Dada apunk hodai vogoban e kukhole rakhok...enedore val Kam Kori jauk....nithorua jonok hodai vogoban sorupe hatot hat dhori aguai loi jauk....god bless you
prithibit kisuman val kam koribole val manuh vogobane pothiyai diye aru sei val manuh buror majot apuni ajon kokaideu . apunak mur sahasra pranam aru aguwai jowa🙏❤
Baki youtrub'r bilaky upnar dory jdi anyky help krely hoi bhout vl lagil hoi kinto hihot ako kamr mano nohoi nijr to boji pai...uponi anyky ag bari thakok hdai god bless you dada👍👍👍
ছোৱালী জনীক যদি child care ba vl organisation r under থব পাৰি যাতে তাইৰ পঢ়া শুনা সকলো দায়িত্ব লয় আৰু দেউতাক জনক বৃদ্ধাশ্ৰমত থব পাৰি নেকি আৰু লগতে যাতে দুই তাৰ মাজত মাজে সময়ে হ'লেও খবৰ খাটি হৈ থাকে তেনেকৈ ও চিন্তা কৰিব পাৰি নেকি দাদা
Somoy gogoy tumar vlog sai val lage .tumar manobota solag lobo loga.aamak ejoni val suali lage.val schoolot porjai ekebare nojor kori lom buli protisruti disu.
কনমানীজনীৰ অৱস্থাটো দেখি দুখ লাগি গ'ল 😢 দাদা আপুনিয়েই ভগৱান স্বৰূপ হৈ আছে। সহায় কৰক কনমানীজনীক
ভগৱানে যাক ধন দিয়ে অজস্ৰ দিয়ে আৰু যাক দোখ দিয়ে নৰক হৈ পৰে । বহুত দুখ লাগিল । ছোৱালীজনী ভৱিষ্যত ভাল হয় যাতে।
এনেকুৱা দৃশ্যবোৰ দেখিলে মোৰ কেতিয়াবা ভগৱানক প্ৰশ্ন সুধিবলৈ মন যায় কি দোষৰ শাস্তি দিয়ে এনেকৈ । সৰ্বপ্ৰথমে মই দাদা আপোনাক ধন্যবাদ জনাঁইছো ভগৱানে আপোনাক আৰু দুগুন উৎসাহ দিয়ক এনে কামবোৰ কৰি যাবৰ বাবে ।
🙏
ছোৱালীজনীক ভগৱানে আশীৰ্বাদ কৰক। ভবীভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ 😢😢😢😢
ভগবানে কি
ছোৱালী জনী ভবিষ্যত ভাল হওঁক ভগৱান ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏
কণমানিজনীৰ কাৰণে বহুত বেছি দুখ লাগিছে দে 😢😢😢😢
সময় দা তুমি আৰু আগুৱাই যোৱাৰ তাৰে কামনা কৰিছোঁ আল্লাহৰ ওচৰত 🤲❤❤❤❤
Me also😢
বহুত দুখ লাগিল চাই 😢 সঁচাকৈ ছোৱালী জনী বহুত সাহসী আগলৈ পঢ়ি শুনি ডাঙৰ মানুহ হওঁক আৰু সদায় যেন ভালে কুশলে ৰাখক ভগৱানৰ ওচৰত এইয়ে প্ৰাৰ্থনা 🙏
আজিকালি বহুতো ফকতিয়া ইউতিওৱাৰ দেখিছোঁ যি নিজৰ স্বাৰ্থৰ কাৰণ কাম কৰে । কিন্তু আপুনি এজন মহাঁন দাদা আপোনাক ভগৱানে সাহস আৰু সুস্থ কৰি ৰাখে যেন । আপোনাৰ কাম বোৰ নিস্বাৰ্থ আৰু নিভাজ।❤❤
কনমানী জনিৰ ভৱিষ্যত যাতে ভাল হয় তাকে কামনা কৰিলোঁ 🙏🙏
দাদা আপোনাক বহুত বেছি ধন্যবাদ জনাইছোঁ ইমান ভাল ভাল কাম কৰি আছে ... ভগৱানে আপোনাক আৰু সাহস শক্তি দিয়ক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ... আগবাঢ়ি যাওঁক❤
শেষত 😢😢😢নোৱাৰিলোঁ চাব বহুত কান্দিলো 🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀
দাদা তোমাক ভগৱানে সদাই কুশলে ৰাখে তাৰে কামনা কৰিলোঁ , কাৰণ তুমি এজন বহুত ভাল মনৰ মানুহ ।
😂😂😂
😌
তুমি এদিন ডাঙৰ মানুহ হবা ধুন ❤️
ভগৱানৰ ওচৰত পার্থনা কৰিছোঁ ।।
বাকী UA-cam ৰে টকা কমাইছে আপুনি আশীৰ্বাদ আৰু সন্মান কমাই আছে ❤ love you brother
সুন্দৰ ভিডিঅ'। কোনো সদাশয় ব্যক্তিয়ে যদি ঘৰ সাজিবলৈ ছোৱালীজনীৰ নামত এটুকুৰা মাটি দান কৰে তেন্তে সময়ে ঘৰ এটা সাজি দিব পাৰে ।।
সকলোৱেই যদি মাহত 50/100 tokau দিয়ে বহুত হব মই ভাবো, ৰাইজে নখ jukarile নৈ বই বুলি মানুহে koy আজি যদি সেই নৈ খন ছোৱালী জনিৰ লগত jay বহুত সহায় হব বুলি ভাবো ❤
Hoi moi u hei2 ye vabu
তুমি এদিন ভাল মানুহ হবা সোন ❤❤
Great UA-camr buli kobloi hole homoy r name tu first monot pore ❤️
ভগৱানে যাক ধন দিয়ে অযশ্ৰ পৰিমাণে দিয়ে আৰু যাক দুখ দিয়ে তাৰ জীৱনটো নৰক হৈ পৰে । মানুহৰ এনে জীৱন ধাৰণ কৰা দেখিলে বৰ দুখ লাগে । দাদা video টো চাই বৰ দুখ লাগিল । ঈশ্বৰে আপোনাক শক্তি দিয়ক যাতে এনেদৰে ভুগি থকা পৰিয়ালবোৰক আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
🙏🙏🙏
কণমানিৰ জনী বিষয়ে জানি বৰ দুখ লাগিল। পিছে সময় দা কাষত থিয় দিছে যেতিয়া কিছু সকাহ হ'ব।
কণমানি জনী এদিন ডাঙৰ মানুহ হ'ব বুলি আশা ৰাখিলোঁ ❤❤❤
Dada আপোনাক কি বুলি কওঁ একো ভাবি পোৱা নাই।আপোনাক যদি কিবা help কৰিব পাৰিলে নিজৰে কিবা এটা ভাল লাগিলে হয় । ভিদিও টো চাই কান্দি লৈছোঁ দাদা। আপুনি বহুত ভাল কাম kori আছে।।❤❤❤❤
আপোনাৰ দৰে এদিন মইও মানুহক সহায় কৰিম দাদা❤🤗
শুভ কামনা জনালোঁ
@@PahiPhukan-zl9zs ধন্যবাদ
সহযোগ কৰিব💫
ভগবানে আপোনাকো সেই শক্তি দিয়ক❤🙏🙏
Mur u same things de atiya nuwari but pisot sure korim 100%
Xomoy da logot mili
ছোৱালী জনীক ভগৱানে মংগল কৰক ।
ভিদিঅতো দেখি বহুত দুষ লাগিছে ভিডিঅ বনোৱা ভাইটি জনলৈ ধন্যবাদ জনালো 🙏🙏🙏🙏🙏
তোমাৰ আহিব লগা দিন বোৰ যেন সুখৰ হয় তাৰে কামনা কৰিলো
Love from :- Tingkhong ( টিংখাং)❤❤❤❤❤❤❤❤❤❤❤❤❤
একো দিব নোৱাৰিলেও Homoy ৰ লগত সদায় আছো, আৰু থাকিম। ❤❤❤
You are doing very great job dada ,,,,may God bless this little girl
🙏🙏
Dada apunk hodai vogoban e kukhole rakhok...enedore val Kam Kori jauk....nithorua jonok hodai vogoban sorupe hatot hat dhori aguai loi jauk....god bless you
এইসকল লোকৰ উচৰলৈ স্বয়ং ভগৱান আহিব নোৱাৰে বাবে তোমাৰ নিচিনা এজনক বাছনি কৰিলে ৷
Lots of love❤
Love from Sivasagar
Swali joni muk dia.... Valdore rakhim..... From nagaon
Aponi mohan aponi juga jug kork ❤
Proud of you brother you are doing such a great work appreciate you may God bless you and go on doing your work help the poorest people ❤
ভগৱানে আপোনাক ভালে ৰাখক 🙏 🙏
Homoy Tumk lag pabo kat prim. Alp man kiba xohay krb prileu tumr kamt val lagb. Aguai jua ru. Vogobane val rakhk 2mk.
Video টো ভাল লাগিল বুলি নকওঁ 😢 🥺কণমানি জনি ভাল হওঁক ❤❤ আগলৈ
Apuni thik manuh bisare pai aulookok hohaiyr khub proujon ho hai korok ki kom🙏
দাদা বহুত দুখ লাগিল 😢😢😢😔😔😔😭🥲
দোষ নহয় অ, দুঃখ হে
Hoi😢😢😢
Good girl 😊
@@Kumoijyoti-kumoi-assam
@@b.gameingcrazygamer1538 80
❤😂@@b.gameingcrazygamer1538🎉🎉🎉🎉1🎉🎉🎉🎉
ভাষা নাই কবলৈ😢😢 'দেউতাকে বিচৰাটোকে কৰিলে ভাল হয় নিশ্চয়ে ভগবান সহায় হব।
Video বোৰ চাই যাও কিন্তু আজিলৈকে একো সহায় কৰিব পৰা নাই । নিজৰ বহুত বেয়া লাগে আপুনি এনেদৰে সহায় কৰি যাওক xomoy দা এদিন সহায় কৰিব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ আপোনাৰ সৈতে। ধন্যবাদ দাদা। Love from Bajali ❤.
😢😢😢
Dada apunr video bur sai bht besi vl lage video sai bht besi dulh lagil from dhemaji apuni vogoban 😊😊😊😊
Dada apuni mohan hoy aru aguaijuwa❤❤❤❤❤ best'of love 💕
বৰ দুখ লগা পায় ঈশৰে মঙ্গল কৰক
বেলেগ মানুহৰ ওচৰত থোৱাতকৈ শিশু আশ্ৰমত থোৱাটো ভাল হব বুলি ভাবো মই, আপুনি সঁচাকৈ বহুত মহান মানুহ🙏🙏
Kintu deotakor ki hobo
Moi u ak mott...
Apunar video bohut bohut val Lage ❤❤❤❤
Dada Tumi 🔥🔥 love you bro
Maina jonik vogobane vale vale rakhok..logote tumako.. bohut manuhok hohai korisa agoloi hohai kri janboli bhgobane tumak sakti diyok🙏🙏🙏
তাই সাহসী ছোৱালী ।ভগৱানে সকলো ভালেই কৰিব।আপুনি মহান ।
Love from Odalguri
First comment ❤সচাকৈ বহুত দুখ লাগিল 😭
homoy.. da God bless you.... I love every time..
ছোৱালী জনী যেতিয়া গাভৰু হ'ব। তেতিয়া খোজে প্ৰতি বিপদ। আজিকালি যি হেতুকে
prithibit kisuman val kam koribole val manuh vogobane pothiyai diye aru sei val manuh buror majot apuni ajon kokaideu . apunak mur sahasra pranam aru aguwai jowa🙏❤
Baki youtrub'r bilaky upnar dory jdi anyky help krely hoi bhout vl lagil hoi kinto hihot ako kamr mano nohoi nijr to boji pai...uponi anyky ag bari thakok hdai god bless you dada👍👍👍
Suwalijoni bor morom lagil this is a very good jab ❣️
Tomar vedio sai bhal lage .aru agbahi juwa
Homoy bhai bohut Val Kam korisa aguai jua
বহুত ভাল কাম কৰিছা ভাইটি ছোৱালী জনি দেখি বৰ দুখ লাগিলে
Bohut val lagil ❤❤ video tu
Homoy
I love you ❤❤
ছোৱালী জনীজাতে এদিন ভাল হওক
Hosai konmaniloi dakhi Bea lagil😢 kintu aku hohai koribo nwarilau vogobana hohai korok Aru da😢😢
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Vonti Joni dhekhi hosake bhout beya lagise❤❤soku Pani rokhabo nuwarilu❤❤❤dada apunak vogobane hodai je hahok diyok❤❤❤❤
We should donate to Somoy for his social work.
Dada apuni kintu bohut bohut vl Kam Kori asay..apunak vhagobony akhirbat korobi..god bless you
ছোৱালী জনী তুমিয়েই কিবা এটা থিক থাক কৰি দিয়া ভগৱানে তোমাকো চকু মেলি চাব
Moiu asu apunak support kri jam xodai xomoy da love you brother ❤
সুন্দৰ ভগৱানে আপোনাক ভালেই ৰাখক দাদা।কণমানি মাইনাজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।🙏
I hope oneday she will be succes
সময় কাৰনে সলনি হয় বহু তো দুখীয়া ৰ জীৱন ❤❤❤❤
Dukh lagile homoy daa 🥲🥹
Dada Bor dukh lagil Hohai korar Babe Tq
Best youtuber in Assam love from Majuli homoi da my favourit❤❤
Bohut dukh lgil hxai.😢😢 Vogowane apunak ru hokti diok dada. ❤❤❤
Great ...May the Almighty bless you in abundance .
তুমাক ভগৱানে দুখীয়া মানুহৰ
মাজত হাহি বিলাৱলে পথালে তুমি জাতে চিৰদিন তেনে কৈ আগ বাহি জুৱা ❤❤❤❤❤❤❤
🙏🙏🙏🙏🙏Krishna🙏🙏🙏🙏🙏
Bhut bhutttt dhuniya lagil ❤❤❤
দাদা আপুনি যে এনেকুৱা মানুহৰ খবৰ লৈ সহায় কৰে 🙏🙏🙏আপুনি দয়াশীল লোক হয়,,ভগৱানে আপোনাক মংগল কৰক
Real hero 👍👍👍👍😍😍
সময় দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤❤❤
ছোৱালী জনীক যদি child care ba vl organisation r under থব পাৰি যাতে তাইৰ পঢ়া শুনা সকলো দায়িত্ব লয় আৰু দেউতাক জনক বৃদ্ধাশ্ৰমত থব পাৰি নেকি আৰু লগতে যাতে দুই তাৰ মাজত মাজে সময়ে হ'লেও খবৰ খাটি হৈ থাকে তেনেকৈ ও চিন্তা কৰিব পাৰি নেকি দাদা
UA-camr হলে এনেকুৱা হব লাগে। মানবতাৰ নিদর্শন👍
Aaaiooo dehi Dada Apunak bohut dhoinobad .........Apuni Vogoban dada❤❤❤Vale Rakhok Apunak vogobane God bless you ❤🙏🙏👍👍👍👍✨️Teulukok olp help korok junei pare .
Vl lagise video tu sai
Agowai Jowa dada vgbane Val krk
Sowali jonok akbare dibo nki dada , Jodi diye reply dibo
Homoy da amar karone sirodinei bhagaban hoi🙏🙏🙏
Bohut vhal lage apunar video bur, akha koru aenedore I jate help kri thakibo pare apuni Vogobane vhaLe rakhom apunak..🙏♥️
Bohut dhukh loga kotha 😢😢❤❤ dada
Ufs vnti jni❤🥺
তুমাক এটা কয় দাদা বেলেগ দিয়া নেদিয়া মাইন তু দিবা ❤❤❤❤❤❤
Parili টোৰ দহ বাৰ man like দিব মন যে
Atiya aponake sorkar bulibo lagibo❤😢
Very heart touching..
Deha joni jibon tu val kora vogoban
Love from Tezpur Balipara Dada ❤️
Somoy gogoy tumar vlog sai val lage .tumar manobota solag lobo loga.aamak ejoni val suali lage.val schoolot porjai ekebare nojor kori lom buli protisruti disu.
Er next vedio tu bonai dibo homoy da❤❤❤❤
❤❤❤❤❤ dada❤❤❤❤❤❤