আচলতে এই কলি কালত আমি যাক ভগৱান ৰূপে স্মৰণ কৰো তেওঁলোকক আমি দেখা নাপাওঁ গতিকে সময় দা ৰ দৰে মানুহৰ ৰূপতেই ভগবানে আমাক দেখা দিয়ে, সময় দা ক ভগবানৰ আন এটা ৰূপ বুলি ক'লেও হয়তো ভুল কোৱা নহব । 🙏🙏🙏
Padmavati lucky j apunar dore manuh log pale aru life tu dhuniyakoi notun k start hol.bohut val lagil tyk eneke dekhi.God bless you homoy da.enekei agbahi jaok.❤
Homoy Dar Karone Ata Like kora . Kiman Like Ahe Sau
Tumar karone mur falor pora like 😉
@@Homoy tq Da Da 🥺
Khub bhal kaam kori asa.. Aru aghbarhi juwa
❤❤❤❤
Dadai hodai val Kam Kori jauk
আচলতে এই কলি কালত আমি যাক ভগৱান ৰূপে স্মৰণ কৰো তেওঁলোকক আমি দেখা নাপাওঁ গতিকে সময় দা ৰ দৰে মানুহৰ ৰূপতেই ভগবানে আমাক দেখা দিয়ে, সময় দা ক ভগবানৰ আন এটা ৰূপ বুলি ক'লেও হয়তো ভুল কোৱা নহব । 🙏🙏🙏
সঁচাকৈ ❤
শিৱ বাবাই সময়ক আৰু শক্তি দিয়ক ❤️🕉️🙏 ওম শিৱ❤ধেমাজি
আজিকালি মানুহে আনৰ ভাল হোৱাটো নিবিচাৰে, নিজেইটো সহায় কৰিব নোৱাৰেই আনে সহায় কৰিলেও বদনাম কৰে, এইবিলাকৰ আন কাম নাই ,আনৰ কথা খুচৰি ফুৰি ভাল পাই,অভদ্ৰ মানুহ এইবোৰ, বহুত দিনৰ পিছত মাইনাজনিক দেখা পায় বহুত ভাল লাগিল,তাই বহুত সলনি হৈছে, দেখিবলৈ ভাল লাগিছে 🥰
বহুত দুখ লাগিল। সময় দা সদায় মানুহৰ মাজত জিলিকি থাকক।
Assamar best UA-cam king 😢😢😢😢😢 apuni mahan😢
পুত্ৰ সময়, ভগৱানে তোমাক কৃপা কৰে যেন।
কান্দি দিব দেতাই বুলি কোৱাত চকুপানী ওলাই গ'ল অ'।ভালে থাকক সকলো।
আপোনাক ভগৱানে আৰু শক্তি দিয়ক দাদা ।
ধন্যবাদ,ভগৱানে তোমাক শক্তি দিয়ক।ভাল কাম কৰিছা
পিতৃৰ লগত দেখা দৃশ্য দেখি বৰ দুখ লাগিল তোমাক ভগৱানে কুশলে ৰাখক
তুমি আৰু চেষ্টা কৰা পাৰিবা, তোমাৰ মনৰ উচ্চাস বঢ়াই তোলা । ভগৱানে মঙ্গল কৰক 🪔🪔🪔।
ধন্যবাদ 🙏
God bless you somoy
পদ্মাৱতীয়ে পঢ়া শুনা কৰি ভৱিষ্যতে ভাল মানুহ হওঁক তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ লগতে সময় গোষ্ঠী আৰু পদ্মাৱতীৰ দীৰ্ঘায়ো কামনা কৰিলোঁ।
আপোনি বহুত ভালকৰিছে। আপোনাৰ মঙ্গল হওঁক।
পদ্মাৱতী ধুনীয়া হৈছে ❤️ ইমান ভাল কৰিছে বহুত বহুত মৰম ভগৱানে তোমাক কুশলে ৰাখক।
bohut bohut val lage dadar kam❤❤❤😊😊😊😊 bur
মৰম লগা ছোৱালী জনী ❤ আগবাঢ়ি যোৱা তুমি,,,,
Homoy Da is a kind hearted Human 👍 God bless you Da and Family 👐
Tumi mohan homoi hodai vale rakhe jen vogobane tumak❤
পদ্মাবতী ধুনীয়া হৈছে আৰু শকত হৈছে। ডিব্ৰুগড়ৰ টেঙাখাতৰ পৰা মৰম দিলো ❤❤❤❤❤🙏🙏🙏
সময় তোমাৰ কৰ্মই সমাজখনক আগুৱাই নিয়াত সদায় সহায় হওঁক।
Padmavati lucky j apunar dore manuh log pale aru life tu dhuniyakoi notun k start hol.bohut val lagil tyk eneke dekhi.God bless you homoy da.enekei agbahi jaok.❤
ইয়াতকৈ আনন্দ লাগেনে ঐ সময় কোৱাচোন,
তোমাক ভগৱানে সুখত ৰাখিবলৈ প্ৰাৰ্থনা জনাইছোঁ, তেতিয়া সকলো পদ্মাৱতী,ককা, আইতাক , সঙ্গীবিহীন
সকলে ৰঙীন জীৱন
কটাবলে পাব....!
গতিকে পদ্মাৱতীৰ লগতে তোমালৈও
বহুত মৰম শুভেচ্ছাৰ
লগতে অশেষ ধন্যবাদ জনাইছো ❤❤❤
❤️🙏
বহুত ভাল কাম কৰি আছা তুমি পদ্মাৱতী ক আকৌ দেখি ভাল লাগিল ।
বহুত ধুনীয়া লাগিছে আৰু এক আবেগিক মূহুৰ্ত ❤❤❤
Bohut besi val lagil
ভগৱানে সহায় কৰক |এইয়ে আমাৰ কামনা
So nice bohut Val lagel aapunalok anakoi aag bare thakok
ভগৱানৰ এটা ৰূপ হৈ আপুনি সময় দা❤❤❤❤
বহুত ভাল লাগিল দেই ধন্যবাদ জনালো।
আপোনাৰ Video চাই সচাকৈয়ে মন পৰিবৰ্তন হৈ গল
আৰু আগুৱাই যোৱা। প্ৰভুৱে তোমাক সহায় কৰক।
Bohut bhal lagil🙏🙏🙏
Bohut val lagil dada.bohut bohut danyabat antarar pora apunak
Real hero in assam ❤❤
Tumar video hodai saw , padmawatik dekhi val lagil deutakor sakupani dakhi moiu kandi dilu ,dautakbur bor moromor
পদ্মা শকত আৰু ধুনীয়া হ'ল পাই দেখি মৰম লাগি গৈছে ।
সঁচাই বহুত মৰম আপোনালৈ এগৰাকী কণমানি আপুনি নতুন জীৱনৰ বাট দেখুৱালে,,,salute homoy da,,
Best of homoy da
Apunak হৃদয়ৰ pora nomoskar, Amer morom ,শ্ৰদ্ধা ,সন্মান সদায়েই apunar uporot
Apuni bohut bhal kam kori ase dada anakei hodai aguai jok❤
Apuni bohut bhal kam kori ase anekai hodai aguai jhak dada❤❤❤
Anekua you tuber he hobo lage. Dukhia manuhor proti abeg, khohanuvuti thoka. Apunar video Sai bht Val Lage dei.
Homoy. Tomak mor. Osas. dhannybad.
Apunak hodai vogobane vale rakhok apuni agbahi jauk aenekoie
Bohut vl lagil❤
Hamoy da tmi bhgbn khske aru ag bahi jua bhgbne tmk mangol krak i love hamoy da
Great job , ❤❤❤
Bht bht besi val lagise
Ajoni swali ntun jibn diyar babe thank you ❤se
Your are great xomoy da❤
Aapunak bohut aahibad koresu aapunak vogobane vale rahok
Bohut val lagila video tu sai ❤
No comment !!Good bless you !
ভাল লাগিল
প্ৰকৃত মানৱীয়তা চীন তুমি আজিৰ সমাজৰ ভগৱানে তুমাক আৰু শক্তি দিয়ক জীৱ শেচত প্ৰাণী হিচাপে এনেধৰণৰ কাম কৰি যাবৰ বাবে❤
Dadai eman val
God bless her..... common axom help each other
Aioo.. padmawati Joni bhut moromloga .Bohut val lagil video to sai.
Bohut val kam koriso bhaeti
Nice decision tk sir
Val lagil
❤❤❤Homoy daa❤❤❤
New Padmavati 😊😊😊
God bless you Homoy Da for caring her.👐
Good steps, go ahead
bhout vl dada
Guwahati airport bahut bahut dhanyvad
তোমাৰ লগতে তোমাৰ সহযোগী সকলকো অশেষ ধন্যবাদ আৰু আশীৰ্বাদ অভিনন্দন জনালো 🙏
আপোনাক কি বুলি যে কম ভাষা নাই 🥺আপুনি সঁচাকৈ সেই সকল মানুহৰ কাৰণে ভগবান আৰু আমাৰ কাৰণেও 😢সঁচাকৈ বহুত ভাল লাগে আপোনাক বহুত বেছি😢🥹
Good job 👍👍❤️❤️😍😍
আপোনাক লগ পোৱা আশাৰে
Good job bro
You are great
Homoy Gogoi Zindabad
আপোনাক সদায় মনত পৰিব ❤❤ সময় দা আপোনাৰ এইবোৰ কাম দেখি বহুত ভাল লাগে ❤❤
God bless you brother 🙏
আপোনাক অনুসৰণ কৰি আৰু হাজাৰজন সময়ৰ জন্ম হওক তাকে কামনা কৰিলো।
Love from Duliajan ❤
bohut val lagil shai
Bohut bhal karisa
Very nice work
সঁচাকৈ মানৱ সেৱাই মাধৱ সেৱা এই কথা তুমি বাস্তবায়িত কৰিব পৰিছা ভগৱান তোমাৰ সহায় হওক | বৰ ভাল লাগিল ভিডিও টো
😢😢 bhal kaam Korar babe bhal lagise de 😢😢😊😊😊❤❤
Lot's of inspiration ❤
বহুত ভাল লাগিল । বহুত বহুত ধন্যৱাদ আপোনাক 🙏
বহুত ভাল লাগিল ।
Bahut val
Bhut Val lagil padmawatik dekhi, god bless you homoy
Oo eman maram lagise😢 Love you sister ❤
Great job ❤️
Padmavati bohut dhunia hoise bohut morm dilu ❤
🥰🥰
❤প্ৰম মাজুলী সদায় ❤️
ঈশ্বৰে তোমালোকক আশীৰ্বাদ কৰক🙏🙏
Very nice da
dada nisina aru jódi añekóí dohjon ulai àhe bohut àxom xon vàl habo 😊😊😊😊❤❤😢
Proud of you xomoy da ❤
ইমান ভাল কাম কৰিছা বহুত ভাল লাগিছে । ভগৱানে তোমাক কুখলে ৰাখক।
Tumar uporot hampurna biswakh ase. Aguwai juwa.
ভগৱানে তোমাক ভালে সদায় ৰাখক তাৰে কামনা কৰিছোঁ।।❤️❤️🙏
Good job ❤❤❤❤❤