Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বৰ ,সুন্দৰ অভিনয় নাৰদৰ অভিনয়ে বেছিকৈ মুহিত. কৰিছে
এনে ধৰনৰ কাহিনি সদায় চাই থাকিবলৈ পালে মনভোৰ ভাল লাগে।
Oti hundoor daborikhir kontho 🔥🔥🔥🔥😘😘😘❤️❤️❤️
ইয়াতকৈ সস্তীয়া আৰু হ'বলৈ একো নাথাকিল ছাগে । এয়া চাই হাত চাপৰি বজোৱা সকলোকো মানি গ'লোঁ ।
100%hoi
Najanu aru ki hoise aibur
ৰাস কি বুজিব লাগিব বুজি পালে এনেকুৱা অভিনয় নকৰে
হাঁহি থকা দৰ্শকসকলে নিশ্চয় তেওঁলোকৰ বিবেক বাকচত ভৰাই আহিছে।আজিৰ দিনত এনেকুৱা হৈ গৈছে যে কে কে আৰু মোহনে যি কয় সেয়া ক'মেডি🥲সেই দিনটো দেখিবলৈ আৰু বেছি দিন নাই যি দিনা কে কে আৰু মোহনে হাঁচিয়ালেও মানুহে ক'মেডি বুলি পেটত ধৰি ধৰি হাঁহিব 😂
Y'all mindsets are too low
অতি সুন্দৰ অভিনয় বহুত ভাল লাগিল 🙏
ৰাস ক আধুনিক ৰূপত উপস্থাপন কৰিবলৈ গৈ কিয় বিকৃত কৰিছে। এবাৰ মাজুলী আহি ৰাস চাব, বহুত শিকিব আপোনালোকে।।
100%
ৰাস বুলি ক'লে মনলে মাজুলী হে আহে ।।
নাৰদৰ অভিনয় ভাল লাগিছে। ধন্যবাদ।
Bailung dosti mojaa ekting mojaaa aguai jua
সচাই বিউতি বাই ইমান ধুনীয়া অভিনয় কৰিছে ভাল লাগিল ❤❤❤❤❤
Oti sundor hoise narodor❤
নাজানো মই কিমান শুদ্ধ।।কেকে দা আৰু মোহনক খুবেই ভাল লাগে কিন্তু ইয়াত যি অভিনয় কৰিলে অলপো ভাল নালাগিল কিবা বহুৱালি কৰা নিচিনা পালো। যদি ইমানেই হহুৱাব বিচাৰে তেন্তে এখন নাটক কৰাই ভাল আছিল।হহুৱাব জানে বুলিয়েই যে সকলোতে ফটোৱা কৰিব সেইটোত সহযোগ নকৰোঁ। সকলোৱে ভাবি চাব এবাৰ।ধন্যবাদ
Hy aku broo 100%
Akdom hosa
কথাটো সঁচা কথা ।
Bhut val lage💙 sunder💜 hoise
এওঁলোকৰ অভিনয় চাই ভাল পাওঁ এওঁলোকৰ অভিনয় ধুনীয়া, কিন্তু এইয়া কিন্তু ৰাসৰ অভিনয় নে এইয়া ৰাসৰ সংলাপ নে ।। কিবা ভুল হ'লে ক্ষমা কৰিব।।
বহুত সুন্দর হইছে অভিনয় তাতোত কৈ সোনদর হইছে দেবর্ষি কণ্ঠ
সচাঁকৈয়ে বিৰল দৃশ্য় 😍😍😍❤❤❤❤
Moja সকলোৰে সুন্দৰ অভিনয় হৈছে
সুন্দৰ অভিনয় । সকলোৱেই ভাল লাগিল, নাৰদৰ অভিনয় Excellent.
L
W
কংসৰ অভিনয়টোও ক়ংসৰ দ্বাৰা হ'লে ভাল লাগে। বুজাই বুজিছে নিশ্চয়। কিছুমান চৰিত্ৰ পুৰুষে কৰিলেহে ভাল লাগে।
পীযুয-জয়ন্তৰ এই সজাগতা থকাহেতেন--!
Bohut. Val. Lagil. Sai.
কি দুৰ্দান্ত অভিনয় সকলোৰে,বৰ ভাল লাগিছে
সুন্দৰ অভিনয় কৰিছে সকলোৱে, আমোদজনক কথোপকথন আৰু অতি দুখজনক কাহিনী কঙ্খালয় ।
Bohut val lagil sai 🙏🙏🙏
Val lagil sai
নাৰদক ভাল লাগিছে দেই সুদৰ অভিনয়
Narid or acting sobotkoi val lagise
বাইলুঙৰ অঙ্গ সঞ্চালন জযৰ হৈছে
Bht bhal hoise
Eman val lagil bah bah.
ৰাস ৰাস হৈ থাকিলে ভাল হয় । এই ক্ষেত্ৰত বাবুল বৰাই কি কব বাৰু ।
CV নাৰদৰ অভিনয় ভাল হৈচে কিন্তু কংসয়েনিজেহে বখোদেৱক হাতে শিকলি লগাবলৈ আদেশ দিছিল নাৰদৰ কথা শুণি এই কাম কৰা নায় গতিকে সংলাপ বিৱহাৰ সংযত হব। ধণ্যবাদ।
নাৰদৰ বিদায় বেলাত জিকীৰ গাই প্ৰস্হান যে, আদশ' নে বিদশ', নাৰদে ত জিকীৰ নাগাই
Mojja 🥰🥰🥰unstoppable
Mojja lagisy Beautyk😂😂😂
ৰাসত হাস্য ৰস লাগে ,কিন্তু অতিৰণ্জিত হলে মুল কাহিনীয়ে গুৰুত্ব হেৰুৱাই,ইয়াতো হেইটোৱে পৰিলক্ষিত হৈছে
Takei
Moja
❤❤❤❤নাৰদৰ লগতে সকলোৰে অভিনয় অতি মনোমোহা হৈছে ❤❤❤❤
Vall lagesha🍒🍊🍑🍑🍒🍈
Bohut val lagil
Bahut val lagil xakalure ovinoy
এ মজা
বহুত সুন্দৰ হৈছে,বিৰল অভিনয়।
Ufffff beauty r acting wahhhh....vakha nai
Jang kk aru mohon
ভাল লাগিল ভিদিওটো চাই
Val lagil sai hundor ovinoy
আপোনালোকে ঈশ্বৰৰ নামত অন্তত ইমান তললৈ নামিব নাপায় বহুত লাজ লাগিছে ছিঃ
Bor sundor house Krishna 🙏🙏
Cffghhffghj
কংসৰ অভিনয় ঠিকেই আছে,কিন্তু কন্ঠটো ল'ৰা ৰজাৰদৰে লাগিল,গতিকে চৰিত্রটোত গাম্ভিয্যতা নাহিল.....
Val lahil sai😍😊😊
Val lagil dei video2😍
Bhut val lagese
Kiya katha ha 😮😊❤
Vll lagil bahut..
Bahut sundar💜👍
Nice ovinoy.
❤
কে কে আৰু মোহনৰ অভিনয় বেহাৰবাৰিতহে ভাল লাগে ৰাসতকিন্তু একেবাৰেই ভাল নালাগেঅতি বেছি হ'লে পাতল হৈ পৰে।
Very nice ❤️
মজা
Mojs
সুন্দৰ অভিনয়
সুন্দৰ
নাৰদৰ অভিনয়ে বেছিকৈ মুহিত কৰিছে 30:26
Jai.shree.ram.ram.jai.hanuman.jai🔱🏗️🥥🍎🙏🌹🥀💅💐
😅😅😂😂❤❤
🔥🔥🔥
Nice voice devarshi 👌
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
এইবোৰকে কৰিবলে ইমান টকা খৰচ কৰে ন।
গৰুৱে ঘাহ খাইও অমিত দিয়ে।হাপে অমিত খাইও বিহ দিয়ে।পাথক্য খাদ্য নহই ।আছলতে যত জিতো।ভুল হলে ক্ষমা কৰিব।🙏🙏
Nice
Nevc
kk muhonak akol beharbaritei vaal lage sidha baat
Muru same
এয়া ৰাসেই হৈ আছে নে??😂যদি সঁচাকৈয়ে তেওঁলোকক নিমন্ত্ৰণ কৰি অনা হৈছে তেন্তে এটা ভাল চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়ক। তেওঁলোকৰ এনেধৰণৰ সস্তীয়া সংলাপবোৰ শুনি এয়া ৰাস নে তেওঁলোকৰ ধাৰাবাহিকখন ধৰিবৈ পৰা নাই 😂 হাস্যৰসৰ নামত মানে কি কি কৈ থকা নাই এইকেইটাই।😂
নাটৰ বিষয় বস্তু লগত সংগতি ৰাখি সংলাপ হোৱা হলে ভাল আছিল ।
ফটোৱামীৰো সীমা এটা থাকে অ ককাই।
Avinoi vl kintu rashok bikisto vabe poridashan korise krn boson khini rashor natokot nai , asomiai jodi asomiar shanshkriti beleg rup die beleg ru ki krib vabok mur monor kothahe kntu
Sai vl lagise kin2 aji kali rash komiti bure making korise. Making korile beya lage
❤️❤️❤️
Sac
এই বোৰ হৈছে কিহৈছে ভাওনা শেষ হল ! ৰাসও শেষ হব পুৰনা ভাবে ৰাস কৰক ।কমিতি চকু ৰাখক অাধুনিক তা সকলো উঠি যাবৈৈ নিদিব নাট থকা দৰে দৰশন কৰাওক ।অভিনেতা দুজনেও এবাৰ ভাব কি কৰিছে । হাহি খোৰা দিবলৈ গৈ নিজক নাপাৰিব । মোহন কেকে অভিনয় ভাল পাও বেহাবাৰি ।ৰাস শংকদেবৰ কেলি গোপাল নাট অাধাৰ
Mmi
তোমাৰ ভিদিও সদায় চাওঁ মোৰো চাবা আৰু চাইকাইভটো কৰি দিবাদেই
নাৰদ ৰ কণ্ঠ সঁচাকৈয়ে waaaa❤❤,বাকী k k muhonor কমেডি ৰাসত ভাল নালাগে,ৰাস খন কমেডিধাৰাবাহিক নহয়
U
Val lagel Sai hole , akhibad thakel rakhorlei buli
এওঁলোকৰ অভিনয় ভাল পাওঁ কিন্তু ৰাসত এইবিলাক ভাল নালাগে ,অলপ বেছি হৈছে নেকি !
Over action krile beya lage ...Shri Krishnar RAKH LILA hoi Behorbari outpost nhoi
u
Aikhn rakh korise
Nic
Narodor over acting hoise
Vul hola khoma korib.aibur mona voba rakh.prokit rakh nhoi.mona voba rakh
Majuli Rakhi abar sabo obhineta😢 sakol
ৰাসত এই বোৰ অভিনয় ভাল। নালাগে।
Sai thka mnuh bilak kun fhotua acting duta
💓🫶
Over acting ভাল নালাগে। ৰসতে নাম থ'ব লাগে 👎👎
Nara onok ki asarit nohone bajaniznsjz
ফটুৱামি
কংস voice একো নাই মিলা

কে কে আৰু মোহনৰ অভিনয় বেহাৰবাৰিতহে ভাল লাগে ৰাসত
কিন্তু একেবাৰেই ভাল নালাগে
অতি বেছি হ'লে পাতল হৈ পৰে।
Very nice ❤️
মজা
Mojs
সুন্দৰ অভিনয়
সুন্দৰ
নাৰদৰ অভিনয়ে বেছিকৈ মুহিত কৰিছে 30:26
Jai.shree.ram.ram.jai.hanuman.jai🔱🏗️🥥🍎🙏🌹🥀💅💐
😅😅😂😂❤❤
🔥🔥🔥
Moja
Nice voice devarshi 👌
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
এইবোৰকে কৰিবলে ইমান টকা খৰচ কৰে ন।
গৰুৱে ঘাহ খাইও অমিত দিয়ে।
হাপে অমিত খাইও বিহ দিয়ে।
পাথক্য খাদ্য নহই ।
আছলতে যত জিতো।
ভুল হলে ক্ষমা কৰিব।🙏🙏
Nice
Nevc
kk muhonak akol beharbaritei vaal lage sidha baat
Muru same
এয়া ৰাসেই হৈ আছে নে??😂যদি সঁচাকৈয়ে তেওঁলোকক নিমন্ত্ৰণ কৰি অনা হৈছে তেন্তে এটা ভাল চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়ক। তেওঁলোকৰ এনেধৰণৰ সস্তীয়া সংলাপবোৰ শুনি এয়া ৰাস নে তেওঁলোকৰ ধাৰাবাহিকখন ধৰিবৈ পৰা নাই 😂 হাস্যৰসৰ নামত মানে কি কি কৈ থকা নাই এইকেইটাই।😂
100%
নাটৰ বিষয় বস্তু লগত সংগতি ৰাখি সংলাপ হোৱা হলে ভাল আছিল ।
ফটোৱামীৰো সীমা এটা থাকে অ ককাই।
Avinoi vl kintu rashok bikisto vabe poridashan korise krn boson khini rashor natokot nai , asomiai jodi asomiar shanshkriti beleg rup die beleg ru ki krib vabok mur monor kothahe kntu
Sai vl lagise kin2 aji kali rash komiti bure making korise. Making korile beya lage
❤️❤️❤️
Sac
এই বোৰ হৈছে কিহৈছে ভাওনা শেষ হল ! ৰাসও শেষ হব পুৰনা ভাবে ৰাস কৰক ।কমিতি চকু ৰাখক অাধুনিক তা সকলো উঠি যাবৈৈ নিদিব নাট থকা দৰে দৰশন কৰাওক ।অভিনেতা দুজনেও এবাৰ ভাব কি কৰিছে । হাহি খোৰা দিবলৈ গৈ নিজক নাপাৰিব । মোহন কেকে অভিনয় ভাল পাও বেহাবাৰি ।ৰাস শংকদেবৰ কেলি গোপাল নাট অাধাৰ
Mmi
তোমাৰ ভিদিও সদায় চাওঁ মোৰো চাবা আৰু চাইকাইভটো কৰি দিবাদেই
নাৰদ ৰ কণ্ঠ সঁচাকৈয়ে waaaa❤❤,বাকী k k muhonor কমেডি ৰাসত ভাল নালাগে,ৰাস খন কমেডিধাৰাবাহিক নহয়
U
Val lagel Sai hole , akhibad thakel rakhorlei buli
এওঁলোকৰ অভিনয় ভাল পাওঁ কিন্তু ৰাসত এইবিলাক ভাল নালাগে ,অলপ বেছি হৈছে নেকি !
Over action krile beya lage ...
Shri Krishnar RAKH LILA hoi Behorbari outpost nhoi