চৰকাৰী চাকৰি থকাৰ পিছতো অৰুণোদয়ৰ ধন লৈ থকা কৰ্মচাৰীৰ বিপদ সুনিশ্চিত।

Поділитися
Вставка
  • Опубліковано 11 січ 2025

КОМЕНТАРІ • 143

  • @pabinsarma2989
    @pabinsarma2989 18 днів тому +29

    বহুত ‌বহুত‌‌ ভাল কাম কৰিছে চৰকাৰে বাইদেউ,, কঠোৰ শাস্তি দিয়ক বেয়া কাম কৰা অৰুণোদ ধন লোৱা সকলক

  • @RealJahnu
    @RealJahnu 19 днів тому +29

    অৰুণোদয় আঁচনি দিয়া সকলৰ বিৰুদ্ধেও উচিত ব্যবস্থা ল'ব লাগে ।
    দুখীয়া - দৰিদ্ৰ মানুহে পাবলগীয়া সুবিধা তেওঁ লোকক কিয় দিছে?

  • @SabetriGamang-q8f
    @SabetriGamang-q8f 17 днів тому +2

    ভাল কথা কৈছে।।।

  • @SorifaBegum-d2h
    @SorifaBegum-d2h 17 днів тому +2

    ভাল কাম কোৰিছে🎉

  • @MahnurAli-lw9pm
    @MahnurAli-lw9pm 19 днів тому +21

    এনে বাতৰি প্ৰছাৰ কৰি থাকিলে নহ'ব আইনী ব্যৱস্থাতাকৰিব লাগে

  • @dharitrichabukdhara7383
    @dharitrichabukdhara7383 19 днів тому +15

    এওঁ লোকৰ নাম ৰাজহুৱা ভাৱে প্ৰকাশ কৰক ৷

  • @Madan-c8w
    @Madan-c8w 15 днів тому

    তিনিমহলীয়া ঘৰৰ মলিকে ও অৰুনোদয় পায় । selection বহুত ভাল হৈচে 🙏

  • @breatheff11
    @breatheff11 18 днів тому +8

    মাননীয় মুখ্যমন্ত্রী মহোদয়লৈ বহুত বহুতে ধন্যবাদ জ্ঞাপন কৰিলো যে ভুৱা অৰুণোদয় হিতাধিকাৰী ধৰা পেলোৱাৰ বাবে আৰু এটা কথা কববিছাৰিছো যে বহুতো ধান খেতি /চাহ বাগান থকা লোকৰ ৰেচকাৰ্ড আছে সেই বিলাকে অৰুণোদয় টকা পাই আছে সেইবিলাকৰ বাবে ব্যৱস্থা কৰিব লাগে কিন্তু গাড়ী থকালোকক দিব পাৰে আজি কালি কন্টেক চিচতেমত গাড়ী আনি চলি থাকে বহুতো সাধাৰণলোকে সেই বাবে কথাটো কলো।

    • @purabiscolourandjoy6107
      @purabiscolourandjoy6107 18 днів тому +1

      Apunar aitut moiu honmot aji kali loan loiu poki ghar bonai doridro luke karn hokolure hepah poki ghr atat thoka hei babe vlke sai siti lobo lage

  • @binitacutepriya7402
    @binitacutepriya7402 10 днів тому

    Very good News 🙏🙏

  • @rumpidevi2812
    @rumpidevi2812 19 днів тому +2

    ঠিক কাম কৰিছে

  • @digantaborah2844
    @digantaborah2844 18 днів тому +5

    ভাল খবৰ ।

  • @pulomadas4191
    @pulomadas4191 15 днів тому

    ধন্য বাদ mama

  • @SalimatDdinDdin
    @SalimatDdinDdin 17 днів тому +2

    এইবিলাক ধন নিদি যদি বয় বষ্টু দাম কমালে হ'য় বহুতো ভাল হ'ল হ'য়

  • @mayadey6747
    @mayadey6747 15 днів тому

    Bahut Val kam korise ❤❤❤

  • @kanchangogoi9214
    @kanchangogoi9214 15 днів тому

    ৰন্ধন কৰ্মী সকলৰ দৰমহা বঢ়াই দিম বুলি কৈ সকলো ৰন্ধন কৰ্মীক অৰুনোদইৰ আবেদন নকৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা অনুৰোধৰ প্ৰতি সন্মান জনাই যদি ৰন্ধন কৰ্মী সকলে অৰুনোদইৰ বাবে আবেদন নকৰে আৰু পাছত যদি দৰমহাও বৃদ্ধি নহয় তেন্তে ৰন্ধন কৰ্মী সকলৰ ঘৰ চলোৱাৰ দায়িত্ব মুখ্য মহোদয়ে ল'ব নে? ৰন্ধন কৰ্মী সকলৰ যিমান কষ্ট হয় সিমান কষ্টত অসহায় মহিলাই হে কাম কৰিব পাৰে।

  • @SukeshBarman-h1y
    @SukeshBarman-h1y 18 днів тому +7

    ভেৰী গুড মামা

  • @desiboys1887
    @desiboys1887 18 днів тому +5

    Ai bilak karonote to moi Himanta Biswa Sharma sirok bohut val paw

  • @usharanisaikia6912
    @usharanisaikia6912 18 днів тому

    বঢ়িয়া।

  • @sangitadas5222
    @sangitadas5222 19 днів тому +1

    Val কৰিছে

  • @binusaikia6391
    @binusaikia6391 19 днів тому +1

    ভাল কথা

  • @SinkuKalita-l4d
    @SinkuKalita-l4d 19 днів тому +1

    অতি সুন্দৰ নামবোৰ কৈ দিয়ক

  • @HemantaGogoi-z1m
    @HemantaGogoi-z1m 18 днів тому +2

    আমাৰ ইয়াত ও কেইবা গৰাকি ও আছে ।লৰাই চৰকাৰি কৰে মাকে চাউল পাই অৰুণোদয় পাই কিষি ধন পাই ।আমি বিলাক কৰবাতে আছো

  • @SmitaSharma-y3q
    @SmitaSharma-y3q 7 днів тому

    Cgood news

  • @SandhyaNathdas
    @SandhyaNathdas 18 днів тому +1

    Thanku . Good .mama. 🙏

  • @PrabinRajbongshi-k1m
    @PrabinRajbongshi-k1m 17 днів тому

    সকলোকে তন্ন তন্ন পৰিক্ষা কৰিব লাগে বহুত ধনী মানুহে অৰুণোদয়ৰ ধন লাভ কৰি আছে কিন্তু বহুত মুখিয়াল মানুহে অৰুণোদয়ৰ ধন লাভ কৰা নায় ।

  • @gawoliabuariswapna9494
    @gawoliabuariswapna9494 19 днів тому +2

    বহুত ধুনিয়া হৈছে |

  • @BhaitiMison
    @BhaitiMison 19 днів тому +1

    Mojja

  • @tumparay
    @tumparay 19 днів тому +10

    আমাৰ দেখা মতে মটৰচাইকেল থকা সৰ্থেও অৰুনোদইৰ পাই আছে।
    আৰু যায় তিনি মহলা building thoka গৰাকীক কিও অৰুনোদইৰ পাই

  • @AnuradhaSutradhar-po6lz
    @AnuradhaSutradhar-po6lz 15 днів тому

    Nice ❤

  • @breatheff11
    @breatheff11 18 днів тому

    এতিয়াও ধনীলোকে পাব কাৰণ বহুতো ধানখেতি/চাহ বাগিছা থকালোকেও এই ধন পাই আছে। বাৰ্ডৰ সদস্যাই দুৰনিতি কৰি থৈ যোৱাৰ বাবে।

  • @RanaSaikia-p1e
    @RanaSaikia-p1e 18 днів тому +2

    5 বছৰে অৰুণোদয় আচনি আচনি বুলিয়েই পাৰ কৰিলে গৈ বিজেপি চৰকাৰে

  • @nikunjasarma2549
    @nikunjasarma2549 19 днів тому +1

    Very. Good. Sir

  • @momibordoloi7697
    @momibordoloi7697 18 днів тому

    Good Good very good Mama.

  • @amarjoytidas8141
    @amarjoytidas8141 17 днів тому +1

    যি সকলে এইলোকক দিছিল সেই সকলক ধৰিব লাগে। পাবলগা মহিলাক নিদিয়ে। বি জি পি কৰি খাতিৰ ৰাখে।

  • @NurkaChungkrang
    @NurkaChungkrang 19 днів тому +2

    Welcome good✌✌✌🚩🚩🚩👍👍👍

  • @rinkumollah7252
    @rinkumollah7252 19 днів тому +3

    Good 👍

  • @KusumiGogoi-b9r
    @KusumiGogoi-b9r 19 днів тому +1

    Right

  • @saniramkalita6460
    @saniramkalita6460 19 днів тому +4

    সকলো ধনিয়ে পায়

  • @SangitaThengal-u5b
    @SangitaThengal-u5b 18 днів тому

    মামা কৃষকৰ পইছা ও চৰকাৰী ভেতেনেৰী ডাক্তৰ ঘৈনীয়েক আৰু পুতেক দুজনে পাই ।

  • @sanjibdeka5662
    @sanjibdeka5662 19 днів тому +1

    Moja

  • @geetmonsoon6048
    @geetmonsoon6048 18 днів тому +1

    Good

  • @jdray8903
    @jdray8903 16 днів тому

    এটা কথা কিমান বাৰ কৈ থকা,

  • @rubulkachari8114
    @rubulkachari8114 18 днів тому

    Good job

  • @Mayuri66-q4t
    @Mayuri66-q4t 19 днів тому +1

    কামত নহ'ব মখৰ কথাত হ'ল।

  • @nabanitaray9542
    @nabanitaray9542 18 днів тому +2

    Amr eyate t bohut ase anekuwa jikhini a pbo lga asil hei khini a npy dhoni dhoni manuh khini a arunoday asoni ghort sorkari sorkari ghr pai arunoday pai bki dhukhiya khini ni

  • @digantabaishya7347
    @digantabaishya7347 18 днів тому +1

    আৰু নাম লাগিব নেকি? লাগিলে আহিব ঢেকীয়াজুলি সমষ্টিৰ মাজৰৌমাৰী গাঁৱ পঞ্চায়ত লৈ ।

  • @ABDULALIM-st5xb
    @ABDULALIM-st5xb 18 днів тому +3

    Mor ata questions suppose ajonor gharot make ba father e job kore aru tar lora ba sowali atay handicapped, tenehole arunodoi pabone nai ??..plz reply diyok sir/maam🙏🙏🙏..... Because arunodoi r jikhon notice ase tar 3 number ponit t handicapped r kotha ase

  • @sanjibnath3684
    @sanjibnath3684 18 днів тому

    চৰকাৰী কৰ্মচাৰী কেইজনৰ লগতে তেওঁলোকক বাচনি কৰা ব্যক্তি সকলকো শাস্তি দিব লাগিব।

  • @polygoswami9554
    @polygoswami9554 19 днів тому +3

    আপোনালোকে একোকে নেদেখে।এনেইবাতৰি দিয়ে সময় গগৈয়ে ঘৰসাজি দিয়া মানুহবোৰৰ ঘখৰবোৰ চৰকাৰক দেখুৱাক।চতূৰ্থ বৰ্গ কৰ্মচাৰী এজনে অৰুণউদয় পালে ডাঙৰকথা কিন্ত ব্যবসাই কৰা মানুহে দহ খনগাড়ী থাকিলেওসব পাই ।বাইক গাড়ী লৈ বিনামূলীয়া চাউল নিবলৈ অহা মানুহবোৰ নপোনালোকে দেখেনেবাৰু?

    • @kanchangogoi9214
      @kanchangogoi9214 15 днів тому

      ১০০০ টকীয়া ৰন্ধন কৰ্মীয়ে অৰুনোদই পাব নালাগে বুলি কোৱা টোত হে হাঁহি উঠিছে।

  • @yuvasripatir7769
    @yuvasripatir7769 19 днів тому +1

    Very good

  • @Madan-c8w
    @Madan-c8w 15 днів тому

    হব, চৰকাৰী চাকৰীয়াল নেতা পালিনেতা তেওলোকে আগতে লওক বস্তুৰ দাম বেচি কৰি দুখীয়া বোৰক মাৰি দিয়ক

  • @MahnurAli-lw9pm
    @MahnurAli-lw9pm 19 днів тому +3

    আৰু আমি দেখা পাইছোঁ মাক বিলাকে পেন ছ ন পাই আছে জিয়েক বিলাকৰ নামত অৰুনেদয় লৈ আছে

  • @RajenHanse-y6l
    @RajenHanse-y6l 19 днів тому +1

    Dhainobat

  • @PoriDowarah-ce8pc
    @PoriDowarah-ce8pc 18 днів тому +4

    অকল কৈ থাকিলে নহব কামো কৰিব লাগে

  • @digantakaibarta3940
    @digantakaibarta3940 18 днів тому +1

    Nice

  • @ruhijannat1093
    @ruhijannat1093 19 днів тому +3

    কেনেকৈ পালে??? কেনেকৈ পালে ???

  • @mousumiborthakur3425
    @mousumiborthakur3425 17 днів тому

    val kam korise ..moi agoraki bidhoba mohila aji loike aku nai pua sorkaror poisa ..bisari goleu nidiye ..👌👌👌

  • @karnachoudhury9278
    @karnachoudhury9278 18 днів тому +1

    কৈহে থাকে কামত প ৰিণত কৰিলেহে জানিৰপাৰিম কিমান.সত্ষ

  • @স্মৃতিহাজৰিকাগগৈ

    চৰকাৰী চাকৰিয়ালে অৰুনোদয় পাই নোপোৱাসকলে কি কৰিব। যিসকলে তালিকা প্রকাশ কৰে সেই সকল কহে উপযুক্ত শাস্তি দিব লাগে।

  • @paglami2.07
    @paglami2.07 19 днів тому +2

    কিছুমান এতিয়াও আবেদন কৰিছে চাৰিচকীয়া গাড়ী থকা বোৰেও চাকৰি থকা পাছতো অৰুনোদইৰ বাপেকৰ লগত ৰেচন কাদৰ বেলেগ কৰি। বৰ্তমান চাব লগীয়া পিএম কিচানৰ ধন যিসকলে পাব লাগে সেই সকলে পোৱা নাই। যিসকলে খেতি একেবাৰে নকৰে সেই সকলে হে পায় আছে। সেই বোৰ ওপৰতো চৰকাৰে চকু দিব লাগে

    • @LovelyBeachHammock-lx5se
      @LovelyBeachHammock-lx5se 17 днів тому

      Amar gawt 4sokia,dangr tractor thoka,huhuak atia sakori kori thoka,ghor poki,tails,amar mote hai fai manuh atia lisot nam voraise.....amar gawr gawburhar ghoiniake arunudoi pai karon gawburha jonor hahuake arunudoi basoni kore....

  • @NurJamal-ct1kf
    @NurJamal-ct1kf 18 днів тому +1

    অৰুণোদয় লোৱা এতিয়া বমি কৰাই এৰাব ।আঁচনি লাগে আঁচনি পোৱাৰ বাবে পগলা

  • @mallikaswargiary8928
    @mallikaswargiary8928 19 днів тому +1

    অতি সোনকালেই লিষ্টখন চাবলৈ পাম বুলি আশা ৰাখিলোঁ।

  • @monalisadutta3534
    @monalisadutta3534 18 днів тому

    God mama

  • @anantabora9407
    @anantabora9407 16 днів тому

    আমাৰ amar beti ১বছৰ ১month hoi gol এতিয়া লৈকে স্কুলৰ কোনো ৰেচন পোৱা নাই সেই ৰেচন অননবাদি কৰ্মী য়ে চৰকাৰ ৰ পৰা নিছয় পাইছে অত টত থাকি দিনে ৰাতিয়ে কাম কৰি ঘৰ পকা বনালে বুলিয়ে পাবলগা সুবিধাও পাব নালাগে নেকি দেউতাৰ চাকৰি নাই husband চাকৰি নাই অননবাদী কৰ্মী য়ে খাবলৈ বস্তু পথাই নেকি মীৰা ভৰালি আৰু নিবেনিতা এ গৰাকী এই আন গৰাকী ৰ কথা কৈ ৰেচন পাই আছে কোনেও খবৰ নিদিয়ে এই মেচেজ টো এই কাৰণে দিছোঁ আমাৰ নিচিনা মধএবিত্য হইটো এনে বহুত আছে য়াৰ উপায় কি আশা কৰ্মীয়ে কলত এক বাৰ৭ মাহত দিলে নিবিনিতা বাই দেও ৰ স্কুলৰ পৰা তাৰ পৰা তেওঁ কয় আমি তাৰ পৰা নাপাওঁ মেলেং বৰখেলিয়া স্কুল আৰু মেলেং লহকৰ পাইমাৰি মেলেং ব্ৰাহ্মণ গাঁও য়াত পোৱাই সকলো পাই থকাই সকলো পাই নথকা ই অকো নাপাই

  • @pompydey2488
    @pompydey2488 18 днів тому

    Enekuwa bohut ase valkoi nirikhon korok moi koisu usre pajore bohut dekhi asu teulukok...

  • @sihuborah5069
    @sihuborah5069 13 днів тому

    ❤❤❤

  • @nirmalikhanikar7081
    @nirmalikhanikar7081 18 днів тому +3

    তাকিকা খন ৰাজহোৱা কৰিব লাগে । আমাৰ ফালে পুতেকে চাকৰি কৰে মাঁকে অৰুণোদয় পাই আছে ।

    • @SomaSUTRADHAR-o5l
      @SomaSUTRADHAR-o5l 18 днів тому

      Amar gaon khanto bhut chakori kora lorar maake pai ase

  • @amarsinha3404
    @amarsinha3404 19 днів тому

    We want justice. Assam Govt want Socchho ASSAM good step, Sir.

  • @RajipdasRajip-m8n
    @RajipdasRajip-m8n 18 днів тому +1

    চাৰী চকীয়াটো দুৰৰেই কথা চয় চকীয়াটো পাই আাচে

  • @Manashiduttau3x
    @Manashiduttau3x 18 днів тому +1

  • @AnjumaAnjuma-de7dy
    @AnjumaAnjuma-de7dy 16 днів тому

    ❤❤❤🎉🎉

  • @JagatLalung-v7t
    @JagatLalung-v7t 19 днів тому +1

    ❤❤❤❤❤🎉🎉🎉🎉🎉

  • @anuragelectric
    @anuragelectric 18 днів тому +1

    Barpetat o asa bohut

  • @JunaliDeka-f1v
    @JunaliDeka-f1v 19 днів тому +2

    Atia loi dubar a kaghoje dilu atia loi nam oha ni karon dhonia khi ase 😢😢

  • @hayetaliahmed4649
    @hayetaliahmed4649 19 днів тому +3

    Aru ASE Bahut ,karon Maiki Chakori kare Matai paise Arunodai

  • @rakeshhazam
    @rakeshhazam 15 днів тому

    70% tu anekei aata ghorot sobei pai... Moi list dibo parim

  • @lucyalexandria7810
    @lucyalexandria7810 18 днів тому +1

    Ami vot nidu tini mohola thoka manuhe pai ase aru sari coka ase kole nohobo karon kenek loise heitu sabo lage. karon bemar ajar hole kaku bisarile u nepai gari motor.heikarone lobo logia hoi gari akhn

  • @mantukalita4915
    @mantukalita4915 17 днів тому

    😂😂😂 হিমন্তৰ দৰে এজন চতুৰ মুখ্যমন্ত্ৰীকো যে কোনোবাই মুৰ্খ সজাব পাৰে ভাৱিয়েই আচৰিত নালাগে নে বাৰু ???
    যিসকল হিমন্তৰ দালালে ভুৱা হিতাধিকাৰীসকলক সহযোগ কৰিছিল তেওলোকৰ ওপৰত প্ৰথমে উপযুক্ত শাস্তিমুলক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনালোঁ লগতে এই ফটুৱা আচনি বন্ধ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী মুল্যবৃদ্ধি হ্ৰাস কৰিবলৈ আহ্বান জনালোঁ ।
    জয় আই অসম ।
    জয় হিন্দ ।
    বন্দে মাতৰম ।

  • @pompydey2488
    @pompydey2488 18 днів тому

    Aru ulabo

  • @jayhind8364
    @jayhind8364 18 днів тому +1

    Sorkari beji atau nepam sage jibonot,

  • @jbrawbow5959
    @jbrawbow5959 18 днів тому

    Raijyat 682😂 hisap korile hajar hajar ulabo😅

  • @GitaSarmah-m6b
    @GitaSarmah-m6b 19 днів тому +2

    Natun reson card ketiya ahib sir

  • @narayanbiswas6012
    @narayanbiswas6012 4 години тому

    Sir. S. C. Bourdor. Bastubur. Deck. Kariba. Lage

  • @jbrawbow5959
    @jbrawbow5959 18 днів тому

    682matra

  • @parinitasarmah6477
    @parinitasarmah6477 17 днів тому

    Amar sareng gauar dhani aru gari thaka bore a ourunudy pai ahise dukhya bore pua nai

  • @JanmoniGogoi-ww7xz
    @JanmoniGogoi-ww7xz 17 днів тому +1

    Amar aey faly akhon reson cardty 2joniy pay sorkary kisy j akhon reson Card t ajoniye pab eytuk atiya ki bibosta lob jonab sun

  • @KamalDaimary-gw8wk
    @KamalDaimary-gw8wk 17 днів тому

    Amar dhemaji jilar joyrampur gp t anoti polome seking pothiyai ddiyok kune kune paise orunudoi aru dhora poribo

  • @kustak9205
    @kustak9205 18 днів тому

    Ghor diok amak 😢

  • @LovelyBeachHammock-lx5se
    @LovelyBeachHammock-lx5se 17 днів тому

    Misa kotha......... mastor ghoiniakor kagos atiau loi ase gupon tothiyo mote janisu.......gari poki ghor,tails,loga hai fai sakorialor buwariak jonia atia listot nam humaise........

  • @HimaniBorah-l1p
    @HimaniBorah-l1p 18 днів тому

    নাম বোৰৰ তালিকা দি দিয়ক ছাৰ

  • @niju34311
    @niju34311 19 днів тому

    Amar eyatu hoi ase ai kam2

  • @anurupadevi5349
    @anurupadevi5349 18 днів тому

    সেই কেইজনী কোন-কোন নাম ক

  • @sangitadeka9697
    @sangitadeka9697 19 днів тому +2

    Pensonr poisa 250 takat manuhe salib noware penson to kia bare db noware

  • @arunapangingOfficial5512
    @arunapangingOfficial5512 17 днів тому

    Mur Nam lish Nogol ORUNUDOI

  • @sangitadeka9697
    @sangitadeka9697 19 днів тому

    Ami kagaj jma dd powa ni arunudai but poisa he bht gl kagaj bor photostet kri kri

  • @madhusudankoirimskoiri1207
    @madhusudankoirimskoiri1207 17 днів тому

    B.J.P sarkar ke period men bhrashtachar, nam ghusakar paisa milwakar denewale B.J.P ke hi log honge🙄

  • @junuboruah-jl4ls
    @junuboruah-jl4ls 19 днів тому

    Amr lakhimpurtu bhut poki ghor thoka dagr dukan thoka manuhau orunudoi pai asa

  • @amarsinha3404
    @amarsinha3404 19 днів тому

    Sir, 100% chriteria fulfilled and submitted application for ration card through Kabaribond GP under PS Patharkandi and Dist Sribhumi but I have not gotten Ration Card. Sir, what is my next step for obtaining Ration Card

  • @SorifaBegum-d2h
    @SorifaBegum-d2h 17 днів тому

    পকি ঘৰ ছবোৰে আছে

  • @deadlydrax2711
    @deadlydrax2711 19 днів тому

    Ak ghorot keba jone u paise Arunudyoi.