হাতকেৰেয়াত শেষ আমেৰিকাৰ সপোন। সংসদত মুখ খুলিলে বিদেশ মন্ত্ৰীয়ে।
Вставка
- Опубліковано 9 лют 2025
- #graphiccontent
হাতকেৰেয়াত শেষ আমেৰিকাৰ সপোন। সংসদত মুখ খুলিলে বিদেশ মন্ত্ৰীয়ে।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
চুৰক হাত কেৰিয়া নলগাই ফুলৰ মালা লগাব নেকি? আমেৰিকাৰ বিৰুদ্ধে আন্তজাৰ্তিক মানৱতা আদালতত গোচৰ নিদিয়ে কিয় বিশ্ব গুৰুৱে।
Nice nice nice
Good job USA..
চুৰকৈ গৈছিল কিয় ?
এয়া আমেৰিকাৰ এখোপ তললৈ নমাৰ আগজাননী। মানে শীঘ্ৰেই আমেৰিকা বিশবৰ চকুত নিম্ন স্থানলৈ নামিবৰ সময়।হয়তো চীনাতকৈও সথান তললৈ আহিব পাৰে।
যদি বিদেশী বিতৰণৰ স্বাভাৱিক প্ৰক্ৰিয়া তেন্তে কিয় মোদীয়ে 16 তাৰিখে বাংলাদেশীযে তালি টোপোলা বান্ধিব লাগিব বুলি কৈ বাংলদেশী অনা কা আইন আনিলে।
Good Dunald Trump
Hi. Trump😢
কোটি টকা খৰচ কৰি আমেৰিকা যাব লাগে কিয়?তাৰ সলনি সেই টকাৰে ব্যৱসায় কৰি দেখোন আম্বানীৰ সমান ধনী নহলেও অন্তত মিলিয়নাৰ হব পাৰিল হেঁতেন।
Nothing is possible to do by india with its hookkaa cleaning laws,and political parties ,policies.
Laj ni bjpir. Americak ki kribo india
😅 ok😊
চোৰ গ'লে বুধি, বৰষুণ গ'লে জাপি।
কোনো বেয়া কাম কৰা নাই ,ভালে কৰিছে।
আমাৰ দেশৰ বাংলাদেশী কেইটাক এনেকৈ নিব লাগে।
আমেৰিকাৰ NRC
Colombia president Pedroe ji korile biswagurue nuarile
Kune jab koi sil 😂
চুৰ কৰি বিদেশত থাকলে খেদি বৈ, তাৰবাবে চৰকাৰৰ দোষী নেকী।😂😂
Hahaha modi r laj loga ni ne
PM Sira Trump k sure dham ki dibo
Ehati sudurvai sutmarani maksuda
Abidh vabe India ration card voter card d citizen ship diye ...but un country nhoi tat kukur dore siyori lav nai
Assamor bidekhik ketiya pothabo. Khanaparat meeting di Modijiye koisil nohoi tali tupula loi pothai dibo!!! Jaha BJP ye mur tu Akhomot humuwabo parile, tahai nijor protishruti pahori gol.
Ai khon india hoi. Indiat bidesi bshir nokore
aadorehe.
Ehatak America loi pathowa varatiya keijanar naam BJP Sarkare raajahuwa kariba pariba ne ?
নাক কটা গ'ল মোদীৰ , নাক কটা গ'ল জয়শঙ্কৰৰ , নাক কটা গ'ল ভাৰতৰ । ধিক মোদীৰ বৈদেশীক নীতি। হায়ৰে চৌকিদাৰ ।