বিবাহৰ পিছত সন্তান লাভ কৰাত অসুবিধা হৈছে নেকি ?
Вставка
- Опубліковано 9 лют 2025
- বিবাহৰ পিছত সন্তান লাভ কৰাত অসুবিধা হৈছে নেকি ?
মাহেকীয়া বন্ধ হʼলেও অন্তঃসত্বা হয় নে?
IVF পদ্ধতি কি?
কেনেকৈ এই পদ্ধতিৰে সন্তান লাভ কৰিব ?
IVF মানেই বিশ্ৰামৰ প্ৰয়োজন নেকি?
কিমান বয়সলৈকে IVF পদ্ধতি গ্ৰহণ কৰিব পাৰে ?
কৰ্ম ব্যস্ততাৰ মাজতো IVF কৰিব পাৰিব
শুক্ৰাণু আৰু ডিম্বাণু সংৰক্ষণ পদ্ধতিৰ বিষয়ে আপুনি জানেনে ?
Dr.Arpita Sarma,Janitva IVF
Six mile , guwahati, GS road
Silchar- Grace Well Hospital
Jorhat- Sanjeevani Hospital
Shillong- Kamber Clinic
Contact: 8811052000,3000
#ivf #drarpitasarma #janitvaivf #baartalaap #chakrapaniparashar #ivf #ivfsupport #ivfjourney #ivfsuccess #ivfsg #ivfbaby #ivfwarrior
---------------------------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
সুন্দৰ কথা কৈছে 🙏🙏🏾🙏🏻 বাইগৰাকী বহুত ভাল লাগে দেখিবলৈ
বহুত নজনা কথা জানিবলৈ পাই ভাল লাগিল, বহুত ধন্যবাদ দুয়োকে ।
Baidew mur 43year 2nd batsha plan
বহুত ভাল লাগিল নজনা কথা জানিবলৈ পায়। বাইদেউ আপোনাৰলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ 🙏🥰 দাদা আপোনাকো ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ🙏
বাইদেওয়ে বহুত বহুত ধুনীয়া কে বুজাই দিয়াৰ কাৰণে ধন্যবাদ ।
সুন্দৰ অনুষ্ঠান চাই ভাল লাগিল ।
ভিডিঅ টো চাই বহুখিনি উপকৃত হৈছো ধন্যবাদ বাইদেউ 🙏
এই অনু স্থান। চাই বহুত।ভাল লাগিল ধন্যবাদ
এনেকুৱা এটা অনুষ্ঠান লৈ অহাৰ বাবে চক্ৰপাণি পৰাশৰ দাদালৈ অশেষ ধন্যবাদ জনাইছো। বাইদেউ আৰু আপোনালৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
বাইদেউ মই বিয়া হৈছিলো 23 বছৰ বয়সত।আমি বিয়াৰ পিছত প্লেন কৰিছিলোঁ কিন্তু ডক্তৰ ক দেখুওৱাত মোৰ মানুহ জনৰ স্পাম নাই বুলি কৈছিল তাৰ পিছত আমি প্ৰতীক্ষা হস্পিটালত ট্ৰিটমেন্ট আৰম্ভ কৰিছিলোঁ ।আমাক IUI কৰিব দিছিল মই দুবাৰ কৰিলো কিন্তু সফল নহলো। তাৰ পিছত মই ট্ৰিটমেন্ট বন্ধ কৰি দিছিলোঁ আচলতে মই ভাঙি পৰিছিলো।
এতিয়া মোৰ বয়স 30বছৰ ঘৰৰ মানুহৰ যোৰত এইবাৰ আকৌ ট্ৰিটমেন্ট আৰম্ভ কৰিছো। গুৱাহাটী হাটীগাওৰ মা আইভি এফত ডক্তৰ অমৰেন্দ্ৰ দেৱান ছাৰৰ ওচৰত। আমি IVF কৰিম বুলিয়ে গৈছিলো কিন্তু ছাৰে নালাগে বুলি ক'লে । যোৱা 13তাৰিখে মোৰ IUI কৰিলোঁ।
মোৰ হাজবেণ্ডৰ বয়স42 বছৰ। বাইদেউ ময়ো সময়তকৈ বহুত আগতেই মাহেকীয়া হও।
আজিৰ অনুষ্ঠান তো চাই উপকৃত হলো বাইদেউ। মোক আৰ্শীবাদ কৰিব বাইদেউ এই বাৰ যেন সফল হও।
Moiu ivf kori hontan jonm disu
@@mouchumisharma7050 হয়
@@mouchumisharma7050 twins hoise ne?
মোৰ এটা হৈছে
@@mouchumisharma7050 oh
সুন্দৰ বিষয় । বহুত কথাই জানিবলৈ পালো ।
খুব সুন্দৰ বিষয়ৰ ওপৰত আলোচনা কৰিছে বহুত ভাল
অনুষ্ঠান টো চায় বৰ ভাল লাগিল
Patherpasali
বহুতো নজনা কথা শিকিলো |ধন্যবাদ
এতা সুন্দৰ অনুষ্ঠান চাবলৈ পাই ভাল্ লাগিল
...
Qppol Qppol pp😊8888888888888888888889898888899998999999888988888888988888889p
খুব সুন্দৰ বিষয় এটা উপস্থাপন কৰিলে।
Important information. Thanks to both Parashar & Doctor.
কথাখিনি গম পাই ভাল লাগিছে,নজনা কথা জানিবলৈ পাৰিলো , ধন্যবাদ
Ba mor biya howa 8 bosor hol etiyaloi eko hwa nai apunar nambartu pam neki
অনূষ্ঠানটো ভাল লাগিল । ডিব্ৰুগড় চহৰত চেম্বাৰ খোলাৰ ব্যবস্থা কৰিব নেকি জনাবচোন ।
খুব সুন্দৰ বিষয় উপস্থাপন কৰিলে বাইদেউ ।
Program tu bohut val lagil,
মোৰ সন্তান নাই ।আজি আমাৰ বিয়া হো ৱা বয়স প্ৰায় 15।এতিয়া আমাৰ বয়স প্ৰায় 60,52বছৰ।কিবা সন্তান পোৱা উপায় আছে নেকি।
Khub bhal lagil Baidau dhanyabad thakil apunaloi
Very nice and useful programme .
Bohut dhunia programme....
বহুত ভাল লাগিল প্ৰগেম টো । মোৰ এটা প্ৰশ্ন - মাহেকীয়া বন্ধ হলে গৰ্ভৱতী হব পৰেনে ? ধন্যবাদ 🙏
8888
8888
Khub val bikhoy ata upothapon korila haeaha doujonoke khub val lagil dhainiyabad thakil apunalukoloi
Bohut important kotha ata gom palu
bahut bahut dhunia kotha kisuman hkibole palu❤️😍
Excellent program thanks. Khirada das
Excellent program !
Bohut vl kotha gm plu vl lagil
কথা বিলাক জানিব পাৰি বহুত ভাল লাগিল বহুতে সাহস পাব
সুন্দৰ পদক্ষেপ চাই ভাল লাগিল।
ভাল লাগিল দেই বহুত জানিব পাৰিলোঁ
Vdo to sai bht Val lgile dada..
ভাল লাগিল চাই,নজনা কথা জানিব পাৰি লো, ধন্যবাদ বাইদেউ, মোৰ মাহেকীয়া দুই মাহ হোৱা নাই,কি কৰি লে ভাল হয় জনালে ভাল পাম।
Thanks janibloi borkoi mon asil ❤❤❤🥰🥰🥰🙏🙏🙏
সুন্দৰ অনুষ্ঠান ।
Khub dhuniya vedio..thnq
Val lagil dada bhut katha janilo
খুব সুন্দৰ ! 🙏
Bohut val lagil baido
Bohu kotha hikilu baideur pora thnk you
Val lagil , anekuwa program di thakile val hoi.
, খুব ভাল লাগিল
Positive discussion thanks..
Bor dhuniya video vl lagile.. Sani Da plz PCOD problem thakile kene koi pragnancy hobo pari Baideu pora janibo parile vl asile ata video pale vl lagibo...
ভাল লাগিল , বহুত নজনা কথা জানিলো ।
Vdo 2 Sai vor vl lagil..
Dhanyawad skrapani paraxar
Iman bhal lagil.
Sakro da r lgte Mem r kthakhini bhut vl lgil
খুবভালাগিল
Bor sundor bikhoy atar uporot uposthapon korile ji sokole ai videotu chaiche bohut kotha janibo dhyanobad jonalu
Very nice program
Val lagil bht.Mor bandha howa bht year hol.Ki korim vabi powa nai.
মোৰো একেই অবস্থা মাহেকীয়া বন্ধ হৈ গ'ল ৪৭ বছৰ মাত্র টকাৰ কাৰণে IVF কৰিবৰ কাৰণে যাব পৰা নাই।
Right
Bhut xundor subject
Very nice programme n well presentation 👍👍👍🙏🙏🙏🙏
Bhout bhal lagil.
Good morning 🌄 Thanks mem ❤️💚 Nice video 📸
Vl lgil bht nojona kotha janibo parilu
সচাই বাইদেউ ৰ কথাখিনি শুনি থাকিবৰ মন যাই।
Bor dhuniya val lagil.khantan hinatat moiyo vugi
Aso.
IVF কৰিলে কিমান খৰচ হয় চক্ৰ দা বাইদেউৰ পৰা জানি ক'ব ।
Bohut vl lagil kotha bur jani
Xundor bikhoi
IVF কৰিলে কিমান খৰছ হব জনাব নেকি।
PCOD ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত ? বিশেষকৈ বিয়াৰ পিছত ? বাইদেউ ৰ পৰা উত্তৰ পোৱাৰ আশাৰে 😊
L
Baidaw sambar sanmare kot asa valkoi addes tu dela jabo loga bohut joruri asela
Well discuss
Bohut val alusona korise
Nice.. subject... We need One more vedio.. urgent
very informative
Bohut bhal lagil
সুন্দৰ
Bohut dhunia👌👌
মই বিয়া পতা 7years hl মোৰ বিয়াৰ দুবছৰ পিছত এবাৰ হৈছিল কিন্তু মই একেবাৰে অসুস্থ হৈ পৰিছিলো।একেবাৰে বমি আৰু অলপ অলপ blidng hoisil babe মই abosnd krilu ,তেতিয়াৰ পৰাই মাতৃ হব পৰা নাই বহুত দুখ লাগে । এতিয়া আকৌ মাহেকীয়া হোৱাই বন্ধ হৈ য়ায ক্ৰমে চাৰিমাহ পাচমাহ বন্ধ হৈ থাকে ডক্টৰ পৰামৰ্শ ললেহে আকৌ হও ।আকৌ বন্ধ হয় মোৰ বয়স 26+. Kihb moi baru maa hb parim ne মই সেয়েহে হতাশাত ভূগিছো😥
Very nice programme
Bhout a vl lgila video sy dada
bhot Val kotha janilu
Very good
এটা পেকেজত কিমান বাৰ IVF কৰাৰ সুবিধা পাম
Val Lagise
যোৰহাটত কত বহে জনাবছোন
Bhut bal lagil baideu Kota huni
Absolutely
Bhut vl legil.moiu ivf korim.muk doctore ivf kotiboli disa.mur ata ovari ase.ata overit xofol kimn hobo peri olp jonabosun mam.
Xundar..bobut nojona kotha janilu aji bhal lgile ..moiu bisari asu baby bt huwa nai .1yr hol biya huwa ..mur age atiya 35 runing
বহুত বেছি ভাল লাগিলে বাইদেউ । চক্ৰ দা আপোনাৰ ম'বাইল নং দিবচোন
বাইদেউ মোৰ ৩৪ বছৰ। মোৰ uterus remove কৰিব লগা হল। তাৰ কাৰণে কিবা প্রবলেম হবে নেকি জনালে কৃতজ্ঞ হলো হয়।।
Jorhat t kot log Pam baideok ru kun dina
Good topic
বাইদেউ মই ২৩ বছৰত বিয়া হৈছিলো বিয়াৰ১ বছৰ পিছত ১ টা লৰা সন্তানৰ মাতৃ আৰু ৭ বছৰ ব্যবধানৰ পিছত ১ এজনী ছোৱালী পাও । তাৰ পিছত মই অপাৰেশ্যন হওঁ। কিন্তু মোৰ কপাল ইমানেই বেয়া লৰাটো আজি ৭ বছৰৰ পৰা মৃগী বেমাৰত ভূগী আছে আৰু ছোৱালীজনী আজি দুবছৰৰ পৰা হাৰ্টৰ বেমাৰত ভূগি আছে ।টকা আৰু চিন্তাৰ সীমা সংখ্যা নাই তথাপি মানুজনে আৰু এটা সন্তান পাব বিছাৰে কিবা ব্যবস্থা আছে নেকি বাৰু ?
সুন্দৰ অনুষ্ঠান এটা ভাল লাগিল । আমাৰ যোৰহাটৰে বাইদেউ 🙏🙏
Bhut bhut Thanks
Very nice👍👍👍
মই কিন্তু সৰু লৰা হে দেই 🤗
মই কমেন্ট পঢ়িবলৈ হে আহিছো 🙏
Average cost of egg freezing???
Bhal lagil
বাইদেউ মোৰ বয়স ১৯ হয় মোৰ মাহেকীয়া টো কেতিয়াবা কেতিয়াবা আগবাঢ়ে আৰু কেতিয়াবা কেতিয়াবা পিছ হয় মানে কেতিয়াবা 4days 5days আগবাঢ়ে আৰু কেতিয়াবা 4days 5days পিছ হয় ...ইয়াৰ কাৰণটো কি বাইদেউ please 🙏🙏 জনাবছোন .. মোৰ বাৰু শৰীৰত কিবা অসুখ বা bloud ৰ কিবা problem হৈছে জনাবছোন .. please 🙏🙏dada apuni baideu k hudhi comment tu reply dibo buli mur akha thakil ...
কিমান খৰচ বহন কৰিব লাগিব জনাব নেকি?
Moi o apunar program sai a goisu bar tat
Moi saw baidew prgrm.aji vl dore bujilu IVF ki hoi.moi jurhator hoi .mur ata lora ase 9 mnth hoise moi baru juwa ni kin2 bhtk khbr disu jurhat sanjivanee hsptlt baidew ohar khbr2.ajiw dim 30 aprilt je ahibo.