Ei Samoy(এই সময়)with Anupam Chakraborty-DY365ৰ ষ্টুডিঅ'ত হেৰি হেৰি(Heri Heri -Assamese Song-Rahul)

Поділитися
Вставка
  • Опубліковано 22 лют 2017
  • DY365ৰ ষ্টুডিঅ'ত হেৰি হেৰি(Heri Heri -Assamese Song) 'ৰাহুলৰ' ক্ষমা প্ৰাৰ্থনা ৰাইজৰ ওচৰত
    DY365 WhatsApp Number: 7896569560

КОМЕНТАРІ • 1,8 тис.

  • @sankarkalita7435
    @sankarkalita7435 4 роки тому +135

    দম কিন্তু আছে। অকলে দিফেনদ কৰি আছে।

    • @Vardasvlog
      @Vardasvlog 3 роки тому +1

      Da da pelese mur chenel 2 sabo aru subscribe kori dibo please

    • @ranapegu7931
      @ranapegu7931 2 роки тому +3

      Good defender

    • @harmahanbarman1674
      @harmahanbarman1674 2 роки тому

      @@Vardasvlog ñmñ

    • @dibakarbarman8272
      @dibakarbarman8272 2 роки тому

      Anupam Chakraborty kiman Toka lole high light kariboloi ,hajarika jubin and other artist are drunker how public respect them they through habit of drinks created drunker and lost young generation,this discussion only for commission lost of artist nothing for Assam and Assamese,kukta sala,Bhasa darshan neki,you bloodyful people using such words every moment in media

    • @HarenGogoi-jx3bi
      @HarenGogoi-jx3bi 7 місяців тому

      ​@@harmahanbarman1674aaq

  • @shasankadas
    @shasankadas 7 років тому +94

    Rahul deka k publicity lage and dy365 k TRP lage

  • @moiahirak288
    @moiahirak288 3 роки тому +43

    অতি ভক্তি চুৰৰ লয়ক্ষণ 🤘 এই তেপেৰি ছোৱালী টো ইমান মুখ তাই

  • @user-wz4xq4ef4w
    @user-wz4xq4ef4w 3 роки тому +56

    অনুপম দা আপোনাক ভাল লাগে কিন্তু ৰাহুলৰ কথা বোৰ শুনিব লাগিছিল,আৰু অলপ বেছি কৰিলে আপুনি,

    • @kkbassedx1751
      @kkbassedx1751 2 роки тому

      Anupm Assamese a nhoi

    • @dekabrother
      @dekabrother 2 роки тому

      Phaltu manuh na eibilak salla

    • @pet154
      @pet154 2 роки тому

      Moi eta katha janibor bor icchha, ei cartoon keitak kiman kiman toka dile Dy a , priyonkar giriyeke ki don neki?

  • @parashjyotidas6704
    @parashjyotidas6704 6 років тому +126

    এনেকোৱা হেৰি হেৰি গান বহু শুনিছো আগতে.. তেতিয়া কিন্তু এইদৰে কাৰো সিঁৰ ফুলা চিঞৰ শুনা নাছিলো॥ আৰু ইমান লাজ পোৱা কাকো দেখা নাছিলো॥ কাৰণ ৰাহুল ডেকা এটা নতুন গায়ক॥ সেয়ে তেনেকৈ ষ্টুডিঅ'ত মাতি আনি লগত বহাই অপমান কৰিব পাৰিলে॥

    • @desilonda4777
      @desilonda4777 5 років тому +3

      PARASH JYOTI DAS val kotha koisa bhai

    • @yuvrajtalukdar5038
      @yuvrajtalukdar5038 5 років тому

      Yesss

    • @paragmixer3762
      @paragmixer3762 5 років тому +2

      Apuni u akai poikhya

    • @paragmixer3762
      @paragmixer3762 5 років тому

      Bahen sud

    • @nishantakumar667
      @nishantakumar667 5 років тому +2

      @@paragmixer3762 kukur birat vl manuh hoi gaali kio dso... Asolote ai song tut koi o puroni axomiya bihu blak hee besi beya word r acl

  • @illumi3447
    @illumi3447 3 роки тому +55

    যিমান বেয়া কৰক কেলা অসমীয়াকে support কৰিম..... বিহাৰী চিহাৰীৰ মূৰত ভলুকা বাহ মাৰিম

  • @polakhkonwar2075
    @polakhkonwar2075 4 роки тому +45

    অনুপমদা মানুহ চাই বিতর্ক কৰেনি

  • @dipankorsarmah5276
    @dipankorsarmah5276 4 роки тому +48

    মক্কেল হালধীয়া টো। সাংবাদিক জনো ভাল নালাগিল।

  • @nirmaldeka6947
    @nirmaldeka6947 5 років тому +237

    অনুপম দা আপুনি ৰাহুলৰ মনৰ কথা খিনি খুলি কব নিদিলে, কেৱল আপোনালোকে কৈ থাকিলে । দুখিয়ে কি দুখ কৰিছে শুনিব লাগিছিল, কাৰণ আইন সকলোৰে বাবে সমান । মোৰ হিচাপৰ এইটো ভূলেই কিন্তু ইয়াৰ আগতে ইয়াতকৈ ডাঙৰ ভূল কৰিছে । সেই কাৰণে আগৰ গৰু যেনি যায় পিছৰ বোৰেও তেনি বাট লয় ।

  • @arunbaruah1241
    @arunbaruah1241 6 років тому +232

    চক্ৰৱৰ্তী ডাঙৰীয়া, অপ্ৰিয় সত্যটো হ'ল ৰাহুল ডেকাহঁতক এইবোৰ গীত গাবলৈ আপোনালোকেও প্ৰেৰণা যোগাই আহিছিল। উদাহৰণ হিচাপে কওঁ আপুনি প্রতিদিন টাইমত থাকোতে বিপিন চাওদাং ডাঙৰীয়াৰ এটা সাক্ষাৎ গ্ৰহণ কৰিছিল। যিদিনা নেকি তেখেত হাজোত প্ৰগেম কৰিবলৈ গৈছিল। সেইদিনা আপুনি 'বাটি ভৰাই চিৰা খাবি...' গীতটোৰ কথাও আলোচনা কৰিছিল; কিন্তু আপুনি এই গীতটোত থকা অশ্লীল শব্দবোৰৰ বিৰুদ্ধে এষাৰো মতা নাছিল। বৰঞ্চ আপুনি চাওদাং ডাঙৰীয়াক গীতটো গাবলৈ অনুৰোধ কৰিছিল আৰু এই গীতটোৰ এটা ভিডিও প্ৰচাৰ কৰিছিল। লগতে আপোনাক হাত জোকাৰি জোকাৰি খুব আনন্দৰে সহযোগ কৰা দেখা গৈছিল। বাটি ভৰাই চিৰা খাবি গীতটোক লৈও বহুত বিতৰ্ক হৈছিল আৰু এয়া সকলোৰে জ্ঞাত। আপুনি মনত ৰাখিব বাটি ভৰাই চিৰা খাবি গীতটো যিমানেই জনপ্ৰিয় নহওঁক কিয়, এই গীতটো শুনিলে নাক কোঁচাই দিয়া মানুহ এতিয়াও বহুত আছে আৰু ভৱিষ্যতলৈ থাকিব।

  • @dibakarboruah00
    @dibakarboruah00 3 роки тому +13

    2021 চনৰ 12 জানুৱাৰীত চাই আছো ।।

  • @tribanytribany9141
    @tribanytribany9141 4 роки тому +20

    ৰাহুল ডেকা আৰু জনম হব নিদিযে কিন্ত্ত হৈ গ'ল

  • @technoeyeassamesetechchann2462
    @technoeyeassamesetechchann2462 7 років тому +105

    অসমীয়া জাতিটোৰ বাবে সুখবৰ । আৰু প্ৰথমতে মই ৰাহুল ডেকাক ধন্যবাদ জ্ঞাপন কৰিছো , তেখেতৰ গীতটিৰ বাবে । আৰু পোনপটীয়াকৈ studio ত থকা সকলো চিন্তাশীল ব্যক্তিলৈ মই গৰিহনা দিছো । কাৰণ আজিৰ পৰা কেইটামান বছৰ আগৰে পৰা চলি অহা কিছুমান অসমীয়া গীতক তেখেত সকলে দেখা নাপালে । উদাহৰণ স্বৰূপে বিলাহী বিলাহী, বাতি ভৰাই চিৰা খাবি , কোমল কোমল বুকুখনি, এটি দুটি লোজেন গুটি , ইত্যাদি । ইয়াৰোপৰি চিন্তাশীল ব্যক্তি কেইজনৰ পৰা মই প্ৰথমেই censor board ৰ কথাটো শুনা পাম বুলি আশা কৰিছিলো, কিন্তু নহল ।
    তথাপিও মই আজি বহুত সূখী । কাৰণ অসমীয়া কলা সংস্কৃতিৰ বাবে যে এখন আইন প্ৰণয়ন হবলৈ গৈ আছে । এই আইন বহু আগতেই হব লাগিছিল ।
    অনুষ্ঠানটো খুবেই প্ৰয়োজনীয় আছিল ।
    শেষত মই মোৰ ফালৰ পৰা ৰাহুল ডেকাক পুনৰ ধন্যবাদ জনালো , কাৰণ তেখেতৰ বাবেই অসমত গুণী জ্ঞানী ব্যক্তি সকলৰ চিন্তাধাৰাৰে censor board এখন হবলৈ গৈ আছে । হয় ৰাহুলৰ গীতটোৰ কথাত অশ্লীলতাই ঠাই পাইছে, গতিকে ৰাহুল তুমিও সমাজৰ আগত ভাল হবলৈ চেষ্টা কৰা। ।
    আপোনালোকলৈ অনুৰোধ আৰু তৰ্ক বিতৰ্ক আলোচনা নকৰি শান্তি পূৰ্ণভাৱে অসমীয়া সাহিত্য আগুৱাই নিয়াত সহায় কৰে যেন ।
    (মানুহৰ কথা কোৱা গতি, সাজ পোছাক, আচৰণৰ পৰাই গম পোৱা যাই কাৰ চিন্তাশীল কেনেকুৱা ।)

    • @jackahmed7606
      @jackahmed7606 7 років тому +1

      Techno EYE nice

    • @technoeyeassamesetechchann2462
      @technoeyeassamesetechchann2462 7 років тому +1

      thank you

    • @atlantissurvivor9810
      @atlantissurvivor9810 7 років тому

      ekdom hocha...kintu anchor r lokhyon singer t keu bea

    • @abhijitgogoi8078
      @abhijitgogoi8078 7 років тому +1

      Techno EYE hoi2 Baki kaita ku studio't ann
      Rahul'k Gali pora dori Gali par
      Dom ASE Jodi

    • @bipulkalita3928
      @bipulkalita3928 7 років тому +4

      Techno EYE Yellow shirt pindha manuh jon moi janat ajon bhadra mukha pindha manuh kiyanu teu jodi hosai bhadra hay tenehole kiy "zubeen r heri dalor jugya nahoy " buli social media agot kole... Ai kotha khar joriyotote moi Rahul k homarathon korib bisora nai Teu vul korise asomiya honskitik teu abomanona korise, kintu anedhoronor gan tu agoteu bohu gayokeu gaise tetia apunaluke ki dhekha nasil neki ne soku muda kuli vau dhori asil ne ki...???? Aru Anupom da apuni social media t anustan ki dore korib lage tak hoy tu pahori goise... anustan anustanor dore hob lage kukur mekuri kajiar dore nokore....

  • @anjanjyotichakravarty7125
    @anjanjyotichakravarty7125 7 років тому +105

    সকলোৰে ক্ষেএত সমান হ'ৱ লাগে আইন

  • @pritomnath2287
    @pritomnath2287 4 роки тому +220

    হালধীয়া চোলা পিন্ধা জনক চিনি পোৱা নাই...
    বাংলাদেশী নহয়টো ৰাইজসকল??
    তেওঁৰ ব্যৱহাৰ দেখি... চেণ্ডেলৰ মালা পিন্ধাবলৈ মন গৈছে...

  • @gobindboro9543
    @gobindboro9543 3 роки тому +14

    গানটি ভাল লগানাই!মোৰো,কিন্তু অনুপম ককাইদেউ বাটিভৰাই চিৰা আৰু অন্যান্য বহুত লেতেৰা গানবোৰৰ বিষয়ে কিয় সমালোচনা নকৰিলে??????

  • @gautamdas3429
    @gautamdas3429 3 роки тому +68

    হালধীয়া পিন্ধা মক্কেলজনক ষ্টুডিওত কিয় মাতিছিল?? মানুহ বিচাৰি নাপালে নেকি ??

    • @hirakjyotidutta7515
      @hirakjyotidutta7515 2 роки тому +1

      take2 tre tiri gusi goise ru hi mare dangor lekser
      gutei keita hei oo .
      mal2 ni....

  • @coversong9109
    @coversong9109 5 років тому +111

    বহুত এনেকুৱা গান শুনিচো কিন্তু সেই বিলাকক কিও নকয় বা

    • @kamaleswardeka5585
      @kamaleswardeka5585 3 роки тому +2

      Karon Rahul Deka amar goreswaror je aru axomor manuh bilake goreswarok bhal napai.

    • @ranapegu7931
      @ranapegu7931 2 роки тому +2

      Osa be

  • @zgloverrinkuriyan5604
    @zgloverrinkuriyan5604 5 років тому +25

    অকল গান বোৰ কাথা কলে য়ে নহব ভিডিঅ’ বোৰ বহুত বেচি এ বেয়া হৈ গৈ আছে তাৰ কথা ও আলোচনা কৰিব লাগে

  • @mrbapu1862
    @mrbapu1862 4 роки тому +47

    হালধীয়া কাপোৰ পৰিধান কৰা জনক মই মক্কেল বুলিহে কলো । হেৰি হেৰি গাণটো বেয়া হৈছে । কিন্তু হালধীয়া কাপোৰ পিন্ধাই নে বহুত কথা ই নাজানে ?

  • @himeshxarania5570
    @himeshxarania5570 6 років тому +71

    অই ৰাহুল দা তাত কিয় গৈছা

  • @p.d5075
    @p.d5075 5 років тому +59

    লৰা টো থিকে গাছে কিন্ত জিগিতা বকী আছে হেই গিটা পাগল

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 роки тому +16

    দেখিছে,কেনেকুৱা সাহসীৰ জন্ম হৈছে! এইবোৰেই হিমন্ত যুগৰ সভ্যতা!!

  • @lasith1866
    @lasith1866 3 роки тому +76

    ৰাহুঁল দা..ভাঁল কথা কয়ইছা অসমত ইমা.ভাঁল মানুহ থকা হলে অামাৰ অসমখন বহত উনতি হল হেতেন

  • @jajabor5365
    @jajabor5365 7 років тому +94

    ami sb rahul r supportt asu...moi n mr fndss br..

  • @pallabpathak9718
    @pallabpathak9718 3 роки тому +13

    ইয়াৰ আগতে বহুতে এনেকুৱা গান ওলাইছে

  • @montuburagohain8059
    @montuburagohain8059 5 років тому +16

    যি কেইটা মানুহে অসমীয়া সাহিত্যৰ ভঁৰাল ঘৰ বুলি কৈছে হে কটা বেচি বেয়া ।

  • @rashmiphukon5552
    @rashmiphukon5552 5 років тому +2

    Aami hongitor majot,,hongitor majere matir gundho pabo khuju ...bisaru morom senehor sorddha miholi hukh dukh,,aanondor homahar....aalusonle ai bikhoi tu onar Karone Dhoinyobad Anupam chakraborty.

  • @mouchumisharma9597
    @mouchumisharma9597 7 років тому +9

    Diganta bharati dangoriyai bht dhuniya kotha koise...

    • @ImBatuKumAhhh
      @ImBatuKumAhhh 6 років тому

      i support u.....tekhete kuwa kothar he xarmormo ase

  • @Lalitsonowal
    @Lalitsonowal 7 років тому +118

    hei gaan jodi belg kunuba dangor singer a gale heten tenehole enekuwa bitorko nhol heten....

    • @altafali2806
      @altafali2806 6 років тому +1

      Lalit Sonowal good

    • @bhuvanbam8499
      @bhuvanbam8499 5 років тому +1

      Nissoi hol heten.

    • @desilonda4777
      @desilonda4777 5 років тому +1

      Lalit Sonowal hoi hoi thik koisa bhai ..
      ami xoloye. rahul dekak sapourt koribo lgy bs

    • @user-cn9dt9jt2u
      @user-cn9dt9jt2u 5 років тому

      Goa to niii aru ngi oo ane fltu gan kno dangor singere aru xaibabei taolok dangor singer

    • @monujsonowal7618
      @monujsonowal7618 5 років тому

      Ai2 kin2 thik kola

  • @borntomusicbtm5375
    @borntomusicbtm5375 3 роки тому +13

    আপোনাৰ ৱ্যবহাৰে আপোনাৰ পৰিচয়

  • @nayansaikia4070
    @nayansaikia4070 3 роки тому +34

    হয়,, ৰাহুল ৰ ভুল হৈছে কিন্তু সাম্প্ৰতিক সময়ত ৰাজবীৰ আহমেদ ৰ ফকতিয়া ৰেপ সংগীতৰ বিষয়ে কি কব অনুপম দা। আইন সকলোৰে বাবে সমান। বৰ্তমান কি হল আপোনালোকৰ।

  • @pragyanjyotihazarika3856
    @pragyanjyotihazarika3856 7 років тому +17

    মানুহ কেতিয়াও সীমা চেৰাই যাব নালাগে।
    আজিৰ কিছুমান ন গায়কে নিজৰ জনপ্ৰিয়তা বৃদ্ধি ৰ বাবে সকলো ধৰণৰ কাম কৰে।
    যাৰ বাবে সকলো ৰে আগত সমালোচনাৰ পাএ হয়।।
    মই কওঁ যে অসমীয়া ভাষা আৰু আমাৰ অসমীয়াৰ স্হান হেৰাব নিদি ইতিবাচক চিন্তাৰে ন গীতৰ সুৰতেই আমি অসমীয়া।। ধন্যবাদ
    জয় আই অসম।।।।

  • @jadusaikia6624
    @jadusaikia6624 3 роки тому +6

    এই কেইটা শিল্পী নেকি মই আজিহে দেখি এই পাগল কেইটাক

  • @rahulsaikia3836
    @rahulsaikia3836 5 років тому +66

    অকল এজনক মাতি নি তাক কেলে পিতিম বুলি ভাবছিলে নেকি।
    হালধীয়া কাপোৰ পিন্ধা জনক কেলা

    • @aparajitaborah7181
      @aparajitaborah7181 2 роки тому

      Rahulok kbolei nidiye halodhiya pindhatu kintu olp besiyei vodro luk Jen lagise

  • @durlavmshry1312
    @durlavmshry1312 3 роки тому +15

    Kam nai kla aibur gaiokor......
    Zubeen dai main 👍👍👍👍👍👍👍👍👍👍👍❤️❤️❤️❤️❤️❤️
    My all time fvrt ZDR..

  • @rajutalukdar4708
    @rajutalukdar4708 4 роки тому +37

    মাৰ পিত লাগিৱ লাগিছিল.😂😂😂😂😂
    কিলাহ talk show নে কি এইবোৰ😂😂

  • @musicalentertainment6544
    @musicalentertainment6544 4 роки тому +14

    মই হলে ক্ষমা নুখুজিলোহয়.. কাৰন বেয়া গানবোৰ মেদিয়ায়েই চলাই থাকে.. তেনেক্ষেত্ৰত নৱপ্ৰজন্মই ইয়াতকৈ আৰু কি শিকিব.. আজি কালি কেচুৱা এটাক গান গাব দিলেও দিস্ক ভন্টিহে গাই..আৰু বেলেগ ধৰণৰ গান যে আছে নাজানেই.. চব মেডিয়া ৰ কামাল.. আৰু (১) অনিৰুদ্ধ দা (২) দিগন্ত দা আৰু (৩, ৪) উকিল দুজনৰ বাহিৰে বাকী তাত থকা গোটেই কেইজনৰ জ্ঞানৰ অভাৱ. তাত বহাৰ যোগ্যতাই নাই.. তেওঁলোকতকৈ বহু টেলেন্টদ মানুহ অসমত আছে.. তেওলোকে তাত স্থান পাব লাগে.. কাৰন তেওলোকে গুৱাহাটী খনকে পৃথিৱী আৰু অসমৰ কেৱল আৰ্টিষ্ট, এংকৰ বুলি ভাৱে কিন্তু যোগ্যতাই নাই.. হায় অসম.. তোমাক মূৰ্খ বোৰে উন্নত হ'ব নিদিয়ে..মই ক্ষমা খুজিলে হেই মূৰ্খ কেইতাক নুখুজিলোহয়.. হালধীয়া চোলা, অনুপম তহতৰ পাৰ্চনেল স্বভাৱ চৰিত্ৰ জানো মই.. আৰু তহতে নিজই ঢিলা বেলেগক কথা কৱ.. অনিৰুদ্ধ দা আৰু দিগন্ত দা আপোনালোক প্ৰকৃত শিল্পী..

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 7 місяців тому

    বঢ়িয়া। অনুষ্ঠান শুনি আপ্লুত হৈছোঁ

  • @pallobborah7693
    @pallobborah7693 5 років тому +142

    হালধীয়া চোলা পিন্ধা জনৰ কথা কবলৈ শিকিব লগা আছে বহুত

  • @kangkanbiswas9705
    @kangkanbiswas9705 6 років тому +10

    Bilahi songr babe maat mota nohol, videou soli gol thik ase. Kin2 bilahik aku nukua koi direct 'Heri Heri'k loi bitorko kora tu kiba beya hoise naki?

  • @militechnology4354
    @militechnology4354 6 років тому +12

    Good job your smart taking Rahul Deka

  • @biswajitnath5900
    @biswajitnath5900 5 років тому +84

    কেলা ননচেন হালধীয়া shirt পিন্ধা মানুহজনৰ ব্যৱহাৰ ছাঁ চোন

    • @bhubneswardas691
      @bhubneswardas691 4 роки тому +1

      Oo

    • @illumi3447
      @illumi3447 3 роки тому +3

      উজনি অসমত শুনা হ'লে ৰাহুলৰ বাদে গোটেই কেইটাই মাৰ খালে হয়

    • @Vardasvlog
      @Vardasvlog 3 роки тому

      @@illumi3447 dada please mur chenel 2 sabo aru subscribe kori dibo please please

    • @illumi3447
      @illumi3447 3 роки тому

      @@Vardasvlog ok

    • @Manalisha2.0
      @Manalisha2.0 2 роки тому +1

      গানটো কোনটো

  • @kandarpasarma7929
    @kandarpasarma7929 10 місяців тому +2

    বেলেগে বেয়া কৰিলে বুলি ৰাহুলেওঁ কৰিব লাগিব বুলি কিবা কথা আছেনেকি ? তেওঁ সেইটোৱেই কৰিছে | শিক্ষিত হৈছে সঁচা কিন্তু জ্ঞান আৰু নৈতিকতাৰ অভাৱ | |

  • @achintyagogoi1172
    @achintyagogoi1172 6 років тому +23

    Yellow shirt person behaves like gunda

  • @livesuperassamieshjtamuli7617
    @livesuperassamieshjtamuli7617 6 років тому +15

    জয়ন্ত এটা ফাল2 ৰাহুল দা জিন্দাবাদ বাকী চব ফাল2

  • @gaurishankargogoi2370
    @gaurishankargogoi2370 5 років тому +13

    Anupam is a big villain....

  • @dharmendraborah5641
    @dharmendraborah5641 5 років тому +192

    ৰাহুলে গোৱা গানটো বেয়া বা অশ্লীল বুলি কৈছে মানি ল'লো | কিন্তু তাত থকা মানুহবোৰ কেনেকুৱা ? গানটোৰ আলোচনা কৰিব গৈ তেওঁলোকে যুৱকজনৰ মা ভনীকো দোষ দিবলৈ নেৰিলে | গীতৰ ধাৰাক লৈ প্ৰশ্ন কৰিব লাগে,ইতিবাচক আলোচনা হ'ব লাগে তাকে নকৰি বাৰে বাৰে ল'ৰাজনক ইমান বেয়াকৈ কথাৰে চিঞৰি চিঞৰি আক্ৰমণ কৰাটো কিমান যুক্তিসংগত সেয়াহে নুবুজিলো | তাৰোপৰি যুৱকজনক ভালদৰে কথাবোৰ কবলৈ কিয় দিয়া হোৱা নাই | ভুল কৰাজনক তেনেকে আক্ৰমণ নকৰি যদি ভালদৰে বুজাই দিলেহেঁতেন মই ভাবো তেওঁ তেওৰ ভুলটোক ভালদৰে বুজি পালেহেঁতেন | দাবী ধমকি দি কাকো ভাল পথলৈ নিব নোৱাৰে,হৃদয় জিনিব লাগিব |

    • @rakhibasumatari3063
      @rakhibasumatari3063 4 роки тому +5

      হয় মইয়ো একমত আপোনাৰ কথাত খিনিত

    • @monujkonwar171
      @monujkonwar171 4 роки тому +2

      That is your good quation

    • @achyutdas6578
      @achyutdas6578 4 роки тому +4

      Tar maak deutak sister k moi valke janu.. trilok bohut vodra educated social responsibility thka lok hoi....

    • @riya5041
      @riya5041 3 роки тому +5

      Anupomoku raije dhoribo lage

    • @aswinigharphalia1905
      @aswinigharphalia1905 3 роки тому +4

      আপুনি সত্য কথা কৈছে ।
      তেওঁলোকে কেনেকুৱা আচৰণ কৰিছে ?

  • @muktarhussain8091
    @muktarhussain8091 6 років тому +8

    Assam Singer Long life My friend Singer Zubeen da & Papon da & Kumar Bhabesh

  • @KAUSTOV94
    @KAUSTOV94 7 років тому +55

    And hei yellow shirt pindha dada jon kunbaru. Apuni assamor bahirot kot kot furise naam buru koi dbo lgsl..

    • @Daisuke007
      @Daisuke007 7 років тому +3

      besi lbl kella ..heitur

    • @greenmusicz6715
      @greenmusicz6715 6 років тому +1

      heitue guwahati khon Valle fura nai...

    • @arindomsqaudronsaikiasupre2594
      @arindomsqaudronsaikiasupre2594 6 років тому

      Xeitu Anirudha Boruah neki ....salla suor puali

    • @jhongkardancegroup5383
      @jhongkardancegroup5383 6 років тому

      kaustovmoni saikia hosake, showtu moi aji valke saisu,,, ai J yellow pindha mukha pindha vodro lukjone, nijoke ki buli vabe o, emn lvl di kotha koije,, teu hoi kun, teuk dekhun kunua siniye napai, aibur manuhok showle mate kyo,,,

    • @beplus339
      @beplus339 6 років тому

      Pankaj Gogoi priyanka bharalir giriyek he.bajna bojai

  • @realmotivation680
    @realmotivation680 2 роки тому +32

    সাংবাদিক হৈছে নিৰপেক্ষ হ'বলৈ শিকিব লাগে।

  • @ajitkhound8594
    @ajitkhound8594 2 роки тому +6

    বেয়া গীত বুলি হৈ চৈ কযৰি হুলস্থূল কৰি মেডিয়াৰ যোগেদি অনুপম চক্ৰৱৰ্তীৰ নিচিনা মানুহেই বেছিকৈ প্ৰচাৰ কৰিব বিচাৰে । মানুহক বেছিকৈ গানটোত কি আছে জানিবলৈ উৎসাহ জন্সাই ।

  • @bikug1610
    @bikug1610 6 років тому +24

    A....I yellow man tur besi level be
    New generation r kotha ki Jane teur lorak Sunny Leone r video sai kijani

  • @g9super
    @g9super 7 років тому +20

    REPETITION OF DEFAMATION IS ITSELF DEFAMATION!! SHAME DY365 !! AT LEAST "THE INDIAN BUOY" IS DOING THE GOOD THING!! AND WHY THERE IS NO POPULAR SINGER LIKE ZUBBEN GARG, MANOSH RABIN AND SO ON !! THE LADY ALSO REPEATING THE LINE AGAIN AND AGAIN!! SHAME !!!

    • @updatemantra
      @updatemantra 6 років тому

      Biplabjyoti Sarmah নমষ্কাৰ 🙏
      মোৰ নাম পিংকু দাস ৷
      ঘৰ বৰপেটা ৷
      মই মোৰ Passion টো দাঙি ধৰিব ভাল Platform নোপোৱাৰ বাবে UA-cam ক এ মোৰ platform হিচাপে বাছি লৈছো ৷
      মই সকলো Bollywood,Jollywood,Tollywood,Hollywood তাৰকা লগতে সংগীত,পৰিচালনা আদি ভাল পাওঁ,সেইবাবে মই UA-cam ত এটা ছেনেল খুলিছো ৷ নাম "India Show Pinku" আৰু মোৰ ছেনেলৰ লিংক:- ua-cam.com/channels/f1OXaqO5Y8hmqE4oBlUKsg.html
      মোৰ সকলো ভিদিঅ বোৰ ছাবৰ বাবে এইটো লিংক:- ua-cam.com/play/PLh5qP0jtyFuGLZhblxq0atIqy1BDWy9J6.html
      মই এইটে মেছেজ আপোনালৈ বা আপোনালোকলৈ পথোৱাৰ কাৰন এয়াই যে মোৰ প্ৰেচেস্থাক আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন,আপোনাৰ সহায় সহঁযোগিতাৰ প্ৰয়োজন ৷ মোক সহায় কৰাৰ কাৰনে আপুনি মোক কেনো আৰ্থিক ভাবে সহায় কৰিব নেলাগে ৷ আপুনি মাত্ৰ মোৰ UA-cam ছেনেল টি Subscribe কৰক আৰু ঘন্টা বটনটো তিপি দিয়ক ৷
      মোৰ ছেনেলত সোমাবলৈ বা Visit কৰিবলৈ এয়া লিংক:- ua-cam.com/channels/f1OXaqO5Y8hmqE4oBlUKsg.html
      আৰু এটা কথা কব খোজো যে UA-cam ছেনেল Subscribe কৰিবলৈ কোনো টকা পইছা দিব নালাগে, বা আপুনি মোৰ ছেনেল Subscribe কৰাত মোৰ কোনো লাভ বা আপুনাৰ কনো লোকচান নহয় ৷ মোৰ ছেনেলটো এটা সময়ত যদি আপোনালোকৰ প্ৰিয় হয় বা আপোনালোকে যদি মোক আশীৰ্বাদ কৰি যায় তেন্তে হয়টো Advertisements,Sponshorship আহিব পাৰে,,নাহিলেও কোনো কথা নাই মাত্ৰ মই UA-cam ত মোৰ Passion টো হে আপোনালোকৰ লগত Share কৰিব আহিছো,এইখিনি কথা পাতোটে এটা কথা কবএ পাহৰিলো,,,মোৰ ছেনেলটো আপুনি Subscribe কৰিলেনো হব কি,, কি হব মই আপোনাক কওঁ শুনক# Facebookত যেনেকৈ আপোনি কোনোবাক Friend Request পথাই বা আপোনাক কোনোবাই Friend Request পথাই আৰু আপুনি সেই Request Accept কৰে,তেতিয়া আপোনাৰ Facebook Home Page ত তেওঁৰ Photo,Status ছাব পাৰে আৰু লাইক-কমেন্ট-Share কৰিব পাৰে থিক তেনেদৰে UA-cam ত ওঁ, যদি আপুনি মোৰ ছেনেলটি Subscribe কৰে তেন্তে আপুনি UA-cam Home Page ত মোৰ ভিদিঅ সমূহ ছাব পাৰিব আৰু লাইক-কমেন্ট-Share কৰিব পাৰিব ৷ গতিকে শেষত আকৌ এবাৰ অনুৰোধ🙏 মোৰ ছেনেলটো Subscribe কপক আৰু ঘন্টা বটনটো তিপি দিয়ক ৷
      মোৰ সকলো বোৰ ভিদিঅ👉ua-cam.com/play/PLh5qP0jtyFuGLZhblxq0atIqy1BDWy9J6.html
      মোৰ ছেনেলটো Subscribe কৰিবৰ বাবে লিংক👉ua-cam.com/video/XwdhL2JQLLE/v-deo.html
      ধন্যবাদ 😊 ৷

  • @khagennath4597
    @khagennath4597 2 роки тому +1

    অনুপম দা ৰাহুল ডেকাক আপোনাৰ মঞ্চ লৈ আমন্ত্ৰণ কৰি বহুত ভাল কৰিলে । এই আলোচনাৰ দ্বাৰা অসমৰ উসৃংখ্ল যুৱ মানসিকতত কিছু পৰিমাণে হলেও বাধা আহিব ।মোৰ বুধেৰে ৰাহুল ডেকাৰ অশীল গীতটিৰ 30 হেজাৰ ভিওৱাৰ ভিতৰত 25 হেজাৰ মান উশৃংখ মানসিকতাৰ যুৱক হব। এই অশীল গীতবোৰৰ ক্ষেত্ৰত আমি আৰু বহু আগতে সজাগ হব লাগিছিল ।ৰাহুল ডেকাৰ বয়স কাম । তেওঁ কৰা ভূলতকৈ আগতে বেছি বয়সৰ গায়ক সকলে কৰা ভুল বেছি সমালোচনাৰ বিষয় আছিল।

  • @gutishvlog3324
    @gutishvlog3324 2 роки тому +4

    Love from goreswar. Rahul deka heri heri main ❤❤❤.

  • @neelakshigohain8455
    @neelakshigohain8455 6 років тому +19

    there could be so much more in critically reviewing and conducting this interview. it is such a relevant issue . but what a shame . what kind of journalism is this? why is anupam chakraborty shouting like a hooligan. shame shame shame.

  • @everythingbookchodi9709
    @everythingbookchodi9709 7 років тому +15

    Gaan tut Positive meaning ase.

  • @birendrabhuyan6452
    @birendrabhuyan6452 8 місяців тому +2

    ৰাহুলক কবলৈ দিব লাগে

  • @jantihira9223
    @jantihira9223 2 роки тому +35

    এই হালধীয়া চোলা পিন্ধা জনক মই পালে বম চৰ মাৰিলো হয় আৰু তাত বহি থকা একচাম ঢোৰা কাউৰী মাইকী পাটি কাউৰী থকা যেন লাগে

  • @nabajitdas2760
    @nabajitdas2760 7 років тому +66

    মানুহ ৰ ভুল হয় .এবাত ক্ষমা কৰা উচিত

    • @jinadas7880
      @jinadas7880 3 роки тому +1

      Right

    • @joonkoch7396
      @joonkoch7396 3 роки тому +1

      Aai bhulor khoma nai

    • @sauravchandradas9599
      @sauravchandradas9599 3 роки тому +2

      @@joonkoch7396 toi jibonot kiman bhul korile maa deutai maaf kora nai neki tenehole tar eta bhul khoma koribo nuwari ne??

  • @ayushichetia9178
    @ayushichetia9178 7 років тому +145

    হালধীয়া চাট পিন্ধি অসমীয়া কথাকেইটাই কব পৰা নাই

    • @jajabor2612
      @jajabor2612 7 років тому +5

      Kalyan Chetia তাৰ উচ্চাৰণ 😂😂

    • @milanboro7883
      @milanboro7883 5 років тому +2

      Are janilehe kobo ki hoi ase gome napai khi

    • @gampumorang1671
      @gampumorang1671 5 років тому +1

      Anupom.da.apuna.lgt.juga.jug.korib.parim.neki.6001617177

    • @kashyapigogoi7674
      @kashyapigogoi7674 4 роки тому +1

      Priyanka bharalir husbnd hoi aitu..😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

    • @snigdhasarmah5935
      @snigdhasarmah5935 3 роки тому +1

      @@jajabor2612 gutkha asil sage tar mukhot 😂😂

  • @JayantaChutia-yx2sl
    @JayantaChutia-yx2sl 2 роки тому +4

    Salute to Diganta da. But deka is a vctim. Who is concious anchor. U r brilliant to our Assam.

  • @souravkalita5697
    @souravkalita5697 4 роки тому +14

    Yelow shirt totla babai kathai kabo najane 🤣🤣🤣🤣😂😂

  • @bkgogoi6743
    @bkgogoi6743 7 років тому +29

    দিগন্ত ভাৰতী ককাইদেউৰ কথাবোৰ ভাল লাগিল ।জয়ন্ত কাকতিয়ে কি ফাল্টু ব্যৱহাৰ কৰি দেখুৱাইছিল ।

  • @ayushichetia9178
    @ayushichetia9178 7 років тому +38

    anupom chakrabotie kebol bitorko val pai

    • @Manalisha2.0
      @Manalisha2.0 2 роки тому +1

      পাগল সেইটো

  • @NATIONALTIMES981
    @NATIONALTIMES981 2 роки тому +4

    Salute this boy rahul deka....😂😂😂sudir bhai buli kolu tuk

  • @rupjyotisharma9159
    @rupjyotisharma9159 2 роки тому +2

    লৰা জন বালিৰ পঠা হল আজি । আমাৰ বুকুৰ আপোন এজনে বৰগীত কেইবাটাও ৱেবEৰিবাং কৰIলে । আপোনালোকে মাতমতা নেদেখিলোঁ

  • @prabudhborah4192
    @prabudhborah4192 5 років тому +6

    Zubin Da k aani ko Sun tuk manim mota purukh buli

  • @crinstondeacock2232
    @crinstondeacock2232 3 роки тому +3

    দিগন্ত দাৰ কথাবোৰ যুক্তি পূৰ্ণ বাকিবোৰেটো এনেই গুত ভেনা মাখি পৰাদি পৰিছে।আৰু ল’ৰাটোক কিয় ক’বলৈ দিয়া নাই ভালকৈ। ৰাহুলক কিন্তু মানিছোঁ অকলেই ইমান দেৰিলৈকে তিকি আছে।অকল ৰাহুলক কিয় দোষ দিছে আৰু বহুতো গীত ওলাই গৈছে আগতেই যিবোৰ বহুত বেয়া আছিল তেতিয়া কিয় মানুহে একো কোৱা নাছিল।আৰু মানুহে ভূপেন হাজৰিকাৰ গীত কিমানে শুনে আজিৰ দিনত সকলোৱে এনেকুৱা গীতেই শুনিব বিচাৰে যিবোৰ দেখি আহিছোঁ।
    বিয়া পাতিলে নহব উহো উহোঁ লাগিব গানটো শুনা সকলে কমেণ্ট কৰিবচোন।🙏🏻
    Dk...

  • @illumi3447
    @illumi3447 3 роки тому +7

    ছোৱালী জনীয়ে অসমীয়া সংস্কৃতিক কেইটা ভাগত বিভক্ত কৰিছে সেইটোকে নাজানে.... ৰাহুল ত ই বহুত জান

  • @hirakdauka7986
    @hirakdauka7986 4 роки тому +6

    গায়ক জনক উৎসাহ দিব লাগে

    • @joonkoch7396
      @joonkoch7396 3 роки тому

      Sala kukuror jat aka sora fali dim dui pari dat 😡😡😡

  • @jyotirmoydas6653
    @jyotirmoydas6653 7 років тому +81

    Good. But hey anchor, before screaming your lungs out, first try to learn proper pronunciation and formation of Asomia sentences.

    • @Vardasvlog
      @Vardasvlog 3 роки тому

      Da da pelese mur chenel 2 sabo aru subscribe kori dibo please

  • @jajabor5365
    @jajabor5365 7 років тому +31

    akl rahul daka k ai2 programt aneb nlgsel anakua sb SINGERk aneb lgsel...tatea ai topic2r kba value hol hatan...ai2 mr ktha...plz comment

    • @jajabor5365
      @jajabor5365 7 років тому

      ajnr uport case de ki dakhub besarese??case db ase jdi sb SINGER r uprt t deo...akl ajn particular singerk target kre case keo dse??

    • @simasahariah5431
      @simasahariah5431 6 років тому

      U are right

    • @rajdeepgohain2959
      @rajdeepgohain2959 5 років тому

      Yes

    • @dipalidas2017
      @dipalidas2017 4 роки тому

      Hoi thik koise apuni

  • @mrinmoycreation3208
    @mrinmoycreation3208 3 роки тому +11

    Love you rahul da❤️

  • @kankanray9738
    @kankanray9738 4 роки тому +6

    জুবিন দা, বিপিন চাউদাঙ , আদি ডাঙৰ ডাঙৰ গায়ক বোৰে কিমান টকা দিয়ে?????

  • @himeshxarania5570
    @himeshxarania5570 6 років тому +7

    i lv u rahul daa হালধিয়া চোলা পিন্ধা জন কথা ভালকৈ বুজিব পছত কবা

  • @viralchnl9728
    @viralchnl9728 7 років тому +15

    anupom da trp hatirot apunaluke o dudin solale ei programme tu....logote UA-cam t o upload DSE...apuni besi fatua

  • @priyankshucreation5285
    @priyankshucreation5285 2 роки тому +25

    ৰাহুলে ভাল কথা কৈছে❤️🙏✅

  • @VIRATKOHLI-kh3ds
    @VIRATKOHLI-kh3ds Рік тому +1

    ৰাহুল ধুনীয়া

  • @kamalkrishnadass1331
    @kamalkrishnadass1331 7 років тому +51

    সকলো মানুহ ফতুৱা নহয়।।ৰাহুলৰ গানটো বেয়া হৈছে জানো কিন্তু সকলো মানুহ ফতুৱা নহয়।

  • @dipu1329
    @dipu1329 7 років тому +14

    anchor is abusing the artist and infact all the guest.
    u r not allowed to do this in your own show. all the other guest are very respectful people (👏👏 for them)....

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 роки тому +2

    একমাত্ৰ হিমন্তই এইচামৰ পৃষ্ঠপোষক ।প্ৰমাণ য'তে ত'তে পাব।

  • @gautamdutta340
    @gautamdutta340 2 роки тому +13

    আগৰ গৰু যেনি যায় পিছৰ গৰু সেই পিনে যায় 👈 এইটো ঠিক ক'লে 😆😅

  • @goutamborthakur7742
    @goutamborthakur7742 7 років тому +24

    worst show I have ever seen

  • @aloneboy7855
    @aloneboy7855 6 років тому +14

    Oti ovr krise anupom dai

  • @pranabdas9434
    @pranabdas9434 4 роки тому +2

    Singer r namt kolank

  • @sportsadda126
    @sportsadda126 3 роки тому +1

    2021 ত কোনে কোনে চাই আচা

  • @kaushikdutta2332
    @kaushikdutta2332 7 років тому +29

    Yellow t-Shirt pindha tu kun?? nam ki taar ??

    • @updatemantra
      @updatemantra 6 років тому

      Kaushik Dutta নমষ্কাৰ 🙏
      মোৰ নাম পিংকু দাস ৷
      ঘৰ বৰপেটা ৷
      মই মোৰ Passion টো দাঙি ধৰিব ভাল Platform নোপোৱাৰ বাবে UA-cam ক এ মোৰ platform হিচাপে বাছি লৈছো ৷
      মই সকলো Bollywood,Jollywood,Tollywood,Hollywood তাৰকা লগতে সংগীত,পৰিচালনা আদি ভাল পাওঁ,সেইবাবে মই UA-cam ত এটা ছেনেল খুলিছো ৷ নাম "India Show Pinku" আৰু মোৰ ছেনেলৰ লিংক:- ua-cam.com/channels/f1OXaqO5Y8hmqE4oBlUKsg.html
      মোৰ সকলো ভিদিঅ বোৰ ছাবৰ বাবে এইটো লিংক:- ua-cam.com/play/PLh5qP0jtyFuGLZhblxq0atIqy1BDWy9J6.html
      মই এইটে মেছেজ আপোনালৈ বা আপোনালোকলৈ পথোৱাৰ কাৰন এয়াই যে মোৰ প্ৰেচেস্থাক আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন,আপোনাৰ সহায় সহঁযোগিতাৰ প্ৰয়োজন ৷ মোক সহায় কৰাৰ কাৰনে আপুনি মোক কেনো আৰ্থিক ভাবে সহায় কৰিব নেলাগে ৷ আপুনি মাত্ৰ মোৰ UA-cam ছেনেল টি Subscribe কৰক আৰু ঘন্টা বটনটো তিপি দিয়ক ৷
      মোৰ ছেনেলত সোমাবলৈ বা Visit কৰিবলৈ এয়া লিংক:- ua-cam.com/channels/f1OXaqO5Y8hmqE4oBlUKsg.html
      আৰু এটা কথা কব খোজো যে UA-cam ছেনেল Subscribe কৰিবলৈ কোনো টকা পইছা দিব নালাগে, বা আপুনি মোৰ ছেনেল Subscribe কৰাত মোৰ কোনো লাভ বা আপুনাৰ কনো লোকচান নহয় ৷ মোৰ ছেনেলটো এটা সময়ত যদি আপোনালোকৰ প্ৰিয় হয় বা আপোনালোকে যদি মোক আশীৰ্বাদ কৰি যায় তেন্তে হয়টো Advertisements,Sponshorship আহিব পাৰে,,নাহিলেও কোনো কথা নাই মাত্ৰ মই UA-cam ত মোৰ Passion টো হে আপোনালোকৰ লগত Share কৰিব আহিছো,এইখিনি কথা পাতোটে এটা কথা কবএ পাহৰিলো,,,মোৰ ছেনেলটো আপুনি Subscribe কৰিলেনো হব কি,, কি হব মই আপোনাক কওঁ শুনক# Facebookত যেনেকৈ আপোনি কোনোবাক Friend Request পথাই বা আপোনাক কোনোবাই Friend Request পথাই আৰু আপুনি সেই Request Accept কৰে,তেতিয়া আপোনাৰ Facebook Home Page ত তেওঁৰ Photo,Status ছাব পাৰে আৰু লাইক-কমেন্ট-Share কৰিব পাৰে থিক তেনেদৰে UA-cam ত ওঁ, যদি আপুনি মোৰ ছেনেলটি Subscribe কৰে তেন্তে আপুনি UA-cam Home Page ত মোৰ ভিদিঅ সমূহ ছাব পাৰিব আৰু লাইক-কমেন্ট-Share কৰিব পাৰিব ৷ গতিকে শেষত আকৌ এবাৰ অনুৰোধ🙏 মোৰ ছেনেলটো Subscribe কপক আৰু ঘন্টা বটনটো তিপি দিয়ক ৷
      মোৰ সকলো বোৰ ভিদিঅ👉ua-cam.com/play/PLh5qP0jtyFuGLZhblxq0atIqy1BDWy9J6.html
      মোৰ ছেনেলটো Subscribe কৰিবৰ বাবে লিংক👉ua-cam.com/video/XwdhL2JQLLE/v-deo.html
      ধন্যবাদ 😊 ৷

    • @beplus339
      @beplus339 6 років тому

      Kaushik Dutta priyanka bharalir giriyek balorputek

    • @dipankardeka3468
      @dipankardeka3468 5 років тому

      Be Plus jayanta kakati

  • @bhanusutradhar7008
    @bhanusutradhar7008 7 років тому +7

    laz paisu o bht.hunibo nuara gaan

    • @jackahmed7606
      @jackahmed7606 7 років тому +1

      BHANUSUTRA DHAR oo bro baya gan jodi xonesa kio....

    • @himantachutia962
      @himantachutia962 7 років тому

      BHANUSUTRA DHAR mjaaaaa

  • @manoranjansaikia6668
    @manoranjansaikia6668 2 роки тому +1

    এই গীতটোৰ বাবে গায়ক গায়িকা, সংগীত পৰিচালক অডিঅ ৰেকৰ্ডিং কৰোতা সকলোৱে সমানেই দায়ী।

  • @jajaborlmch
    @jajaborlmch 2 роки тому +8

    Freedom...
    ❤️✨
    Where is freedom ?

  • @parashpapu1050
    @parashpapu1050 2 роки тому +10

    এইজনে নে কৰিছে নেকী , আৰু বহতে কৰিছে ,কেৱল যেন গালী পাৰিবলৈ মাতি আনিছিল নেকী ,মই কৰিম এনেকুৱা গীত

  • @lizachiring1581
    @lizachiring1581 5 років тому +12

    Apunaluke rahulok aku kob diya nai...aru agoteu anekuwa gan ulaise tat apunaluke mat Mota nai...aru..

  • @user-ys6iu6vr1g
    @user-ys6iu6vr1g День тому

    বহুত লাজ লাগিছে

  • @joecool3876
    @joecool3876 2 роки тому +7

    i love heri heri

  • @rupjyotiphukan5392
    @rupjyotiphukan5392 7 років тому +49

    Bilahi bilahi gaan tu ki asil ?

    • @Vardasvlog
      @Vardasvlog 3 роки тому

      Da da pelese mur chenel 2 sabo aru subscribe kori dibo please

    • @Vardasvlog
      @Vardasvlog 3 роки тому

      @@myl3291 please mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please

  • @progamingwithb272
    @progamingwithb272 5 років тому +5

    Tumaloke ajon manuk mati ani eman opoman koribo nalagisil ,

  • @upgread6690
    @upgread6690 Рік тому +1

    Dhuniya song love from Assam

  • @kbgolaghat9123
    @kbgolaghat9123 2 роки тому +1

    Eke eke dui... Onupom da tumi akura jui..