Assamese News : প্রবঞ্চক লৰাটোৰ আছে এটা যাদুকৰী কণ্ঠ ।

Поділитися
Вставка
  • Опубліковано 7 лис 2024

КОМЕНТАРІ • 320

  • @CurrentNews-247
    @CurrentNews-247  Місяць тому +1

    অৰুনোদয় ৩.০ কোনে সকলে আবেদন কৰিব পাৰিব আৰু কোনসকল বঞ্চিত হ'ব ? জানিবলৈ চাওঁক
    ua-cam.com/video/Zln50XcX8TY/v-deo.html

  • @RunmoniSaikia-s9m
    @RunmoniSaikia-s9m 2 місяці тому +76

    শুদ্ধ পথেৰে যোৱা হলেও এদিন তুমি চৰ্চিত হ'লা হেঁতেন ,,,,, সকলোৰে দৃষ্টিত এজন ভাল ব্যক্তিত্বৰ গৰাকী হিচাপে

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 2 місяці тому +5

      ভুল পথেৰে পৰিচালিত হ'ল । অতি মাত্ৰা লোভৰ বাবেই হ'ল এই দশা ।

    • @rupjyotigogoi8413
      @rupjyotigogoi8413 Місяць тому

      তুমি ফান্দত কমবয়সীয়া ল'ৰাটো আৰু বেছি হ'ল নেকি ?

  • @swarajkallolsaikia1923
    @swarajkallolsaikia1923 2 місяці тому +112

    বিশালে কি অপৰাধ কৰিলে সেইয়া ক'বলে নাযাও ,কিন্তু তাৰ এই যাদুকৰী কণ্ঠ ক সঁচাকৈ শলাগ লবলগীয়া

  • @nivagogoi9859
    @nivagogoi9859 2 місяці тому +179

    তেওঁ চোৰ ,ডকাইট , মাডাৰ নাইকৰা , কাৰো পৰা জোৰ কৈ টকা কাঢ়ি লোৱা নাই , লোভত পৰি মানুহ বোৰে টকা দিছে , তেওঁও সুবিধা পাই টকা বোৰ গোটাইছিল , দিয়াটো-লোৱাটো সমানেই দায়ী এই ক্ষেত্ৰত ।

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we 2 місяці тому +12

    তাৰ পথ প্ৰদৰ্শক ৰ অভাৱ আছিল । গান কেইটা শুনি সছাঁকৈ হৃদয়ৰ কোনোবা এটা কোনত দুখ অনুভৱ হৈছে । সুন্দৰ প্ৰতিভা এটা যেন ক'ৰবাত হেৰাই গল । পৰিচালনা ৰ অভাৱত । তাৰ কোনো অভিভাৱক নাছিল নেকি ?

  • @DimpiVlogs-24
    @DimpiVlogs-24 2 місяці тому +51

    কামেন্ত বোৰ পহি এনেকুৱা লাগিল যে অসমৰ বহুত মানুহে লৰা জনক আকৌ আগবাহি যাবলৈ সকাহ দিব ❤আৰু লৰা জন যিমানেই বেয়া নহওঁক কীয় সি এতিয়াহে বুজি পাইছে সি কেনেকুৱা লৰা আছিল আৰু এতিয়া তাৰ লগত কি হৈ আছে ।। লৰা জনে বেয়া কাম কৰি এতিয়া নিজে অণুসূচনা কৰিছে ।।এতিয়া হৈ টো সি ভাল লৰা হব।।সি অসমৰে এজন ভাল গায়ক হব।।😍💝
    আৰু যিমানে ভাল নহওঁক কীয় বেয়া মানুহ এ লগ দিলে ভাল টো বেয়া হবলৈ বেছি সমই নালাগে ।।এইয়া বিশাল ৰ জ্বলন্ত উদাহৰণ।।😢
    যদি কিবা ভুল হৈছে মোৰ কথা খিনি ক্ষমা কৰিব ।।😢🙏🏻।।

    • @lazyprincess8649
      @lazyprincess8649 2 місяці тому +1

      moiu vabisu....thikei koise

    • @moniruddin2506
      @moniruddin2506 2 місяці тому

      Kio ba anakua korila

    • @moniruddin2506
      @moniruddin2506 2 місяці тому

      Poroborti bhal Kam koriba parile khamorto onujayi dukhiak khohay koriba

    • @DimpiVlogs-24
      @DimpiVlogs-24 2 місяці тому

      ​@@lazyprincess8649mur cheaneal tu sabo cn abr

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 2 місяці тому +52

    ল'ৰাজন সঁচাকৈ প্ৰতিভাৰ অধিকাৰী। কিয় বাৰু তুমি ইমান লোভ কৰিলা। সৰু ল"ৰা তুমি । এদিন নিশ্চিত ভাবে উজ্জলিলা হেঁতেন। যিয়ে যি নকওক মোৰ কিন্তু দুখ লাগিছে। কিয় নিজক চিনি নাপালা। এদিন শুদ্ধ পথলৈ আহিবলৈ চেষ্টা কৰা।

    • @bhaikiasaikia9445
      @bhaikiasaikia9445 2 місяці тому

      হি সময় লে বাট চাব নোৱাৰিলে

  • @Moni88-k2n
    @Moni88-k2n 2 місяці тому +18

    ইমান সুন্দৰ কণ্ঠ কি যে হৈ গ'ল অ ল'ৰাটোৰ😢

  • @Danirojasfc6
    @Danirojasfc6 2 місяці тому +39

    চুমিয়ে বৰৰ্বাদ কৰি দিলে ইমান সৰু ল'ৰাটোক।" স্বৰ্গৰ সূখ কা'ক কয় দেখুৱাই দিলেঁ কমবয়সীয়া লৰাটোক "
    সেই কাৰণেই "পাগল" হৈ গ'ল।"
    যোৱাটোও স্বাভাৱিক।" 😔
    পাপে চুব তাইক!!😡😡

  • @rumivlogs2373
    @rumivlogs2373 2 місяці тому +33

    তোমাৰ এটা ভাল মাত আছিল। তুমি সৰু ল'ৰা
    ২২ বছৰত student হৈ পঢ়া শুনাৰ বয়স। মাকে চকু দিব লাগিছিল। এই বুঢ়ী ধেপেচীয়ে ল'ৰাটো শেষ কৰি দিলে।😢😢

  • @Ubiniban
    @Ubiniban 2 місяці тому +16

    একো দাংগৰ অপৰাধী নহয়, দুখীয়াৰ তেজ খোৱা ব্লেক মনি থকা সকলক আজি মুখা খুলিছে , ভাল কৰিছে , ডক্তৰ পুলিছ ইত্যাদি 👌👌👌👌👌

    • @ArpanSaikia-ld1rv
      @ArpanSaikia-ld1rv 2 місяці тому +1

      Right .suwali k rep kori madder kora nai

    • @MAHAKALVAKT_
      @MAHAKALVAKT_ Місяць тому +2

      Kar kar pora poisa loisil tumar uusorot list ase jen paisu....😅

    • @MalaHazarika-hl2bx
      @MalaHazarika-hl2bx Місяць тому

      দুখীয়া মানুহে লাখ আৰু কোটি ৰ ঘৰত টকা থব নোৱাৰে

    • @nilimadas1243
      @nilimadas1243 Місяць тому

      💯💯💯💯💯💯💯🥰

  • @bhitalisarania6994
    @bhitalisarania6994 2 місяці тому +6

    আবেগিক হৈ গলো ভিদিওটো চাই,, কিয় বাৰু এনেকুবা কৰিলা ইমান সুন্দৰ প্ৰতিভা থকাৰ পিছতো...

  • @RameshchandraSaikia
    @RameshchandraSaikia 2 місяці тому +21

    ভগৱানে ভাল কন্ঠ এটা দিছিল তাক

  • @ranihelenwary1503
    @ranihelenwary1503 2 місяці тому +31

    ইমান ভাল প্ৰতিভা থকাৰ পিছতো চুমি বৰাৰ পাল্লাত পৰি সকলো লটি ঘটি হৈ গল বোপাৰ।বেয়া লগিছে দেই সোনটো।কোনোবাই ডাঙৰ মাছ খাই, কোনোবাই কঠাল খাই, কাৰোবাৰ গাত আঠা লাগি যায়। 😥😭😭😭😭

  • @prajyalitaBoruah
    @prajyalitaBoruah 2 місяці тому +28

    কিয় বাৰু অদৰকাৰী কামত সময় বোৰ নষ্ট কৰিলা

  • @prajyalitaboruah-m5p
    @prajyalitaboruah-m5p 2 місяці тому +92

    বিশালে নিজক সংশোধন কৰি অনাগত দিনত এজন ভাল কণ্ঠশিল্পী হোৱাটো কিমানে বিচাৰে ? লাইক কৰক

  • @santanatamuli5236
    @santanatamuli5236 2 місяці тому +3

    সুন্দৰ কণ্ঠ ❤

  • @parthanagogoi5997
    @parthanagogoi5997 Місяць тому +5

    Eman dhuniya ata voice tumi gan gai nijir ata sinaki dibo parila hoi. Beya poth bisari lola

  • @Study4U781
    @Study4U781 Місяць тому +3

    He is not a scammer,, he is a artist ...the tuffest art of scamming...Good job... Everyone need Easy money in short period.

  • @Junmoni327
    @Junmoni327 Місяць тому +5

    ইমান সুন্দৰ কন্ঠ ...

  • @moonmikalita
    @moonmikalita Місяць тому

    ইমান সুন্দৰ কণ্ঠ বৰবাদ কৰি পেলালা তোমাৰ ভৱিষ্যত।

  • @parthapratimdas5047
    @parthapratimdas5047 2 місяці тому +10

    বহুত ধুনীয়া মাতটো কিন্তু কি হ'ব লোভ পাপ পাপে মিতু

  • @ReetaGogoi-x5l
    @ReetaGogoi-x5l 2 місяці тому +5

    সৃষ্টিৰ মূলতো নাৰী, ধ্বংসৰ মূলতো নাৰী --ইয়াকে বুজিলো।

  • @Adnant732
    @Adnant732 2 місяці тому +8

    Well vaiti .bea manuhor Black money bur loi crore poti hoi gola . Bidurvai ❤❤

  • @rubichetia7119
    @rubichetia7119 2 місяці тому +7

    অভিভাৱকে ল'ৰাটো পৰিচালনা কৰিব নাজানিলে । আজিকালি অভিভাৱকে আমাৰ লৰাই অসমীয়াত কম নম্বৰ পাই বুলি কবলৈ ভাল পায় ।

  • @sanjana1113
    @sanjana1113 14 днів тому

    Bishal bro moiu tumar logot asuu ji hol hol atiya tumi notun hongeet jogotoloi ghuri aha adin gutei raije tumar patibha bur dekhi akuwali lobo akhibad korisu tumak ahi thoka feture bright houk 🎉🎉

  • @anonymousDutta-od5gk
    @anonymousDutta-od5gk 2 місяці тому +19

    শেষ কৰি দিলি অ' নিজকে

    • @manjugogoi5366
      @manjugogoi5366 2 місяці тому +4

      Sumi a sesh kori dile tak

    • @anonymousDutta-od5gk
      @anonymousDutta-od5gk 2 місяці тому +2

      ​​@@manjugogoi5366ৰামায়নৰ যুগৰ পৰাই নাৰীৰ কাৰণে কিন্তু পুৰুষে বহুত কিবা কবি কৰিছে 😂

    • @Bd00778
      @Bd00778 2 місяці тому

      Sumi Borah'e ses kori dile tar jibon

  • @bps5878
    @bps5878 2 місяці тому +63

    Iman dhuniya voice ..ki je korile Oo ee

  • @DipikaDas-e4f
    @DipikaDas-e4f 2 місяці тому +5

    Vaity Tumi sumik pahori val kam kora agbahi jua ami gutei Assam or manuh tumar logot asu

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we 2 місяці тому +3

    বুঢ়ী জনী চব শেষ কৰি দিলা ।

  • @pratapkalita8894
    @pratapkalita8894 Місяць тому +1

    সুন্দৰ কণ্ঠ আছিল তোমাৰ। কাৰণ প্ৰৰোচনাত পৰি তুমি ভুল পথে গলা? তোমাৰ উজ্জ্বল ভবিষ্যত টো তুমি নিজেই ধাংশ কৰিলানে চুমিয়ে কৰিলে?

  • @harlongkitisso6854
    @harlongkitisso6854 2 місяці тому +11

    Dekhat morom lage .... ❤.... Kintu ki hol 🥺

  • @NehaBagame
    @NehaBagame 2 місяці тому +5

    U had a lovely voice..u wud rock one day

  • @robrabha
    @robrabha 2 місяці тому +5

    Very good journalism you've tried to show the other side of the coin.

  • @pitamborbordoloi838
    @pitamborbordoloi838 Місяць тому

    চুমীৰ বাবে বেয়া হ'ল ক্ষমা কৰি দিয়ে যেন

  • @moniruddin2506
    @moniruddin2506 2 місяці тому +2

    Iman dhunia moromloga bhiti tu

  • @Danirojasfc6
    @Danirojasfc6 Місяць тому

    সচাঁই "
    অতি দুখ লগা।

  • @anuradhadas5494
    @anuradhadas5494 Місяць тому

    Right kotha koise .

  • @junekurmi
    @junekurmi Місяць тому

    Talented boy❤❤

  • @CurrentNews-247
    @CurrentNews-247  2 місяці тому +22

    ধন্যবাদ । পৰৱৰ্তী খবৰৰ বাবে আমাৰ Channel টো Subscribe কৰি ৰাখিব 🙏

    • @babliborah4240
      @babliborah4240 2 місяці тому +2

      ভাল লাগিল বাতৰি টো লগতে আপোনালোকলৈ অশেষ ধন্যবাদ , চাৰিওফালে লৰাটোক গালি ককৰ্থনা কৰি থকাৰ মাজতেই আপোনালোকে যে এক যোগাত্মক প্ৰতিবেদন লৈ আহিছে । বৰ্তমান মেডিয়া সমূহে আঁচলতে এনেধৰণৰ বাতৰি সমূহ প্ৰচাৰ কৰিব লাগে, য'ত সমাজৰ বাবে এক ভাল বাৰ্তা প্ৰেৰণ কৰা হ'য়।

    • @RunmoniSaikia-s9m
      @RunmoniSaikia-s9m 2 місяці тому

      @@CurrentNews-247 Subscribe কৰি ৰাখিলোঁ chanel টো আৰু লগতে এটা কথা কওঁ বাতৰি পৰিৱেশন কৰোঁতে যাতে সমাজৰ হিতৰ কাৰণে ভাবি প্ৰকাশ কৰে, এনেই যধে-মধে ...কোনে কাৰ ঘৰত ভাত খাব গৈছে ,কোনে কাক পলুৱাই নিলে , কেইটা লৰা ছোৱালী হ'ল ......এই অবান্তৰ বাতৰি বোৰ পৰিবেশন কৰি নেথাকিব কেতিয়াও .....এনেবোৰ বাতৰি ৰাইজে চাব নিবিচাৰে ,,, এই বাতৰি টোৰ দৰে গঠন মূলক বাতৰি প্ৰকাশ কৰিব ..... বাকী ধন্যবাদ জনাইছোঁ এই বাতৰিটোৰ বাবে ।

    • @northeasternboy
      @northeasternboy Місяць тому

      Vubula sagoli Jen mukh tu

  • @MinatiDevi-p7f
    @MinatiDevi-p7f 2 місяці тому

    Xosa koi vidio tu Sai bohut val aru dukhu lagise eman val kontho thaka piso tu. Ai johori cimi joni ye soru lora tu jibon tu ses kori dile dei

  • @BonosreeHandiquedey-cj7tc
    @BonosreeHandiquedey-cj7tc 2 місяці тому +1

    Hosai bohut dhunia protibha asil

  • @deepadevi3886
    @deepadevi3886 17 днів тому

    Hosa kotha dei mean sundor kontho

  • @krishnamonibaruah5284
    @krishnamonibaruah5284 2 місяці тому +1

    Emn dhuniya kontho😢 thokar pasotu obate goi obostha ki holgoi,,vabile asorit lge

  • @SwdwmshriDaimary-vb8eo
    @SwdwmshriDaimary-vb8eo Місяць тому

    Thei eman dhuniya gan gai

  • @Bidbeast
    @Bidbeast 2 місяці тому

    বিপথে পৰিচালিত কৰা লোভ দেখুৱাই ইমান ভাল প্ৰতিভা থকা লৰাটো যি য়ে ধং সৰ গৰহালৈ ঠেলি দিছে। তেওঁলোকক ভুল পথ এৰি ভাল পথলৈ উভতি অহাৰ বিনাম্ৰ অনুৰোধ।

  • @manuborah4135
    @manuborah4135 2 місяці тому +3

    সৰু লৰা টোক বিপথে পৰিচালিত কৰি আজি জেলত থাকিব লগীয়া হৈছে ।উচ্চ আকাংক্ষা দেখুৱালে এইটো বয়সত ভাল বেয়া বুজি নাপায় তো ।

  • @AR0114
    @AR0114 Місяць тому

    Nice voice ❤❤❤

  • @Devid97
    @Devid97 Місяць тому +2

    VICTIM PLAY CARD START NKI😂

  • @niruborah1823
    @niruborah1823 2 місяці тому +1

    এতিয়াও সময় আছে বেয়া মানুহৰ লগ এৰি দি নিজক আগঢ়াই নিব লাগিব।নিজক নিজে আত্ম সমালোচনা কৰি এটা শুদ্ধ পদ বাছি লোৱা।

  • @AamritporvaKuli
    @AamritporvaKuli 2 місяці тому +3

    25 kg

  • @nilimadas1243
    @nilimadas1243 Місяць тому

    God bless u 💔💔💔💔🥰🙏🙏🙏

  • @bhupenkakati-v2v
    @bhupenkakati-v2v Місяць тому

    সঁচাই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে। ভগৱানে দিয়া প্ৰতিভাক আওকাণ অনাদৰ কৰি আজি এই অৱস্থা।

  • @HirenKonwar-gr4ng
    @HirenKonwar-gr4ng Місяць тому

    Beautiful kantha

  • @ilovemyindia9761
    @ilovemyindia9761 2 місяці тому +1

    Talented boy....Manibo lagibo....

  • @RupaRupa-lc4hw
    @RupaRupa-lc4hw 2 місяці тому +1

    Cute voice

  • @hemantadas4812
    @hemantadas4812 2 місяці тому +3

    Excellent bro

  • @sabitabathari9868
    @sabitabathari9868 2 місяці тому +6

    মাকে অলপ চাব লাগিছিল

  • @BabluUrang-by1py
    @BabluUrang-by1py 2 місяці тому +2

    Sereng koi lagile কটিতে 🔥🔥😂😂

  • @gitikaboro6062
    @gitikaboro6062 Місяць тому

    Very nice voice

  • @HimakshiDevi-yp8if
    @HimakshiDevi-yp8if Місяць тому

    Xundor

  • @অসমীয়াবনৌষধ-ল৫ছ

    বিশালে কৰা ভূলতকৈ এশ ভাগ বেছি ভূল কৰিছে লোভত পৰা সকল ইহতকেইটাক সমানেই দোষী সাব্যস্ত কৰিব লাগে। 😂

  • @isharehman826
    @isharehman826 Місяць тому

    emaan dhunia voice music world t thakile bahut naam koribo parile heten eibor beya
    din dekhibo nalagil heten

  • @ManujDoley-y9p
    @ManujDoley-y9p Місяць тому

    Very nice ❤❤❤❤❤

  • @PabitraBordoloi-jf7is
    @PabitraBordoloi-jf7is 2 місяці тому +1

    God boy thanks vai

  • @prafulladutta6047
    @prafulladutta6047 Місяць тому

    আকৌ আদৰি লওক আকৌ কথা একেই হব

  • @Himakshi193
    @Himakshi193 2 місяці тому +1

    Bhaiti kio ankuwa korila o ..eman dhuniya kontho tumar bohut agoloi jabo parila heten

  • @AxomPuwali-z5m
    @AxomPuwali-z5m Місяць тому

    Bishal daa apuni hophol hok

  • @dhanjitmedhi4516
    @dhanjitmedhi4516 2 місяці тому +1

    অতি পৰিতাপৰ বিষয় সঁচা অৰ্থত অসমে হয়তো ভৱিষ্যতৰ এগৰাকী অতি প্ৰতিভাৱান শিল্পীয়ে হেৰুৱাই পেলালো।

  • @mrsk4306
    @mrsk4306 2 місяці тому +7

    Val gai kintu dei

  • @golapiarandhara9441
    @golapiarandhara9441 Місяць тому

    হাৰামী চুমি জনীয়ে তাৰ জীৱনটো খালে

  • @parismitachoudhury111
    @parismitachoudhury111 2 місяці тому

    Eman dhuniwa voice kio anekuwa kam korela vaiti atewau time ase tumi jak jenekoi thagaisa sob d dewa val rasta ata luwa ami support korim

  • @budhinsaikia6300
    @budhinsaikia6300 2 місяці тому +2

    প্ৰতিভাৱান !!
    কিন্তু , জেগাত পৰিল ৷
    *হস্তীৰো পিছলে পাৱ , সজ্জনৰো বুৰে নাও* নীতিবচন এনেয়ে নাই ৷
    গতিকে কুৰি দেওনা পাৰ কৰা জৈৱিকতাৰ ভৰপূৰ বয়সত একেবাৰেই জেগাত পৰিল বেচেৰা ৷
    অপৰাধ ইটোৰেদিও বিশালে কিন্তু এই বয়সতে বহুত বিয়াগোম মস্তিস্কৰ নামী দামী লোকক বহুৱা বনালে ৷ ইটোৱেও কিন্তু তেওঁৰ প্ৰচুৰ মস্তিস্কৰ উৰ্বৰাতাক প্ৰমাণ কৰিলে ৷
    অপৰাধী হ’লেও উক্ত কথাক উলাই কৰিব নোৱাৰি কিন্তু !!

  • @assamr.n1824
    @assamr.n1824 2 місяці тому +1

    Outstanding voice. Sobb. Problem solve hole singer hoba

  • @SumiGogoi-yq5rt
    @SumiGogoi-yq5rt 2 місяці тому

    Bor dhunia gaisil o.

  • @JoyDas-u4e
    @JoyDas-u4e 2 місяці тому

    বিশালৰ মাইকি পৰকীয়া প্ৰেমত পৰিল নেকি চুমি মোক বছোৱা বিশালে এৰিলে মোক বোলি কৈ।চিন্তনীয় বিষয।

  • @Monjaivlogs-u6n
    @Monjaivlogs-u6n 2 місяці тому

    🔥🔥🔥

  • @munubhuyan2590
    @munubhuyan2590 2 місяці тому

    কম বয়স হল কি হল
    কিন্তু যি কাম কৰিছে বুঢ়া মানুহ এজনে ও কৰিব নোৱাৰে
    ইমান টকা মাৰিছে বাপৰে বাপ😮

  • @MAHAKALVAKT_
    @MAHAKALVAKT_ Місяць тому +1

    Amazing voice with wrong person😢😊

  • @sisuramnath2869
    @sisuramnath2869 2 місяці тому

    Good News

  • @kasturitalukdar3143
    @kasturitalukdar3143 Місяць тому

    সঁচা লৰাটো আকৌ ভাল পথত অহা হলে।

  • @sumeswarSaikia-v7w
    @sumeswarSaikia-v7w Місяць тому

    Onagt jibnt valke aagbahi gole val lagile Janie hk baa najonake ji korila tar pora ulai aaha nijk time sumi baak pahrile val hb

  • @Akshays12
    @Akshays12 2 місяці тому

    বাহিৰৰ কোম্পানীয়ে তেজ খালে লৰাজনৰ

  • @M.G.615
    @M.G.615 Місяць тому

    এতিয়া প্ৰশাসনে পিঠি বহল কৰা সময় আহি পালে।

  • @rajkumardihingia2331
    @rajkumardihingia2331 2 місяці тому +1

    বিপথে যোৱাৰ বাবে মাক দেউতাকেই দোষী বুলি ভাবো...

  • @momiborah3388
    @momiborah3388 Місяць тому

    Tumi gan gai bht popular hola hoi but tumi basi lua duita pothor vitrt ji2 lola hi2 just keitmn dinr he asil tumi poisa2 besi important dila

  • @jeenalekharubora1190
    @jeenalekharubora1190 2 місяці тому

    সচাঁই বৰ বেছি ভাল গায়ক সি এনেকৈয়ে ভাল কাম কৰিব পাৰিলেহেতেন

  • @snigdhadas7468
    @snigdhadas7468 2 місяці тому

    পথ নিৰ্বাচন ভূল হৈ গল চুমি বৰা মাজ বাটত লগ পোৱাৰ বাবে, প্ৰতিভা আৰু ঘুৰি নাহে

  • @atarali3167
    @atarali3167 2 місяці тому

    একো বৰ্বাদ হোৱা নাই।বৰ্তমান যুগত টকাই মেইন হয়।কেইদিনমান জেইলত থাকিব লাগিব তাৰপিছত একো নকৰিলেও আৰামত জীৱন নিৰ্বাহ কৰিব পাৰিব।

  • @gitulahkar2062
    @gitulahkar2062 2 місяці тому

    Loraru kiba 1ta morom lagi gl.eman dhuniya gaise..

  • @jantuchangmai4467
    @jantuchangmai4467 2 місяці тому

    Kisu dhunia kontho

  • @amaljyotisarma4398
    @amaljyotisarma4398 2 місяці тому

    তাৰ Talentক মানিব লাগিব, সি গানেই হওক বা ঠগবাজী য়ে হওক

  • @jayadass2681
    @jayadass2681 2 місяці тому

    এইয়া একে দিনে ধনী হোৱা লোকৰ বাবে অধপতন।

  • @rjcharaibahi8568
    @rjcharaibahi8568 2 місяці тому

    .....vai eman val ata talented borbad kori dili

  • @MomiGogoi-s3d
    @MomiGogoi-s3d 2 місяці тому

    ভাইতি singer বাইতি😊dancer ফতো তোলা ভাইতি তুমি ভূল ঠাইত সোমাই পৰিলা 😂😂😂

  • @b4ru1
    @b4ru1 2 місяці тому

    Ki dhuniya awaaz tu

  • @ushadas1841
    @ushadas1841 2 місяці тому

    কাৰ উচটনীত জীৱনটো শেষ কৰি পেলালে

  • @classicalcooks7715
    @classicalcooks7715 Місяць тому

    এই জনী কেনে ধৰণৰ বায়েক আছিল

  • @pradipta97516d
    @pradipta97516d 2 місяці тому

    শেষ কৰি দিলা অ মইনা

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому

    এইটো বৰ ধেনা!ইমানতোpolybion Neurobion বেজি মাৰি আছে যেতিয়া চেহেৰা কত ভালে থাকিব? মই পিচে অপৰাধীক কাহানিও প্ৰশংসা নকৰো হাতী চোৰ মাখি চোৰ হওক।ভালক কোনেও বেয়া কৰিব নোৱাৰে বুলি মই আত্ম বিশ্বাসী।