Vlog 35 | ৰুনে মাছ কেনেকৈ পিটিকিলে ৷ হিয়া জিয়াই কি গান গাইছিল ৩৯ আছাম কনভেন্সনত ৷ Mas Pitika

Поділитися
Вставка
  • Опубліковано 7 лис 2024

КОМЕНТАРІ • 1,6 тис.

  • @mondutta1328
    @mondutta1328 4 роки тому +58

    খুব ধুনীয়া হৈছে পিতিকা😍 ৰুণ,হিয়া-জিয়াৰ মুখত আমাৰ জাতীয় সংগীত❤❤কি ক'ম বা😍শব্দহীন😍আগবাঢ়ি যাওঁক😘😘শুভকামনা সদায় থাকিব😘😘

    • @rinadutta1066
      @rinadutta1066 4 роки тому

      মাছৰ পিতিকা ধুনিয়া হৈছে। শুকান মাছৰ কথা কৈছে যদি শুকান মাছৰ recipe এটা বনাই দেখাব । ভাল লাগিব।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Rina Dutta শুকান মাছৰ আছে ৰেচিপি চেনেলত, চাবছোন

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Mon Dutta বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ আমি মাত্ৰ মাকৰ কৰ্তব্য কৰি গৈছো ৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

    • @MdEmon-ko1uo
      @MdEmon-ko1uo 4 роки тому


      ৷ ,

    • @nirmitabaruah5889
      @nirmitabaruah5889 4 роки тому

      Bahut moror...hiya jiya nd runoloe😘😘♥️🥰

  • @nomitagogoi8932
    @nomitagogoi8932 4 роки тому +27

    বাঃ অসম সংগীত ইমান সুন্দৰকৈ গাইছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিলো তোমালোকৰ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Nomita Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম

  • @papacalling1061
    @papacalling1061 4 роки тому +16

    আমাৰ জাতিয়া সংগীতটি ৰুণ জিয়া হিয়া ৰ মুখত শুনি সচাই গৌৰৱ অনুভৱ কৰিছো ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Mamu Bordoloi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @madhujyanik2976
    @madhujyanik2976 4 роки тому +1

    বহুত ধুনীয়া লাগিল বাইদেউ😊🙏 ৰুন হিয়া আৰু জিয়া মুখত জাতীয় সংগীত শুনি গা কঁপি উঠিল😊😊

  • @mukshedullah6863
    @mukshedullah6863 4 роки тому +36

    বিদেশতো অসমী আইক জীয়াই ৰখা জীপাল অসমীয়া | 😘😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Mukshed Ullah মৰম তোমালৈ

  • @rubikalindi8092
    @rubikalindi8092 4 роки тому +1

    Apunar kotha khini hunie mon2 val lagi jai ba,mur fast comment,

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Rubi Kalindi Aio dehi
      Dher morom tumaloi

  • @bg-ou9ok
    @bg-ou9ok 4 роки тому +7

    Wow.. The last part gave me goosebumps and i got tears on my eyes ❤❤❤❤ your kids are really very good and smart i wish them all the best for their future ❤❤❤ may God bless them ❤❤

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Deeksha Buragohain thank u si much for the lovely words. Appreciated. They tried for the first time, we were very happy to hear our Jatiyo sangeet in their voice.. Take care and much love

  • @linamonisarmah5418
    @linamonisarmah5418 4 роки тому

    কি ক’ম আৰু ! কবলৈ ভাষা নাই , সচাকৈ ৰুন , হিয়া আৰু জিয়াৰ কাৰ্য্য _ কালাপ দেখিলে বহুত ভাল লাগে ৷ বিদেশত থাকিও যে নিজকে অসমীয়া বুলি ইমান সুন্দৰকৈ পৰিচয় কৰাব পাৰিছে ৷ বহুত মৰম থাকিল দেই তোমালোক কেইটালৈ ৷

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Linamoni Sarmah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ
      মই মাকৰ কাম কৰি গৈ আছো ৷

  • @nomitagogoi8932
    @nomitagogoi8932 4 роки тому +9

    জিভা পানী ওলাই গ'ল দেই😋 ।ৰুনক দেখা পাই ভাল লাগিল আজি মৰম লবা দেই ৰুণ 💕

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Nomita Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ ঢেৰ মৰম তোমালৈ

  • @chumideka5363
    @chumideka5363 4 роки тому

    গাটো শিয়ৰি গৈছে বা হিয়া জীয়া আৰু অসম সংগীত শুনি !God bless them!lots of love

  • @barbiebthengal4726
    @barbiebthengal4726 4 роки тому +9

    Super talented kids..I always immediately check the video whenever I get the notification that Roon has come up with something...aru apunar Joly nature Tu kotha nokou'e...khub bhal lage...lots of love to you ppl..❤️❤️❤️❤️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Barbie B Thengal thank u dear.. it means a lot to us.. ihatak enekoi yei morom di thakiba .. keep watching our videos

  • @sangitatamuly7969
    @sangitatamuly7969 4 роки тому

    ৰুণ হিয়া জীয়াৰ performance বহুত ভাল লাগিল। আপোনালোকে সিহঁতক অসমীয়া সংস্কাৰ দিছে। সিহঁতি আগুৱাই যাওক। আৰু মাছ পিতিকা recipe টো ভাল লাগিল চাই।😍

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ I কৰি গৈ আছো মাকৰ কাম, চাওঁছোন কিমান সাফল্য হওঁ

  • @momimajuli1083
    @momimajuli1083 4 роки тому +3

    লোভ লগাই মাৰিব দেই😁❤❤
    জাতীয় সংগীতটো শুনিলে কিয় জানো মোৰ গা সিয়ঁৰি যায়🙏

  • @minakshibharali9429
    @minakshibharali9429 4 роки тому +2

    Apunr video bur vl lage...ai2 videot Emn dhuniya jatiya hongeet hunar past ai videotu hajar gune vl lagi gol...

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Minakshi Bharali So sweet of you
      thank you so much dear

  • @pinkimonideori3481
    @pinkimonideori3481 4 роки тому +3

    their performance is just awesome... lots of love to run, hiya and jiya ❤️❤️❤️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      PINKIMONI DEORI glad that you enjoyed their song

  • @fitandfinepakhi8951
    @fitandfinepakhi8951 4 роки тому

    হিয়া, জীয়া ,ৰুণ লৈ ‌বহুত মৰম... জাতীয় সংগীত টো ইমান ধুনীয়া গাইছে....❤❤❤😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Fit And fine Pakhi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @bhupalichoudhury__6330
    @bhupalichoudhury__6330 4 роки тому +4

    কি সুন্দৰ পৰিবেশ।
    আমাৰ অসম খন ও যদি এনেকৈ ৰখিলোহেতেন!কোনেও গুৰুত্ব নিদিয়ে

  • @jimisaikia1851
    @jimisaikia1851 4 роки тому

    ৰুণৰ মাছৰ পিতিকা দেখি লোভেই লাগিছে । হিয়া জিয়াও ইমান ধুনীয়াকৈ সংগীতটো গাইছে । বৰ ভাল লাগিল ।❤️❤️❤️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Jimi Saikia বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @Beyoupompy
    @Beyoupompy 4 роки тому +4

    So proud to see that you're giving your best efforts to teach them our mother tongue ba♥️ and their performance is beyond amazing😍...lots of love

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Pompy Chutia thank u so much dear. We are just trying our best as mom.

  • @animadutta4995
    @animadutta4995 Рік тому

    ৰুন, হিয়া, জিয়ালৈ বহু মৰম, আশীর্বাদ থাকিল। আপোনাৰ সংস্কাৰ প্ৰশংশনীয়। দীর্ঘায়ু কামনাৰে। ❤

  • @khusboodeka1630
    @khusboodeka1630 4 роки тому +6

    Ai2 mur o fav...xosa kri khati axomiya a lagise😂😁
    Wooooo assume" অ' মোৰ আপোনাৰ দেশ" গাৰ নোম শিয়ৰি উঠিল । school r din bur o mnt pori gl😌😌bhut dhunia hoise

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Khusboo Deka thank u dear. Ihatak guwa dekhi xeidina ga num xiori uthisil..

    • @khusboodeka1630
      @khusboodeka1630 4 роки тому

      @@ChefBBsKitchen 😊😊

  • @TINA.AAAAAA
    @TINA.AAAAAA 4 роки тому

    Salute to the kids and Baa and bhindew❤ Axom ot thakiu kisumanor eman bhal honskar nai jiman ei konmani gitar ase❤feels great❤

  • @gyanashreesvlogs6066
    @gyanashreesvlogs6066 4 роки тому +7

    Hihotok guwa huni mur garnum heyore goica.God bless hiya, jiya ,run 🙏🏻

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      gyanashree saikia thank u dear.. muru hoisil same

    • @gyanashreesvlogs6066
      @gyanashreesvlogs6066 4 роки тому

      Mi apunarlukor Bhut daongr friend hoi potitu video cawo like korebola he taki gai ketiyaba 👍🏼👍🏼

  • @silpasreedas3666
    @silpasreedas3666 4 роки тому

    পিটিকা ধুনীয়া হৈছেই... আটাইতকৈ ভাল লাগিল ৰুণ, হিয়া, জিয়াক দেখি ; বহুত মৰম দিলোঁ। বাবি বাকতো ভাল লাগেই সদায়েই। জাতীয় সংগীতৰ বাবে ❤

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Silpasree Das বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @nimikhagogoi8218
    @nimikhagogoi8218 4 роки тому +4

    ভাল লাগিল বাইদেউ ৰেচিপিটো।মৰম মৰম মোৰ ভাইটি আৰু ভণ্টী।।।।

  • @paharibailung9316
    @paharibailung9316 4 роки тому +1

    বাবী বা আপোনাৰ ফুলনিখন বৰ ধুনীয়া ।ৰুণে বনোৱা মাছৰ পিটিকা অতি লোভনীয় হৈছে।হিয়া, জীয়া আৰু ৰুণে ইমান সুন্দৰকৈ গীতটি গালে🤗🤗শুভকামনা থাকিল তিনিওলৈ❤❤❤

  • @jahnabiburaguhain8817
    @jahnabiburaguhain8817 4 роки тому +5

    Baaa vl lgl , moi u val paw mas or pitika🤤

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Jahnabi Buraguhain thank you so much😊

  • @trishnaborgohain9128
    @trishnaborgohain9128 4 роки тому

    মাছ পিটিকা বৰ লোভনীয় হৈছিল বা। ৰুণ, হিয়া আৰু জিয়াৰ লগতে আপোনালোক দুয়ো লৈ বহুত মৰম। আপোনালোক সকলো কুশলে থাকক।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Trishna Borgohain বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @lowerassamind.1769
    @lowerassamind.1769 4 роки тому +9

    আমেৰিকাৰ গাওঁবোৰো ইমান ধুনীয়া যে আমাৰ গুৱাহাটীওঁ তেনেকুৱা নহয়..
    গলি গলি সৰু সুৰা পথবোৰো পকী.. 😍
    ইমান ধুনীয়া বাগিচা বা..
    Fresh মাছ নাপায় নেকি? Frozen যেন পাইছো..
    পিছে খাব মন গল মাছ মোৰো 😋😋😋

    • @monalishaboruah9359
      @monalishaboruah9359 4 роки тому

      Babi baa , America gaont thke nki no .. mne video tut dekhua teolukor jegakhini gaon nki .. jonabosun

    • @lowerassamind.1769
      @lowerassamind.1769 4 роки тому

      @@monalishaboruah9359 moi beleg ata video t saisilu.. Gaon akhon dekhuwaisil.. Thik anekwai..

    • @monalishaboruah9359
      @monalishaboruah9359 4 роки тому

      @@lowerassamind.1769 অ ,

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Lower Assam, Ind. Fresh মাছ পাই কিন্তু এতিয়া লকডাওন যে৷ কেতিয়াবা frozen আনি থোৱা থাকে৷ উম ইয়াৰ গাওঁ বোৰ বৰ ধুনীয়া

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Monalisha Boruah thake akou.. amar America diary buli playlist ata ase, sabasun.. Aru ata video bonai thuwa ase.. Americar gau buli
      Dim roba
      Amar khan gao t nopore
      Pisoloi gao type loi gusi jam.. pukhuri ata khundim, Mas puhim, kheti karim

  • @mridulasutradhar2607
    @mridulasutradhar2607 4 роки тому

    অ বা সচাকে মাছ পিতিকা কোন চাই বহুত লোভ লগাই দিলে😋😋😋.আৰু খুব ধুনীয়া গাইছে জাতীয় সংগীতটো.আপোনালোক ক যে কি বুলি কম ইমান দুৰত থাকিও আপোনালোকে অসমীয়া সংস্কৃতি বজাই ৰাখিছে.আপোনালোক বহুত বহুত ধন্যবাদ জনাইছোঁ🙏🙏🙏👫👫🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Mridula sutradhar বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @afruzahussain2763
    @afruzahussain2763 4 роки тому +3

    Woooow it's awesome they sang nicely
    Allah bless them
    Run is so cute n hndsm♥️♥️♥️💋💋💋💋💋💋

  • @shyamolibhuyan7194
    @shyamolibhuyan7194 4 роки тому +1

    খুব ভাল লাগিল video টো চাই । ৰুণ, হিয়া আৰু জিয়াৰ জাতীয় সংগীতটোৰ পৰিৱেশনটো ভাল লাগিল ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Shyamoli Bhuyan শুনি সুখী হ’লো দেই

  • @munmiborah6188
    @munmiborah6188 4 роки тому +3

    বা আপোনাৰ ভিদিঅ বোৰ বহুত ভাল লাগে , ৰুণ,হীয়া, আৰু জীয়াই কোৱা অসমীয়া কথাবোৰ শুনি ভাল লাগে।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Munmi Borah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @bandanatalukdar2695
    @bandanatalukdar2695 3 роки тому

    আমাৰ জাতীয় সংগীতটি ৰুন হিয়া অাৰু জিয়া মুখত সুনি। সচাই গৌৰৱ অনুভব হয়ছে।। বহুত বহুত মৰম তোমালোকক❤❤❤❤❤

  • @rajutamuli628
    @rajutamuli628 4 роки тому +3

    Bor dhunia gaisa . Hundor 🥇🥇🏆🏆🏆🥇.

  • @madhabideka8668
    @madhabideka8668 4 роки тому

    Wow পিটিকা মজা ।গোলাপ ফুলজোপা ধুনীয়া লাগিছে ।তাতকৈ ধুনীয়া লাগিছে ইমান দূৰৈত থাকিও আপুনি ৰুণ, জীয়া ,হিয়াক অসমীয়া ক'ব আৰু আমাৰ অসম সংগীত গাবলৈ শিকাইছে ।আইটালৈ বহুত বহুত শুভেচ্ছা থাকিল ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Madhabi Deka বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ
      মাছ পিটিকা আমাৰ আবেগ

  • @maitryeegoswami2084
    @maitryeegoswami2084 4 роки тому

    আপুনি এগৰাকী প্ৰকৃত অসমীয়া আৰু সংস্কাৰী মাতৃ, আপুনি বিদেশত থাকিও সন্তানক ইমান সুন্দৰ শিক্ষা দিছে, সঁচাকৈয়ে শলাগিব লগীয়া

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Maitryee Goswami বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @rockroll1678
    @rockroll1678 4 роки тому +1

    🙏🙏🙏🙏maisu baa aapunar lora suwali keita khuni ba video tu dekhi mur soku pani ulai goise Baa aapuni Khodai anekoi hahi thakibo jate Khodai anekoi video dekha Pau 😘😘😘🙏🙏😭😭😭😭🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Rock Roll morom bur enekoi di thakiba
      Bhale thaka xodai

  • @manibegum4701
    @manibegum4701 4 роки тому +1

    bor dhuniya hoise pitikakhon😍iman dhuniya koi gaise duyojoniye

  • @ধেৎতেৰি07
    @ধেৎতেৰি07 4 роки тому

    ইমান চাফা পৰিৱেশ ৷
    ৰুনে বৰ ধুনীয়া মাছৰ পিটিকা বনালাদেই উমমম টেষ্টি য়াম্মি ৷
    ফুলনিৰ বাগিছাখন বৰ ধুনীয়া লাগিছে ৷
    হিয়া আৰু জীয়া লগতে ৰুন বৰ সুন্দৰকৈ আমাৰ জাতীয় সংগীত উপস্হাপন কৰিছা ৷ সুদুৰ আমেৰিকাত থাকিও ল’ৰা-ছোৱালী কেইটাক আমাৰ অসমীয়া কলা-সংস্কৃতিৰ লগত পৰিচয় কৰাই থাকে ৷ আপোনালোকৰ এই প্ৰচেষ্টা অব্যাহত থাকক ৷ ৰুন হিয়া আৰু জীয়ালৈ বহুত মৰম আৰু আশীৰ্বাদ জনাইছোঁ ৷

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Annie Bhuyan মাছৰ পিটিকা খাই বৰ ভাল সি, সেই কাৰনে তাকে দিলো পিটিকিবলৈ
      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

    • @ধেৎতেৰি07
      @ধেৎতেৰি07 4 роки тому

      @@ChefBBsKitchen সদায় আছো আপোনালোকৰ লগত ৷

  • @animadas6967
    @animadas6967 4 роки тому

    আপোনাৰ সকলো ৰেচিপি মই চাওঁ...আৰু ৰুন,জিয়া,হিয়াক মোৰ বৰ মৰম লাগে...সুদূৰ আমেৰিকাত থকাৰ পিচতো সিহতক আপুনি অসমীয়া সংস্কৃতি,আমাৰ থলুৱা খাদ্যৰ লগত চিনাকি কৰি দিছে তাৰ কাৰনে বৰ ভাল লাগিছে...অসম সঙ্গীতটো সিহতে বৰ ধুনীয়াকৈ গাইছে...ভগৱানে সিহতৰ মঙ্গল কৰক

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Anima Das বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @lakhyajyotisaikia7718
    @lakhyajyotisaikia7718 3 роки тому

    Hiya Jiya Run Khub Dhuniya hoise ...❤ Thnk U So Much ... Bidesotu Bidesot u O Mur Apunar Dekh Jiai Rokha r Babe ... ❤❤

  • @manashikakati1124
    @manashikakati1124 4 роки тому

    পিটিকা ,,,জাতীয় সংগীত সকলো বৰ ভাল লাগিল । ৰুন হিয়া জিয়ালৈ বহুত মৰম দিছোঁ 😘😘😘

  • @biddyutkutumvlogs4221
    @biddyutkutumvlogs4221 4 роки тому +1

    পিতিকা খুব সুন্দৰ হৈছে আৰু জিভাৰ পানী পৰি গল।ৰুণ,হিয়া আৰু জিয়া বহুত সুন্দৰ বাবে কন্ত দান কৰিলে আমাৰ জাতীয় সঙ্গীত। বহুত বহুত শুভ কামনা তিনি থাকিল গৰাকিলৈ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Biddyut Kutum vlogs বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা| আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @surabhigogoi3346
    @surabhigogoi3346 3 роки тому

    Apunar kothabur eman simple hoi birat val lage ..gtu recipe bonai heytu bohut moromery akuwali lou

  • @jacquelinehandiquekonwar7548
    @jacquelinehandiquekonwar7548 4 роки тому

    Obviously loov lagil baa.
    Aru Roon,Hiya n jiya loi bohut bohut morom,imaaan dhunia performance asil.
    Love u all

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Jacqueline Handique Konwar thank u so much dear

  • @rumiborah3562
    @rumiborah3562 4 роки тому

    খুব ধুনিয়া হৈছে মাছ পিতিকা।ইমান ধুনিয়াকৈ গাইছে জাতিয় সংগীত।ভাল লাগিল

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Rumi Borah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @jasminesultana4184
    @jasminesultana4184 4 роки тому

    From 12.19, proud moment....iman dhuniya ke gaise..... God bless them....masor pitika dekhat yummy lgise

  • @manikamalakar725
    @manikamalakar725 3 роки тому

    Runor Mas pitika khabor mon goise.. Bor xundor.. Progrem bhal lagil sai💞 bohut morom thakil

  • @jharnadutta8366
    @jharnadutta8366 4 роки тому

    আপোনাৰ যেতিয়া কিবা এটা ভিডিঅ' চাও মনটো বেয়া হৈ থাকিলেও ভাল লাগি যায়। আপুনি ৰুণ, হিয়া, আৰু জিয়াক ইমান ভাল শিক্ষা দিছে দেখি ভাল লাগিল। আজিকালি মানুহে ল'ৰা ছোৱালীক সময়ে দিব নোৱাৰে। আপুনি ইমান ধুনীয়াকৈ সময় দিয়ে দেখি ভাল লাগিল। মোৰো এজনী ছোৱালী ম‌ই তাইক ৰিয়া হতৰ ভিডিঅ'বোৰ দেখুৱাই থাকো তাই চাই বহুত ভাল পায়।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Jharna Dutta ইমান ধুনীয়া কৈ লিখিলা ভাল লাগিল ৷ মৰম ল’বা

  • @anitanath7656
    @anitanath7656 4 роки тому

    খুব ভাল লাগিল জাতীয় সংগীত পৰিবেশন কৰোৱা দেখি.নিজৰ মাটিৰ গোন্ধ অনুভৱ কৰালে খুব ভাল লাগিল বাইদেউ

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Anita Nath বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @rijumoniboruah6061
    @rijumoniboruah6061 4 роки тому

    ৰুনৰ মাছ পিটিকা চাই লোভ লাগি গল দেই।অসম সংগীত টো হিয়া জীয়াই ইমান সুন্দৰকৈ পৰিবেশন কৰিলে ভাল লাগিল শুনি।আগবাঢ়ি যোৱা তোমালোকে শুভকামনা থাকিল মোৰ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Rijumoni Boruah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @pranjalboruah4739
    @pranjalboruah4739 4 роки тому

    Baa. .
    মই আমাৰ জাতীয় সংগীততো হয়তো বহুত বাৰ শুনিছো বা গাইছো . . কিন্তু আজি শুনি মোৰ চকুপানী ওলাই গল । । সচাই u deserve a big salute. . .
    আৰু মাছৰ পিতিকা বুলি কলে লোভৰ পানী ওলাই যায়। । । খাওঁ খাওঁ লাগিছে দেই ৰুন। । ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Pranjal Boruah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ
      ইহঁতৰ মুখত শুনিবলৈ বৰ ভাল হৈছিল, অসমীয়া কব নোৱাৰে ভালকৈ কিন্তু জাতীয় সংগীততো শুনি মোৰো চকু পানী ওলাই গৈছিল সিদিনা৷
      মাছৰ পিটিকা আমাৰ অসমীয়াৰ আবেগ

  • @kamalniju3825
    @kamalniju3825 4 роки тому

    Bohut dhuniya lagil video tu sai..jatiyo khonggit tu ehotor mukhot khuni mur kiba sokur pani a ulal..hiya,jiya aru run k mur bor morom lage..specially Run...Allah bless you always

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Kamal Niju ihati gai thakute muru goosebumps ahisil. Kandi asilu.. Axomia Gaan xuni khub bhal lagisil

  • @bhagyashreelahon7045
    @bhagyashreelahon7045 4 роки тому

    ৰুণ মাছৰ পিটিকা লোভনীয় হৈছে দেই।ৰুণ,হিয়া,জিয়াই খুব সুন্দৰকৈ আমাৰ জাতীয় সঙ্গীতটো পৰিবেশন কৰিলে👌👌👌তোমালোক তিনিওলৈকে বহুত মৰম😘😘😘আগবাঢ়ি যোৱা।

  • @anima3430
    @anima3430 4 роки тому +1

    Moi aru mur suali joniye apunar channel Tu sai khub valo pau.. Roon hiya jiya bohut morom loga.. 🙂🙂

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Anima Saikia aww duijoni loi dher morom. Kiman dangar?

  • @mayurigogoi7490
    @mayurigogoi7490 4 роки тому

    মাছ দেখি খাওঁ যেন লাগি গৈছে পাই ৰুণে জানিছে দে পিটিকিব ।মই বহুত ভাল পাওঁ মাছ পিটিকা তাতে গৰৈ মাছ।ভন্টি দুই জনীয়ে বৰ ধুনীয়াকৈ গাইছে ।আগলৈও এনেকৈ গাবা দে.............👍👍👍👍

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      mayuri gogoi মাছ পিটিকা আমাৰ আবেগ ৷
      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @arunigogoi6041
    @arunigogoi6041 4 роки тому

    মাছ পিটিকাটো ভাল লাগিলেই আৰু ভাল লাগিল জাতীয় সংগীতটো শুনি বহুত ভাল লাগিল।।আশীৰ্বাদ থাকিল ৰুণ, হিয়া আৰু জিয়ালৈ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Aruni Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @vlogandrecipe9775
    @vlogandrecipe9775 4 роки тому

    Val lagise Pitika khini bnai khai Sam baru . Run Hiya aru Jiyai jatiyo hongittu guwa krne huvesha jnalu❤❤

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Manakhi Bordoloi thank u dei
      Khaba edin dei

  • @namitasadagar1040
    @namitasadagar1040 4 роки тому +1

    ৱাহ ৰুণ কি মজা ‌‌মাছৰ‌পিটিকা বনাইছা দেখি লোভ লাগি গৈছে।আজি বনাই খাব লাগিব।অ ‌বা আজি আপোনাকৰ ঘৰৰ বাহিৰ খন দেখিলোঁ।ইমান যে ধুনীয়া ‌ঠাই।

  • @NishchayJiu
    @NishchayJiu 4 роки тому

    অসম সংগীত হিয়া জিয়াৰ মুখ শুৱলাকৈ শুনি বৰ ভাল লাগিল , ৰুণৰ পিটিকা দেখি খাবলৈ মন গৈছে.

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Anamika Dutta বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @nirmaliduttabania____4959
    @nirmaliduttabania____4959 4 роки тому

    অ বা ৰুণ , হীয়া আৰু জীয়াৰ মুখত অসমৰ জাতীয় সংগীতটো শুনি বৰ ভাল লাগিল , চকুৰ পানীও উলাই গল ৷ তাহাত কেইটালৈ বহুত আশীৰ্বাদ থাকিল ৷ আপোনাৰ ফুলবোৰো বৰ ধুনীয়া

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      NIRMALI DUTTA Bania বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @luckymonibaruah1417
    @luckymonibaruah1417 4 роки тому

    অসমীয়াৰ স্বাভিমান জাতীয় সংগীত টো শুনি খুব ভাল লাগিছে..বৰ ধুনীয়াকৈ গাইছে.. উজ্জ্বল ভৱিষ্যত কামনা কৰিলো বাকী মাছ পিটিকা 👌

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Luckymoni Baruah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @binaishabasumatary6794
    @binaishabasumatary6794 4 роки тому

    Goosebumps...lastor khinit....O MUR APUNAK DEKH...Roon,hiya n jiya borhia...♥️♥️♥️

  • @urshitatraditionaldress2719
    @urshitatraditionaldress2719 4 роки тому

    আয়ৈ বা তুমি থকা ঠাইডোখৰ ভাষা নাই কবলৈ কি কম,আমি ভাৱো হেইবোৰ আমাৰ সপোনৰ ঠাই তুমি তাতে থকা সচাকৈয়ে খুউৱ ভাল লাগিল,লগতে ৰুণৰ মাছ পিতিকা লগত উসোৱা চাউলৰ ভাত আমাৰ ঘৰত আহিবা বা তোমাক দি পথাম চাউল।লগতে ধুনীয়া,আৰু গোলাপ দাল আৰু তোমাৰ বাগান খন সচাকৈয়ে সুন্দৰ বা।লগতে তোমাক আজি পিন্ধা টপটো মজা ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      urshita traditional dress 🤗🤗নিচ্ছয় উসোৱা চাওঁল লৈ আনিম৷ ইমান যে ভাল লাগে খায়৷ ইয়াৰ ঠাই বোৰ ধুনীয়া, সেইতো পিছে সঁচা কথা ৷
      মৰম তোমালৈ

  • @drnibeditagogoi9972
    @drnibeditagogoi9972 4 роки тому

    আপোনাৰ কথা বতৰা শুনিলে বিদেশত থাকিও যে আমাৰ মাটিৰ গোন্ধ পাহৰা নাই সেয়া বুজিব পাৰিছোঁ, অকণমানি কেইটাৰো ইমান সুন্দৰ প্ৰয়াস ....

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Dr Nibedita Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @babitasaikia4664
    @babitasaikia4664 4 роки тому

    গোলাপ ফুলজোপা বিভিন্ন ৰঙৰ😍 ৰুণে বহুত খিনি অসমীয়া ক'ব পৰা হ'ল 👍 আৰু ল'ৰা ছোৱালী কেইটাৰ অসম সংগীত পৰিৱেশনে হৃদয় চুই গ'ল।😇

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Babita Saikia উম তিনিটা ৰং
      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @mridusmitaborah8289
    @mridusmitaborah8289 4 роки тому

    বহুত ভাল লাগিল ৰুণ,হিয়া আৰু জিয়া | তোমালোক আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো | বিদেশত থাকিও যে তোমালোকে অসমী আইক সুৱৰিছা সঁচাকে অন্তৰ চোই গৈছে 😘😘
    ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তোমালোক কুশলে থাকা

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Mridusmita borah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @sikhaborah2756
    @sikhaborah2756 4 роки тому +1

    Khub luvonio deii.hske apunr protitu video khub amud die..emn durot thkio asomia hokolu khini dhori rakhise..run ,hiya ru jiyaku khub dhuniake hikaise

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Sikha Borah morom tumaloi.. sai thakiba video bur

  • @y.k.creative8410
    @y.k.creative8410 4 роки тому

    Emn dhunia koi Masor pitika bonaisa Roona dakhia jevar pani pori goisa , ru hehot ketai emn dhuniak jatiyo hongit tu gaisa hosai dakhi gar num hiyori uthisa, apuni hudu r bedakhot thkiu axomia honskriti lora sualik dsa so apunaloi bohut bohut thanqqq baidew,, 👍👍

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ I কৰি গৈ আছো মাকৰ কাম, চাওঁছোন কিমান সাফল্য হওঁ

    • @y.k.creative8410
      @y.k.creative8410 4 роки тому

      হয় নিচ্ছয় দিম বাইদেউ,মাতৃ দিৱসৰ অশেষ শুভেচ্ছা জনালো।ৰুনে ইমান ধুনিয়াকৈ মাছৰ পিতিকা বনালে মই ৰব নোৱাৰিলো ,আজিয়ে ৰৌ মাছৰ এ পিতিকা বনালো বহুত তেস্তি হৈছিল খাবলৈ।

  • @mainuhazarika5749
    @mainuhazarika5749 4 роки тому

    Rune dhuniya mas pitika bonale...luv lgi gol...aru Hiya Jiya eman dhuniya koi gale amar jatiya songit tu...khub morom lgil tiniu take Love u baccha parti😘😘....baa gulap r eman keita color moi 1st dekhilu...

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      mainu hazarika thank u so much .. bhale thaka.. gulap jupa mur bar Moromor

  • @risha192
    @risha192 4 роки тому

    অসমীয়া সাজত বৰ ধুনীয়া লাগিছে ৰুন, হিয়া জিয়াক😘 আৰু গীত টো শুনি গাৰ নোম শিয়ঁৰি উঠিল,

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Moyurika Rabha বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @nikitaduttahazarika6078
    @nikitaduttahazarika6078 4 роки тому

    Pura maas pitika, jiva pani pori goise roon.Nd Roon, Hiya Jiya we proud of you.mur gaa r num uthi goise..

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Nikita Dutta Hazarika Aio dehi
      Bahut morom tumaloi

  • @momigogoi7806
    @momigogoi7806 4 роки тому

    ৰুণৰ মাছ পিতিকা দেখি লোভ লাগিল । বা আপোনাৰ ফুল বোৰ ধুনিয়া লাগিছে আৰু হিয়া জিয়াই গোৱা অ মোৰ আপোনাৰ দেশ ভাল লাগিল ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Momi Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @jonalimdas8242
    @jonalimdas8242 3 роки тому

    আপোনাৰ বহু কেইটা ভিডিও চালোঁ।সকলো কেইটা ইমান ভাল লাগে কি কম।বৰ মৰম লগা আপোনাৰ ল'ৰা ছোৱালী কেইটাও

  • @macx_kitchen
    @macx_kitchen 4 роки тому

    বৰ ধুনীয়া হৈছে ৰুণৰ মাছ পিটিকা আৰু হিয়া-জিয়াৰ জাতীয় সংগীতয়ো।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      NAHIDA AHMED বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷

  • @ritachetiagogoi3260
    @ritachetiagogoi3260 4 роки тому

    ৰুণ এ মাছ পিটিকা খাই ভাল পাই শুনি বহুত ভাল লাগিল । ৰুণ হিয়া জীয়া তোমালোক ভালে থাকা বহুত মৰম দিছোঁ মাহী এ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Rita Chetia Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @mayurisarma5417
    @mayurisarma5417 4 роки тому

    Eman dhunia koi jatio sangeet tu gaise ...bor val lagil ...mur soku pani ulai gol ... bohut bohut morom 3taloi ...😘😘

  • @pujaroy8300
    @pujaroy8300 4 роки тому

    মাছ পিটিকা মজা হৈছে ৰুন। hiya ,jiya aru run bhut dhunia gala.good bless you.

  • @mondirabezborah9457
    @mondirabezborah9457 4 роки тому

    Nokoi nurarilu , Bahut bahut val lagil huniboli Hiya, Jiya ru Run Jatiyo songgeet tu . Ru Run r mas pitika. O val lagil . Ru moyo mas pitika khai val paw .

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Mondira Bezboruah aio dehi
      Thank u
      Xomoi uliyai Iman dhunia koi likhila xukhi holu dei

  • @hemlataray9999
    @hemlataray9999 4 роки тому

    গোলাপজোপা বহুত ধুনীয়া আৰু ঘৰবোৰো দেখি ভাল লাগিল।ৰুনহঁ‌তলৈ মৰম থাকিল

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Hemlata Ray মৰম তোমালৈয়ো

  • @gopalkrishnadas3754
    @gopalkrishnadas3754 4 роки тому +1

    So beautiful and lovely performance all of them...may God bless them.
    I am very interested in your programs..
    Thanks and stay blessed

  • @bhimkantaboruah8613
    @bhimkantaboruah8613 Рік тому

    Bohut dhuniya hoise .duijoni e bor morom logakoi gaise n boruah

  • @pompykalita267
    @pompykalita267 4 роки тому

    ভাল লাগিল বা মাছ পিটিকা ভিডিও টো চাই।আৰু ধুনীয়াকৈ জাতীয় সংগীত পৰিবেশন কৰিছে।খুব ভাল লাগিল ভিডিও টো।।

  • @banashreeboruah2528
    @banashreeboruah2528 4 роки тому

    Khub bhal lagil axom sangeeta tu huni. Bestwishes for them.. long live our society

  • @kakolikolita2489
    @kakolikolita2489 4 роки тому

    মাছৰ পিতিকা দেখি লোভ লাগি গ'ল 😋হিয়া, জিয়া, আৰু ৰুণৰ কণ্ঠত আমাৰ জাতীয় সংগীতটি শুনি বহুত ভাল লাগিল। 😍😍😍

  • @ranjubey6033
    @ranjubey6033 4 роки тому

    Masor pitia mur fav 😋😋 #Hiya_Jiya dhuniya gaise aru #Roon a dhuniya bojaise 😍

  • @triptibonyagogoi3555
    @triptibonyagogoi3555 4 роки тому

    Aioo roon....imn dhuniaje pitikise..imn morom loga he khuri...bohut morom roon hiya jiya khuri khuraloi

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Tripti bonya Gogoi thank u dear
      Morom loba

  • @mridulkachari5334
    @mridulkachari5334 4 роки тому

    আপোনাৰ কথা বিলাকত মাজে মাজে যোৰহাটৰ একেবাৰে গাঁৱলীয়া শব্দ কিছুমান কয় বৰ ভাল লাগে আৰু ৰুনৰ মুখত অসমৰ জাতীয় সঙ্গীত শুনি বৰ ভাল লাগিছে।

  • @rakhibaruah6507
    @rakhibaruah6507 4 роки тому

    Bohut dhunia gaise. Aru run e bor dhunia bojaise. God bless them

  • @sangitadutta508
    @sangitadutta508 4 роки тому

    khub dhunia presentation... both in cooking and singing... americat hukan khorisa unbelievable... nijor upoja thair maat kotha aru jivar xuad apuni pahora nai and Roon Hiya,Jiya also like that .. feeling proud.. vindeo maas pitika keneke enjoy korile nedekhuale?? He is also very good companion and a good father to.. We see a bit of reflection in Roons personality

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Sangita Dutta thank u dear
      Iyat kesa kharisa bonau nohoi.. Tetia xukan kharisa bonai pelau.. uff kenekoi pahorim o. Bhindeu ye bar bhal pale khai.. Iman morom dila thank u
      Bhindeu is a good dad..

  • @barakhagogoi5777
    @barakhagogoi5777 4 роки тому

    Bht testy hoisa mass r pitika 🤤. Amr jatiya hongit 2 pwali kyta r mukhr pra huni dekhi bht vl lgil.. Olp homoir babe nostalgic hoi porilu school loi mnt pril gl.. 🤗😘😘😘keep it up both

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Barakha Gogoi hehe muru ekei abostha hoisil jetia gai asil
      Thank u sei

  • @deepshikhagohain198
    @deepshikhagohain198 3 роки тому

    Omg...watching this vdo now... Didn't know how did i skipped this...had my goosebumps bumps listening your babies singing our Jatiya sangeet... Really appreciate you for such wonderful grooming.

  • @flabidaskashyap9177
    @flabidaskashyap9177 4 роки тому

    Bohut val lagil Run r mas pitika... ru hiya & jiya r jatiya sangeet... hosai onukoroniyo apunar adorkho❤️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Flabi Das Kashyap Thank you so much dear, your word means a lot to us

  • @Pranamie5patowary
    @Pranamie5patowary 4 роки тому

    Mur to dekhi khao khao lagise ...run tumi eman dhuniya ke pitika korila ....tumaloke eman dhuniya gaisa..well done ...god bless both of you tumalokor utjal bhabiswat kamona korilu

  • @rimpideka1920
    @rimpideka1920 4 роки тому

    Amiu khalu aji masor pitika. Eman dhuniakoi gaise aru bjaise.sooo sweet

  • @pubalidutta7865
    @pubalidutta7865 4 роки тому

    আপুনি লৰা ছোৱালী কেইটাক ইমান ধুনীয়া সংস্কাৰে ডাঙৰ কৰিছে বৰ ভাল লাগে দেখি।চকুপানী ওলাই গল মোৰ।ভাল হওঁক সিঁহতৰ বহুত মৰম দিলোঁ ।😘😘😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      pubali dutta শুনি সুখী হ’লো ৷
      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ আমি মাত্ৰ মাকৰ কৰ্তব্য কৰি গৈছো ৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @nimishadevi401
    @nimishadevi401 4 роки тому

    Bohut dhuniy gaisa ba. Apunar lora suali kaita kin2 hakalu pinai asa. Your great family

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Nimisha Devi arxibad kariba ihatak.. morom bur enekoi di thakiba

  • @anikaroy7805
    @anikaroy7805 4 роки тому

    Bht dhuniya lagise fish petika khini... Sure try krim aneka adin..... Nd bht dhuniya k gai se... Tiniwo jone....

  • @pompykachari9301
    @pompykachari9301 4 роки тому

    Masor pitika Mur otike priyo. Run a bonowa dekhi a khabole mon gol. Val gaisa dei Moina hot.. Bohut bohut morom aatailoi ❤❤