আনৰ ঘৰত কাম কৰি পূত্ৰক পঢ়ুৱাইছিল মাকে | চাকৰি পাই মাককেই চিনি নাপাওঁ বুলি ক'লে সি | heart touching
Вставка
- Опубліковано 19 жов 2024
- আনৰ ঘৰত কাম কৰি পূত্ৰক পঢ়ুৱাইছিল মাকে | চাকৰি পাই মাককেই চিনি নাপাওঁ বুলি ক'লে সি | heart touching
#story #hearttouching #assamesestory
About This Video
আনৰ ঘৰত কাম কৰি পূত্ৰক বহু কষ্টৰে পঢ়ুৱাইছিল এগৰাকী মহিলাই। কিন্তু পঢ়ি শুনি লৰাটোৱে যেতিয়া ডাঙৰ চাকৰি পালে তেতিয়া মাকৰ অজ্ঞাতে সি এগৰাকী যুধতীক বিয়া পাতিলে। এদিন যেতিয়া পূত্ৰক বিচাৰি মাক পূত্ৰৰ ঘৰ ওলালেগৈ তেতিয়াই মাকক চিনি নাপাওঁ বুলি ক'লে মাতৃয়ে। ইয়াৰ পিছতেই এটা হৃদয়বিদাৰক ঘটনা ঘটিল। এই মৰ্মান্তিক কাহিনী উল্লেখ আছে এই ভিডিঅটোত।
Your Queries
আনৰ ঘৰত কাম কৰি পুত্ৰক পঢ়ুৱাইছিল মাতৃয়ে
চাকৰি পাই মাকক চিনি নাপাওঁ বুলি ক'লে পুত্ৰই
assamese true story
assamese real story
assamese original story
assamese true love story
assamese real love story video
heart touching assamese love story
assamese heart touching story
best heart broken love story
best assamese story
অসমীয়া সত্য কাহিনী
অসমীয়া story
অসমীয়া লাভ story
অসমীয়া সচা কাহিনী
বিবাহ বিচ্ছেদৰ কাহিনী
assamese video 2024 new
#motivational #motivationalspeech #trueemotionalstory #motivationalvideo
#touchingstory #motivation #storytime
#storytelling #stories #sadstory #sad #emotional #emotionalstory #hindistories
#assamesemotivatinalvideo #assamese
#inspiration #inspirational #mother
#maa #motherson #motherstruggle
#motherstory #motherhood #motherslove
Xuni bohut val lagil 😊
বৰ ভাল কাহিনী । সঁচাকৈয়ে যোগাত্মক । শিক্ষা আৰু সংস্কাৰ দুয়োটাই যোগাত্মক গতিত যোৱা বাবে কাহিনীটোত সংঘাত অগভীৰ হ'ল । যি কি নহওক, "বি পজিটিভ" ।।ধন্যবাদ।।
❤❤❤❤
Bhut.valLagil
Beautiful story...
কাহিনিটো শুনি বৰ দুখ লাগিল
সুন্দৰ কাহিনী৷
কাহিনী টো শুনি বহুত দুখ লাগিল
Very nice
ভাল লাগিল।
সুন্দৰ কাহিনী, শুভেচ্ছা জনালোঁ
বৰ দুখ লাগিল 😢
সুন্দৰ কাহিনী 🎉🎉❤❤
Buwari bhal bulihe very nise
এক হৃদয়পৰশা কাহিনী। আৰম্ভণি দুঃখপ্ৰদায়ক যদিও শেষৰ অংশ ভাল লগা। অৱশ্যে আজিৰ যুগত এনেকুৱা প্ৰকৃত শিক্ষিত ছোৱালী (বোৱাৰী) দুৰ্লভ বুলি ক'ব পাৰি। যাৰ মানৱতা বা মনুষ্যত্ব নাই, সি শিক্ষা গ্ৰহণ কৰিলেও প্ৰকৃত শিক্ষিত নহয়। এই কাহিনীটোত বুঢ়ীগৰাকীৰ পুত্ৰ এনে ধৰণৰ ব্যক্তি। আচলতে তাৰ মানুহগৰাকীয়েহে তাক সলনি কৰিছে। কাৰণ পশু সদায় পশুয়েই। তথাপি উপযুক্ত ট্ৰেইনিং পালে পশুয়েও মানুহৰ স্বভাৱ আয়ত্ব কৰিব পাৰে।
সুন্দৰ কাহিনী
কাহিনীটো শুনি ভাল লাগিল। ধন্যবাদ।
অতি সুন্দৰ বাৰ্তা এটা গল্পৰ আকাৰে সমাজলৈ প্ৰেৰণ কৰাৰ বাবে অশেষ ধন্যবাদ জনালো 🙏
সুন্দৰ কাহিনী বৰ্ণনা কৰিছিল ভাল লাগিল।😂😂😂😂😊😊😊😊😊😊❤
Nice video 😢😢😢
অতি সুন্দৰ কাহিনী আকাশৰ ঘৈনীয়েকে কোনো দোষ কৰা নাই। আকাশে অমাৰ্জনীয় দোষ কৰিছে ধূনীয়া ঘৈনীয়েক পাবৰ বাবে অনাথ বুলি ঘৈনীয়েকক কোৱাতো অমাৰ্জনীয় দোষ। আকাশৰ মাক মহান অন্তৰৰ বাবে পুতেকক সকলো দোষ মৰিষণ কৰি দিছে। আচলতে তাক পুত্ৰ বুলি আকোৱালি লব নেলাগিছিল।
Bohut xolaglobo logiya story
Xuni Val lagil
Kahinito xuni val lagile mon sui joa kahini .
Very good , mother love . thanks.
Bohut Bohut Bhal lagela ❤❤
এই ক্ষেত্ৰত আকাশৰ পত্নী সকলোতকৈ শ্ৰেষ্ঠতা ও ধন্যবাদৰ পাত্ৰী ,যিহেতু এগৰাকী উচ্চ পদাধিকাৰীৰ পত্নী হৈও তেওঁ যি কৰিলে সেয়া এগৰাকী নাৰীৰ ক্ষেত্ৰত আজি সচাঁকৈয়ে বিৰল ।
Nice ❤
এখন নাটক হৈ যাব। কাহিনাটো বৰ মনচুই যোৱা ৷ শুনি বৰ ভাল লাগিল '
এনেকুৱা প্ৰায় চলি থকা ঘটনা, পুত্ৰক ধিক্কাৰ দিছোঁ, বোৱাৰী বেয়া নহয়, কিন্তু বদনাম বোৱাৰী লৈ যায়।
Bhut bhut val lagil
Buari garaki bahut bhal asil. Thanks..........
বোৱাৰীক ধন্যবাদ জনালো❤🎉
বোৱাৰী গৰাকী ইমান ভাল ৷
Wife good ❤🎉🎉🎉🎉🎉🎉🎉
মা হয় মৰম বোৰ লৰাই বুজি নাপায় বুঢ়া কালত আৰু কেইদিন থাকিব মা
Kahiniti xuni bohut dhukh lagil xuni asu kintu sokupali ula ase
❤Many many thanks.
❤❤❤❤❤❤❤❤❤❤❤❤
আকাশৰ পত্নীৰ জ্ঞানৰ পৰিসৰ বিশাল
Homajot kisuman manuh ase . anekuwa kisuman manuh amar asomotu ase poisa hoi juwar pasot nijor juwayekoku homajor agot dukhiya buli sinaki nidiye . Hoitu teulukor status komi jabo. Kiyonu juwayeke security kam kore . Ki buli nu policer officer ajone vinihiyek ajonok security buli homajor agot sinaki dibo . Kintu nijor girl friendk sinaki dile homajor agot karon girl friende teacher kore . Asomor manuhoru tene sinta dhara ase o .
Buwari joni bor bhal karonai mil hol.
আকাশে নিজকে অনাথ বুলি মিছাকথা নোকোৱা হ'লে হয়তো এনেবোৰ ন'হল হেঁতেন...
ভাল পাই বিয়া পাতিলে কি মাইকী হাওৰা হৈ যাব লাগিব
Bor Bhal Lagil ---- Subheshiya Thakli
Bohut val lagil kahinitu khuni
Bap , Ane kahinia Jen projonmor karone bohut val hobo buli moi provu bhogwantor usarot parthona korilu.nohole somajot val val kotha kuwa manuh nuhuwa hol.amar somaj khon jate sundor hoi take kamona korilu.somajoloi Ane kotha aru agbohai Jen.....bohut val lagil.ceneltia Jen somajot unnoti kahini di thake take kamona korilu.💮🌺🌼
কাহিনীটো শুনি চকুৰে বাট নেদেখা হ'লো ।
বুজি নাপাওঁ ঘৈণীয়েকৰ খাবলৈ পাই কিয় মাক দেউতাকক পাহৰি যায়....
Boyari garaki Val ❤thanks❤
Kune kune xuni asa etiya kor pora sai asa
Anekeyanepay
Valmamuh hole lorao cini napai
Excellent
Nice video
কাহিনীটো প্ৰকৃততে হোৱা ঘটনা নে?
❤
এই কাহিনীটো মোৰ একেবাৰে ভাল নালাগিল । কিন্তু এটা সংলাপ বৰ বেছি ভাল লাগিল । মোক যেনেকৈ তই চিনি নাপাওঁ বুলি কলি , আগলৈ যাতে তোৰ পুত্ৰই তোক চিনি নাপাওঁ বুলি নকয় ।
Buariya shithikhon napalya homadhan nahalhatan
অশেষ ধন্যবাদ।
Kune kune sai asa etiya
❤❤❤❤❤😢😢😢😢
এনেকুৱা বোৱাৰী আজিৰ দিনত পোৱাতু বৰ টান
As a matter of fact it is true.
Very unhappy video many knowleg give us social life selut writer great mine you are 9:47
BahutBarlLaghril
Buaré garakí bàhut val
Vl lgela video2 sai aru kaheni2hune bahut vl lgela❤❤❤
Enekuwa ghotona soliahse amar somaj sot.
Wah toka ghotar bohut mot...........
Nice history
Aie kahanito Amar gaor oficer ajonor logot milise,,,,
Anekuya buyari hoba laga
Bohut ontor swi jwa kotha.
😢😢
Bohut dukhloga hriday sui goise
Sab missa banai lua kahini
Janam Diya matrik kiya Ane asaram jaldi change howa usit
.sosa kahini hobo nuare. D c makor ane nohoy
😢
Buary garki giyani aaru bidan ,shadha aaru bhatisulav.
Etaa kukurak officer buli nakabo please
🤍🤍💛💛💙💙💗💗❤️❤️💞💞
Finishing is Not good
Buarihe val lor murkha
Akashor potni giyani bowari
সেই টো নী ব ন ত ফো ৰা কৰ বাৰু
❤❤
Very nice
Bohut val lagile 😢😢😢
Nice video
😢😢
💞❤️💗💙💛🤍💫💓🖤🥰🤩
❤❤❤