিছো prank call2😂😂😂😂 হাঁহি হাঁহি পাগল হম মই 😂😂😂😂😂😂😁😁😁😁😁 ইমান ভাল লাগিছে এইটো prank call চাই 😁😁😂😂😂😂😂😃😃😃
দুখৰ মাজতো অলপ হাঁহিলো,ঐতিহাসিক শিৱসাগৰৰ পৰা মৰম যাচিলো
হাহিটো সচাকৈ ইমান মৰমৰ মৃদুল দাৰ❤🥰
Mridul da emn vl manuh...osakoi asorit,,,Osinaki manuhor lgt emn dhunia koi katha patise...vl lagil..vogobane tekhetok vale rakhok❤️❤️🙏🙏🙏
Mridul Bhuyan da fvrt 💕💕💕
বহুত বহুত বহুত বহুত বেছি ভাল লাগিল দাদা 😘😘😘😘
মৃদুল দা..., 😗🔥🔥🔥🔥
Dangar apa love from Mukalmua 😍❤️🙏🏻😊👍
Best prank call. All the very best Mayur.
মৃদুল দা হাহিটো ইমান ধুনীয়া লাগিল
অতিকৈ ভাল লগা এই খণ্ডটি প্ৰায়েই চাওঁ মই । মৃদুল দা মোৰ সদায়েই প্ৰিয় ।
মৃদুল দাৰ হাহিটো সচাই বহুত ভাল লাগে !
Trejedi king mridul da, hahi to bhut vl lagil
😂 Bohut besi enjoy korilu..tamam hahilu..Mridul hahi ssake bohut besi khula hoi..Mridul dar hahi re ontor sui gol..Arundar logot aru vdo😂
Prank call sai xasakoi bhout val lage 👍❤❤❤❤
বহুত হাহিলোঁ। বৰ অমায়িক মৃদুল দাটো।
Hahahah best prank call hoisey eitu bohut hahilu dei😅🤣
সচাঁকৈ হাঁহি হাঁহি পাগল মই 😁😁😂😂
Another prank once again...It was magical..👍😂
Bhut হাঁহি লো ।আৰু মীদুল দাদা হাঁহি টো বহুত ধুনীয়া
Mridul Bhuyan bohutt vl lge actinggg🥰🥰🥰🥰🥰🥰🥰🥰
Arun dar prank call lage.bohut val lagil sai. Aru mridul dar hahi to bohut val lage. Keep it upAllah bless you and your UA-cam family.
অতি সুন্দৰ prank,,, Mayur,, Tumar video regular sauu dei,,, 👍👍
Uffff.... Mon khuli hahilo Bahut Val lagil ❤️❤️❤️
Xosake mridul dar hahetu bohut val lage❤️❤️❤️❤️❤️❤️❤️❤️❤️
Happy kali puja ....... kali pujar apunak bohut bohut hubesha thakil 🙏🙏🙏
মৃদুল দাৰ ধৈৰ্য মানিবলগীয়া
প্ৰথমতে তোমাৰ চেনেলটোক বহুত বহুত ধন্যবাদ এই কাৰনে ধন্যবাদ দিলো মৃদুল দা ইমান ধুনীয়া হ্ৰদয় খন আমৰ সকলোৰে মাজত পৰিচয় কৰি দিয়া বাবে ।একদম মনৰ পৰা সচাকৈ কইছো loveeeee youuuuu mridul da
Bapree ,blgg prank call 🤣🤣😄😄....thank you for giving this amazing video 🤣🥰
অৰুণ দাক এবাৰ প্ৰস্তুতি বাক prank call কৰিব দিব ❤️
18:00 hahi main 😂😂 Love from Nalbari ❤❤
লাগে অ ময়ুৰ ভাইটি ❤দি থাকা আৰু আগুৱাই যোৱা 🎉🎉🎉🎉🎉🎉
মযুৰ দা আপোনাৰ ভিদিয় চেঙাত কৈ ওত ছে শব্দতো ভাল লাগিল ।
সঁচাই সুন্দৰ ,হাঁহি লো কিন্তু।আকৌ এবাৰ অৰুণ দাৰ লগত ।ভাল লাগিল।
Hahai hahai 😀😀 pagol hoi galo o myur daa😁😁😁😁
মিদুল দা আপোনাৰ হাহিটোৱে সকলোৱে পিয় ধন্যবাদ জনাইছো।
মৃদুলৰ হাঁহিটোৰ বাবেই prank call 2 ভাল লাগিল। পুনৰ হাঁহিবলৈ পাম বুলি আশা কৰিলো।
আটাইতকৈ ভাল লগা prank call হল এইটো 🤣🤣🤣 aru লাগে দাদা prank cll 🤣সচাকৈ দৈই বহুত হাহিলু 🤣🤣🤣🤣🤣চেঙাতকে উঠপো 🤣🤣আটাইতকৈ ভাল লাগিল মৃদুল দাই ইমান ধৈর্য dhori ইমান ভাল লগাকৈ ktha খিনি পাতিছে ... Xosai bhut vl lagil .. ☺☺☺☺☺aru dbo prank call চেঙাতকে🤣🤣
need more prank call of Arun borah
মৃদুল দাদা আপোনী সচাই অতী মৰমৰ।।।।
বহুত হাঁহিলো দেই ময়ূৰ দা❤️
এএএএএ মজা দিছা হে , তামামন মজা ।
Mojja lagil চেঙাতকে মাৰবু
Real hero Mridul da n Arun da.....kahini hitt
Xosake bohut hahilo 👌👌👌🔥🔥🔥❤️❤️ aru Lage dada prank coll
Prank call2 majja dada.bukute sewat ke marsi.Arunda specially thanks.
ময়ুৰ দা আপোনাৰ সকলো ভিদিওত কৈ এইটো বেছি ভাল লাগিল moja 👌👌
Mayur mix ati hundor .....nd mridul da abhinoy bohut besi hundor ..😍😍val lagil huni kothabur mon khuli hahilu 😆😆😆
আইয়ৈ চেঙেতকে উৎসি অই 😂😂
Bahut val lagil sai mayur vai love from nalbari arun dar logot aru ata prank call lage
চেঙেত্কৈ শব্দটো বৰ মজা লাগিছে।
অনন্য,, দুয়ো জন সচাঁ ই সফল অভিনেতা ❤❤
Dada bohut jomoni hol moja lagel
আটাইতকৈ ভাল লগা prank call এইটো
Waw dhuniya lagise hahi tu Mridul da😇❤️
Mojja Hahi Diye 😍😍😍😂😂
সঁচাকৈ বহুত ভাল লাগিল
Video 2 bahut baar salu..moja lagil.specifically mridul da n arun dar pran khula hahi2☝️
Arun khura apunar avinoy bhut val lage.. Love u khura
মোৰ প্ৰিয় অভিনেতা, মৃদুল দাৰ হাঁহিটো মেইন ৷
Prank call lage aru ata dadar lgt . Emn dhuniya lgise ajir prank call2 sai😁
Mridul দা আপোনাক বৰ ভাল লাগিল ইমান ভাল মানুহ
Mridul da ebar moi personally log paisilu maligaon satelgateot bhogali bihut. Thekhet sukadoi bisari ahisile,alop homoi kotha patisilu thekhetor logot. Thekhet kebol ejon bhal actor nohi,ejon bhal alopu attitude nuhuwa manhu. Always stay blessed Mridul da.
Hahah tamam lagse
Mayur bhal lagil........aguai jua a dore
Video 2 sai bhut val lagil.aru bhut hahilu dei চেঙেত কে.. 😀😀
চেঙেত কে বহুত মজা লাগিলে হাহিঁ হাহিঁ পেতৰ বিষ আকৌ হহুৱাব আৰু এতা পেংকল দি
Bohut bhal lagil Bohut dinor murat hahilu
Bohut Bohut vl lgil dei Bohut hahi uthise
Imanei hahilu...bahut vl lagil..love from Lakhimpur.
Kisu hahelu . Vallagel... Eaktor kejoneloi👍👍👍👍👍
মৃদুলদা কিমান খোলা হৃদয়ৰ মানুহ! Salute! মই ব্যক্তিগতভাৱেও পাইছোঁ তেখেতক। অসমীয়া নাট্য জগতৰ বাবে সম্পদ তেখেত।
অতি সুন্দৰ,মন খুলি হাঁহিলো, ধন্যবাদ ইমান নিৰ্ভেজাল ৰসাল পৰিৱেশ সৃষ্টি কৰাৰ বাবে 👏👏👏
মৃদুল দাদা সদায় প্ৰিয় ।
ময়ূৰ মই ভিদিঅটো আজি হে চালো ।বহুত ভাল লাগিল পাৰিলে অৰুণদাক next Prank call 2 প্ৰস্তোতি পৰাশৰ বাইদেউৰ সৈতে কৰিব কবাচোন ।
হাঁহিবোৰ সদায় জিলিকি থাকক আপোনালোকৰ এনেকৈ।ভাল লাগিল বহুতো ময়ূৰ দা।
মৃদুল ছাৰ সচাঁকৈয়ে অমায়িক ❤❤❤ ইমান নম্ৰ 🥰🥰🥰 আৰু হাঁহিটো ❤❤❤
মানে কি কম ভাষা বিচাৰি পোৱা নাই ।বহুত বেছি কে প্ৰাণ খুলি হাহিলোঁ 😂
বুকুত চেঙাতকে লাগিল টো best line আছিল 😂 ।আৰু এটা লাগে প্ৰেংক কল অৰুণ দাৰ লগত।
মৃদুল দাৰ হাঁহি টো ও God
Boom🔥🔥🎉
লাগিলে________________________🙏🏻
মৃদুল দাৰ হাঁহিটো ইমান ধুনীয়া 😍❤
Xosai
Mridul bhuyan kimn humble & down to earth aytuay gom pua jai
He is so humble..personally log paisu moi tekhetok ekdam genuine hoy manuhjon.
Bahut val lagil Arun Da Bahut hahilu iman jamani .Mridul da apunak bahut val lage.Arun Dar lagat aru lage priyank call.
মৃদুল দা সঁচাকৈ বহুত ভাল লাগিল..... হাহিটো মানিব লাগিব....
আজি মই বহুত সুখী মোৰ দেউতাই আপোনাৰ Video টো 2 বাৰ চালে।আৰু এনেকুৱা হাঁহিছে যে মই এই লিখনিৰ মাধ্যমেৰে কব নোৱাৰিম দাদা।
বহুতে ভাল লাগিল।
Mayur দা Thanks এই Video টো বনোৱাৰ কাৰণে।❤️❤️
७
@@gunaramkalita3256 bohut hailu dai
Eman hahilo a mojja lagshi dk
চেঙাতকে উঠচি,,,,, অ মা ইমান মজা লাগিল,,,, কেবাবাৰো চালো,,, ময়ূৰ দাদা তুমিয়ো কম অভিনেতা নহয় দেই।।। ৰাতিলে ভাত নাখাও দেউতা😆😆😆😆
মৃদুল দা সঁচাকৈ বহুত অমায়িক ৷আৰু হাঁহিটো কি ক'ম সঁচাকৈ...
প্ৰথমে ময়ুৰ দালৈ ধন্যবাদ.... ইমান ৰসালভোৱ প্ৰেংকলটো কৰিলে বহুত হাঁহিলো..... মৃদুল দাৰ ইমান মন খোলা হাঁহিটো শুনি ময়ো কেতিয়া হাঁহিলো গমেই নাপালো.... চেঙাতকে গল
নলবাৰীৰ পৰা মৰম যাচিলো🎉🎉
Best prank call till today.. Arun daar logot aru prank call lage
নাম তাৰ হৰেন গাওঁত তাক ডাঙাৰ আপা বুলি মাতে।ডাঙাৰ আঁপা বুলি কলি গোটাই নলবাৰী জানে।😂😂😂
Best Line_____________🎉
ময়ুৰ দা _____
এটাই Reply লাগে দাদা_______🔥🎉
মৃদুল দা সচাঁই বৰ অমায়িক।❤️
বহুত ভাল লাগিল। অৰুন বৰা সচাঁকৈ ভাল অভিনেতা।
Thank u
Mridul da....ajon bohut val actor aru moromiyal....
Mridul daa xdaii priyo bht besi vl pao tekhetok🥰
Moza lagise aji ... 😀😀চেঙাতকে মাৰবু😂😂
Mridul sir or hahi tu bohut bohut moja lage😍
Mridul daar haahi bpre mjaa mjaaa..all tym fvrt
Bht vl lagil mridul dar ktha kheni xuni bht vl lge mridul dak..hahi to tmn mare favourite actor mr
বহুত ধুনীয়া লাগিল হাঁহি হাঁহি পেট বিষায় গল চেঙেত কে গৈছে😂😂🤣🤣
অতি সুন্দৰ ,,,,,,চেঙাত কিয় উঠিব,,😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
খোলা অন্তৰৰ মানুহ বহুত ভাল লাগে আপোনাক মৃদুল দা
আকৌ চাব আহিছো prank call2😂😂😂😂 হাঁহি হাঁহি পাগল হম মই 😂😂😂😂😂😂😁😁😁😁😁 ইমান ভাল লাগিছে এইটো prank call চাই 😁😁😂😂😂😂😂😃😃😃
দুখৰ মাজতো অলপ হাঁহিলো,ঐতিহাসিক শিৱসাগৰৰ পৰা মৰম যাচিলো
হাহিটো সচাকৈ ইমান মৰমৰ মৃদুল দাৰ❤🥰
Mridul da emn vl manuh...osakoi asorit,,,Osinaki manuhor lgt emn dhunia koi katha patise...vl lagil..vogobane tekhetok vale rakhok❤️❤️🙏🙏🙏
Mridul Bhuyan da fvrt 💕💕💕
বহুত বহুত বহুত বহুত বেছি ভাল লাগিল দাদা 😘😘😘😘
মৃদুল দা..., 😗🔥🔥🔥🔥
Dangar apa love from Mukalmua 😍❤️🙏🏻😊👍
Best prank call. All the very best Mayur.
মৃদুল দা হাহিটো ইমান ধুনীয়া লাগিল
অতিকৈ ভাল লগা এই খণ্ডটি প্ৰায়েই চাওঁ মই । মৃদুল দা মোৰ সদায়েই প্ৰিয় ।
মৃদুল দাৰ হাহিটো সচাই বহুত ভাল লাগে !
Trejedi king mridul da, hahi to bhut vl lagil
😂 Bohut besi enjoy korilu..tamam hahilu..Mridul hahi ssake bohut besi khula hoi..Mridul dar hahi re ontor sui gol..Arundar logot aru vdo😂
Prank call sai xasakoi bhout val lage 👍❤❤❤❤
বহুত হাহিলোঁ। বৰ অমায়িক মৃদুল দাটো।
Hahahah best prank call hoisey eitu bohut hahilu dei😅🤣
সচাঁকৈ হাঁহি হাঁহি পাগল মই 😁😁😂😂
Another prank once again...It was magical..👍😂
Bhut হাঁহি লো ।আৰু মীদুল দাদা হাঁহি টো বহুত ধুনীয়া
Mridul Bhuyan bohutt vl lge actinggg🥰🥰🥰🥰🥰🥰🥰🥰
Arun dar prank call lage.bohut val lagil sai. Aru mridul dar hahi to bohut val lage. Keep it up
Allah bless you and your UA-cam family.