প্ৰথম পুৰস্কাৰ বৰহমথুৰি জেং বিহু দল তিনিচুকীয়া | Barhomthuri Jang Bihu Dol | Margherita Bihu

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • প্ৰথম পুৰস্কাৰ (যুটীয়া বৰহমথুৰি জেং বিহু দল তিনিচুকীয়া | Barhomthuri Jang Bihu Dol | Margherita Bihu
    উত্তৰ মাৰ্ঘেৰিটা ৰঙালী বিহু উৎসৱ-২০২৪ৰ জেং বিহু প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল বৰহমথুৰি জেং বিহু দল-তিনিচুকীয়া জিলা....
    স্হান- ৰাজহুৱা ৰঙ্গমঞ্চ, উত্তৰ মাৰ্ঘেৰিটা....
    দলটিলূ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো.
    #Margherita_Bihu
    #borhomthuri_jang_bihu
    #Bihu
    #jang_bihu
    #barhamthuri_jang_bihu
    #bihu_2024

КОМЕНТАРІ • 26

  • @bikramjyotibaruah3451
    @bikramjyotibaruah3451 4 місяці тому +5

    এই বিহু যোৱা চাবলৈ প্ৰতি বছৰে অতি আগ্ৰহেৰে ৰৈ থাকো আমাৰ তিনিচুকীয়া গৌৰৱ ❤❤❤❤

  • @BornilTanuj
    @BornilTanuj 4 місяці тому +7

    পুৰণি বিহুনামবোৰ ইমান সুন্দৰকৈ উপস্থাপন কৰিছে । উপভোগ কৰি হেঁপাহেই নপলাই ॥

  • @jutikachakrabartyofficial3843
    @jutikachakrabartyofficial3843 4 місяці тому +4

    আপোনালোকৰ পৰা আমাৰ জেংবিহু দলটিয়ে বহুত অনুপ্ৰেৰণা পাইছে ৷

  • @abhijit142
    @abhijit142 4 місяці тому +4

    অনুশ্ৰী বাৰ কণ্ঠই গাত বাৰে বাৰে বিহু লগায়।দলটিলৈ শুভেচ্ছা আৰু অভিনন্দন 🎉

  • @rumibiswas3368
    @rumibiswas3368 4 місяці тому +3

    Bohut val lagil dai hokoluke ❤❤❤Love from Dibrugarh

  • @bonditaboro7654
    @bonditaboro7654 4 місяці тому +3

    bohut dhuniya hoise....hokolua hundor koi poribekhon korise...singer mein

  • @NituKhanikar-h3c
    @NituKhanikar-h3c 4 місяці тому +5

    তোমালোকৰ টিমটো বহুত ভাল লাগে,,,,,আৰু সকলোতকৈ বেছি ভাল লাগে তোমালোকৰ singer গৰাকীক,,,এবাৰ লগ পোৱাৰ আশা থাকিল,,,,,

  • @Moni_Bailung
    @Moni_Bailung 4 місяці тому +2

    Eman Val lagil ❤❤

  • @user-fc4bj7eg4t
    @user-fc4bj7eg4t 4 місяці тому +3

    Hundor ❤ 👌👌

  • @himaniry6004
    @himaniry6004 4 місяці тому +4

    Bhut dhuniya ❤❤

  • @amulyasarma4057
    @amulyasarma4057 4 місяці тому +4

    Very nice performance. Wishing all the best
    Thanks
    😮😢

  • @SatyajitMoran-og3he
    @SatyajitMoran-og3he 4 місяці тому +2

    Val lagil

  • @bhrigukalita6479
    @bhrigukalita6479 3 місяці тому +1

    ধুনিয়া হৈইছে পৰিবেশন

  • @DurlovGogoi-
    @DurlovGogoi- 4 місяці тому +2

    Tumalukar.doltu.bor.bhal.lage.bihu.nam.guajoni.dhunia.hur.

  • @chandradharDutta-zp4ob
    @chandradharDutta-zp4ob 4 місяці тому +1

    Very nice ❤❤

  • @user-dt8mx3vh3p
    @user-dt8mx3vh3p 4 місяці тому +3

    সুন্দৰ❤❤

  • @JoyRam-bb5um
    @JoyRam-bb5um 4 місяці тому +1

    Xundar❤

  • @jintumonisonowal1774
    @jintumonisonowal1774 4 місяці тому +3

    Kor bihu dol hoi baru ❤🥰😍

  • @utpalchutia8457
    @utpalchutia8457 4 місяці тому +3

    Anu❤

  • @angadmechOfficial
    @angadmechOfficial 4 місяці тому +3

    ❤❤

  • @lulugogoi2558
    @lulugogoi2558 4 місяці тому +1

    বৰ সুন্দৰ

  • @debendraborah9276
    @debendraborah9276 4 місяці тому

    🎉🎉

  • @SabinaNeog
    @SabinaNeog 4 місяці тому +2

    ❤❤