প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছঠ বা ছট হৈছে। মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।😌😌
Chhath Puja is a Hindu festival predominantly observed in Bihar, Uttar Pradesh, West Bengal and Jharkhand. On this day Sun God is worshiped with prayers and religious rituals. Considered to be one of the most eco-friendly religious festivals, Chhath Puja lasts for 4 days.
Chhath Puja is a Hindu festival predominantly observed in Bihar, Uttar Pradesh, West Bengal and Jharkhand. On this day Sun God is worshiped with prayers and religious rituals.Considered to be one of the most eco-friendly religious festivals, Chhath Puja lasts for 4 days. It is celebrated twice a year in the months of Chaitra and Kartika.
দিম্পু দা আপুনি এজন অসমৰ সফল You tuber , আপোনাৰ video ত প্ৰায় million views থাকেই। মোৰ অনুৰোধ এই যে আপুনি এটা topic ৰ ওপৰত video বানাওক যে , যিখিনি মানুহে আপোনাৰ video চায় তেওঁলোকে পৰা পৰ্যন্ত কেৱল India ৰ product বোৰ ব্যবহাৰ কৰে। আপোনাৰ এই এটা মাত্ৰ video ৰ যোগেদি assam ৰ লগতে India ৰ economy ও কিছু পৰিমাণে বৃদ্ধি হব। - আশা থাকিল। এজন সচেতন নাগৰিক হিচাপে।
Dimpu দা🙏 ছট পূজা হৈছে এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ।। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছট পূজা।। ছট হৈছে।মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।🙏 #মোৰবসন্ত please pin
ছথ পূজা হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু ঝাৰখণ্ডত প্ৰধানকৈ পালন কৰা হিন্দু উৎসৱ। এই দিনটোত সূৰ্য্য ঈশ্বৰক প্ৰাৰ্থনা আৰু ধৰ্মীয় ৰীতি-নীতিৰে পূজা কৰা হয়। পৰিৱেশ অনুকূল ধৰ্মীয় উৎসৱৰ ভিতৰত অন্যতম বুলি গণ্য কৰা ছঠ পূজা ৪ দিন ধৰি চলি থাকে।❤️
এইটো মোৰ মা হয় । কিমান আগ্ৰহ, কিমান হেঁপাহত কৈছে । 😍 শ্ৰদ্ধা জনালো সেই সু পুত্ৰক
❤❤❤❤মা
Video tu kintu dimpu da cut koribo nalagisela ...ma😍
MI single a morim
@@Sumidangkati21 tumi single nhoi tatkeu beake moribo lage..besi fal2 koribo napai..adin bujiba ki kri asa 2mi,,tetiale bohut late hobo
Maa
নিজৰ মাকৰ ফটো উঠাবলৈ ইমান হেপাহ ল'ৰাজনৰ, বৰ ভাল লাগিল ইমান মৰম দেখি, তেওঁৰ ভাল হওঁক ♥️♥️♥️
3:26 🥺... Literally respect 💕💕💕
English - Congratulations
Assamese - অভিনন্দন
Hindi - बधाई हो
Bangali - অভিনন্দন
Congratulations Dimpu Da 🥳🎉
Dry food মোকো দিছে জিঅ ৰ তৰফৰ পৰা, এজন Jio ৰ Rg Right থকা Retailer হোৱা ৰ বাবে, বহুত বহুত ধন্যবাদ Team jio ক ডিম্পু ৰ এই ভিডিঅ' টো ৰ জৰিয়তে ।
জোনে dimpu ক ভাল পোৱা like কৰি দিব ♥️
Dimpu ji❤️You always put a smile on my face when you post! keep up the ❤️AMAZING work
Thanks
@@asifalam9436 🤣🤣
Lvly dimpu da...bht bht bht aguwai juwa... bholanath ajibon tmr lgt asa.
Congratulations Dimpu da 🤗
সঁচাই বহুত শিকিব লগা আৰু চাবলগীয়া ভিডিঅ পাওঁ dimpur ৰ পৰা love from ধেমাজি 💙
আপুনি বহুত সৌভাগ্যৱান হয়,,আন্তৰিক অভিনন্দন 🥰🥰
Dimpu da Mangaldai Rakh Saboloi ahibo 💥💥💥🔥🔥🔥🔥🔥🔥🔥...
অভিনন্দন থাকিল dimpu 👌 লগতে মোৰ ফালৰ পৰা ভাইটি জনলৈ ওপজা দিনৰ শুভেচ্ছা থাকিল
Dimpu da kk Jone Jone bhal pai like korok please dimpu da fire 🔥🔥🔥🔥🥰🥰
Dimpu hey lora jonor makok video 2 pora cut koribo nelagisl...emn moromot koisl.... Emotional
Lora toi nija photo uthar kotha nkoi maa r lgt photo uthim buli koise very emotional 😓
Dimpu fotua hol...dhui dekhb lge ...ma . always great
Hoiyo stt
Dimpue korile ki xei 2 moi buji pua nai video 2t😂...
Anei mane Ulta paltan...
Knubai video 2 of Kori photo uthib roise tatee Kii...
Moio vabisu
Dimpu da moja lagise Video tu Sai 👍👍💓💓
ছট হৈছে হিন্দু সৌৰ দেৱতা সূৰ্য, আৰু দেৱী শাস্তি (যাক ছঠী মাইয়া বুলিও কোৱা হয়) প্ৰতি সমৰ্পিত এক বৈদিক ৰীতি।
Dimpu da apunr vidio bur sai bhut vl lge .anekoi আগুৱাই যাওক ❤️
প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছঠ বা ছট হৈছে। মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।😌😌
Dimpu da khub Dhuniya Lage Tumar Vlog Sai Ane Koi Xodai Bonai Thakiba Vlogs Aru Mor Porai Full Support Love From Mukalmua Sapkata❤️🥰
Congratulations Dimpu daa ❤️🎉🎉
Happy Chhath puja 🙏চৈত্ৰা শুক্ল পক্ষ ষষ্ঠীক চৈতি ছথ আৰু কাৰ্তিক শুক্ল পক্ষ শাষ্ঠীক কাৰ্তিকী ছঠ বুলি কোৱা হয়। এই উৎসৱ সূৰ্য্য দেৱতাৰ পূজাৰ বাবে বিখ্যাত। বিশ্বাস কৰা হয় যে ছঠ দেৱী সূৰ্য্য দেৱতাৰ ভগ্নী। সেয়ে ছঠ উৎসৱত সূৰ্য্য দেৱতাই ছঠ দেৱীক সন্তুষ্ট কৰি আনন্দিত হয়। গংগা-যমুনা বা যিকোনো নদী, বিলৰ পাৰত সূৰ্য্য দেৱতাক পূজা কৰা হয়। প্ৰথম দিন অৰ্থাৎ চতুৰ্থী তিথি ‘নহয়-খায়’ হিচাপে পালন কৰা হয়। পিছদিনা পঞ্চমীত খৰনা ব্ৰত পালন কৰা হয় আৰু এই দিনটোত উপাসকসকলে প্ৰসাদ হিচাপে গুৰ-খীৰ, ৰোটি আৰু ফল-মূল আদি সেৱন কৰি পৰৱৰ্তী ৩৬ ঘণ্টা ধৰি নিৰ্জলা উপবাস পালন কৰে। বিশ্বাস কৰা হয় যে ছঠ দেৱীয়ে কেৱল খৰাণ পূজা কৰিয়েই সন্তুষ্ট হয় আৰু ঘৰত বাস কৰে। ছঠ পূজাৰ গুৰুত্বপূৰ্ণ তাৰিখ ষষ্ঠীৰ দিনা নদী বা জলাশয়ৰ পাৰত ভক্তসকলে বৃহৎ সংখ্যক গোট খায় আৰু উদীয়মান সূৰ্য্যক অৰ্ধ্যা প্ৰদান কৰি উৎসৱৰ সামৰণি মাৰে। 🙏
@@pranamisarmah8848 Hii
হয় .. 🔥✨❣️ আমি ও কৰোঁ চঠপূজা
থিম্পু দা চট পূজা চাবা লাগে আমাৰ বৰপেটাত ইমান ধুনীয়া
Love From Golaghat 💙Dimpu Da🥀
Dimpu da aponar video sai buhut vll lage 🥰🥰
3 in 1 vlog 😂
this is the power of dimpu 🔥
Nice Dimpu🎉 congratulations
Awww অভিনন্দন 😊❤️❤️
DIMPU IS " SUPER STAR " OF ASSAM .
You are the most loved adored popular young youtuber ♥ and will remain forever
জিঅ ৰ ধূপ জলালে Network আহি যায় নেকি !!!
Oh! Dimpu da tmmm......
এই কথাবোৰৰ বাবে তোমাক ভাল লাগে!
❤️❤️❤️
Congratulations Dipmu da 🎉
Dimpu daa😍😍
.
.
.
#Mousumivibesandvlogs
Congratulations Dimpu ❤️❤️❤️ from Dibrugarh Assam
Congratulations dimpu daa........ Love from Kokrajhar ❤️❤️😊😊
Congratulations Dimpu Da 😍♥️😍
Waaaw অভিনন্দন জনালো dimpu💐💐
Chhath Puja is a Hindu festival predominantly observed in Bihar, Uttar Pradesh, West Bengal and Jharkhand. On this day Sun God is worshiped with prayers and religious rituals. Considered to be one of the most eco-friendly religious festivals, Chhath Puja lasts for 4 days.
Google
Google pora copy kori diso
Dimpu da aji moi apunar video fast dekhilu fast viu mur🥰
Love from Morigaon Dimpu Da💗
Love from Morigaon..❤
🥰🥰🥰🥰🥰 ধুনীয়া লাগিছে 🥰🥰🥰🥰🥰
Chhath Puja is a Hindu festival predominantly observed in Bihar, Uttar Pradesh, West Bengal and Jharkhand. On this day Sun God is worshiped with prayers and religious rituals.Considered to be one of the most eco-friendly religious festivals, Chhath Puja lasts for 4 days. It is celebrated twice a year in the months of Chaitra and Kartika.
Axomiya t a kosn bhosdiwali
Hi
Google guy
Hii
Congratulations dimpu daa apunar video xodai Sao
Congratulations dimpu dada ❤
Dimpu vai tumi bohut vagyoban da...ami o proud koru Nalbari buli
Hlw bro
Congratulations
Love From majuli ❤
So sweet... congratulations dimpu... 👍👍👍
Love you all viewers ❤️
দিম্পু দা আপুনি এজন অসমৰ সফল You tuber , আপোনাৰ video ত প্ৰায় million views থাকেই। মোৰ অনুৰোধ এই যে আপুনি এটা topic ৰ ওপৰত video বানাওক যে , যিখিনি মানুহে আপোনাৰ video চায় তেওঁলোকে পৰা পৰ্যন্ত কেৱল India ৰ product বোৰ ব্যবহাৰ কৰে। আপোনাৰ এই এটা মাত্ৰ video ৰ যোগেদি assam ৰ লগতে India ৰ economy ও কিছু পৰিমাণে বৃদ্ধি হব।
- আশা থাকিল। এজন সচেতন নাগৰিক হিচাপে।
Mojja ✨🔥✨
Jio ৰ ধূপ টাৱাৰ মজা পাব , 5G আহি গল ,,,,,🤣🤣🤣🤣😜😜 love you.... Dimpuu daa👍👍👍💓💓💓💓
Bomb vlog
Big fan bro ❤️❤️
Dimpu দা🙏 ছট পূজা হৈছে এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ।। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছট পূজা।। ছট হৈছে।মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।🙏 #মোৰবসন্ত please pin
দিম্পু দা এইবাৰ নলবাৰী ৰাস চাবলৈ গৈ আছো তোমাক লগ পায় তুমি মোৰ প্ৰিযI.love.you.DimpuDa❤️❤️😘😘
ইচকচৰ confidence next level 😂🔥
Dhunya.... Apuni Ajon Mohan....
Chhat puja mane dubi thoka khurjo aru ulai aaha khurjok puja korake chhat puja bole ❤and happy chhat puja all of you 💖🙏
tamam cute family 😍😍😍😍
De arrr 💥
Dinpu aji loike sob video thake asile bt aji giftr video tu tumi agote sai video tu bonuwa babe olop beya lagile.. btw tumi 🔥🔥🔥
Next level 🔥
Dimpu da val lagil. 🙏🏿🙏🏿🙏🏿🙏🏿
Hey dosto welcome to my new vlog 😑
CONGRATULATIONS 🎉🎉 NO.1 UA-camr in Assam 😀
Dhuniya dimpu da love from lakhimpur ❤️
❤️❤️❤️❤️😍👍
Nice to meet you
By Iyuv জজ লয়য়৬০লয়০৭৮৮বজ
পচলচ ৭ৰ পৰ ০লয়য়শব৭লয় সহজ লয় দহ দহ বচ
Dimpu da moi axomor bihari next bosort Patna jabo buli AXA thakil chat Puja sabolei .. parile moku loi jabo..aru juntu xui xui ahi asile hituk dond buli koi..☑️🇮🇳🙏
❤️❤️❤️❤️❤️❤️☺️🥀🥀
One of my favorite you Tuber dimpu da 🔥🔥🔥june june dimpu dak val pai like ata cmnt ata di jauk🔥🔥🔥
Moja
Beautiful vlogs dimpu.. Iskosor birthday moja celebration.. Gift 🎁 moja dise... Jio r pra gift pai gol... Congratulations
কিন্তু কিন্তু বুলি dimpu daai বহুত ঠাই ঘুৰালে
Thank you 😊
Val lagil vedio tu sai dimpu daa love from morigaon
God bless you dimpu da aage Jakey aapka Life aur bhi atcha ho main apke video daily dekhta hu arunachal pradesh se
মোৰ প্ৰথম youtuber তুমি আৰু 2NamberUA-camr। হ'ল বিকাছ দা ❤️I love travel and food ❤️ I love youবিকাশ।দা ❤️❤️
🙏🙏আৰু আগুৱাই যোৱা Dimpu
Moi apunak bohut val paw i love you dimpu da 💓💓💓💓
Congratulations🎉🥳👏 dimpu dada
Congratulations dimpu 💐💐
Bidda xopat hahahaa 😄😄👌👌👍👍
Love form kharupita ♥️♥️❤️❤️ mojja dada ❤️♥️
Congratulations dimpu dada 💙😍💙
সোনকালে 3 million হক দে।♥️
Waw. Congratulations dimpu da🥰❤️❤️❤️
congratulations🎉 Dimpu da😊apuni aru aguwai jaok👍😎
Frist view dimpu daa ❤️ love from mirzaaa
Love from Golaghat ... video sai mojaa lagil
Rash mane majuli ❣️❣️❣️❣️ majuli ahebo hokolu
Congratulations dimpu da 💞💞💞💞
Happy birthday iskos.dimpu tumi o aguai joya
Love from bongaigaon Dimpu da 😍😍🥰🥰
Wow congratulations 🥳 🎉
Dimpu দা তোমার ভিডিও অনেক ভালো লাগে
Moja Dimpu Da 😍❤️
Mojjahh Dimpu daa🤗💕💕
Video tu sai buhut val lagil dimpu da
Hiii dimpu da big fan from Darrang.❤️❤️❤️❤️🥳
ছথ পূজা হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু ঝাৰখণ্ডত প্ৰধানকৈ পালন কৰা হিন্দু উৎসৱ। এই দিনটোত সূৰ্য্য ঈশ্বৰক প্ৰাৰ্থনা আৰু ধৰ্মীয় ৰীতি-নীতিৰে পূজা কৰা হয়। পৰিৱেশ অনুকূল ধৰ্মীয় উৎসৱৰ ভিতৰত অন্যতম বুলি গণ্য কৰা ছঠ পূজা ৪ দিন ধৰি চলি থাকে।❤️
Tamam kin2 dimpu da aponi ki dekha nai take khudisu
WooW moojjjjaaaa 😋😋😋😋😍😍😍🥳🥳🥳🥳🥳🥳
Dimpu da nahira t jagardhatri puja kali axtomi porakhi nobami ahibo dimpu da
Hi dimpu da... congrats & grwww upppp
Moza Dimpu Da Tumi Jui 🔥🥵