MUR FACEBOOKOT TUMI !! Champak Sharma Drama !!

Поділитися
Вставка
  • Опубліковано 22 вер 2021

КОМЕНТАРІ • 258

  • @rupambhagabati
    @rupambhagabati 2 роки тому +19

    ভ্ৰাম্যমাণ থিয়েটাৰ বুলিলে মনত যিবোৰ অভিনেতাৰ নাম প্ৰথমেই ভাহি আহে তাৰে ভিতৰত দাদাৰ ( চম্পক শৰ্মা ) নাম প্ৰথমতে আহে । দাদাৰ অভিনয় মানে আমাৰ কাৰণে এক আবেগ । সৰুৰে পৰা দাদাৰ নাটক বাদ দিয়া নাই । নলবাৰীৰ ৰাস মহোৎসৱত থিয়েটাৰৰ মেলা হয় বুলি সকলোৱে জানেই । মই ছয়খনমান নাটক প্ৰত্যেকবাৰেই চাও । প্ৰথমতে দাদাৰ নাটকেৰে আৰম্ভ কৰো । এই নাটকখন মোৰ বহুত প্ৰিয় । অকল এইখনেই নহয় দাদাৰ সকলো নাটকেই মোৰ প্ৰিয় । ভ্ৰাম্যমাণৰ নাটকৰ মাণদণ্ড বৰ্তমান বহুতেই বেয়া । নাটকৰ নামত এচাম ব্যক্তিয়ে যি লিখে সেয়া উপভোগ কৰি আহি যথেষ্ট দুখ লাগে । এই সময়তো ভ্ৰাম্যমাণক সঁচা অৰ্থত জীয়াই ৰাখিছে দাদাৰ দৰে নাট্যকাৰে যাৰ নাটকৰ মাণদণ্ড অতি উন্নতমানৰ হৈ আছে । দাদা সদায় কুশলে থাকক আৰু ভাল ভাল সৃষ্টি আমাক উপহাৰ দি থাকক । দাদা আৰু দুই এজন অভিনেতা-অভিনেত্ৰীৰ বাবেই বৰ্তমান দৰ্শকে থিয়েটাৰ চাবলৈ গৈ আছে । দাদাহঁতৰ অনুপস্থিতিত ভ্ৰাম্যমাণ থিয়েটাৰ যে জীয়াই নাথাকে তাত অলপো সন্দেহ নাই । আলু-পিয়াজ বিক্ৰি কৰাৰ দৰে নাটক বিক্ৰি কৰিলে ক'ত নাটকৰ মাণদণ্ড উন্নত হ'ব আৰু অনুন্নত নাটক মানুহে কিমান চাব ।

  • @nilxendas2354
    @nilxendas2354 2 роки тому +6

    ছাৰ, মই এই নাটকখন দূৰ্গাপূজাৰ সময়ত চামতাৰ সাহপুৰত চাইছিলো। এই নাটকখনৰ শেষৰ দৃশ্যটোত শ্বক হৈ গৈছিলো আৰু আমাৰ সকলোৰে পৰা এটা কথাই ওলাইছিল "মজ্জা নাটক"। মই বন্ধুবোৰক কৈছিলো যে "শেষৰ চিনটোৱে টিকটৰ টকাখিনি উঠাই দিছে, পেইচা বছুল নাটক"। আৰু প্ৰেক্ষাগৃহৰ পৰা ওলাই আহোতে মুখত গুণগুণনি 'মোৰ ফেচবুকত তুমি'। আজি গানটো মনত পৰাত বিচাৰি চালো। পাই বহুত বহুত ভাল লাগিল। আপোনাক ধন্যবাদ। 🙏🙏🙏🙏

  • @mukutbaruah3573
    @mukutbaruah3573 2 роки тому +12

    দাদা সচাকৈ বহুত ভাল লাগিল অতি সোনকালে আৰু এখন দিব বলিষ্ট অভিনয় আপোনাৰ বহুত ভালপাও আপোনাক এইবাৰ লগ পাম চামতাত দাদা ।

  • @RajashreeKachari
    @RajashreeKachari 2 роки тому +6

    নাটকখন ২০১৫ চনত তিতাবৰ ধ'লিত হঁওতে চাইছিলো।আজি পুণৰ চাবলৈ পাই ভাল লাগিল। বহুত ধুনীয়া কাহিনী।

  • @chandanhaloi4158
    @chandanhaloi4158 2 роки тому +6

    নাটক খন প্ৰথম নলবাৰী মৰোৱাত চাইছোঁ,তেতিয়াৰ বহুত সঁচা কথা মোৰ লগত নাটক খনৰ লগত মিল আছে।।

  • @kasturidutta2874
    @kasturidutta2874 2 роки тому +11

    উফঃ কি সুন্দৰ অভিনয়।কান্দি কান্দিয়েই যেন চালো😭😭❤️❤️।চম্পক শৰ্মাৰ অভিনয় কি ক'ম!!!!

  • @nbsvlogs1250
    @nbsvlogs1250 2 роки тому +4

    নাটক খন চাইছিলো মঞ্চত। বহুত বছৰৰ পিছত নাটকখন আকৌ আজি দেখিবলৈ পাই বহুত বেছি ভাল লাগিল
    💓 জনাৰ্দন জিতু 💓
    💓 ৰঙিয়া💓

  • @chabansvlogs7137
    @chabansvlogs7137 2 роки тому +9

    দাদা এই নাটক খন মই আজিও ভালকৈ মনত আছে । বহুত ভাল লাগিল চাই । আজি youtub ত আকৌ চাই ভাল লাগিল । আপোনাৰ প্ৰতি খন নাটকেই মোৰ অতি প্ৰিয় ।

  • @dhritimoysarma8712
    @dhritimoysarma8712 Рік тому +2

    ভ্ৰাম্যমান থিয়েটাৰৰ সোণালী যুগৰ নাটক আছিল এইবোৰ। বৰ্তমান চলি থকা বিতৰ্কবোৰ শুনি শুনি এই নাটকখনৰ কথা মনত পৰিছিল। এটা সময়ত সঁচাকৈ ভাল নাটকৰ সৃষ্টি হৈছিল। সেইবাবেই এবাৰ চালো মোৰ Facebookত তুমি। ভাষা নাই wow just wow!!

  • @jitusonowal7130
    @jitusonowal7130 2 роки тому +1

    Bohut vl lagil bohut dinor murot nije dance abhinoy kora natok akhon saboloi palu thankq Champak Da natok khon you tube ot diyar babe

  • @bituponsaikia7378
    @bituponsaikia7378 2 роки тому +11

    সুন্দৰ অভিনয় ৷আপোনাৰ নাটকৰ কাহিনীবোৰ সচাই সুন্দৰ ৷

  • @jitulbaruah9079
    @jitulbaruah9079 2 роки тому +6

    অন্ধবিশ্বাসৰ বলি হোৱা মানুহবোৰৰ মন চাফা কৰা এখন সুন্দৰ নাট।ভাল লাগিল দাদা

  • @madhujyagogoi311
    @madhujyagogoi311 2 роки тому +6

    দাদা আপোনাৰ অভিনয় আৰু নাটক হৃদয় চুই যায়। সঁচাকৈয়ে আপুনি এজন ভ্ৰায়মমান থিয়েটাৰৰ বাঘ ।

  • @srikangkandas279
    @srikangkandas279 2 роки тому +11

    চম্পক শৰ্মা দাদা,ৰাতুল দাদা আৰু চন্দনা বা কি কম ক'বলৈ ভাষা নাই আপোনালোকৰ অভিনয় বহুত ভাল পাওঁ বিশেষকৈ আপোনালোকক বহুত বহুত বেছি ভাল পাওঁ ।

  • @bikashdas3850
    @bikashdas3850 2 роки тому +11

    বহুত ভাল লাগিল দাদা নাটক খন চাই ।আশাকৰো ভ্ৰাম্যমাণৰ সেই সণোৱালী দিনবোৰ আগৰ দৰে অতি সোনকালে ঘূৰি আহক... ।

  • @mszgvlogs8276
    @mszgvlogs8276 2 роки тому +6

    বহুত ভাল লাগিল চাই ❤❤❤❤
    চম্পক দা ৰ সুন্দৰ দুৰ্দান্ত অভিনয়।। ❤🔥🙏

    • @tutumoni7878
      @tutumoni7878 2 роки тому +2

      Bahut dhuniya acting korise hokolue sai vl lgise .....army Dada jonk bahut vl lge de emn hundar acting kore

  • @hiyagogoi_vlogs123
    @hiyagogoi_vlogs123 2 роки тому +2

    Dada apunar.. acting sai mur khub basi vl lge.. bujaboi nwaru atia apunar natokor 1ta koi story' nsale mur rati tpnia noha. hoi goise.... ankoi hdai dhuniya dhuniya natok kri jauk take kamona krilu.
    god bless you.
    dada.❤️❤️....

  • @himjyoti6952
    @himjyoti6952 2 роки тому +10

    সচাকৈ বহুত সুন্দৰ নাটক।
    চম্পক দাদাৰ অভিনয় কি কম ভাষাৰে বুজাব নোৱাৰি

  • @Kaushik632
    @Kaushik632 2 роки тому +22

    এই নাটকখন মই আগত চাইছিলো।।
    মোৰ বহুত প্ৰিয় এই নাটকখন, ❤️🎶
    অপেক্ষা কৰি আছোঁ এতিয়া নৰসিংস নাটকখন উপভোগ কৰিবলৈ,,
    পাৰিলে সেই নাটক খন আপলড কৰিবচোন ছাৰ।।🙏

  • @moromjyotiparakh9591
    @moromjyotiparakh9591 2 роки тому +1

    Emn dhuniya lgise 🙏🙏🙏🙏 aru lge Champak kokaideo

  • @pijutati338
    @pijutati338 Рік тому

    বহুত বহুত ভাল লাগিল কাহিনী বৰ সুন্দৰ আৰু সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে। ❤❤❤❤

  • @gagandaimary7983
    @gagandaimary7983 2 роки тому +2

    My favourite Actor ☺️😍😘😘 moi aikho natok 5 bar mansalu 💗💗

  • @moonkumarsaikia8185
    @moonkumarsaikia8185 2 місяці тому

    সকলো ফালৰ পৰা এখন খুউব ধুনীয়া নাটক, সকলো অভিনেতা -অভিনেত্ৰী অভিনয় খুউব সুন্দৰ, নাটকৰ সংলাপ, পাণ্ডুলিপি, পৰিচালনা, সংগীত আৰু হামিং খুউব ধুনীয়া ❤️❤️❤️

  • @kankanadeka3692
    @kankanadeka3692 Рік тому

    Amezing ending..gaar num hiyori uthise mur.. Hosake bht hundor natok

  • @utpalsarma6597
    @utpalsarma6597 2 роки тому +1

    এই নাট খন তিনিবাৰ চালো। বহুত ভাল নাট দাদা। আপোনাৰ পৰা আজিও উন্নত মানদন্দৰ নাট আশা কৰো।

  • @barashavlogs2571
    @barashavlogs2571 2 роки тому +1

    Amar gaont ahisil...bhut vl lgisil sai❤️❤️

  • @purbajyoti2239
    @purbajyoti2239 2 роки тому +4

    ঘৰতে সুন্দৰ নাটক এখন উপভোগ কৰিলো 💕 সঁচাই খুব ভাল লাগিল 😊

  • @Riki_770
    @Riki_770 2 роки тому +11

    চম্পকদা, একক আৰু অদ্বিতীয়। ভ্ৰাম্যমাণৰ ভোটাতৰা ❤️

  • @N1988K
    @N1988K Рік тому +1

    এই নাট খন মোৰ নিজ ঠাই মঙ্গলদৈত চাইছিলো..youtub t বহুত বিচাৰিছিলো নাটখন..অৱশেষত আজি পালো..নাটক খনৰ শেষৰ দৃশ্য তোট যেতিয়া মালিনীয়ে বন্ধু বুলি চিঞৰে আৰু জুবিন দাৰ কণ্ঠ ত ফেচবুকত তুমি গোৱা গীত ফাকিত অাৰু চম্পক দাই থিয় হৈ চাই থকা দৃশ্য ই মোৰ ‍গাৰ নোম থিয় কৰি তুলিছিল...উঃ স‌ঁচাই জুবিন দাৰ কণ্ঠত সেই শেষ দৃশ্যটি প্ৰাণ পাই উঠিছিল......"মোৰ ফেচবুকত তুমি"

  • @simantabora7072
    @simantabora7072 2 роки тому +6

    মঞ্চৰ পিছত আকৌ এবাৰ চালোঁ ।। আবেগিক কৰা এখন সফল নাটক ।।
    চম্পক শৰ্মা মানেই ভ্ৰাম্যমাণৰ আবেগ

  • @hazratalihazarika3844
    @hazratalihazarika3844 2 роки тому +4

    চম্পক শৰ্মা মানেই ভ্ৰাম্যমাণ থিয়েটাৰৰ আবেগ

  • @dipakonwarsonowal4844
    @dipakonwarsonowal4844 2 роки тому

    বহুত সুন্দৰ অভিনয়ৰ দাদা... চাই যিমান ভাল লাগিল দুখো হিমানে লাগিল..কি যে মানুহৰ জীৱন

  • @suramadas8850
    @suramadas8850 2 роки тому +5

    মোৰ ফেচবুকত তুমি
    মোৰ প্ৰিয় গীত।

  • @user-ih1kq8nx3o
    @user-ih1kq8nx3o 7 місяців тому

    সছাই অতুলনীয় অভিনয় আপোনাৰ মঙ্গল কামনা কৰিলো।

  • @debajitgogoivlogs
    @debajitgogoivlogs 2 роки тому +2

    সুন্দৰ নাটক সকলোৰে অপূৰ্ব অভিনয় 🙏

  • @rabiabegum453
    @rabiabegum453 2 роки тому

    Khub vl lgil..thank u..aru dbosun

  • @jitu-raj-kalita
    @jitu-raj-kalita 2 роки тому

    Khub dhuniya lagil.. Story to

  • @manashpratimbujarbaruah367
    @manashpratimbujarbaruah367 2 роки тому +1

    সচাকৈ বহুত ভাল লাগিল নাটক খন চাই ।

  • @amalbarman2898
    @amalbarman2898 2 роки тому

    দাদা নাটক খন আগতে চাইছোঁ। এবাৰ আৰু চাব মন আছিল চালো। ভাল লাগিল।

  • @parthakalita3203
    @parthakalita3203 2 роки тому +3

    Thank You dada.... Bohut Apekhya asil Eikhon natokor ❤️❤️

  • @nikharaniburagohaingogoimu740
    @nikharaniburagohaingogoimu740 2 роки тому

    ইমান সুন্দৰ নাটক আজি প্ৰথম চাইছো। খুব সুন্দৰ লাগিল😘😘😘

  • @dibyajyotisonowal140
    @dibyajyotisonowal140 2 роки тому

    Bohut val lagisil. first real ke2016 saisilu Dibrugarh tenakhatot ahute .aji aku UA-cam salu.👌👌😘😘🔥🙏

  • @user-yq9er8fr1w
    @user-yq9er8fr1w 2 роки тому +8

    ভ্ৰাম্যমাণ থিয়েটাৰ জিন্দাৱাদ

  • @dinamoninath5724
    @dinamoninath5724 2 роки тому +1

    নাটক খনি চাই বহুত ভাল লাগিছে।👍👍👍🥰

  • @shaher132
    @shaher132 2 роки тому

    Dhuniya natok akhon salu de aji. Thank you. Champak sarma dada aponar obhinoy bohut val pau. Aibaro aponar nat salu bhagyadevit Mukalmua t

  • @mukutbaruah3573
    @mukutbaruah3573 2 роки тому

    Hundor Dada ajihe vl lgil saislo ntok khon

  • @hirakkalita4707
    @hirakkalita4707 2 роки тому

    Ntok moi realt khaisilo nalbari rakhot aru sabor bht mn asil tq diya bbe

  • @mukutanath7842
    @mukutanath7842 2 роки тому

    অতি সুন্দৰ ❤️😂😭

  • @sangeetasaikia9404
    @sangeetasaikia9404 2 роки тому +4

    অ' চম্পকদা ...😥 সেই তেতিয়াৰ পৰা আজিলৈকে আপুনি ইমান জীৱন্ত । বিষাই আছে ....এতিয়াও । আকৌ সোনকালে এখন দিব । নাম নকওঁ , আপোনাৰ প্ৰতিখন নাটকেই মোৰ প্ৰিয়

  • @pranabdas829
    @pranabdas829 Рік тому

    Dada ai natok khony mor Mul gret Dada I love you

  • @dharmeswarbarman8126
    @dharmeswarbarman8126 Рік тому

    বাস্তৱ কাহিনী,,সচাই অপূৰ্ব sampak দা

  • @nayanriyanmix3525
    @nayanriyanmix3525 Рік тому

    কি নাটক চালোঁ আচৰিত
    চম্পক দা আপুনি আচৰিত দেই
    বহুত ভা লাগিল ,বুজাব নোৱাৰিম 👌👌

  • @mriduladeka7465
    @mriduladeka7465 2 роки тому +1

    আপোনাৰ নাটক চাই বহুত ভাল লাগে দাদা

  • @sanisedition6698
    @sanisedition6698 2 роки тому +1

    Dada Badshah natok khon upload kori dibo soon plz

  • @mukutbaruah3573
    @mukutbaruah3573 2 роки тому +2

    কি সুন্দৰ কাহিনী দাদা আপোনাৰ

  • @BikashDas-nx4fs
    @BikashDas-nx4fs Рік тому

    বহুত ভাল লাগিল অ

  • @pranjal8200
    @pranjal8200 2 роки тому

    ভাল লাগিল দেই ❤️❤️❤️

  • @pranabkumartamuli5828
    @pranabkumartamuli5828 2 роки тому

    mojja.sompak da .kandilu ....kandilu

  • @pareshvlogs8445
    @pareshvlogs8445 2 роки тому

    Bohut bhal lagil natok khon sai

  • @debasishborah4510
    @debasishborah4510 2 роки тому

    Sampak da you are real artist of vaimoman thieater apuni hodai kukhole thakok aru val val natok amal upohar diyok dada Sampak da,thieatet ot apunak hosro pronam aru ganot mur Zubeen da vogoban Hekhot জয় আই অসম

  • @debajitmalakar6916
    @debajitmalakar6916 2 роки тому

    Thankyou Champak da ,,moi aikhon nat saboloi bor hepah asil ..

    • @debajitmalakar6916
      @debajitmalakar6916 2 роки тому

      Aponardore obhinoy koriboloi moro bor hepah ❤️ Ashirbard koribo

  • @bhabajyotivlog3695
    @bhabajyotivlog3695 2 роки тому

    Bahut val lagil 🥰🥰

  • @rubisarma7511
    @rubisarma7511 2 роки тому

    বহুত ভাল লাগিছে নাটক খন চাই 👍

  • @rijumani1712
    @rijumani1712 2 роки тому

    Bhut2 val lagil.skur pani olaise xsake sai.

  • @dharmeswarbarman8126
    @dharmeswarbarman8126 Рік тому

    sosai best drama,sampak da ..best actor,,all time

  • @kanakkalita3446
    @kanakkalita3446 2 роки тому +2

    Val lagil akou sai. Beiman natok khon sabor money jai

  • @jyotismitabaruah3640
    @jyotismitabaruah3640 2 роки тому

    Bhut hundor natok...👍

  • @user-yd2ti1ll8h
    @user-yd2ti1ll8h 7 місяців тому

    My favorite actor.God bless you.

  • @tanmoymalakar4756
    @tanmoymalakar4756 2 роки тому

    Dhuniya hoise

  • @monjitdeka6778
    @monjitdeka6778 2 роки тому

    সুন্দৰ লাগিল 💓

  • @rihaan8099
    @rihaan8099 2 роки тому +1

    আহা কৰোঁ চম্পক দাৰ পৰা আগলৈ "মোৰ ফেচবুকত তুমি" নাটখনৰ দৰে ৰোমান্টিক আৰু মৰ্মান্তিক নাট বোৰ যেন উপহাৰ পাওঁ।

  • @user-yq9er8fr1w
    @user-yq9er8fr1w 2 роки тому +2

    হৰেণ মালাকাৰ দেৱলৈ প্ৰনাম জনাইছো------

  • @nikumanithakuria4298
    @nikumanithakuria4298 2 роки тому

    One of my fvrt♥️♥️

  • @jakirali6986
    @jakirali6986 2 роки тому

    Dada bohudinor pora aakha kori aasilu, akbar live saisilu. Natok khon Sam Sam bui, aaji salu aru bohut vl lagil........

  • @ankur.26
    @ankur.26 2 роки тому +1

    Narashingh natok khon dib son. Please.

  • @anisaikia8348
    @anisaikia8348 2 роки тому

    সুন্দৰ নাটক । চাই ভাল লাগিল

  • @kaushikpatgiri6512
    @kaushikpatgiri6512 11 місяців тому

    Bollowed or movie jen lagil ❤

  • @goutomrajbongshi4227
    @goutomrajbongshi4227 2 роки тому

    Mor Facebook ot tumi natok khon sai bhut a Val lagil axa korisu pisoli Jen anekuwa natok upovog koribo pam ❤️👍

  • @d.dentertainment
    @d.dentertainment 2 роки тому +1

    Mojjja lagil bohut bosoror murot sai

  • @jubengargfanclub2242
    @jubengargfanclub2242 2 роки тому

    Hi Champak da.
    I always wait for your Upload ❤️❤️❤️🙂🙂🙂

  • @priyansu8710
    @priyansu8710 2 роки тому +2

    Aikhon 2bar saisilu bohut hundor natok❤️❤️❤️🎉

  • @mr.rupakvlogs2727
    @mr.rupakvlogs2727 2 роки тому +2

    Mojja👏

  • @nabojitpratim
    @nabojitpratim Місяць тому

    Bor xundor uposthapon

  • @dhitiraj1422
    @dhitiraj1422 2 роки тому

    Bht dhuniya lgil o

  • @Ashique_7_
    @Ashique_7_ 4 місяці тому

    Moi theatre ot o Sai silu aru youtube ot Sai asu bohut bhal theatre aru aito 2024

  • @mallikabaro614
    @mallikabaro614 2 роки тому

    Aji salu bohut val lagil dada

  • @sangitakalita3804
    @sangitakalita3804 2 роки тому

    Bahut val lagil o Sai kandi dilo 🙏🙏🙏🙏

  • @kalpanadeka3443
    @kalpanadeka3443 2 роки тому

    Champak dada jowakali r Baruajani t Mahalaya Natak khan bahut val lagil

  • @mainaborah9606
    @mainaborah9606 2 роки тому +2

    চম্পক শৰ্মা চাৰ অভিনয় মই বহুত ভাল পাওঁ

  • @dhrubafilms5576
    @dhrubafilms5576 2 роки тому +1

    Durdanta abhinoi

  • @pranjalchangmai9035
    @pranjalchangmai9035 2 роки тому

    bhut hundar natak champak da

  • @podmaragborboruah8873
    @podmaragborboruah8873 2 роки тому +1

    Apunar hkolu drama sai su bhabibo nuwara koi val laga

  • @sanjibkashyap5646
    @sanjibkashyap5646 2 роки тому

    Natok khn koya(kayan) gaon t saisilo,,bhut vl lagisil

  • @nayanroy7561
    @nayanroy7561 2 роки тому

    হৰেণ মালাকৰ...Miss korim apunak

  • @mustadurchoudhury6428
    @mustadurchoudhury6428 Рік тому

    Superb champak daa

  • @nurhussain2628
    @nurhussain2628 11 місяців тому

    Ai natok khone muku abegik kori pelale o eman dukh logak natok rosib lage ne

  • @mukutbaruah3573
    @mukutbaruah3573 2 роки тому +1

    দাদা আপুনি লিখা ntokbor মই বহুত ভালপাওঁ আৰু চাওঁ কি সংলাপ আপোনাৰ next আৰু এখন আপুনি লিখা sbo পাম বুলি আশা থাকিল ।

  • @ananttagogoi8028
    @ananttagogoi8028 2 роки тому +1

    মাকচম দাদা নাটক খন ভাল লাগিল

  • @anupamapsar3939
    @anupamapsar3939 2 роки тому +1

    ❤❤❤❤✨

  • @bhaskartalukdar36
    @bhaskartalukdar36 2 роки тому

    Bohut val loga natok.. agote a saiso.. apunar mohakal khan dibo