ধাৰাবাহিক ভাগৱত অনুষ্ঠান # বিমান বড়া # চিলাপথাৰ #( Krisna Kotha,Biman Borah,)10,July 2023

Поділитися
Вставка
  • Опубліковано 3 гру 2024

КОМЕНТАРІ • 11

  • @minkiBorahdevi-xo6kv
    @minkiBorahdevi-xo6kv 5 місяців тому +1

    Krishna

  • @JunuDutta-js8yp
    @JunuDutta-js8yp Місяць тому

    কৃষ্ণ ৰাম নাৰায়ণ বাপ,🙏🙏

  • @aeonsaikia9565
    @aeonsaikia9565 11 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @pankajnath1208
    @pankajnath1208 4 місяці тому

    Jai shree krishna

  • @নৰেন্দ্ৰচন্দ্ৰ

    কৃষ্ণ কৃষ্ণ 🙏

  • @jitindrasaikia406
    @jitindrasaikia406 4 місяці тому

    শুনি বৰ ভাল লাগিল মামা ,মাজে মাজে মই শুনি থাকো😊

  • @JunuDutta-js8yp
    @JunuDutta-js8yp Місяць тому

    অতি দুখ লগাকৈ কথা বিলাক কোৱা
    কাৰণে অতি দুখ লাগিছে কৃষ্ণ

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 4 місяці тому

    সাম্প্ৰতিক কালত বিশ্বায়নত ৰাজনীতি আৰু ধৰ্ম নীতিৰ দল পাৰ্টি সমাজ সঙগঠন অগনন হ'ল। কিন্তু ইয়াত প্ৰকূত ৰাজনীতি ধৰ্ম নীতি কোনটো জানিব পৰা নাই। কাৰণ সকলো উপনিষদ বা বেদান্ত দৰ্শনৰ মতে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম মানেই হ'ল জীৱ চেতনা বা আত্মা বা ব্ৰহ্ম এক ও অভিন্ন। এই ব্ৰহ্ম বা আত্মা সত্যম জ্ঞানম অনন্তম। ই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ভিতৰত থকা অসীম সবব্যাপী সববূহৎ কল্পনাতীত আকাশত বিৰাজমান হৈ থকা অনুকুল বায়ু মণ্ডলৰ দহটা বায়ু যেনে প্ৰাণ অপ্ৰাণ উদ্যান বেন সমান নাগ কুম্ম কিকৰ দেৱ দত্ত আৰু ধনঞ্জয় বায়ুৰে পূৰ্ণ ব্ৰহ্ম বা আত্মা। এই ব্ৰহ্মৰ স্বৰূপ হ'ল অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন অদাহ্য অদ্ৰৱনীয় অপৰিমান অকম্মা অকত্তা নিগূন নিষ্কাম সচিদানন্দ সবব্যাপী অপৰিবত্তন অদূশ্য সববিহৎ চিৰন্তন আদি। ব্ৰহ্ম বা আত্মা একেই অভিন্ন কিন্তু অমৰন অভগন অজনমা আৰু অলিপ্ত অচিন্ত অব্যক্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন গতিকে ব্ৰহ্ম বা আত্মাৰ লগত জগৎ বা প্ৰকৃতি বা দেহ একে বাৰেই নিমিলে। ই পঞ্চ ভৌতিক পদাৰ্থৰে গঠিত প্ৰকৃতিৰ মায়াৰ ভ্ৰম মাএ। ব্ৰহ্ম সত্য জগৎ মিথ্যা। মিথ্যা মানে মিছা বোলা নাই তাৰ অথ হ'ল জগত বিনাশ শীল অসাৰ মূল্য হীন। দেহ বা প্ৰকৃতি বা জগত সৃষ্টি স্থিতি প্ৰলয়ৰ অৱতাৰণাত বিনাশ শীলতা মূল তত্ত্ব। গতিকে অৰ্থহীন অসাৰ মূল্য বিহীন মানে মিথ্যা। জীৱ শ্ৰেষ্ঠ মানৱৰ বিশেষ কৈ আত্ম বোধ আত্ম উপলব্ধিৰ অভাৱ আৰু আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ মূঠেই ক্ষীণ। যাৰ ফলত অজ্ঞান আন্ধাৰে ভৰপূৰ মন। বাৰে বাৰে চিঞৰি থকা হৈছে ব্ৰহ্ম সত্য শুদ্ধ পৱিত্ৰ নিত্য বুদ্ধ সনাতন চৈতন্য নিগূন সচিদানন্দ সবব্যাপী অপৰিবৰ্তিত অপৰিমান অকম্মা অকত্তা অদাহ্য অদ্ৰৱনীয় অসীম অনাদি অনন্ত আৰু কি ক'ব লাগিব? ব্ৰহ্ম সত্য আৰু এক ও অভিন্ন। ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। মাটি পানী তলৰ পৰা অনন্ত কোটি ব্ৰহ্মাণ্ডত অনুকুল বায়ু মণ্ডলত দহটা ভাগত বিভক্ত হৈ সবব্যাপী নিগূন সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হৈ আছে। দেহৰ ভিতৰত চেতনা বা (consiousness ও বিশুদ্ধ চেতনা বা অহ্ঙকাৰ শূন্য পৱিত্ৰ অহম ব্ৰহ্মাশ্মি বুলি কোৱা চেতনা ই ব্ৰহ্ম। আচল কথা হ'ল কি অলিপ্ত অচিন্ত অব্যক্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য স্বৰূপ ব্ৰহ্ম এক ও অভিন্ন কাৰো লগত সম্পৰ্ক নাই। ব্ৰহ্ম এক সৰ্বোচ্চ সত্য আৰু এক। যি অনুকুল বায়ু চাৰি মুঠি দেহত আত্মা ্ববা জীৱ বা ব্ৰহ্ম হিচাপে ৰমণ কৰি আছে। ব্ৰহ্ম বা আত্মাৰ কোনো লগ দল পাৰ্টি সমাজ সংগঠন আৰু বৈষম্য ইন্দ্ৰিয় আসক্তি সামাজিক বৈষম্যতা ধৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্যতা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ কূটনীতি অনাতাঁৰ কূটনৈতিক সামাজিক সাংস্কৃতিক বৈষম্যতা ইত্যাদি আত্মা বা ব্ৰহ্মৰ স্বৰূপতেই নাই তেনে দৈহিক গুণ কম্ম সমূহ। গতিকে ব্ৰহ্ম বা আত্মাৰ দৰে অহম ব্ৰহ্মাশ্মি। হ'ব লাগিব অনুভৱ অনুশীলন অনুভূতিৰ দ্বাৰা ্। আমি ব্ৰহ্ম সকলো একেই অভিন্ন ব্ৰহ্ম। গতিকে ব্ৰহ্মৰেই ভাৱনাৰে পৰিপুষ্ট হৈ ব্ৰহ্ম স্বৰূপে কাৰ্য নিৰ্বাহ কৰা ভাল। ধন্যবাদ। প্ৰদীপ গগৈ গুৱাহাটী।

  • @xaikia5829
    @xaikia5829 8 місяців тому

    Oti bhakti suror loikhon

  • @nirjurajgogoi319
    @nirjurajgogoi319 7 місяців тому

    বহু নজনা কথা জানিব পাৰিলো। কৃষ্ণ।

  • @RitaBorah-o2t
    @RitaBorah-o2t 3 місяці тому

    Krishna