Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Mojjaa
Nice
Dada .. rod nopora Thait Ghar to bonala ..murgi buarr kiba Okhobida hob naki ..
Xundor
Dada ghor tu bonaote kiman khros hol jonabo sun
God bless you🙏🙏🙏...
ধন্যবাদ
Dada fast time 100 murgi kiman poisa di murgi farm khon aromvo koribo pora jai
আপুনি কেনেদৰে পালন কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰে । মই যি ধৰনে কৰিছো, তেনেদৰে কৰিলে ২০ হাজাৰ মান লাভ থাকে ।
Dhuniya dada moiu murgi fram akhn khulim buli vabisu
শুভেচ্ছা থাকিল
@@integratedfarmingassam ধন্যবাদ দাদা
Apunar phone number tu pam nike dada
@@riturajkalita871 7002096169
@@integratedfarmingassam ধন্যবাদ
Net bur kiman cost pore plz koba sun
10x100 ft. 1500-1700 r vitorot pai jabo
@@integratedfarmingassam ok.online ot pai neki .
লোকেল কুকুৰা ফাৰ্ম ঘৰত কি টিৰ্পাল ব্যৱহাৰ কৰা ভাল জনাবছোন । নতুনকৈ ঘৰ এটা বনাইছোঁ । টিৰ্পালৰ চালি দিম ।গতিকে টিৰ্পালৰ বিষয়ে মন্তব্য দিলে উপকৃত হম ।
সাধাৰণ টিৰ্পাল ব্যৱহাৰ কৰিলেই হ'ল । মই ব্যৱহাৰ কৰা খন 90 gsm ৰ । ইয়াতকৈ কমদামী আৰু পাতল টিৰ্পাল নাপাই । আপুনি অলপ ডাঠ টিৰ্পাল ব্যৱহাৰ কৰিব পাৰে, যদি দোকানত পাই ।
Moio akhon khulim buli vabisu dada
শুভেচ্ছা থাকিল । আগবাঢ়ক কামত ।
ভকছীন কিমাৰে
Hello, eta apuni farm bandh korelei neki
Dada 100 man koni dibo paribo naki
Nai...ekebare nuarim.....jikhini hoi nijoke lage....1 week tu 100 koni collect nohoi
একেবাৰে থলুৱা মূগী পুৱালী পাম নেকি
মই পোৱালি বিক্ৰী নকৰো । বেলেগত খবৰ কৰক ।
Dada tirpaal khnr daam
1300/-
Murgi puwali powa jabo ne
মই বৰ্তমানলৈকে মূৰ্গী পোৱালি বিক্ৰী কৰা নাই ।
@@integratedfarmingassam may 1St week puwa jabo ne
@@thanumech7177 আপুনি বুজা নাই । বিক্ৰী কৰিব পৰাকৈ মই উৎপাদন কৰিব নোৱাৰো । যিখিনি হয়, ডাঙৰ কৰি বিক্ৰী কৰো ।
Free range or karone.... kuntu jali bhal
Cricket NetTake a look at this Rixen Cricket Net 100x10 Feet Cricket Net on Flipkartdl.flipkart.com/s/6yUKhDNNNN
You donot give number
Maiky kukura koi ta asay dada 🥰
35 man ase neki.... accurate hisap kora nai
Kima ta murgi ase🙏🙏🙏...
কণী পাৰা মূৰ্গী ৩৬ আৰু মতা ৬
Mojjaa
Nice
Dada .. rod nopora Thait Ghar to bonala ..murgi buarr kiba Okhobi
da hob naki ..
Xundor
Dada ghor tu bonaote kiman khros hol jonabo sun
God bless you🙏🙏🙏...
ধন্যবাদ
Dada fast time 100 murgi kiman poisa di murgi farm khon aromvo koribo pora jai
আপুনি কেনেদৰে পালন কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰে । মই যি ধৰনে কৰিছো, তেনেদৰে কৰিলে ২০ হাজাৰ মান লাভ থাকে ।
Dhuniya dada moiu murgi fram akhn khulim buli vabisu
শুভেচ্ছা থাকিল
@@integratedfarmingassam ধন্যবাদ দাদা
Apunar phone number tu pam nike dada
@@riturajkalita871 7002096169
@@integratedfarmingassam ধন্যবাদ
Net bur kiman cost pore plz koba sun
10x100 ft. 1500-1700 r vitorot pai jabo
@@integratedfarmingassam ok
.online ot pai neki
.
লোকেল কুকুৰা ফাৰ্ম ঘৰত কি টিৰ্পাল ব্যৱহাৰ কৰা ভাল জনাবছোন । নতুনকৈ ঘৰ এটা বনাইছোঁ । টিৰ্পালৰ চালি দিম ।গতিকে টিৰ্পালৰ বিষয়ে মন্তব্য দিলে উপকৃত হম ।
সাধাৰণ টিৰ্পাল ব্যৱহাৰ কৰিলেই হ'ল । মই ব্যৱহাৰ কৰা খন 90 gsm ৰ । ইয়াতকৈ কমদামী আৰু পাতল টিৰ্পাল নাপাই । আপুনি অলপ ডাঠ টিৰ্পাল ব্যৱহাৰ কৰিব পাৰে, যদি দোকানত পাই ।
Moio akhon khulim buli vabisu dada
শুভেচ্ছা থাকিল । আগবাঢ়ক কামত ।
ভকছীন কিমাৰে
Hello, eta apuni farm bandh korelei neki
Dada 100 man koni dibo paribo naki
Nai...ekebare nuarim.....jikhini hoi nijoke lage....1 week tu 100 koni collect nohoi
একেবাৰে থলুৱা মূগী পুৱালী পাম নেকি
মই পোৱালি বিক্ৰী নকৰো । বেলেগত খবৰ কৰক ।
Dada tirpaal khnr daam
1300/-
Murgi puwali powa jabo ne
মই বৰ্তমানলৈকে মূৰ্গী পোৱালি বিক্ৰী কৰা নাই ।
@@integratedfarmingassam may 1St week puwa jabo ne
@@thanumech7177 আপুনি বুজা নাই । বিক্ৰী কৰিব পৰাকৈ মই উৎপাদন কৰিব নোৱাৰো । যিখিনি হয়, ডাঙৰ কৰি বিক্ৰী কৰো ।
Free range or karone.... kuntu jali bhal
Cricket Net
Take a look at this Rixen Cricket Net 100x10 Feet Cricket Net on Flipkart
dl.flipkart.com/s/6yUKhDNNNN
You donot give number
Maiky kukura koi ta asay dada 🥰
35 man ase neki.... accurate hisap kora nai
Kima ta murgi ase🙏🙏🙏...
কণী পাৰা মূৰ্গী ৩৬ আৰু মতা ৬