Це відео не доступне.
Перепрошуємо.

🔷শিমলুগুৰিত খোৱা পানীৰ বটলত ওলাল ভেঁকুৰ আৰু চুলি🔷 এই পানী গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক

Поділитися
Вставка
  • Опубліковано 11 лип 2024
  • 🔷শিমলুগুৰিত খোৱা পানীৰ বটলত ওলাল ভেঁকুৰ আৰু চুলি
    🔷কিছুমানৰ বাবে সৰু কথা হ'লেও কিন্তু এই পানী গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক
    🔷গ্ৰাহকৰ জীৱনৰ সৈতে হেতালি খেলাৰ অধিকাৰ পানীৰ ফেক্টৰীক কোনে দিলে?
    🔷এইক্ষেত্ৰত প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে ?
    🔷শিৱসাগৰ জিলাখনত কাঠফুলাৰ দৰে বাঢ়ি অহা অবৈধ পানী ফেক্টৰীবোৰক বাধা প্ৰদান কৰাত প্ৰশাসন ব্যৰ্থ হৈছে তেনেস্হলত অনুজ্ঞাপত্ৰ থাকিও কিন্তু অসাৱধানতাৰে কাম কৰা পানী ফেক্টৰীৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যনীয় হৈ ৰ'ব-

КОМЕНТАРІ •