DANOB (দানৱ) Champak Sharma drama

Поділитися
Вставка
  • Опубліковано 7 лют 2025
  • DANOB (ITIHAAS THEATRE) BY CHAMPAK SHARMA

КОМЕНТАРІ • 235

  • @Kaushik632
    @Kaushik632 2 роки тому +9

    দানৱ...
    খুব এখন সুন্দৰ নাটক।। ভাল লাগিল চাই,
    আপোনাৰ অভিনয় বহুত ভাল লাগে।। ছাৰ,
    এনেদৰেই নাটকবোৰ আপলড কৰি থাকিব।।

  • @disantgoswami9543
    @disantgoswami9543 Рік тому +5

    অন্য কথা নকওঁ কাম লৰা দাদা জনৰ অভিনয় বহুত বহুত বেছি ধুনীয়া হৈছে দাদা ❤❤❤

  • @altabvlogs
    @altabvlogs 2 роки тому +5

    Bohut bohut dhoinyobad anekuwa natok akhon amak upohar Diya babe dada

  • @hirakjyotideka4155
    @hirakjyotideka4155 2 роки тому +4

    💓champak sharma sir ৰ নাটক সঁচাকৈ বহুত ভাল লাগিল দেই। আশা কৰিলো আৰু ভৱিষ্যতলৈও এনে মানৱতাবাদী নাটক উপহাৰ পাম বুলি আশা ৰাখিলোঁ

  • @binoyborah28
    @binoyborah28 Рік тому +1

    Bohut dhunia lagil dai xundor👍👍

  • @pratulkalita77
    @pratulkalita77 2 роки тому +5

    বাঘ,বাঘিনী উভয়ে আছে,গতিকে নতুনকৈ সুন্দৰ অভিনয় কোৱাটো বাহুল্যহে ৷চম্পক শৰ্মা(বাদশ্বাহ),অঞ্জলী চেত্ৰী,কৃষ্ণমনি নাথ ৷জুই আটাইবোৰ ৷

  • @jncvlog5387
    @jncvlog5387 2 роки тому +3

    বহুত দিন পিছত চালো বহুত ভাল লাগিল,
    সঁচাকৈ চকুপানী ওলাই গল,
    সুন্দৰ অভিনয় আৰু সুন্দৰ নাটক দাদা,
    বাস্তৱ জীৱনৰ কাহিনী🙏🙏

  • @manjeetaxom3452
    @manjeetaxom3452 2 роки тому +1

    Punor abar sai val lagil❤️sundor naat,sundor abhinoi.

  • @maheshbaruah5222
    @maheshbaruah5222 2 роки тому

    বহুত ধুনীয়া লাগিল চাই নাটক খোন কন্দিলো আৰু হাহিলো। আৰু আশা থাকিল আৰু ভাল নাটক চাবলে পাম

  • @SikhamoniSaikia-yb3nq
    @SikhamoniSaikia-yb3nq 9 місяців тому

    ইমান বেছি ধুনীয়া লাগিল ভাষা নাই । এনেকুৱাকৈ নাটক আৰু উপহাৰ দি থাকিব দেই ।

  • @hiranyakrnath7819
    @hiranyakrnath7819 2 роки тому +1

    অনবদ্য অভিনয়, সুন্দৰ কাহিনী। খুউব ভাল লাগিল নাটক খন চাই🙏🙏

  • @tapagmodernst1810
    @tapagmodernst1810 2 роки тому +1

    সম্পূৰ্ণ নাটকখন চালোঁ,শেষত দাদাৰ অভিমানী ৰোল এটা দিয়া হেতেন আৰু ভাল হ'লে হেঁতেন। বাকী মজা।

  • @ritombora687
    @ritombora687 2 роки тому +2

    ভাল লাগিছে নাটক খন‌ চাই 👌👌

  • @himanshuentertainment8598
    @himanshuentertainment8598 2 роки тому +2

    Jai Champak Sharma sir 😍dergaon r pora bohut morom

  • @dipuhandique7214
    @dipuhandique7214 2 роки тому +6

    আশা পূৰ হল দাদা।😘😘

  • @gitarthadas709
    @gitarthadas709 2 роки тому +1

    ভাল লাগিল দানৱ নাট খন উপভোগ কৰি। মহাকাল নাট খন উপভোগ কৰিবলৈ আশাৰে ৰৈ আছো।

  • @prajnansuryabaruah8868
    @prajnansuryabaruah8868 2 роки тому +3

    ভ্ৰাম্যমাণ জগত খনৰ প্ৰতি প্ৰেম সৰুৰে পৰাই। সুন্দৰ অভিনয়😍

  • @manashidas9044
    @manashidas9044 2 роки тому +2

    Bohut bohut vl lgil

  • @Vaity6515
    @Vaity6515 2 роки тому +39

    আপোনালোকৰ দৰে মানুহৰ বাবেই আমাৰ অসমীয়া সংস্কৃতি সদায় চহকী।
    মহাকালৰ অপেক্ষাত আছো……

  • @kalakarband5103
    @kalakarband5103 2 роки тому +2

    অতি সুন্দৰ প্ৰদৰ্শন অতি সুন্দৰ অভিনয় চকু পানী ওলায় গ'ল❤️🙏

  • @kamalhaloikamal9567
    @kamalhaloikamal9567 2 роки тому +1

    ধুনীয়া

  • @parthaborah2984
    @parthaborah2984 2 роки тому

    বহুত ভাল লাগিল.......বিশেষকৈ "ভাগি গ'ল চিঙি গ'ল" গীতটো🥰🥰🥰

  • @JaduNath-g3d
    @JaduNath-g3d 6 місяців тому

    Bohut val lagile ❤

  • @PallabiNath-munu
    @PallabiNath-munu 11 місяців тому

    Bohut vall lagile sai sokur pani rokhabo nuwarilu garu tu ti ti gol😢😢😢❤❤❤

  • @ritunjoycreations4252
    @ritunjoycreations4252 2 роки тому

    Hundor akhng natok upobhuk korilu,,Val lagil champak da😍🥰❤️

  • @birajnandan237
    @birajnandan237 2 місяці тому

    1st bar abhinoy korilu ae khon theateror joriyote. Khub bhal ata script dada❤❤

  • @MANOSHI123-h3p
    @MANOSHI123-h3p 2 роки тому +14

    বাস্তৱ জীৱনৰ লগত সংগতি থকা এখন ধুনীয়া নাটক উপভোগ কৰিলোঁ দেই,, সঁচাই বহুত ভাল লাগিল সকলোৰে অভিনয়,👍

  • @nilutpolborah2858
    @nilutpolborah2858 2 роки тому +4

    বহুতো দিনৰ পাছত ভাল নাটক এখন চালো,দাদা‌ আপোনাৰ অভিনয় সচাই অতুলনীয়, আপোনাক এবাৰ ওচৰৰ পৰা লগ পোৱা হয়।

  • @ripunjoyofficial4286
    @ripunjoyofficial4286 2 роки тому +2

    বহুত সুন্দৰ হৈছে ❤❤🤗

  • @pilingadeka
    @pilingadeka 2 роки тому

    সুন্দৰ val lagil moja lagil boria

  • @gitanjalilgogoi2439
    @gitanjalilgogoi2439 2 роки тому +2

    অতি সুন্দৰ 🤗🤗🤗🤗🤗

  • @jahnabineog7990
    @jahnabineog7990 2 роки тому +1

    Birat hundor natok acting hokolure val lagil

  • @জীৱনসংগ্ৰাম-খ৯ভ

    Moja dada vogabane aponak xasai vle rakhxok
    . Jte porag dar dre ketiyao nohoi..

  • @dekaappudeka5600
    @dekaappudeka5600 2 роки тому +1

    আপোনাৰ নাটক বোৰৰ পৰাই এটা সামাজিক বাৰ্তা পাই।সত্যৰ সদায় জয়।

  • @digantadeka1993
    @digantadeka1993 2 роки тому +2

    sir mojja lagil chai🙏🙏🙏🙏🙏🙏

  • @dhamakamusical6439
    @dhamakamusical6439 Рік тому

    Moza lagil sai ❤️❤️❤️

  • @budhinborahbb2661
    @budhinborahbb2661 Рік тому

    অঞ্জলী চেত্ৰী বাইদেউৰ অভিনয় বর ভাল লাগে | বাকী কেইজনৰো বহুত সুন্দৰ অভিনয় হৈছে | চম্পক শৰ্মা ডাঙৰীয়াৰ অভিনয়টো প্রসংশা কৰি শেষ কৰিব নোৱাৰি বাৰু |

  • @birinchisaikia5782
    @birinchisaikia5782 Рік тому

    বহু দিনৰ পাছত এখন ভাল নাটক চালো ধন্যবাদ চম্পা দা

  • @ArjunNeog-fk7cd
    @ArjunNeog-fk7cd Рік тому

    Bohut bhut val lagil....

  • @digantadas1883
    @digantadas1883 2 роки тому

    Altimate acting sharma, da , xosay bohut bhal lagil say

  • @dhrubafilms5576
    @dhrubafilms5576 2 роки тому +2

    Mojja dada tq so much saboloi bohut akha asile...❤️❤️❤️🔥🔥🔥🔥

  • @khanindranath1869
    @khanindranath1869 2 роки тому +1

    Mojah natok khan diya babe

  • @biswadeepbora659
    @biswadeepbora659 2 роки тому +4

    অন্তৰৰ পৰা কৈছো ভাল নাটক এখন চালো৷চকুপানী ওলাই গ’ল৷

  • @podmaragborboruah8873
    @podmaragborboruah8873 2 роки тому +1

    আপোনাৰ দ্বাৰা অভিনিত সকলো বোৰ নাটকেই চাইছো যি সমূহ u tube t আপল'ড কৰিছে বহুত ভাল লাগে ।আপোনাৰ অভিনিত, পৰিচালিত জাৰজ আৰু মন তই নাকান্দিবি নাটক দুখন বহুত বহুত ভাল লাগে, কেইবাবাৰো চাইছো, আহি থকা সময়ত আৰু এনে নাটক উপভোগ কৰিবৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছো ।

  • @nilamonichetia686
    @nilamonichetia686 2 роки тому

    Bohut bohut vall lagil saiiiiiii

  • @sanjivhazarika5063
    @sanjivhazarika5063 2 роки тому +1

    বহুত ভাল লাগিল । আপোনাৰ অভিনয়ে আমাৰ মন চুই গৈছে। সছাকে বহুত বহুত ভাল লাগিল । এতিয়া মই মহাকাল নাটক খনৰ অপেক্ষাত আছো ।বেয়া নাপায় যদি অতি সোনকালে মহাকাল নাটকখন দিৱ বুলি আশা কৰিলো।

  • @BeUnique97
    @BeUnique97 2 роки тому +5

    ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰিয় অভিনেতাজন।।🎉🎉🎉🎉🙏🙏🙏🙏

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 2 роки тому

    ভাল লাগিল দেই

  • @kulageepdeka6411
    @kulageepdeka6411 2 роки тому +1

    নাটক খন চাই ভাল লাগিল

  • @KRworld108
    @KRworld108 2 роки тому +2

    Val lagil dada aru next dibo akhon

  • @nilkamalthakuria2214
    @nilkamalthakuria2214 Рік тому

    Mojaa lagil ❤

  • @pranabdramaofficial1339
    @pranabdramaofficial1339 2 роки тому +1

    Mojjjaaa lagil Sai

  • @digantasarma7133
    @digantasarma7133 6 місяців тому

    Mridul da r theatr naahe naaton you tube t..Champak Da aaru Mridul Da a bosai aase Aamar purona iitehak..❤❤❤

  • @JonmoniCreator-018
    @JonmoniCreator-018 Рік тому

    নাটকখন চাই চকুপানী ওলাই গল, কবলৈ ভাষা নাই কাহিনী, সংলাপ,অভিনয় খুউব সুন্দৰ হৈছে ।। ❤

  • @lxlakshmon6467
    @lxlakshmon6467 2 роки тому +1

    _Mjhaaaa_❤❤❤❤❤

  • @dipankardas2084
    @dipankardas2084 2 роки тому +1

    অতি সুন্দৰ নাটক

  • @KanakDas-ru4bo
    @KanakDas-ru4bo Рік тому

    Moja bhut val lagasa

  • @rahulnath3424
    @rahulnath3424 2 роки тому +1

    হৃদয়স্পৰ্শী।।❤️❤️ ক'বলৈ ভাষা নাই ।।🥺💔

  • @bikipathak1431
    @bikipathak1431 2 роки тому +6

    বহুত ভাল হৈছিল নাটক খন। তিনিবাৰ চাইছিলো। দাদা 'মহাকাল' খন দিব এইবাৰ পাৰিলে।

  • @hiteshdas2969
    @hiteshdas2969 2 роки тому +1

    সুন্দৰ

  • @nilavtalukdar9960
    @nilavtalukdar9960 2 роки тому +1

    চালাম জনাইছো আপোনাৰ নাটকবোৰক।

  • @nabajitzgkalita7403
    @nabajitzgkalita7403 2 роки тому +3

    দাদা আপোনাৰ অভিনয় বহুত ভাল লাগে আপুনি কৰা অভিনয় বোৰ অভিনয় নহয় যেন বাস্তব যেন লাগে আপুনি মহান 🙏🙏🙏🙏

  • @prajnansuryabaruah8868
    @prajnansuryabaruah8868 2 роки тому +1

    সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা জন😍

  • @SanjibKrNath
    @SanjibKrNath 2 роки тому

    Bohot Dhunia hoise, mur falor pora Moni baa Thanks abhinoy 👌

  • @utpolborah9514
    @utpolborah9514 2 роки тому +1

    Dhuniya lagila

  • @spdcreation3455
    @spdcreation3455 Рік тому

    bhut dhuniaa

  • @dulovkonwar7965
    @dulovkonwar7965 2 роки тому +2

    A mojaa

  • @pbassamharibhanga7491
    @pbassamharibhanga7491 2 роки тому

    সুন্দৰ । বহুদিনৰ মুৰত অঞ্জলি চেত্ৰী বাইদেউৰ অভিনয় চাই ভাল লাগিল ।

  • @mszgvlogs8276
    @mszgvlogs8276 2 роки тому

    বহুত বেছি ভাল লাগিল চাই ❤❤😍😍

  • @bikashsvlogs861
    @bikashsvlogs861 2 роки тому +2

    🥰🥰🥀🥀🥀👍👍👍 dhunia 🥰🥀

  • @জোনাকঔপ্ৰতিষ্ঠান

    বহুত বহুত ভাল লাগিল

  • @gautambora403
    @gautambora403 10 місяців тому

    বহুত ভাল লাগিল।।।

  • @chayanikabaishya3153
    @chayanikabaishya3153 Рік тому

    ছাৰ বাদশ্বাহ আৰু বেইমানখন দিব চোন আপলোদ। দুয়োখনে চাইছো ভাগ্যদেৱীৰ মঞ্চত।আকৌ চাবলৈ হেঁপাহ আছে।আপোনাৰ নাটকৰ প্ৰতি এক বিশেষ দুৰ্বলতা আছে।

  • @manojpatir7279
    @manojpatir7279 2 роки тому +6

    বহুত ভাল লাগিল এই টিয়েঠাৰ খন চাই মোৰ চকুৰ পানী ওলাই গল কাহিনী টো চাই 😥😥😥😥

  • @Ankurbaruah7054
    @Ankurbaruah7054 2 роки тому +3

    Ako belag akhan saba pam buli akha thakil dada❤️

  • @dhirenrajofficeal258
    @dhirenrajofficeal258 2 роки тому

    সঁচাকৈ আকৰ্ষণীয় অভিনয়

  • @prokhenbora9318
    @prokhenbora9318 2 роки тому

    Val lagil aru saboly Pam buli akha karilu

  • @rubihazarika57
    @rubihazarika57 2 роки тому

    Very good Sham..... 😘😘Lora hole anekuwa hob lage 👍

  • @debasishborah4510
    @debasishborah4510 2 роки тому +1

    Champak da apunalukor nisina manuh ase karoneai axomiar aai aostito jiai ase Hososro pronam apunaluk hodotiloi Jai aai Axom

  • @nabakumardas4645
    @nabakumardas4645 2 роки тому

    আটাইকেইটাৰে সুন্দৰ অভিনয়৷

  • @bhaskarjthakuria5538
    @bhaskarjthakuria5538 2 роки тому +1

    বহুত ভাল লাগিল !!জবাব নাটক খন দিব চোন দাদা

  • @Dimparju
    @Dimparju 2 роки тому +8

    ভাল লাগিল। আপোনাৰ অভিনয়ত বাস্তৱ বিচাৰি পাওঁ। মানুহৰ জীৱনৰ সমস্যাবোৰো যদি এনেদৰেই সমাধান হ'লহেঁতেন!!!!!!

  • @gaurav__5653
    @gaurav__5653 2 роки тому +1

    Emn dukh lagil sai 😭Champak sir apunar natok moi xurur pora saisu.. Kin2 edin holeu apunak log krim a❤️✨🙏🏻

  • @arunboruah218
    @arunboruah218 2 роки тому +2

    Veary veary good derma

  • @anillekharu-ii8hj
    @anillekharu-ii8hj Рік тому +1

    Very heart touching😢😢

  • @যোৰহাটসন্মিলিতশিল্পীসমাজযোৰহাট

    আপোনাৰ নাটক বহুত ভাল পাওঁ দাদা

  • @krideepmalakar7581
    @krideepmalakar7581 2 роки тому +1

    Beiman khen lage.. Dada.. Mr favorite aikhn

  • @mrigankasahariaentertraint4930
    @mrigankasahariaentertraint4930 2 роки тому +1

    Bhut ভাল লাগিছে bhut দুখ লগা কাহিনী

  • @Biswajit-i5z
    @Biswajit-i5z 2 роки тому

    Val lagil❤❤🔥🔥🔥

  • @dhirajbaruah1905
    @dhirajbaruah1905 2 роки тому

    Dada akdom 🔥🔥🔥

  • @bidyutbikashvlogs7029
    @bidyutbikashvlogs7029 2 роки тому

    Sir apunar avinoy sai bahut val pao.

  • @hemantadas552
    @hemantadas552 Рік тому

    Dada apunar ntk bilak upload krib sun.... Sai bht vl lge..... Ntk mor favourite hoi...

  • @bishaldas3964
    @bishaldas3964 2 роки тому +1

    Champak da apunar acting🔥🔥🔥🔥

  • @drstdhruba1837
    @drstdhruba1837 2 роки тому +1

    Vl lgil❤

  • @Samirentertaintment
    @Samirentertaintment 2 роки тому +8

    দানৱ নাটকখন চাই বৰ ভাল লাগিল ।কান্দিলো,হাঁহিলো আৰু দানৱ কোন সেয়াও বুজিলো।
    মহাকাল নাটকখন চাবলৈ বৰ আশা আছে দাদা।অতি সোণকালে দিব বুলি আশাৰাখিছো।
    জয় চম্পক দা,জয় ভ্ৰাম্যমান নাট্যজগত🙏❤️

  • @jyotideka2863
    @jyotideka2863 2 роки тому

    Mjja ..love from Dehradun

  • @sangeetasaikia8687
    @sangeetasaikia8687 2 роки тому +10

    অনবদ্য অভিনয় , বৰ ভাল লাগিল নাটক খন ।কিন্তু আগৰ কেইখনতকৈ এইখনৰ sound ৰ এদিটিং খিনি অলপ বেয়া পালোঁ । back ground ৰ music খিনিৰ শব্দ বেছি আহিছে ।
    যিয়েই নহওঁক নাটকৰ কাহিনী , অভিনয় ধুনীয়া । আপোনাৰ কথা বেলেগকৈ নকওঁ , কাৰণ বাঘ সদায় বাঘেই । পৰৱৰ্তী খনলৈ অপেক্ষা কৰিলোঁ চম্পকদা , বিশেষকৈ মহাকাল খনলৈ । এইখনৰ বাবে ধন্যবাদ

  • @mdmonuj257
    @mdmonuj257 2 роки тому +1

    Moja dada

  • @mkmusical1384
    @mkmusical1384 2 роки тому

    Background male singer jonor voice tu bor dhuniya💐💐💐

  • @bhaskarsaikia4999
    @bhaskarsaikia4999 2 роки тому +1

    Hundor