Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 183 || 04.07.2024
Вставка
- Опубліковано 2 жов 2024
- Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
Follow Rengoni TV :-
Facebook: / rengonitv
UA-cam: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel
পদ্মাক কোনে কোনে বেয়া পায় লাইক কৰক😢
পদ্মাৰ সঁচাকৈয়ে মতি ভ্ৰম হৈছে
বজাৰৰ মানুহ বোৰে ঠিকেই কৈছে দে৷
নিজৰ বুলি ভাবিলে হে এনেকৈ বুজাব পাৰে৷
ভাল লাগিল আজি৷❤❤❤
গৰু মাৰা অপবাদৰ পৰা অধিৰথেই উদ্ধাৰ কৰিলে ৷ কেনেকৈ পাহৰিলি পদ্মা ? ইয়াকে কয় উপকাৰীৰ অজগৰে খায়
পদ্মাৰ অহংকাৰটো বৰ বেছি হৈছে ।
Hoi dei
সঁচা কথা
Pahir ovinoi kintu mojaààaaa hoise dei 🌺
ভগডঃ মানুহজনী অভিনয় বৰ সুন্দৰ ৷
🔥👌🏽👍🏿
মই আজি কালি পদ্মাক একেবাৰে বেয়া পাও ইমান অহংকাৰী হল তাই ভাল নালাগে
@@ASarmy748 sahi he
Ummm
Xsa
অধীৰথ আৰু গুনগুন সদায় একেলগে থকাটো বিচৰা সকলে এটা 👍 কৰি দিব । ❤❤
👍🏿👍🏿👍🏿👍🏿👌🏽💖
❤😅😅
Atiya kune kune sai asa like ata kri dia ❤❤❤❤❤❤❤❤❤
Hi
😊😊❤
Hi
Nakarli ki kribo😅
❤❤
আজি দেৰী হল যে....কোনে কোনে চাবলৈ ৰৈ আছা এটা লাইক কৰি যাব .. 👍👍👍
I am bro nlp
Toi aso sab powa ni
👍👍👍👍👍👍👍
I am waiting❤❤❤ Gungun serial
গুন গুন আৰু অধীৰথ ৰ সোনকালে বিয়া হোৱাটো কোনে কোনে বিচৰা 👍 কৰা।
ময বিচাৰু গোন গোন আৰু অধিৰথৰ বিয়া খন
D
❤❤❤
@@biswajitdas7392 moi nibisaru karon biya hoa dinar pora gungun khekh hobo kheikarone
My favorite siryel ❤❤❤
Podma joni vhal nologa hoise
পদ্মা খাই পাত ফলা হয় 😡😡😡 অধিৰথৰ বাবে তাই বজাৰ খন পালে তাতে তাই বাহাদুৰী ৱাহ ঘৰটো দেখিলে আকাশ খন দেখা পাই তাতে তাই ডাঙৰ ডাঙৰ কথা😂😂😂 অধিৰথৰ দয়া নালাগে😅😅অধিৰথৰ বাবে তাই মুক্তি পাইছিল এতিয়া তাই ডাংকোপ মৰা কথা😂😂😂
সেই সকলো বোৰ পাহৰি পেলাইছে ।
@@RajumoniRajumonidas সেই বিধৰ মানুহ বোৰ তেনেকুৱা হয়
পদ্মা বৰ অহংকাৰী হ'ল😂
পদ্মাৰ মূৰৰ বৃকিৰ্তি ঘটিল শেষ 😮😮
Podma bohut ahongkari hoisil nohoy ..tothapio xar mana nai aru beya din ahok ..adiroth or make thik kothai beya holeo thike kuise podmak mor dikhibo mon najai aru kandibo loga din ahok podmar bohut ahongkari podma adiroth aru vhal sakori pabo lage podmai xari jowake 💔💔😢🤔🤔
Aji emn darike dise j kio nuuuu❤❤😢😢😢😢
গুণগুণ serial খন অকমাণ দীঘল কৈ দিব চোন অলপ চাওতেই শেষ হৈ যায়
Umm
পদ্মা মানে গুনগুনক এই ডক্তৰ জনকৈ দিবলৈ মন ।
Ho pai
সকলোৰে জীৱন্ত অভিনয়। বৰ ভাল লাগে। ৰাজেশ ভুঞাক ধন্যবাদ।
Tq
❤
😡
@@NipjyotiRajbongshi-k3u ki holl
দৰ্শন আৰু মইনাৰ কিবা বেয়া হোৱাটো নেদেখাই যেন ভগদত্ত oo😅😅 কুঞ্জ বাইদেউ ঠিকেই কৈছে
Aji gungun diat deri hol dekhun kio baru😊
পদ্মা বেয়া মানুহ গোটেই serila খনৰ বেয়া এজনী☹️☹️☹️☹️
শান্তি পদ্মা হ'ল, পদ্মা শান্তি...
বজাৰৰ কুঞ্জ বাইদেউহঁতক বৰ ভাল লাগে।
ৰাজহুৱা শৌচালয় 😅😅 ভগদত্ত moja 😅❤❤
Good night all friends 🌃
Maja gungun adhrath
👍👍👍👍❤❤❤
অধিৰতৰ বাহিৰে gungunok কোনেও বিয়া নকৰাই এইশাৰ কথা কব নালাগিছিল
Right
Bahut Val katha koise very nice 👍❤❤
Podma joni alop basi hoisa
Virat Kohli fan like kare
Kune Kune sai bhal puwa like ata kori dia❤💟💟💟💗💗💓💞💕💝💖💖💗💞💞💕💗💖💖💝💗💓💓💞💕💕💕❤️🔥💗💖
❤❤
Kunju acting kotha bohut vhal lage dekhato dhuniya ji kuise thike kuise podmai podmai akole nijoke joi joi kui ase hokolobe thike ase doctorjonok pale aru podmai hahi uthibo 👍 👍👍👍👍👍
Fvrt serial ❤
❤❤❤💟🌿
Podmak kune kune bya pua hoise like korok
Agr time t sabo puwa ole vl asil😢😢😢
অধিৰথৰ মাকে কথা কব নাজানে।সম্পৰ্ক ৰাখিব খোজে কিন্তু নাজানে।পদ্মা নিজেই আগবাঢ়ি যোৱা।আমি আৰ্শীবাদ কৰিছো।
moi gungun ba aru moina bak bohut vl paw ❤
গুণ গুণ ৰ চাকৰি যোৱাটো কিবা সন্মান যোৱা কাম নেকি ।।।।চাকৰি এৰতো নিজৰ কথা তাক লৈ কোনে ও বদনাম নাগাই চাগে। ।।মৰ কিন্তু ডাঙৰ প্ৰশ্ন ।।।কোন এক মত
Nice
My favorite serial❤❤❤❤
Hardik pandya fan like😢😭😢❤
Waiting for next episode❤❤❤
Kanakura bhogodotta na koina saboloi jabo lagebo adin😅😅😅
আজিকালি নাটক খনত এদভেটাজ বেছি হ'ল, নাটক খন দিয়াৰ লগতে শেষ, ভাল নলগা হৈছে, পাৰিলে সময়টো বঢ়াই দিব,
Nice
Adhirath gungun
Bogodotta pahi 💞💞💞💞🎉🎉🎉🎉
😊😊😊😊😊
❤ প্ৰিয় ধাৰাবাহিক ❤
ভগদত্তৰ সংসাৰ 🔥🔥
Terifics and nice very very.
ফুলেশ্বৰী baa tomi jui ❤
🔥🔥🔥🔥
Hardik pandya fan like 😢❤
Hardik ❤, This is a serial😂😂😂
@@krishnakagyung3895so funny 😂
0:37 0:37 0:37 @@krishnakagyung3895
@@krishnakagyung3895😊😊
😂😂@@krishnakagyung3895
padmar olp besii ae hoise😡
Very nice❤❤❤
পদ্মাৰ অহংকাৰে মুৰত ধৰিছে
বহুত দেৰি অপেক্ষাত 😊❤
Hii guys how are you 😊
I am fine
Gungun ru odhirothok bohut val lage Jodi belegor logt bia hoi tente Ami nasau gungun kotha moromor siriyal khon dhoinyabad 🙏
10 tar pora ni 10.30 puwala goi sun kun kun roi asa ❤
Moi o roi asu
Sabola napamai niki
Sabola napamai niki baru
@@dikhitadas2389Moiu Roi asu
Hi@@dikhitadas2389
Xodai roi thako sabole my favourite serial ❤❤
Darshan ru Moinar somporko 2 bea hobo goi jen lagise dei ai kotha tur babei 🏵️
Shanti khurie Padma khurir logot kotha bur alochona koribole goi valot koi besi bea he holgoi atia 😍
Vogo Duttar obostha 2 dekhi kintu mojaààaaa lagise dei 😊
.. Doctor jodor entry lage ...🥰
My 💟 favourite 💙 serial 💟💙💟🧡💟💙💟
Nice
podma pagol hoida😢
Aolp hunakal dibo sabo roi asu
🎉Vare
Potmak val pai ne santi ❤❤
Gungun sirial khonot adhirath k sai bor vl lage iman khohoj khorol
Bojaror manuh khinie kintu Padma khurik akdom 💯. right kotha koise 👍
Pahir karone like ❤❤👍👍👍
Eman dari hol Val nalaga alp hunkala koribo kali pora dai
অধিৰথ আৰু gungun কেইদিনমান আঁতৰি থাকিব লাগিছিল অন্তত পদ্মাৰ খং কমালৈকে 😢 মাকৰ গাত ও দুখ বুলি কব নোৱাৰি দেউতাক নোহোৱাকৈ ডাঙৰ কৰিছে এজনী মাকেহে বুজি পাব আৰু gungun r ওপৰত odhirotb ৰ পৰিয়ালে পদ্মা ত কৈ বেছি অধিকাৰ দেখুৱাইছে বুলি পদ্মাৰ মনত চাগে খং উঠিছে
তুমি ঠিকেই কৈছা❤
@@ROHIT-11-c তাকেহে তাতে odhiroth ৰ মাকে কলে পদ্মাৰ বেলেগ একো উপাই নাই odhiroth লে নিদিলে অন্তত এজনী মাকে এনেকুৱা এটা নিজকে হেয় প্ৰতিপন্ন কৰা কথা শুনিলে self respect থকা কোনো মানুহেই সহ্য নকৰে
Ummm
😂aji dari hoigol je
Padmak kong utigoise ge 😮😮
শুভ ৰাতি
😢😢😢😢
Yeah ! Ahi gol😊
Potmar soritro 2besi ovar hoese
পদ্মাক একেবাৰে ভাল নলগা হল ❤❤❤❤❤
Podmar alp besie hoise
how are you guys
ময়ো ৰৈ আছিলো এতিয়া চাইছু
Moinak kune kune vl pai 😢😢
Gungun aru doctor jonor biya hole Val lagibo.
Waiting ❣️ for 💚 next ❣️ episode ❣️💚❣️💚❣️
স্বভিমান মানুহৰ থাকিব লাগে সেইবুলি স্বভিমানে অহংকাৰৰ ৰূপ লোৱাটো ধ্বংসৰ আগজাননী যিটো পদ্মাৰ ক্ষেত্ৰত হʼবলৈ গৈ আছে
Dorkhn dada aru moina r aviman xini bht duniya lgise
গুণ আৰু অধিৰথৰ বিয়া হোৱাটো কোনে কোনে বিচৰ লাইক কৰা❤️❤️❤️❤️👍
Rokhi asuh dei❤
ছিৰিয়েল খনৰ কাহিনী বেয়া দিশলৈ ঢাল খাইছে দেই, বিয়া খন কোনোবাই হে পাতিব যেন পাইছোঁ এতিয়া, কিন্তু ভাল পোৱা পতাৰণা ফল টো পাব চাগে ছোৱালীৰ মাক আৰু ছোৱালী জনীয়ে...