মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰ জেহাদ

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 16

  • @rajkumardas4975
    @rajkumardas4975 2 місяці тому +3

    স্মাট মিটাৰ মৰিয়াই ভাঙক B J P বাদ দিয়ক কংগ্ৰেছ জিন্দাবাদ মই BJP এৰিলো ধন্যবাদ

  • @gh12138.
    @gh12138. 2 місяці тому +2

    Thik kotha koise👍

  • @bimangogoi7813
    @bimangogoi7813 2 місяці тому +2

    আন্দোলন কৰি লাভ নাই মুঠৰ ওপৰত হিমু কাইটিৰ চৰকাৰ ভাঙি চুৰমাৰ কৰিলেহে ৰাইজৰ শান্তি হ'ব তাৰ বাদে উপাই নাই

  • @mrlachitcharo
    @mrlachitcharo 2 місяці тому +5

    মজা

  • @Whatisscience2024
    @Whatisscience2024 2 місяці тому +1

    correct

  • @joshnaray3117
    @joshnaray3117 2 місяці тому +2

    মামায় মানুৰ অপৰত তুলুঙা মনতব্য দিয়ে তাকচিল্য কথা কয়

  • @RamendraNathDutta-p9e
    @RamendraNathDutta-p9e 2 місяці тому +1

    100% right .

  • @DibesharBora
    @DibesharBora 2 місяці тому

    আপোনাৰ A,P,D,C,L,বিদ্যুতৰ যোগান আমাক নেলাগে কেৰাচিন তেল দিয়ক বিদ্যুতৰ কানেকচন কটাই দিয়ক,আগৰ,যুগ.বিজেপি,চৰকাৰে,ঘুৰাই আনিবলৈ,আৰম্ভ কৰিলে,আন্ধাৰতে,থাকিম,দুখিয়াৰ লৰা,ছোৱালিয়ে,ডিজেলৰ চাকি,জলাই পঢ়িব লাগিব ধন্যবাদ

  • @DibesharBora
    @DibesharBora 2 місяці тому

    2026=মনত,থকাকৈ,ভাল ধৰণে,উওৰ দিবলৈ,ৰাইজ,সাজু,থাকক,

  • @PadmaGogogoi
    @PadmaGogogoi 2 місяці тому +2

    ২৬ বিদাই

  • @dipulsarma7527
    @dipulsarma7527 2 місяці тому +2

    AMSU ৰ বিবেচিত স্মাৰ্ট মিটাৰ জেহাদ বুলি কোৱা কথাত একমত লগতে "আঁচনি জেহাদ " কৰিছে |

  • @sbsadhan4071
    @sbsadhan4071 2 місяці тому

    আমাৰ চাৰ সম্পত্তি তথ্য লোকাল দিয়ক তেওঁ

  • @gobindagoswami5017
    @gobindagoswami5017 2 місяці тому

    Right.

  • @purnaboro5444
    @purnaboro5444 2 місяці тому +2

    Mok kintu smart mitur nalage.

  • @joshnaray3117
    @joshnaray3117 2 місяці тому +1

    এই বুঢ়া শগুন তুক আৰু ভোট নিদিব আমাক আগৰ মিটাৰ লাগে বালৰ কি স্মাৰ্টত মিটাৰ নে কি আমি নেজানো বাই বাই ২০২৬