ভাইৰেল গোবিন্দ ককাৰ কথা শুনিলে হাঁহি হাঁহি পাগল হব।অনুগ্ৰহ কৰি বিতৰ্ক নকৰিব!কেৱল মনোৰঞ্জনৰ বাবেহে।

Поділитися
Вставка
  • Опубліковано 25 сер 2023
  • Viral_Gubinda_koka

КОМЕНТАРІ • 705

  • @rajani149
    @rajani149 11 місяців тому +45

    চৰকাৰৰ বাপেকৰ ঘৰৰ পৰা দিছে নেকি...?? ১০০% সত্য কথা... বহুতো শিক্ষিত মানুহেই নাজানে এই কথা আৰু দিন ৰাতি চৰকাৰক কেই ভাবে ভাগ্য নীয়ন্তট্ৰা বুলি... দুৰ্নীতি বিসয়ে শ্লোগান দি ফুৰা মেলে মিতিঙে মুখ্য মন্ত্ৰী গৰাকীয়ে নেদেখে নেকি এই অৱস্থা.. কীয় ঘৰটো অৰ্ধ নিৰ্মিত 🤔🤔🤔 কোনে ৰখাই থৈছে এই পইচা..🤔🤔 আমাক অহা ৭ দিনৰ ভিতৰত হিচাব লাগে... এই চুৰ বিলাকক পুহি থকা আৰু ৰক্ষণা বেক্ষণ দিয়া চৰকাৰক ভোট দিয়া বন্ধ কৰক অসমৰ ৰাইজে...🙏🙏🙏 অসমৰ ৰাইজেই জগৰীয়া এই পৰিস্থিতিৰ বাবে... চুৰক ৰখীয়া পাতি ৰাজ ভঁৰালৰ তলি উদং কৰিছে... আৰু কৈছে টকা শুকাই গল বুলি...🤔🤔

    • @banjittalukdar6968
      @banjittalukdar6968 3 місяці тому

      এই ভিডিঅ টো চৰকাৰৰ বৰমুৰীয়া সকলে এবাৰ চাওক। ককাই জানো এটা কথা মিছা কৈছে?

  • @rajani149
    @rajani149 11 місяців тому +64

    আকৌ এবাৰ ১০০% সঁচা কথা... চাউলৰ ৫০ টকা কেজি, মিঠাতেল ২০০ টকা লিটাৰ, শাক পচিলি, দালি আদিৰ ও বৰ্ধিত দাম.. যি সকল হজিৰা কৰি খাই তেওঁ লোক কেনেকৈ চলিব..🤔🤔🤔 কিন্তু দিল্লীত বহি পে কমিছন বহুৱাই নিজৰ আৰু চৰকাৰী কৰ্মচাৰীৰ বেতন বছৰি বিৰ্ধি কৰিছে... তাৰ বাহিৰেও তেবুলৰ তলেদি ঘটা ধন আছেই.. মূত কথাত তেওঁলোকৰ জাকজমকতা, সুখ, সম্ভুগৰ অন্ত নাই.. কিন্তু দৰিদ্ৰ শ্ৰেণী টোৱে দুবেলা দুমুঠি খাবলেও অন্ত হিন সংগ্ৰাম...🤔🤔🤔

    • @sahanasultana9592
      @sahanasultana9592 11 місяців тому +1

      Hoi Diya teuluke navabe j dukhia manuhor pakghorot o tel nimoxor proiujon 😢

    • @KDas-pv6wf
      @KDas-pv6wf 9 місяців тому

      Congras din salor dim kom asll jei knu bostor dim kom asll, etiya dokhya Manhur khuwa loya Tanna hoysa

    • @KDas-pv6wf
      @KDas-pv6wf 9 місяців тому

      Eminaa bostor dim hoysa mamai dokhya Manhur kotha vobha ni 😢😢😢

    • @rathinsarmah2084
      @rathinsarmah2084 3 місяці тому

      সঁচা কথা মাৰ্জিত হৈও কব পাৰি।

  • @alltechentertainment6132
    @alltechentertainment6132 11 місяців тому +15

    বহুত matured কথা কৈছে ককা । সদায় সুস্থ হৈ থাকক ।

  • @ProvaBaruah-tp3bz
    @ProvaBaruah-tp3bz 11 місяців тому +23

    পূজনীয় ককা আপুনাৰ এইটো বয়সত ইমান স্পষ্ট কথা শুনি বৰ ভাল লাগিছে ❤️ আপুনি স্পষ্ট বাদী এই চৰকাৰৰ নিতি আৰু আদৰ্শ সহ্য কৰিব পৰা নাই হয় ককা আপুনি শুদ্ধ কথা কৈছে। জনা শুনা মানুহে এই চৰকাৰত ভোট নিদিয়ে। ভোটৰ বাকচ খেলি মেলি কৰিহে জিকিছে আৰু ককা মহিলাসকল পাগল হৈছে গোটত পইছা দিছে।ৰাইজৰ পৰা নিয়েই গোটত বিলাইছে। মহিলা সকলে বুজা নাই বিজেপী চৰকাৰৰ দিনত মহিলা সুৰক্ষিত নহয় ক'ৰবাত ধৰ্ষণ ক'ৰবাত একেখন হোতেলত মদে আৰু চিকেনে, ক'ৰবাত একেখন ব্ৰেঙকেতৰ মাজত ককা হয়নে

    • @Rajesh-xt1dy
      @Rajesh-xt1dy 11 місяців тому

      নিতি নহয় নীতি

  • @ritamonisaikia2793
    @ritamonisaikia2793 11 місяців тому +23

    ককাই ঠিকেই কৈছে কৰুণা বেজি লৈ মই খেতি কৰিব নোৱাৰিলোঁ কাৰণ মই দুৰ্বল

  • @sisuramborah4753
    @sisuramborah4753 11 місяців тому +19

    সঁচা মানুহৰ সঁচা কথা ককা সুখী হৈ থাকক

  • @pranjalboragohain5250
    @pranjalboragohain5250 11 місяців тому +22

    অ ককা আপুনি কোৱা কথাবোৰ সঁচাই শুদ্ধ। শুনি বহুত ভাল লাগিল। ইমান খোলাকৈ কথাবোৰে কৈছে ককাই ।ককা তুমি ভালে কুশলে থাকা সদাই ।

  • @dipakkalita5836
    @dipakkalita5836 11 місяців тому +5

    ককাক দিয়া উপহাৰ টোৰ মনে ককাক কৰা এই মৰমৰ বাবে আপোনাক ধন্যবাদ দেই দাদা

  • @sanahigogoi381
    @sanahigogoi381 10 місяців тому +2

    ধন্যবাদ দেউতা আপোনি একদম সচা কৈছেভগৱানে আপোনাক দীঘাযু কৰক

  • @migangcpasung5114
    @migangcpasung5114 11 місяців тому +5

    গোটেই অসম জুৰি ভাইৰেল হোৱা জনপ্ৰিয় ককালৈ শুভেচ্ছা জনালো।

  • @manabkonwar423
    @manabkonwar423 11 місяців тому +16

    বুঢ়া মনটো বহুত ফুটি ভাল লাগিলে

  • @harensaikia204
    @harensaikia204 11 місяців тому +3

    Love you koka 100 bosor jiai thaka.god bless you koka

  • @anowaraliassam149
    @anowaraliassam149 11 місяців тому +14

    মজা ককা আল্লাহৰ ওচৰত দীঘ আয়ুখ কামনা কৰিলো ❤❤❤😅😅

  • @NabagyanGaming
    @NabagyanGaming 11 місяців тому +2

    Koka apuni juii 🔥🔥

  • @lakhipatar6362
    @lakhipatar6362 11 місяців тому +2

    ধন্যবাদ ককাৰ আপোনি সচাঁ কথা কৈছে৷ক’ৰোনা বেজিৰে মানুহক দুবৰ্ৰল কৰিছে৷

  • @santanupator8414
    @santanupator8414 11 місяців тому +9

    ইহঁতে ককাক ব্যৱহাৰ কৰিছে ,, ভগৱানে নকৰক ককাক ভালে ৰাখক

  • @mahtabuddinahmed8339
    @mahtabuddinahmed8339 11 місяців тому +12

    সুন্দৰ কথা বিশ্লেষণ কৰিলে । আপোনালৈ ধন্যবাদ জনালো ।

  • @bkgogoi8636
    @bkgogoi8636 11 місяців тому +7

    বহুত বহুত ধন্যবাদ ❤🙏🙏🙏

  • @jitengogoi6449
    @jitengogoi6449 11 місяців тому +43

    ধেমালি যদিও কথা বোৰ 100% সঁচা কথা

  • @birenurang2967
    @birenurang2967 11 місяців тому +3

    যুক্তিৰ কথা কৈছে দেই ক'কাই

  • @sgogoi459
    @sgogoi459 11 місяців тому +2

    E mojja👌👌👌ককা জুই দেখোন🔥🔥🔥😂😂
    Kokar acting jui🔥🔥🔥 bhal lagil😂😂😂❤❤

  • @Pujaboruah5622
    @Pujaboruah5622 11 місяців тому +7

    বেয়া‌ কথা‌ কলেও‌ সচা‌ কথা‌ কৈছে‌ ককাই👌👌👌👌

  • @pinkiakshayborah248
    @pinkiakshayborah248 11 місяців тому +6

    অসম মাতা,,আচাম মাতা🔥🔥🔥🔥🔥🔥
    মজা

  • @enoshpando5639
    @enoshpando5639 11 місяців тому +1

    ভাল লাগিল সঁচা কথা বোৰ ধেমালীৰ মাজেৰে কোৱাৰ বাবে ,ধন্যবাদ ।

  • @saniaboruah7011
    @saniaboruah7011 11 місяців тому +3

    ভগৱানে কুশলে ৰাখক ককাক

  • @kushal2630
    @kushal2630 11 місяців тому +1

    Love you koka.....koka dilogue khini mojaa lage

  • @junmonichakrobortty1569
    @junmonichakrobortty1569 11 місяців тому +1

    Xosa kotha koka Ami oxomia 👍👍👍👍👍🇮🇳

  • @manoranjankalita7069
    @manoranjankalita7069 11 місяців тому +9

    অতি সুন্দৰ 🙏🙏🙏

  • @satyajitbarman2138
    @satyajitbarman2138 11 місяців тому +82

    ককাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায়,বহুত চাফা অন্তৰৰ মানুহ তেখেত ,নিজৰ ঘৰৰ মানুহ যেন লাগে ককাক ,তেখেতৰ সু সাষ্ট্য কামনা কৰিলো।

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 11 місяців тому +8

    Misa kole kidal hobo Kokai G koisa thik kothai koisa 100% ... Ata kothau misa nohoi kokai kuwa kotha bur🥰🥰🥰

  • @kothalbaripodumonichetiaga7758
    @kothalbaripodumonichetiaga7758 11 місяців тому +6

    ককা কথা শুনি বৰ ভাল পালোঁ ❤ Tarulata Bhuyan

  • @barsha9027
    @barsha9027 11 місяців тому +45

    ককা,তুমি মহান।সঁচা অসমীয়াৰ স্বাভিমান।আয়ুষ্মানম ভূ ভৱ:

  • @pabitradaspdmusiclovear931
    @pabitradaspdmusiclovear931 11 місяців тому +4

    ভাল লাগিল ককাৰ কথা শুনি । আৰু সঁচাই বহুত হাঁহিলো

  • @MonuranjanSaikia-sp6nq
    @MonuranjanSaikia-sp6nq 11 місяців тому +10

    He is a real and truth speaker,

  • @hirdoyanag3915
    @hirdoyanag3915 10 місяців тому +1

    ককাৰ কথা কিন্তূ প্ৰকৃত সত্য। ভাল লাগিছে দে শুনি ,,, বহুতো হাঁহিলো দে মই

  • @user-mm3lr4db6c
    @user-mm3lr4db6c 11 місяців тому +2

    God bless you koka❤❤❤

  • @nirabphukan5356
    @nirabphukan5356 10 місяців тому

    কথাটো থিকেই কৈছে । হলেও বৃদ্ধ মানুহ এজনৰ মুখৰ ভাষা অলপ সংযত হোৱা দৰকাৰ । অবাইচ মাতবোৰ তেওঁ বেছিকৈ কৈছে ।

  • @SanjibReels
    @SanjibReels 11 місяців тому +7

    তাৰ নাম নাজানো কেলা ঘৰ চিনি পাওঁ 😂 মজা লাগিল ককা ❤❤

  • @gyanjyoti4872
    @gyanjyoti4872 11 місяців тому +26

    ককাৰ কথা হুনি ভাল লাগে❤

  • @user-oj4qm4fw8y
    @user-oj4qm4fw8y 11 місяців тому +2

    Actual and100percent perfect man

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 11 місяців тому +59

    আমাৰ শ্ৰদ্ধাৰ ককা, জিন্দাবাদ 👏

  • @lakhikantasutradhar4474
    @lakhikantasutradhar4474 11 місяців тому +8

    বহুত ধুনিয়া লাগিল ❤❤

  • @sanugogoi2947
    @sanugogoi2947 11 місяців тому +28

    Bjp ভক্ত সকলে কিন্তু ককাক বেয়া পায় 😅😅সেইটো মই ভালকৈ জানো 😢

  • @BrojenSaikia-ex5gg
    @BrojenSaikia-ex5gg 7 місяців тому +1

    Nice koka nice 👍👍👍👍👍😊

  • @PubaliBora-fi5ct
    @PubaliBora-fi5ct 11 місяців тому +3

    😊Koka baa ba 😅dai😊😊😮❤

  • @kushal2630
    @kushal2630 11 місяців тому +2

    Koka your very talented

  • @princecoverdance8621
    @princecoverdance8621 11 місяців тому +4

    ককা ভালে থাক'ক "ককা কথা শুনি ভাল লাগে ।💞🙏💞

  • @manojdas3231
    @manojdas3231 11 місяців тому +2

    এখন একাংকিকা নাট চোৱাৰ দৰে হল। কোনো কৃত্ৰিমতা নেদেখুৱাই বৰ্তমান সময়ৰ সামাজিক ব্যাধি, অত্যাধিক মূল্যবৃদ্ধি, চৰকাৰৰ সজনপৃতি, লোকনৃমান বিভাগৰ ফুফোলা স্বৰুপ আদিকে আতি কৰি এজন প্ৰেমিক চৰাই হৈ নিভাঁজ অসমীয়া হৈ দেখাইছে (প্ৰেমৰ বাবেহে)!
    শেষৰ বাক্যশাৰী আকৌ এবাৰ
    জয় আই অসম

  • @SingerSddamkhan
    @SingerSddamkhan 11 місяців тому +1

    GoodDadalike❤❤❤

  • @aghuniidangkati4300
    @aghuniidangkati4300 10 місяців тому +3

    একদম সঁচা কথা❤❤❤

  • @bhargavswargiary5460
    @bhargavswargiary5460 11 місяців тому +3

    এইখন গীতা-ভাগৱতৰ ৰাজ্য,আমি মুক্ত। কিন্তু কাৰোবাৰ পাল্লাত পেলাই আমাৰ নগুৰ -নাগুতি।

  • @ashiqahmed1375
    @ashiqahmed1375 10 місяців тому +1

    WHERE HAVE YOU GOT THIS TYPO OF KOKA ... MARVELOUS, SCINTILLATING .....ALL THE TALKS OF KOKA ARE ATTRACTIVE.......

  • @rukhsanabegum6566
    @rukhsanabegum6566 11 місяців тому +2

    Kaka is great 😊👏👍

  • @bijugogoi8175
    @bijugogoi8175 11 місяців тому

    Koka apuni thak kotha koise 🙏🙏🙏❤️❤️koka apuni juii 🔥🔥

  • @user-zj2qn4lx9n
    @user-zj2qn4lx9n 11 місяців тому +5

    আমাৰ ককা জিন্দাবাদ জয় আই অসম ।

  • @BibhuDas-pz1gc
    @BibhuDas-pz1gc 10 місяців тому +1

    Jui koka 🔥🔥🔥

  • @awesomethoughts5674
    @awesomethoughts5674 11 місяців тому +6

    He is such a character and also well knowing person

  • @pranjalgogoi1297
    @pranjalgogoi1297 11 місяців тому

    অপ্ৰিয় হলেও এয়াই সত্য । ককা তুমি জুই

  • @Nirupam-vo5tu
    @Nirupam-vo5tu 11 місяців тому +4

    Thanks for enjoyment andtruthful speech from Gobindo Koka.I also laughing watching the video. I wish longer life to him.

  • @abulhussain1032
    @abulhussain1032 10 місяців тому +1

    ককাক বহুত ভাল লাগে ৷

  • @dipkanrabha5078
    @dipkanrabha5078 10 місяців тому +1

    Moja aita 🥰🥰

  • @anupalgayan5084
    @anupalgayan5084 11 місяців тому +2

    val lagil kotha bur huni xosa kotha koise

  • @maheshkalita5978
    @maheshkalita5978 10 місяців тому

    Right yes good morning advice koka

  • @marinavlog4708
    @marinavlog4708 10 місяців тому

    গুবিন ককাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ --❤❤

  • @assamramdhenu2501
    @assamramdhenu2501 11 місяців тому +3

    একো ভুল নাই অতি সুন্দৰ ❤

  • @hamiransvlog4578
    @hamiransvlog4578 10 місяців тому +1

    ককা সদায় Rock.

  • @farid3.09
    @farid3.09 3 місяці тому

    ককাৰ হাঁহিটো বহুত ধুনীয়া লাগে 🤩

  • @hironlionex5304
    @hironlionex5304 10 місяців тому

    Super koka ❤❤❤❤❤

  • @jintugogoi2934
    @jintugogoi2934 11 місяців тому +1

    Kothabur apriya holeu 100% real hoi.
    Majja lagil saai.

  • @user-bx8fc9jg2c
    @user-bx8fc9jg2c 11 місяців тому +2

    দীৰ্ঘায়ু কামনা কৰিলো।

  • @uttambora-hd4pz
    @uttambora-hd4pz 11 місяців тому +2

    mojja disa koka

  • @papuphukan3695
    @papuphukan3695 11 місяців тому +1

    Hokolu hosa kotha ..manuh burok durbol bemari kori pelale..😢😢😢❤koka hosai apuni bahut hahokhi .

  • @jintuschannel5020
    @jintuschannel5020 11 місяців тому +2

    ককাক bhut ভাল লাগে❤❤❤

  • @user-rj4nn3kn7e
    @user-rj4nn3kn7e 9 місяців тому

    ককাদেউতা
    আপোনাৰ কথা বোৰ বৰ ভাল লাগিল, আগলৈকে আৰু পাম নে

  • @ForidAli-hf2cr
    @ForidAli-hf2cr 11 місяців тому +3

    ককা আপুনি ঠিক কথা কৈছে

  • @harakantatamuli1053
    @harakantatamuli1053 11 місяців тому

    Hosa korha koise Kokai . God Bless you Koka . 🙏🙏🙏🙏🙏

  • @phulengondhiarmp1031
    @phulengondhiarmp1031 10 місяців тому

    Val kotha koisa dautai. Thanks

  • @mamonitaid4447
    @mamonitaid4447 10 місяців тому

    ককা জীন্দাবাদ। ভগৱানে আৰু শক্তি দিয়ক।

  • @ajiuddinahmed5407
    @ajiuddinahmed5407 11 місяців тому +8

    Congratulation Gobinda ko ka. I pray almighty God long life. 🙏🙏🙏🌹🌹🌹

  • @rinusaikia153
    @rinusaikia153 10 місяців тому

    মজা মজা দেউতা ধুণিয়া লাগিছে

  • @user-jh8et4gt7j
    @user-jh8et4gt7j 11 місяців тому +1

    ভাল লাগিল ককা আপোনাৰ কথাবোৰ

  • @Aditiyatech
    @Aditiyatech 11 місяців тому +1

    ❤❤❤love u koka

  • @dibakarpathak9484
    @dibakarpathak9484 11 місяців тому +6

    বোকাখাত, পশ্চিম কলাখোৱা আমাৰ গাওঁৰ পৰা। ভবানীক নিছিল ।

  • @BijayBangthai-nc7fj
    @BijayBangthai-nc7fj 11 місяців тому +2

    Bhal lagiche🎉

  • @eyakubali336
    @eyakubali336 10 місяців тому

    Koka .I love you Koka Very good Very nice .

  • @NilimX
    @NilimX 11 місяців тому +1

    Akdm juiii koka❤

  • @onlyDharmikKatha
    @onlyDharmikKatha 11 місяців тому +2

    ককাই ধেমালিৰ চলেৰে বহু সত্য কথাই কৈছে

  • @user-jh8et4gt7j
    @user-jh8et4gt7j 11 місяців тому

    সুন্দৰ কথা

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2x 11 місяців тому +9

    ককা দীৰ্ঘ জীৱিত হৈ থাকক

  • @kuladhardas6311
    @kuladhardas6311 10 місяців тому

    এই গৰাকীক আপোনালোকে উঠাই দিছে ।বয়স অনুপাতে বেছিকৈ চিঞৰে।

  • @dipakgogoi6857
    @dipakgogoi6857 11 місяців тому +1

    Long live gobinda koka

  • @gutamdeka-uz7eb
    @gutamdeka-uz7eb 10 місяців тому

    Right koka val lagise apunar kotha bor 👏

  • @jitubora8574
    @jitubora8574 11 місяців тому +6

    সছা কথা কবলৈ গলে,এনেকুৱা এজন অশিক্ষিত মুখ্য মন্ত্ৰীৰ হলে ৰাজ্য ভালে চলিব ,

    • @KDas-pv6wf
      @KDas-pv6wf 9 місяців тому

      Hoy de dokhya Manhur buht onoti hobo, ki kori jy khai asu salor kji 45 toka, 5kji salo 7dina neji 😢😢

  • @MintuMintu-su8pm
    @MintuMintu-su8pm 10 місяців тому +11

    মজা লাগে দেই

  • @begumnarjee5046
    @begumnarjee5046 11 місяців тому

    ককাই কিন্তু হহোঁৱালে , ধন্যবাদ 👌👌

  • @bivaborah5399
    @bivaborah5399 11 місяців тому +1

    দেউতা কথা বোৰ মিঠা লাগিল।কুশলে থাকক আপুনি।

  • @puspadhardeka5665
    @puspadhardeka5665 11 місяців тому +3

    Kaka khatarnak bastu.

  • @bapdhankoch7927
    @bapdhankoch7927 11 місяців тому +1

    Koka mojjaa disa❤

  • @hazarikamunindra9839
    @hazarikamunindra9839 11 місяців тому +1

    Kokar video sai bohut val pau apuni kapur gita diyar babe val lagil teu mon furti hoi gol kokar video aru Pam buli asa korilu

  • @niranjansaikia6118
    @niranjansaikia6118 11 місяців тому +1

    ❤Love you Koka ❤