শিক্ষকৰ চাকৰি এৰি আৰম্ভ কৰিলে কাঠফুলা খেতি -এতিয়া মাহেকত উপাৰ্জন কৰে ১ লাখ টকা
Вставка
- Опубліковано 5 сер 2021
- শিক্ষকৰ চাকৰি এৰি আৰম্ভ কৰিলে কাঠফুলা খেতি -এতিয়া মাহেকত উপাৰ্জন কৰে ১ লাখ টকা
কাঠফুলা খেতি কৰি তেওঁ মাহেক উপাৰ্জন কৰে এক লাখ টকাকৈ ৷ লালুকৰ মাধুৰ্য্য বৰপাত্ৰ নামৰ এজন যুৱ খেতিয়কৰ কাহিনী এয়া ৷ এসময় তেওঁ আছিল এখন বেচৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ কিন্তু বিয়া পতাৰ পাছত অৰ্থৰ অভাৱ ঘটাত চাকৰি এৰি আৰম্ভ কৰিলে গাহৰি পালন ৷ লখিমপুৰ জিলা আদৰ্শ গাহৰি পালকৰ বটা লাভ কৰা মাধুৰ্য্যৰ দিনবোৰ কিন্তু হঠাৎ সলনি হৈ গ’ল ৷ স্ৱোৱাইন ফিভাৰত মৃত্যু হ’ল তেওঁৰ ফাৰ্মৰ সকলো গাহৰি ৷
অৱশেষত তেওঁ আঠ বছৰৰ পূৰ্বে আৰম্ভ কৰিলে কাঠ ফুলা খেতি ৷ এতিয়া তেওঁ প্ৰতি মাহত কাঠফুলাৰ পৰা উপাৰ্জন কৰে ৯০ হেজাৰৰ পৰা ১ লাখ টকা ৷ আহকচোন কথা পাতো মাধুৰ্য্য বৰপাত্ৰৰ লগত ৷
uparjan.in
/ @thenaa2076
Good information. Thanks uparjan chenel.
Aunar video sae kisu shikya palu .bohut dhonyo baad.🎉
কাঠফুলা খেতি এটা খুব সুন্দৰ খেতি। নিবনুৱা তথা গ্ৰাম্যাঞ্চলত থকা মহিলা যুবক যুৱতী সকলৰ কাৰনে খুব ভাল খেতি। অতি কম মূলধন খৰচ কৰি আৰম্ভ কৰিব পাৰে এই কাঠফুলা খেতি। Best Of Mushroom Cultivation
Best Chanel
ভাল লাগিল
Good
কাঠফুলা farming বিষয়ে আৰু ভালকৈ video eta bonaok son ।
Good business
Kenekoi guti order koribo Lage masroom spoon
Contect tu dibo
mur khub val lage apunalukor vedio sai.
thank you
ভাল কাম কৰিছে
ভাল লাগিল।
তেখেতৰ ফোন no টো দিব দাদা, উপাৰ্জন চেনেল টো বহুত ভাল কাম কৰি আছে
Apunalooke plz Teolookar introduction to adress aru Contact no rr hoite diba. Jaate aami contact Kari taat goi phsycally knowledge laba paru
তেখেতৰ mobile no দিব পাৰি নে কি???
Baparir number hobo naki
মানুহ জনৰ নম্বৰটো লাগে
Moyu korim buli babi su
আপোনালোকৰ ভিদিঅ ৰ পৰা ভাল motivate পোৱা যায়
মই কৰিছো বেচিবৰ কাৰণে বজাৰ নাই সেযেহে কৰিবৰ মন নাজায
Guti kot puwa jabo
মোৰো কৰিবৰ মন। সহায় কৰিব নে?
Dada apunar help no tu dibone?.
Dada Masroom farm mobile nam ta dela volo hoto
মই কৰিছোঁ।কিন্তু ভাল বজাৰ পোৱা নাই।
@Deep Bora Assam বৰপথাৰ।গোলাঘাট।
Nurvas কিয় হৈছে।
Hundr,moi koribo bisaru
তেখেতৰ মোবাইল নম্বৰ টো পোৱা হলে আমাৰ সহায় হল হয় দাদা
Fon
Number
Dibosun
Imn toka napai ...apuni amahot 80k imposible only 15 thousand investment
Apuni korixe nky nije? Kiman income kri ase?
Dada konto mahot logabo lage
Nice
Moi korisu
Khasa ne...?
কাঠফুলা খেতি কৰা এই মানুহজনৰ ফোন নম্বৰটো পামনে????
খেৰ কটা মেচিনটো কিমান দাম জনাব নেকি।
Teuk contact kribo pora jbo nki dada
Tekhet or phone number to dibo paribo nk dada
Dada madhurjo da r phone number to pam neki..
তেখেতৰ number Tu dibo dada।।
আপোনাক যোগাযোগ কৰিব পৰা যাব নেকি
Jiban phukan
ভাল খেতি কৰিলেও চৰকা ৰ চুকত নপৰা যিন লাগে
Tekhetor phn no dbo sun dada
তেখেতৰ ফোন নম্বৰ টো দিব নেকি?
Contact number tu dibor paribo na ki
কেইদিনমানৰ পিচত চিঙিব পাৰি৷ জনাব ছোন। ফোন নম্বৰ দিব।
Dadar jonor nmbr tu dba son dada
Borpatro r Mobile no...dibosun Dada.
Dada numbur to dibo son...plz
Apunar phone number,tikanatu diva.
Phn no dbosun
Number tu diba sun?
No dibo
Dada apunar mobile namberto Dibo son
Teur number to dyok
Biki kot korib pari
Sound quality is very very bad . Third class sound . Time waste video
Moi korisu ..grmat iyar ako production ni...thandat koribo paribo ..
Garomt nohoi neki? Mobile no dibo ne? Mushroom moi koribo bisaru..
ase production moi nje kru
@@ankurgogoimotivation323 number diya sun bro
Goromor karne belek gutti ase bodoiii
Phone number tu dibo sun dada
দাদা আপোনাৰ phone number tu di bo sun মই ও কম তু কৰিব বিচাৰো
Good job sir phon nambertu dibo
Dada moi apunar video Tu aji salu bhal lagil. Muk apunar phone number Tu dibo neki please.
দাদাৰ ফোন নম্বৰ দিব পাৰিলে
Dada apunar number tu dibo son