'নিপাত যাওক বিজেপি চৰকাৰ'-বিজেপিৰ বিৰুদ্ধেই বিজেপি নেতাৰ শ্লোগান

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • #graphiccontent
    'নিপাত যাওক বিজেপি চৰকাৰ'-বিজেপিৰ বিৰুদ্ধেই বিজেপি নেতাৰ শ্লোগান। বিজেপিত থাকি ধন-মন-তন দিও অনুশোচনাত দগ্ধ বিজেপি নেতা। ঘৰত গম নোপোৱাকৈ কিয় ৰাইজৰ দলত যোগদান বিজেপি নেতাৰ?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

КОМЕНТАРІ • 21

  • @arabindadewri8768
    @arabindadewri8768 2 місяці тому +3

    ৰাইজৰ দল জয় হক....জয় অখিল দা

  • @pabitrakalita7557
    @pabitrakalita7557 2 місяці тому +2

    গোপাল কাকতি। ৰঙিয়াৰ অধিবক্তা। মই নিজে তেওঁক বিজেপি দলত তেওঁক পাইছো। এজন সক্ৰিয় ৰাজনৈতিক কৰ্মকৰ্তা আছিল তেখেত। আমি একেলগে বিজেপি কাম কৰিছিলো। এজন ভাল নিষ্ঠাবান কৰ্মী তেখেত। শেষত বিজেপি ত্যাগকৰি উচিত সিন্ধান্ত ললে। ধন্যবাদ গোপাল কাকতি। পবিত্ৰ কলিতা। গোৰেশ্বৰ।

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 2 місяці тому +3

    Good

  • @JayPegu321
    @JayPegu321 2 місяці тому +2

    Good news...

  • @tribantrkachari225
    @tribantrkachari225 2 місяці тому +12

    ৰাইজৰ দল সাৱধান আৰু কংগ্ৰেছ সাৱধান এইবোৰ বিজেপি প্ৰহৰি নতুন নেতাক হাত এৰি নিদিব সোনকালে

    • @birbolgohain3496
      @birbolgohain3496 2 місяці тому +1

      মিছা কলে কি দাল হ'ব কিন্তু কথাটো সঁচা

    • @rupalichetia1747
      @rupalichetia1747 2 місяці тому

      ঠিক কৈছে ।

    • @JayPegu321
      @JayPegu321 2 місяці тому

      Right...

  • @Rana-hg8hg
    @Rana-hg8hg 2 місяці тому +6

    বিজেপি দলটোৱে ঠগা নাই, ঠগিছে একমাত্র ধূৰন্দৰ শিয়াল চিন্ডিকেট বাহিনীৰ নেতা সকলে হে, আৰু বিজেপি দলটো নিশেষ কৰিলে আহি

    • @SBF-o3f
      @SBF-o3f 2 місяці тому +2

      Dada brigade

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 місяці тому +7

    মই বিজেপিৰ নিষ্ঠাবান কৰ্মীক অনুৰোধ কৰিছিলো যে ভাল মানুহ কিয় বিজেপিত সোমাই আছে?দালাল;অপৰাধী;গুণ্ডা;হত্যাকাৰী;বদমাছ বোৰ সোমাই আছে সেইটো সুকীয়া কথা।বিজেপিয়েই সিহতৰ আশ্ৰয় স্থল।কিন্তু সৎ;নিষ্ঠাবান;সত্যবাদী;স্বাধী ন চেতীয়া মানুহবোৰ তাত কিয় আছে?আজি মই অতি সুখী
    যে বিজেপিৰ বহু সৎ নেতা আতৰিছে।

  • @equityresearch1995.
    @equityresearch1995. 2 місяці тому +1

    Next Cm Akhil Gogoi,Assam😊

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 місяці тому +2

    Good step👍

  • @gsbharalibharali7531
    @gsbharalibharali7531 2 місяці тому +2

    good news

  • @UddiptaDas-mz8dr
    @UddiptaDas-mz8dr 2 місяці тому +1

    Moro man asil ohh akhil dar dolot join hobo...rijor dolot

  • @bhabeshbaishya8660
    @bhabeshbaishya8660 2 місяці тому

    !Agote ahi bhale karile. Pisot postabo lagil heten.

  • @arman5833
    @arman5833 2 місяці тому

    desh basaw....

  • @KamalchandraGogoi-f6k
    @KamalchandraGogoi-f6k 2 місяці тому

    Akhil Gogoi zindabad