@HappyAlpineVillage-xf6gq aamar adivasi aru attsa neta hokole toh nijor tu sai. Jonohadaronr kotha sinta nkore. Okol public 'or aagot aamak st lagibo buli koi dile toh nhobo! aasaa aru attsa ae 2ta bhaag kele hol? Aji jodi hihot akeloge maat matile hoi -aami st pai golu hoi.kintu atiya ST puwar chance a nai!
কি আপুণি নে জানে নেকি আমি আদিবাসী বুলি কি বাৰে বাৰে চাহ জনগোষ্ঠীৰ বুলি কৈ আছা । আমি আদিবাসী হয় । চাহ জনগোষ্ঠীৰ বুলি নকব চাৰ ।আছা long live আছা long live
অলপ পঢ়া শুনা কৰিব আপুনি,,,, চাহ জনগোষ্ঠী আছে নেকি,,,, আমি chainar পৰা অহা নাই,,, ভাৰতৰ মানুহ ভাৰততে আছোঁ,,,, অসম খন ভাৰতৰে এটা অংশ হয়,,,,,adivasi not maigeretion,,,we are Indian
@@bijoymura9796jharkhand t goi st luwa. Ami thakute tumalokok aru st? Impossible 😂 ahom, moran, koch, mottucks xokole pauk st. But tea workers bure nohoi. Kunu ba jegat kam koribo gole aru st pai ne🥴
News tu Sai val nalagile 😊Adiwasi buli starting kobo lagisile , nokoi saajono gusti buli kole .first starting vul hoise bt news tu gute vul gotike baki news nasalu🇮🇳♥️⚔️🥰♥️thak you.
Moi gaon ot thaku Moi Kene ka tea tarife hobo parim Moi Tamul kheti koru Aru Assam Aji Kar karone val Hoi Se Ek Matro Adivasi Karone Kam sobe kore Hai Buli Ami Mane Tea tarip hoi jam Ne Ki Moi Kuruk Ghoror lora Assam Amar Hoi Jai Adivasi 💪🏼💪🏼💪🏼
ST Aji nupuyar koran ji keyta jati asu Ami akta ny hai he Assamot aji Ami ST moijyadha puya ny apunaluke abar bhabok Ami st pam baki tu napai hokolu jatiloi mat matile rajniti korabur pocket money humabo st tu dhuror kota ST moijyadha puya jonogusti keyta ase ajio akthare mat mota ny aru matile Assamot jolobayu holoni hoi jab, johar jai adivasi
প্ৰথমে মই News18 Assam ৰ বাতৰি কওঁতা anchor ক গৰিহণা তথা ধিক্কাৰ জনাইছোঁ। News ত আপুনি উত্থাপন কৰা কথা সকলো অল্পতথ্য মূলক কথা। আদিবাসী সকলৰ বাবে যেতিয়াও আপুনি নিউজ বনাব তাৰ আগত আদিবাসী মূলত জাতি/জনগোষ্ঠীৰ বৈশিষ্ট, অস্তিত্ব, সংস্কৃতি, জীৱন শৈলী, খাদ্য প্ৰণালী, ভাষা সাহিত্য, ভাৱ দৰ্শণ, নীতি আদৰ্শ, কলা কৃষ্টি, আৰু origin ৰ তথ্য সংগ্ৰহ কৰি লব।
ইতিহাস, কাহানী, বুৰঞ্জী, নজনা কৈ collected reportor মতে জধে মধে কৈ নিদিব।
এতিয়া আহো আপোনালৈ আপুনি চাহ জনগোষ্ঠী বুলি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক সম্বোধন কৰিছে এইটো তথ্য আপুনি কত পালে ?
১) অসমত বসবাস কৰা চাহ শ্ৰমিক সকল চাহৰ গোষ্ঠী কেনেকৈ হল ? তথ্য সহকাৰে উত্তৰ দিব।
২) ভাৰতৰ সংবিধান একেখন যত আদিবাসী মূলত জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ, কোন অনুছেদত উল্লেখ কৰা আছে, এই কথা আপুনি কিয় উত্থাপন নকৰিলে ?
৩) চাহ জনগোষ্ঠীৰ বৈশিষ্ট, ভাষা, বাদ্য- যন্ত্ৰ, কলা কৃষ্টি, সাজ পোচাক, ৰ তথ্য দিয়ক।
৪) আপুনি origin ৰ কথা কৈছে, ২০০ বছৰীয়া ইতিহাসৰ কথা কৈছে আদিবাসী জনগোষ্ঠীৰ origin চাওক ৫০,০০০ পুৰণি পাব।
৫) আপুনি জাতি এটাক পৰিবৰ্তন কৰিব বিচাৰিছে। ভাৰতৰ উৰিষ্যা, তেলঙ্গানা, ঝাৰখণ্ড, ছত্তীছগঢ়, অন্দ্ৰপ্ৰদেশ আদি ৰাজ্যত আদিবাসী হওঁ। তেন্তে সেই আদিবাসী সকল অসমত অহাৰ লগে লগে চাহ জনগোষ্ঠীলৈ কেনেকৈ ৰূপান্তৰিত হৈছে ?
৬) যদি ২০০ বছৰীয়া ইতিহাসৰ ফলতেই অসমৰ আদিবাসী সকলক ST দিয়াৰ কথা হব। তেন্তে ভাৰত বৰ্ষৰ ১৯৪৭ চনত হোৱা স্বাধীনতাক আপুনি অপমান কৰিছে।
৭) অসমৰ অসমীয়া কোন সকল বা কাক কোৱা হয় ? তথ্য সহকাৰে উত্তৰ লাগিব।
৮) আপুনি ৬টা জনগোষ্ঠীৰ কথা কৈছে কাৰ origin কৰ হয় ? তথ্য সহকাৰে উত্তৰ দিয়ক।
এতিয়া আপুনি জনা দৰকাৰ জাতি এটা কেতিয়াও পৰিবৰ্তন নহয়। আপোনাৰ সংবাদ বা সাংবাদিক সকলক ভাৰতৰ চতুৰ্থ স্তম্ভ বুলি পৰিগণিত কৰা হয় বা সংবিধানে আপোনাক এই অধিকাৰৰ অধিকাৰী বনাইছে।
সেই মতে আপুনিও জাতিটোক অপমান কৰাৰ ভুল কৰিছে। এয়া এটা অপৰাধ।
যদি আপোনাক আদিবাসী মূলত জনগোষ্ঠীৰ তথ্য লাগে তেন্তে ভাল এজন জনা শুনা যিয়ে আদিবাসী জনগোষ্ঠীৰ বিষয়ে কব পাৰিব তথ্য, বিশ্লেষণ, বিস্তৃত ভাৱে দিব পাৰে তাক সাক্ষাৎকাৰ কৰক।
চাহ জনগোষ্ঠী কবলৈ এৰক। আদিবাসী কবলৈ শিকক।
# চাহ জনগোষ্ঠী অৰ্থ
a) চাহ মানে এবিধ গছ,এক প্ৰজাতিৰ গছ।
b) জন মানে মানুহ এবিধ প্ৰাণী
c) গোষ্ঠী মানে কুল, বংশ, জাতি, প্ৰজাতি।
গতিকে চাহ জনগোষ্ঠী এটা অৰ্থহীন শব্দ।
আদিবাসী সকল ভাৰতৰ মূল নিৱাসী, ST ৰ অধিকাৰী।
Val motoiboyo desi apuni
Your right 👍 of you bro
Adivasi buli st dibow lage
Right kotha koise ehotok anekoi kobo lage kobold matro sah jonogusti buli koi thake
Jai adivasi ❤
হেমনত চৰেনে চাহ জনগোষ্ঠী বুলি কোৱা নাই। ইটো আদিবাসী বুলি কৈছে। আপুনি কিয় চাহ জনগোষ্ঠী বনাইছে আমাক।
Axomot sah jonogusti buli koi ba koi adivasi buli kbo nuware
Actually right ❤❤
@@Jbaske67আপুনি ধান খেতি কৰে যদি আপোনাৰ নাম কি ধান খেতি হব৷
@@kandeswergowala5205 assamor itihas bhal dore suwa, sunuwal, komar, Kumar, tanti aadi bur britti ba occupation porahe nam bur jonmmo hoisil, gotike Sai sitihe kotha kobo.
@@kandeswergowala5205 good bro
আদিবাসী জনগোষ্ঠীৰ মৰ্যদা প্ৰদান কৰক, আদিবাসী জনগোষ্ঠীৰ সকলো বৈশিষ্ট আছে।
আমালোকে চাহ শ্ৰমিক নহয় । আদিবাসী হয়।
❤❤❤❤
চাৰ আমাক চাহ জনগোষ্ঠী নবাব। আমি আদিবাসী হয় আৰু আদিবাসী থাকিম। অনুগ্ৰহ কৰি আদিবাসী কব।
Yes
O bupai apuni axomor adibakhi ketiya pora hol😂
@@Alone-cx1yz history pohe loba
@@Talashforofficial ki history pohrim
@@Talashforofficial Tohoti অসমৰ ST কেতিয়াৰ পৰা হলী ttohotk ব্ৰিটিছ এ লৈ আহিছিল কাম কৰিবলৈ, আৰু তহততৰ পৰাই বাকি কিতাই নাইপুৱা ৫ তাই, তহটি ঝাৰখণ্ডৰ, ছত্তীছগঢ়ৰ ST গম পাইছ
আদিবাসী ✊✊✊
আমি চা জন জাতি নহয়, আমি adivasi হয়. কোনো গছৰ সংগমত মানৱৰ জন্ম নহয়...!
হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আপুনিয়ে ক'লে দেখোন। আপুনি কিমান আদিবাসী বিৰোধী সেইটো এই প্ৰতিবেদনত স্পষ্ট হৈছে। বড়োসকলে যে অসমীয়া পৰিচয় দিব নোখোজে এইবোৰ কাৰনতে।
Hemant soren dhonyobad jonabo lage
অসমৰ আদিবাসী সকলক Jharkhand ৰ Soren sir লৈ জহাৰ
আপুনি চাহ জনগোষ্ঠীৰ কব নোৱাৰে।আমি আদিবাসী হয়
Sir আমি চাহ জনগোষ্ঠীৰ নহয়। আপুনি অনুগ্ৰহ কৰি আমাক আদিবাসী জনগোষ্ঠীৰ বুলি জনাওক। 👍
আমি চাহ জনগোষ্ঠী নহয়। আমি আদিবাসী হয়।
আদিবাসী বা সানতাল কেতিয়াও চাহ জনগোষ্ঠী নহয়। ভাৰতৰ আদিবাসী ST বা trival হয়।
Axomor main adibakhi hokol hoise-bodo tribe luk
@@Alone-cx1yz 🤣🤣🤣🤣🤣🤣 chainiss mal
@@bijoymura9796 spelling vhal ke likhibo jona nai kola kukur thu 😪
@HappyAlpineVillage-xf6gq Chinese nokoi bhai Mongolian hoi.
@HappyAlpineVillage-xf6gq aamar adivasi aru attsa neta hokole toh nijor tu sai. Jonohadaronr kotha sinta nkore. Okol public 'or aagot aamak st lagibo buli koi dile toh nhobo! aasaa aru attsa ae 2ta bhaag kele hol? Aji jodi hihot akeloge maat matile hoi -aami st pai golu hoi.kintu atiya ST puwar chance a nai!
চাহ জনগোষ্ঠীৰ নহয়। আমি আদিবাসী হয়
Adivasi 🏹 zindabad 💪💪🏹🏹
আমি আদিবাসী হয় চাহ জনগোষ্ঠী নহয়❤❤❤❤❤❤❤❤
কি আপুণি নে জানে নেকি
আমি আদিবাসী বুলি কি বাৰে বাৰে চাহ জনগোষ্ঠীৰ বুলি কৈ আছা । আমি আদিবাসী হয় । চাহ জনগোষ্ঠীৰ বুলি নকব চাৰ ।আছা long live আছা long live
আপোনি এবাৰ অসম বুৰঞ্জী আৰু ভাৰত বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ ভাবে পঢ়িব লাগিব বুলি ভাবো(নিউজ কবৰ বাবে কিতাপ পঢ়াৰ বেছি দৰকাৰী,,
ধন্যবাদ)
😂😂😂😂😂😂😂😂
2026 ৰ আগতে আমাক st নিদিলে অসম জলি যাব তাৰ দায়িত্ব হব himanto bisho sarmah 😌😌😌
অসমত বা ভাৰতত কোনো চাহ জনগোষ্ঠী বুলি জাতি বা জনগোষ্ঠী নাই ,,এই কথাটো মনত ৰাখিব ভালকৈ । আমাৰ নিজৰ এটা সোণালী ইতিহাস আছে ,,নাজানে যদি জনি লওক , অনুৰোধ কৰিলোঁ ।। আমি আচলতে আদিবাসী হয় যাক নেকি কোৱা হয় মূল নিবাসী বুলি ।। চাহ জনগো্ঠী সজোৱা মানে ,, কূটনৈতিক ৰাজনীতি কৰা ,, তাৰ পৰিণাম ভুগিব লাগিব সময়ত ।। জনাই থলোঁ ।। JOHAR ।।
Right kotha, amak cha jati bonai hek koribo bisarise.
We are Indian
Not Chinese
আপুনি কি কব খুজিছে?
We want justice
No ST
No rest🏹
বিধান সভা নিৰ্বাচনৰ আগে যদি অসম ৰ আদিবাসী সকলক জনজাতি ৰ মৰ্যদা প্ৰদান নকৰে বিজেপি চৰকাৰে তেন্তে অসমত বাস কৰা 70 লাখ আদিবাসীৰ ভোট বিজেপি নাপাই আৰু...
জয় আদিবাসী 🏹
We want ST
Very good news Live moi aabidasi hero rampal news aapunak very very thanks ❤❤❤❤❤
I am Adivashi.not tea tribes not tea tribes
We are adivasi not tea trive.jhakhand cm jindabad.
Thank for support hemant Soren
Sir চাহ জনগোষ্ঠী মানে কি?
উত্তৰ দিব 🙏
খুব ভাল কৰিছে হিমন্ত শৰ্মাক ঝাড়খণ্ড পৰা খেদিব হে লাগে আদিবাসী বিলাকে ভোট দি মুখ্য মন্ত্ৰী বনাই ছে গৈ
প্ৰথম কথা হল আপুনি সাংবাদিক নে ৰাজনৈতিক দলৰ মূখপাত্ৰ। আপোনাৰ বক্তব্য সমূহ তুছ তাছিল্য কৰা।
মুণ্ডা, চাওঁতাল, ওৰাং, খাৰিয়া, হো ভূমিজ,লহৰা, চাওৰা, ইত্যাদি ইত্যাদি প্ৰায় 36 সম্প্ৰদায়ে এছিয় অষ্ট্ৰিক আৰু দ্ৰাবিড়ীয় মূলৰ সকলে অসমৰ অতি প্ৰাচীন জনগোষ্ঠী,,, তেওঁলোকে চাহ বাগিচাত কৰ্ম কৰিছে কিন্তু ব্ৰিটিছ প্ৰবজন কৰি অনা নাই,,,,
History olp pohrhii lobi
আপুনি অলপ ভালকে পঢ়ি লব ককাই।@@parthapratimgogoi5045
@@parthapratimgogoi5045history tumar poha darkar
😅😅😅😂😂
অসমৰ অসমীয়া নহয় বুলি কোৱা সকলে এই কথা মণ কৰিবলগীয়া কথা যে অসমৰ অসমীয়া মাধ্যমৰ স্কুল কলেজত আমাৰ আদিবাসী সকলে অধিক।
অসম চৰকাৰৰ এই বিলাক ৰাজনীতি নছলিব, কিবাকিবি কৈ আমাৰ আদিবাসী সকলক ST প্ৰদান কৰা নাই ,
আমি আদিবাসী হয় ।
আমাক S T নকৰাত আমি বৰ দুখ পাইচো।
আপুনি অসমৰ আদিবাসী সকলক st পোৱাটো বিচাৰে নে ?
Hemon soren jindabad Jay adiwasi..
Adivasi ❤❤❤
অলপ পঢ়া শুনা কৰিব আপুনি,,,, চাহ জনগোষ্ঠী আছে নেকি,,,, আমি chainar পৰা অহা নাই,,, ভাৰতৰ মানুহ ভাৰততে আছোঁ,,,, অসম খন ভাৰতৰে এটা অংশ হয়,,,,,adivasi not maigeretion,,,we are Indian
Jharkhandar পৰা আহিছ jharkhandat যাগৈ
আৰু তুমি কৰ পৰা আহিছা
Dstdoly,,, তোমালোকৰ হিষ্ট্ৰি,,,A to Z লৈকে আছে মোৰ,,, ওচৰত। Facebook ত,,,আহিবা লাগে যদি,,,, অসমত তোমালোকৰ যিমান অধিকাৰ আছে,, আমাৰো হিমানে অধিকাৰ আছে,,,, আমি ভাৰতৰ মানুহ,,,, ভাৰতৰ বাহিৰৰ নহয়,,,, অলপ অধ্যন কৰিবা
@@bijoymura9796jharkhand t goi st luwa. Ami thakute tumalokok aru st? Impossible 😂 ahom, moran, koch, mottucks xokole pauk st. But tea workers bure nohoi. Kunu ba jegat kam koribo gole aru st pai ne🥴
@@Aniom476 chainisss mal 🤣🤣🤣🤣
চাহ বাগিচাত কাম কৰাৰ বাবে আমাক চাহ জনগোষ্ঠী বুলি কব নালাগে। আমি আদিবাসী হয়।অসম বৰ্তমান অৰ্থনৈতিক দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত মূখ্য ভূমিকা আছে বাগিচাত কাম কৰা শ্ৰমিকৰ তেজৰ পৰিণতি। বিভিন্ন ধৰণৰ কূটনীতি কৰি আমাৰ সাংবিধানিক অধিকাৰ পৰা আতৰাই ৰখাৰ ব্যৱস্থা নকৰিব।
অসম চৰকাৰৰ ইচ্ছা থকা হ'লে আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰনৰ মৰ্যদা দিলে হয়।
Superb excellent reply dye se Jharkhandor cm Jai johar Jai Aadivasi Jai birsa Munda
Hemon Soren jindabad joi adivasi joi bharoth
ST dibo lage Assam govt
আমি চাহ জনগোষ্ঠী নহয়। আমি আদিবাসী হয়। আপুনি যদি নাজানে তেনে হ'ল আপোনাৰ শিক্ষাৰ জৰুৰী আছে।
News tu Sai val nalagile 😊Adiwasi buli starting kobo lagisile , nokoi saajono gusti buli kole .first starting vul hoise bt news tu gute vul gotike baki news nasalu🇮🇳♥️⚔️🥰♥️thak you.
Ami adibasi hoi sah janajati nohoi 💪💪 adibasi jindabad
Amaar ST buru Jharkhand ot ST pabo Lage tene hole 💯
Apunaluk Jharkhand ot mati kini jonokhoykha dekhai lobo pare no problem
Apunaluk or ji bur sanskriti sinaki dibo tar pisot olp dhorna dibo lagibo aur st hoi jabo
@@FIREGAMING_444-ON himan tu sobote hoi 💯 aru pare except the autonomous region... What's your point??
@@trollface7998 our rights lagibo eitu eribo nuwaru
@@FIREGAMING_444-ON taak ke koisu 💯 du phale hobo lagi bo , not one sided
অসমত চাহ জনগোষ্ঠী আৰু আদিবাসী কোনখিনি হয়।।।আদিবাসী বহু আগৰ হয় কিন্ত চাহ জনগোষ্ঠীৰ বৈশিষ্ট্য কি,কেতিয়া কৰ পৰা আহিছিল???
@@Nirmalkumarray2000 tumi Bangladeshi 😂
ST pale bhal palu hoi sir. Thankyou 🎉🎉🎉
Hemant soren jindabat🎉🎉🎉🎉🎉
ঝাড়খণ্ডৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হেমন সৰেণ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈ এখন চিঠি প্ৰেৰণ কৰিছে যে,ভাৰতীয় সংবিধানত উল্লেখিত জনজাতি সকল অসমত থকা চাওঁতাল,উৰাও, মুণ্ডা, হো, ভিল,চাওড়া গোড় ভমিজ,মিনা, আদিবাসী জনগোষ্ঠী সমূহক অতি শীঘ্ৰেই অনুসুচিত জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰা হওঁক।
অনুসুচিত জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰা লগে লগে ৩৫ খন বিধানসভা সমষ্টি আৰু ৩ খন লোকসভা সমষ্টি সমূহ বৃদ্ধি কৰি দিয়াৰ ব্যৱস্থা কৰা হওঁক।
অসম চৰকাৰে আদিবাসী জনগোষ্ঠী সকলোক ইচ্ছাকৃত ভাবে অনুসুচিত জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰা নাই।
JMM should fight election in Assam 2026. All we are adivasi we will vote for JMM
Joi ai adivasi akhom
Assam Jai Adivasi
Joy ai Assam
চাহ জনগোষ্ঠী নহয় আমি
❤❤❤আদিবাসী ❤❤❤
Hemont soren jindabad 🎉🎉
🎉🎉🎉🎉🎉😮😮😮🎉🎉🎉🎉😮😮😮
এইবোৰ কাম সেই বিদেশী ব্ৰাহ্মণ আৰ্য্যৰ(Brhamin's)ৰাজনীতি কাৰণে হে জেনেৰেল কোঠাত ৰাখিছে আমাৰ আদিবাসী সকলে।
আমি চাহ জনগোষ্ঠী নহয় অনুগ্ৰহ কৰি আদিবাসী ক'বলৈ শিকক ।
ভাল কথা কয়ে আমি আদিবাসী ভয় আমি ইট্টিৰ পাব লাগে
Sir আমি চাহ জনগোষ্ঠী নিকি | আদিবাসী হয় ❤❤❤...
Adivasi zindabad hai aur zindabad rahega
No St no rest 💯🙏
আমি আদিবাসী
জয় জোহাৰ আদিবাসী আমি আদিবাসী জনগোষ্ঠী হয়। চাহ জনগোষ্ঠীৰ নহয় ৰে মূখ্
Thank you ❤❤❤
Nice
চাহজনগোষ্ঠী নহয় আদিবাসী লোক বুলি কৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী জনে , আপুনি কিয় বাৰে বাৰে চাহজনগোষ্ঠীলোক বুলি কৈ আছে ৷
চাহ জনগোষ্ঠী নহয় আমি আদিবাসী 👍
Right❤
Aadibasi. ❤❤❤❤❤s. T. Lig❤❤❤❤good
Assam sarkar ❌ Jharkhand sarkar✔️
Very good.
আদিবাসী কাউন্সিল অসম চৰকাৰ/ভাৰত চৰকাৰে পৰিচয় দিয়াৰ পিছতো আপুনি কিহৰ চাহজনগোষ্ঠী বুলি বাতৰি প্ৰচাৰ কৰি আছে৷ আপুনি আদিবাসীৰ ইতিহাস নাজানে নেকি৷
ঝাৰখাণ্ডৰ পৰা অহা লেটাৰ খন আপুনি ৰাজহুৱা কৰক চোন কত চাহজনগোষ্ঠী লিখা আছে৷
আপুনি যে বাতৰি পঢ়ি আছে আপোনাক যদি আমি বাতৰি পঢ়া নাম দিউ তেতিয়া আপুনি মানি লৱ নে৷
Ami Adivasi hoi Baganiya nohoi Adivasi kuwa dy alop sai suty kobo dy joi johar joi Adivasi 🏹
ঠিক কৈছে।
Ami Adivasi hoi Aru Adivasi hisabe ST lage ,,
98% Misa dialog de aase...
অতি সোনকালে অসমৰ Santal লোক সকলে ST ৰ মান্মৰ্যদা প্ৰদান কৰক, অসমত বিজেপি কমেও ৫০/৬০ বছৰ চৰকাৰ হৈ থাকিব এইটো স্পষ্ট কথা।
কাৰণ বহুতো দিনৰ পৰা ST দিম বা পাব বুলি আশা দি আহিছে।
আমি চাহ জনগোষ্ঠী নেই আমি আদিবাসী হই
❤❤❤❤
Good
Ami adivasi hoi heman soren si right
Chaa jonogusti❌ Adivasi ✅
আমি আদিবাসী আজি কালি সকলো জাতিয়ে চাহ। খেতি কৰে সিহত তে চাহ জনগোষ্ঠীৰ হয় নেকি ? কোবা চুন আপুনি বাৰু
Hemont soren jindabaad
Very good CM sir johar🙏
আমি চাওতাল আমি চাহ জনগোষ্ঠী নহয় । আজি আপোনালোকে জানেনে বাঙালি বড়ো আদি জনগোষ্ঠী চাহ বাগিচা ত কাম করি আছে। তেওঁ লোক কি চাহ জনগোষ্ঠী হয়।
আমাৰ সকলো বৈশিষ্ট আছে , মৌলিক অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত
আমি পাকা আদিবাসী হয় ❤
We are adivasi I'm proud full
❤❤❤❤❤❤❤❤good. L
No ST
No rest
Adivasi zindabad
Moi gaon ot thaku Moi Kene ka tea tarife hobo parim Moi Tamul kheti koru Aru Assam Aji Kar karone val Hoi Se Ek Matro Adivasi Karone Kam sobe kore Hai Buli Ami Mane Tea tarip hoi jam Ne Ki Moi Kuruk Ghoror lora Assam Amar Hoi Jai Adivasi 💪🏼💪🏼💪🏼
Jai adivasi jai johar❤
চাহ জনগোষ্ঠী নহয় আদিবাসী বুলি কোৱা হয়
অসমৰ প্ৰকৃত ভূমিপুত্ৰই আজি লৈকে ST মৰ্য্যদা পোৱা নাই,, আদিবাসীয়ে কত নো সহজে পাব,,,
ব্ৰিটিছ বাহিনীয়ে চাহ খেতি কৰাব আনিছিল,,
Bondukor power amak nedekhuwabo. Nohole beyar beya hobo. Bhal kam koribo ase jodi beleg jagat jauk. Assamot apunar nisina chatur minister nai. ❤
Mojja
আদিবাসী কব ভয় লগে নিকি 😂😂😂
দাদা আমাক কোনটো চাইটদী দেখা পৱা চাহ জনগোষ্ঠী বুলি
আদিবাসী হয়
ST Aji nupuyar koran ji keyta jati asu Ami akta ny hai he Assamot aji Ami ST moijyadha puya ny apunaluke abar bhabok Ami st pam baki tu napai hokolu jatiloi mat matile rajniti korabur pocket money humabo st tu dhuror kota ST moijyadha puya jonogusti keyta ase ajio akthare mat mota ny aru matile Assamot jolobayu holoni hoi jab, johar jai adivasi
আপুনি পগালা কুকুৰে কামূৰিছি নেকি?সাঁওতাল সকলোক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ নকৰিব,সাঁওতাল জনগোষ্ঠীৰ বিষয়ে আপোনাৰ knowledge নায় । ড০হিমনতো বিশ্বসৰমা ভুলকৈ প্ৰতিবেদন খন পঠাই কেনদৰো চৰকাৰক সেই কাৰণে আজিলৈকে অসমমৰ আদিবাসী সকলে S T পোৱা নায়।