Not, University is not called Bhagaban. Bhagawan never born himself. He may sent representative only. because he can't sleep in the abdomen of womens, that there's continuous sexual activities of men.
ভাৰতীয় দৰ্শন তথা বৃহৎ চেতনা শক্তিৰ ওপৰত দিয়া বক্তব্য ভাগ বৰ ভাল লাগিল। লগতে আপুনি দাঙি ধৰা এই বৃহৎ চেতনা শক্তিৰ ওচৰত আমি পালন কৰি অহা আধ্যাত্মিক নীতি নিয়ম অথবা শ্ৰীকৃষ্ণৰ লীলা সমূহ কিমান গ্ৰহণযোগ্য তাৰ ওপৰত এটি বাস্তৱ সন্মত বিশ্লেষণ আগবহালে নথৈ সুখী হম।
মনোৰম ব্যাখ্যা ৷ আপোনাৰ উত্তৰ উত্তৰ কামনা কৰিলো বাপ ৷ কৃষ্ণ ৷
আপোনাক কোটি কোটি প্ৰণাম জনাইছোঁ ।ইমান ধুনীয়া কৈ বাখ্যা আগবঢ়োৱা বাবে 🙏🙏🙏
বাপৰে বৰ ভাল লাগিল।
কৃষ্ণ কৃষ্ণ সুন্দৰ।
ৰাম-ৰাম, ৰাম-কৃষ্ণ,
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
Kisrino bgban nisyo aasea
কৃষ্ণ কৃষ্ণ 🙏
তোমাৰ দৰে ল'ৰা হাজাৰ হাজাৰ জন্ম হ'ক। পৃথিবীত শান্তিয়ে শান্তি বিৰাজ কৰিব। 🙏🙏🙏
অতি সুন্দৰ। এনেকৈ আগ বাঢ়ি গৈ থাকা। তোমাৰ দৰে ল'ৰা থাকিলে আজী কালি ল'ৰা ছোৱালী ভাল হ'ব।
কৃষ্ণ কৃষ্ণ ৷৷ শঙ্কৰদেৱ মাধৱদেৱ ৷৷ অ হৰি হৰি অ ৰাম ৰাম ৷৷
কৃষ্ণ কৃষ্ণ প্ৰভু বৰা বাপ বৰ সুন্দৰ কথা প্ৰদৰ্শন কৰিলে হে
আপোনাক বহুত বহুত প্রনাম জনাইছে ধন্যবাদ জ্ঞাপন কৰিছো
Bhal lagil huni
মাধুৰ্য্য বৰা দেৱে পৰমেশ্বৰ সন্দৰ্ভত আগবঢ়োৱা বিশ্লেষনে পুৱাতো জীপাল কৰি তুলিলে।
আমি জানো কেৱল বয়সে কোনো বিষয়ক শুদ্ধ ভাবে বিশ্লেষণ কৰিব নোৱাৰে তাৰ বাবে লাগিব এটা নীৰলশ প্ৰচেষ্টা। আমি তোমাৰ সেই মনপৰশা প্ৰচেষ্টাক দূৰৰ পৰাই সেৱা জনালোঁ। আশা ৰাখিম আগলৈও যাতে এনেবোৰ বিষয়ৰ ওপৰত বিজ্ঞানভিত্তিক বিশ্লেষণ ৰাখি নৱ প্ৰজন্মৰ লগতে আমাৰ দৰে কেৱল বয়সে আগুৱাই লৈ যোৱা সকলকো কৃতাৰ্থ কৰা।
তোমাৰ দৰে সন্তান যদি ঘৰে ঘৰে পালো হেঁতেন তেন্তে এই জগত খনত সুন্দৰতাই ভৰি পৰিল হেঁতেন তুমি ভগৱানে দান বুলি মোৰ ভাৱ হয়
Not, University is not called Bhagaban. Bhagawan never born himself. He may sent representative only. because he can't sleep in the abdomen of womens, that there's continuous sexual activities of men.
@@tarininibari3231pp0ippp😊) 😊nif😊. No no hiii😮zeera@book😮p noor hiii i oki mi nu I'm m bhul jootejhn
অতি সুন্দৰ বিশ্লেষণ ঈশ্বৰৰ অস্তিত্ব সন্দৰ্ভত। কৃষ্ণ বাপ সেৱা জনালোঁ 🙏
Krishna krishna🙏🙏🙏❤❤❤
000000000000000⁰0⁰⁰⁰
0
00000
, আপোনাৰ পদ যুগলত কোটি কোটি বাৰ সেৱা জনালো। জ্ঞান বিজ্ঞান তদন্ত আৰু ৰহস্যৰো ৰহস্য উদ্ঘাটন কৰি মনৰ সংশয় দুৰ কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ।
বৰ ভাল পাইছোঁ। সুন্দৰ প্ৰভু
সুন্দৰ |
Thank you Eman Dhunia koi Bhogobanor mahatmo Byakha kora Babe 👍
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
তোমাৰ সৎ উপদেশ সুন্দৰ কথা খিনি শুনি ভাল লাগিল
বহোত বহোত ধন্যবাদ vdo টোভাল লাগিল । কূষ্ণ বোলি সেৱা জনালো ।কূষ্ণ।
অতি সুন্দৰআৰু অকল্পনীয় বক্তব্য ।কি বুলি তুলনা কৰিম ।ভাষা আৰু শব্দৰ নাটনি হৈছে ।ইমান গভীৰ ধ্যান ধাৰনাৰ এই যুৱকজনলৈ অকৃত্ৰিম মৰম আৰু আশীৰ্বাদ থাকিল ।দেশৰ এজনআগশাৰীৰ বিশিষ্ট ব্যক্তি হওক ।
কৃষ্ণ 🙏 ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিয়াৰ কাৰনে বহুত বহুত ধন্যবাদ জনাইছো।
কৃষ্ণ বাপ জন, ইমান সুন্দৰ বিশ্লেষণ আপোনাক শত কোটি প্ৰণাম জনাইছোঁ।🙏🙏
সুন্দৰ অনুভৱৰ চিন্তা ভাল লাগিল | এইদৰে বিশ্লেষণবোৰ আগলৈ পাম বুলি আশা কৰিলো |
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা 🙏🙏🙏
Aponar jukti kotha bor bahut bhal lagil krishna krishna
বহুত ধুনীয়াকৈ আপুনি কথা খিনি বুজাই দিছে তাৰ আপোনাক অশেষ ধন্যবাদ দিছোঁ
সুন্দৰ বিশ্লেষণ , প্ৰণাম জনাইছোঁ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাব তোমাৰ ভগৱান উজ্জল কামনা কৰিলোঁ 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🙏
Bor val lagil ,dhanyabad.
Prabhu...
Dhonyabad Beta Dhanybad👌👌👌👍👍👍🙏🙏🙏
Krishno,,, Krish ❤❤noo❤❤🎉🎉🎉🎉🎉
বৰ সুন্দৰ বাখ্যা শুনি ভাল লাগিল জয় গুৰু শংকৰ 🙏🙏🙏
সুন্দৰ ব্যাখ্যা জানি ভাল লাগিল
Krishna apuni amar guru probhu pronam ❤❤❤❤❤❤❤
বহূত ভাল লাগিল।
জয় শ্রী কৃষ্ণ 🙏🙏
অতি সুন্দৰ বাপ অতি সুন্দৰ।জয় গুৰু শঙ্কৰ, জয় কৃষ্ণ।
Aponak bahut dhyanabad diso kiyano nanan udaharanere eswar je ai jagatt ase sundarkai bujai dile...❤❤❤❤❤😂❤😮❤
Aponalai bahut....... Dhyanbad thakil .agalai Ane sundar Katha suniba pam buli asha thakil❤❤❤😮😊❤❤❤
হে প্ৰভু সচা কথাখিনি ভাল লাগিল ভিডিঅ'টো ধন্যবাদ
কৃষ্ণ কৃষ্ণ সহস্ৰ কোটি সেৱা জনালোঁ 🙏🙏🙏
ইমান তত্ত্ব গধূৰ কথা ।সঁচাই বহুত ভাল লাগিছে।
অভিভূত হলো। ভগৱান সম্পৰ্কে এটা সম্যক ধাৰনা আপুনি আমাক দিব পাৰিছে ।
আপোনাৰ চৰণত কোটি কোটি প্ৰণাম।।
Right ❤❤❤❤
ভগৱানৰ বিশ্বাস আৰু চৈতন্য স্বৰূপ ইমান কথাবোৰ জানিব পাৰি ধন্যবাদ জ্ঞাপন কৰিলো ।
কৃষ্ণ কৃষ্ণ আপোনি ভগৱানৰ কথাবোৰ ইমান ধুনীয়াকৈ ব্ঞ্জণ্যা কৰিছে শুনি থাকিলে আমনি নালাগে আপোনাক আগলৈ আৰু বশুতো ভাল ব্যাতা দি জায়ক তাকে কামনা কৰিলো ধৰ্নবাদ।
Bohut val lagil,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ঘৰে ঘৰে তোমাৰ নিচিনা সন্তানৰ জন্ম হ'লে আজি সমাজ খনৰ বহুতো পৰিৱৰ্তন হ'ল হেঁতেন কৃষ্ণ কৃষ্ণ ❤❤
qওলালPপPI
7@@JS-vj7nq
বহুত ভাল লাগিল আপোনাৰ এই যুক্তি কৃষ্ণ কৃষ্ণ ৷
Krishna Krishna 🙏🙏💓 bahut bhal lagil ❤️ God bless you
Nice bohut dhuniya hoise val lagil sai xukh annubhab kurisu bhogobane apunar magol korok
Bohut vhal lagil dei kotha xini 😊
God blessed you
Kuti kuti pranam guru ❤ asirbad dibo 🙏🙏🙏🌼🌼🌼🌼
ইমান ধুনীয়াকৈ বাখ্যা কৰিছে ,বৰ ভাল লাগিল ! পৰিচয় অনুগ্ৰহ কৰি জনাব নে কি?
অতি সুন্দৰ ভগৱান বাখ্যা
আপোনাৰ কথা শুনি মোৰ আমনি নালাগে, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো
কৃষ্ণ, তোমাৰ ভাৱ ৰ লগত মোৰ ভাৱ অৰ মিল আছে! কৃষ্ণ ,কৃষ্ণ, কৃষ্ণ
ইমান সুন্দৰ ব্যাখ্যা ঈশ্বৰৰ অস্তিত্বক । কৃষ্ণ কৃষ্ণ 🙏
I think that you are goad scientist ect
When I face you
Bu nim ni un nib gg@@bharati8884y❤tu nu bi bi 20:25 😂🎉❤❤
Ry🎉😢😮
সুন্দৰ ব্যাখ্যা কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ ।বান্ধৱ কৃষ্ণ।।
Usha bara om sannti bap bahut sundar bakhya , thank u .
Bor dhunia kotha koise🙏🙏🙏
ব্যক্তিৰ শিক্ষাৰ দক্ষতা, জ্ঞানৰ অপূৰ্ব সমাহাৰেৰে বিজ্ঞানভিত্তীক আধ্যাত্মিক ব্যাখ্যা সঁচাই অপূৰ্ব।
very good explanation krishna
Krishna Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ। বহুতো শাস্ত্ৰৰ বাখ্যা শুনিলো যদিও এই ধৰণৰ ভগৱানৰ বিষয়ে সহজে বুজিব পৰাকৈ আজি শুনিৱলৈ কৃপা লাভ হ'ল, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। এনেদৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে সহজে বুজিব পৰাকৈ তত্ত্ব সম্পৰ্কীয় কথাবোৰ ফহিয়াই বাখ্যাৰ উন্মেষ ঘটাই কলিৰ প্ৰভাৱত পৰা মণুস্যক উদ্ধাৰ কৰিব বুলি আশা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Bhogoban xomporke byakhya huni aplut holu.okhekh dhonyobad.krishno
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏
মোৰ বিশ্বাস ভগৱান সদায় সকলো ঠাইতে সদায় আছে মানে নেমানে সেইটো কিছুমান মানুহ লৈ কথা 😊😊
বৰ ভাল লাগিল😊
বৰ সুন্দৰ কথা খিনি 🙏
আপোনাক সেৱা জনালোঁ। আপোনাৰ তুলনা নাই। এই বয়সত ইমান সুন্দৰকৈ অসমত কোনোজনে এনে বাখ্যা দিয়া নাই পোৱা ।আপোনাৰ পৰা আমি আৰু আশা কৰিম। কৃষ্ণ।
বহুত বহুত ভাল লাগিছে শুনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ
ভাৰতীয় দৰ্শন তথা বৃহৎ চেতনা শক্তিৰ ওপৰত দিয়া বক্তব্য ভাগ বৰ ভাল লাগিল। লগতে আপুনি দাঙি ধৰা এই বৃহৎ চেতনা শক্তিৰ ওচৰত আমি পালন কৰি অহা আধ্যাত্মিক নীতি নিয়ম অথবা শ্ৰীকৃষ্ণৰ লীলা সমূহ কিমান গ্ৰহণযোগ্য তাৰ ওপৰত এটি বাস্তৱ সন্মত বিশ্লেষণ আগবহালে নথৈ সুখী হম।
Krishna krishna krishna.Madhujya Bora bap Jon apunark kouti kouti pranam.moi bisari fura eeshar astrita gadhur byakhya tu monugrahi koi agbohale.krishna.
🙏🙏🙏
Krishna Mahapravu 🙏🙏 apuni khokolure pran, parampita
বহুত মূল্যৱান জ্ঞান দিলে।ধন্যবাদ।
কৃষ্ণ-ৰাম নমস্কাৰ 😊মূঢ়মতি সমাজখনৰ সৈতে খাপ খোৱাকৈ সহজ-সৰল ভাঙনিৰে ভগৱান ইশ্বৰৰ অস্তিত্বক সাৱলীলভাৱে বিশ্লেষণ কৰিলে । বৰ স্পষ্টতাৰে । ওম নমো নাৰায়াণ ।
কৃষ্ণ ৰাম নাৰয়ণ গোবিন্দ জয় জয় 🙏 🙏 🙏 🙏
প্ৰভু ঈশ্বৰ কৌটি কৌটি বাৰ কৰোঁ আপোনাক প্ৰণাম। আপোনাৰ অতি এই সুন্দৰ ব্যাখ্যাই শুদ্ধ ভক্তিত ভমনোগ্ৰাহী কৰি তুলিছে যেন সকলোকে🙏🙏🙏🙏
Om shanti 🙏🙏🙏
অতি সুন্দৰ ব্যাখ্যা ডাঙি ধৰিলে। কৃষ্ণ 🙏
Krishna krishna,
Kirsna kirsno prvo apuni iman dhuniwa kotha kyse bohot val lgil ma apunar vygaboti ani pota pyse❤❤❤❤❤❤
Jai sri krishna🙏❤
OM Krishna May God Bless you.
Krishno 🙏🙏🙏
Excellent, Ishwar Allah tero nam sobko sad goti deh Bhagwan
শ্ৰী কৃষ্ণাই নমো । শুনি বৰ সুখ পালো ।🙏🏻🙏🏻🙏🏻
Hori Om Hori Om..Kreeahna Kreeshna..
Krishna Krishna bhal lagil.krishna
Joy Shree Ram ,Krishna krishna .
Jai shree Krishna 🎉🎉🎉🎉🎉🎉🎉🎉🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ বাপ মধুৰ ভগবান কৃষ্ণ কথা বহুত বহুত সুন্দৰ লাগিছে কৃষ্ণ কৃষ্ণ
Krishna Krishna Hare Hare 🙏🙏🙏🌺🙏🌺🌺🌺🙏🙏🙏
প্রনাম